⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ

Class 6 Social Science MCQ Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ Solutions, Class 6 Social Science Objective Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 18

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) উন্নত জীৱন – যাপনৰ প্ৰয়োজনসমূহক আমি বহল ভাৱে কেইটা ভাগত ভগাব পাৰোঁ।

(ক) তিনিটা 

(খ) দুটা 

(গ) চাৰিটা

(ঘ) পাঁচটা

উত্তৰ:- (খ) দুটা।

(২) জীৱন – ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে কি হৈছে?

(ক) বৃদ্ধি হৈছে

(খ) কম হৈছে

(গ) সুন্দৰ হৈছে

(ঘ) বেয়া হৈছে

উত্তৰ:- (ক) বৃদ্ধি হৈছে।

(৩) মানুহে ব্যক্তিগতভাবে জীৱন – যাপন কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে, সেই বিলাকক কি বোলে?

(ক) সামাজিক প্ৰয়োজন

(খ) ব্যক্তিগত প্ৰয়োজন

(গ) পৰিবেশ প্ৰয়োজন

(ঘ) সাধাৰণ প্ৰয়োজন 

উত্তৰ:- (খ) ব্যক্তিগত প্ৰয়োজন।

(৪) প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে বিশেষকৈ কিহৰ প্ৰয়োজনীয়তা আছে?

(ক) পৰিবেশ প্ৰদূষণ 

(খ) বৃক্ষ কাটন

(গ) বৃক্ষ ৰোপন

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) বৃক্ষ ৰোপন।

(৫) নৰেশ্বৰ দেউৰীৰ জীৱিকাৰ উপায় কি আছিল?

(ক) মাছ ধৰা 

(খ) খেতি

(গ) খৰি কটা

(ঘ) চাকৰি

উত্তৰ:- (খ) খেতি।

(৬) সমাজত সুস্থ, সবল আৰু শান্তিপূৰ্ণ ভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবিলাকক কি বোলে?

(ক) সামাজিক প্ৰয়োজন

(খ) ব্যক্তিগত প্ৰয়োজন 

(গ) সাধাৰণ প্ৰায়োজন

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) সামাজিক প্ৰয়োজন।

(৯) ভৌগোলিক অৱস্থান আৰু সামাজিক পৰিৱেশৰ বিভিন্নতাৰ বাবে মানুহৰ সামাজিক প্ৰয়োজনসমূহ কি হ’ব পাৰে ?

(ক) একে

(খ) মিল

(গ) ভিন ভিন

(ঘ) অমিল

উত্তৰ:- (গ) ভিন ভিন।

(১০) নৰেশ্বৰ দেউৰীৰ ঘৰ কোন জিলাত আছিল?

(ক) ওৰাং জিলা

(খ) দৰং জিলা

(গ) শোণিতপুৰ জিলা

(ঘ) লখিমপুৰ জিলা

উত্তৰ:- (খ) দৰং জিলা।

(১১) গছৰ বাকলি পৰিৱৰ্তে আধুনিক মানুহে কিহেৰে তৈয়াৰী সাজ – পাৰ পৰিধান কৰে?

(ক) গছৰ পাতৰ

(খ) সূতাৰ

(গ) প্লাষ্টিকৰ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) সূতাৰ।

(১২) নৰেশ্বৰ দেউৰীৰ ঘৰত চৰু – হাড়ী কেইটা আছিল?

(ক) দুটা 

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা 

উত্তৰ:- (ক) দুটা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top