Class 3 English Chapter 4 A Glass of Lemonade, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 4 A Glass of Lemonade and select need one.
Class 3 English Chapter 4 A Glass of Lemonade
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 4 A Glass of Lemonade Solutions for All Subjects, You can practice these here…
(এ গ্লাছ অৱ লেম’নেড) এ গিলাচ নেমুৰ চৰ্পত
Chapter – 4
ইংৰাজী (ENGLISH)
Guess who the people are in the picture and what they are doing. (গেছ হূ দা পিপল আৰ ইন দি পিকচাৰ এন্ড হ’ৱাট দে আৰ ডুইং)—ছবিখনত মই কাক দেখিবলৈ পাইছোঁ ? সিঁহতে কি কৰি আছে ?
Ans. In the picture we can see a Mother and her son. Mother is cutting fruits and the son is filling a glass with water from the jug. (ইন দা পিকচাৰ উই কো চী এ মাদাৰ এন্ড হাৰ চন। মাদাৰ ইজ্ কাটিং ফ্রুট্চ এন্ড দা চন ইজ ফিলিং এ গ্লাচ উইথ ওৱাটাৰ ফ্ৰম দি জগ) — ছবিখনত আমি এজনী মাক আৰু তাইৰ ল’ৰাক দেখিছো। মাকে ফল কাটিছে আৰু ল’ৰাটোৱে জগৰ পৰা গিলাচত পানী ঢালি আছে।
Work in pairs and say how you can help your parents in the kitchen. (ওৱার্ক ইন পেৱাৰ্চ এণ্ড চে হাও ইউ কেন হেল্প ইয়’ৰ পেৰেণ্টচ ইন দা কিচেন।) — যোৰ পাতি কাম কৰা আৰু কোৱা তুমি কেনেদৰে তোমাৰ মাক-দেউতাকক পাকঘৰৰ কামত সহায় কৰিব পাৰা।
Ans. When my parents are working in the kitchen. I bring them the things that they needed while working in the kitchen. (হ’ৱেন মাই পেৰেণ্টছ আৰ ওয়ার্কিং ইন দা কিচেন, আই ব্রিং দেম দা থিংচ দেট দে নিদেড হ’ৱাইল ওয়ার্কিং ইন দা কিচেন।) – মোৰ মাক-দেউতা যেতিয়া পাকঘৰত কাম কৰে তেতিয়া মই প্রয়োজনীয় বস্তুবোৰ তেওঁলোকৰ বাবে আগবঢ়াই তেওঁলোকৰ কামত সহায় কৰোঁ।
Let’s read : (লেট আচ ৰীড) – পঢ়ো আহা।
● Lines : Bubu : Ma, it’s very hot …………. would be nice.
Word notes (ওৱাৰ্ড ন’টচ) – শব্দার্থ : Very (ভেৰি) – বহুত, খুবেই। hot (হট) — গৰম, ঊষ্ণ। today (টুদে ) — আজি। feel (ফিল) – অনুভৱ কৰা। thirsty (থাৰ্চটি) – তৃষ্ণাৰ্ত/পিপাসু। like (লাইক) – পচন্দ কৰা। lemonade (লেম’নেড) – নেমুৰ ৰসৰ চৰ্পত। drink (ড্রিঙ্ক) – পান কৰা। lemo (লেম’ন) – নেমু come (কাম) – তাহা। kitchen (কিচেন) — পাকঘৰ। dear (ডিয়াৰ) — মৰমৰ, প্রিয়। show (শ্ব)– দেখুওৱা how (হাও)-কেনেদৰে, কেনেকৈ। make (মেক)-সজা, বনোৱা। nice (নাইচ) — সুন্দৰ, ধুনীয়া।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Bubu : Ma, it’s very hot today. I feel very thirsty.
বুবু : (মা, ইট ইজ ভেৰি হট টুডে। আই ফিল ভেৰি থাৰ্চটি। — (মা, আজি খুবেই গৰম, মই খুবেই তৃষ্ণার্ত।)
Mother : Would you like a glass of lemonade ?
মাদাৰ : (উড ইউ লাইক এ গ্লাচ অৱ লেম’নেড ?) – মা: তুমি কি এ গিলাচ নেমুৰ চৰ্পত খাবা ?
Bubu : Lemonade ?
বুবু : (লেম’নেড ?) – নেমুৰ চৰ্পত ?
Mother : it’s a drink made from lemon. Come to the kitchen dear. I’ll show you how to make lemonade.
মাদাৰ : (ইট ইজ এ ড্রিঙ্ক মেড ফ্রম লেমন। কাম টু দা কিচেন ডিয়াৰ। আই উইল চো ইউ হাউ টু মেক লেম’নেড ।) – মা : এইখন এটা নেমুটেঙাৰ পৰা প্ৰস্তুত কৰা পানীয় চৰ্পত। পাকঘৰলৈ আহা, মই তোমাক দেখুৱাম নেমুৰ ৰসৰ চৰ্পত কেনেকৈ বনোৱা হয়।)
Bubu : Oh, that would be nice.
বুবু : (ওহ, দেট উড বি নাইচ।) – ওই, এইটো খুবেই ভাল হব।
● Lines: Bubu and his mother………… Bubu : Yes, ma.
Word notes (ওৱাৰ্ড ন’টচ) – শব্দার্থ : Mother (মাদাৰ) — মাতৃ, মা। jug (জগ) — পানীৰ থোৱা জগ। water ( ওৱাটাৰ) — পানী। bring (ব্রিং) – লৈ অহা । vegetable (ভেজিটেবল) — শাক-পাচলি। basket (বাচকেট) —খৰাহী। here (হিয়াৰ) — ইয়াত। very (ভেৰি) — খুবেই, অতি, বৰ। quick (কুইক)— খৰখেদা,দ্ৰুত। see( চী) – চোৱা। what (হ’ৱাট) — কি। need (নিড) — প্রয়োজন। knife (নাইফ) —ছুৰি, কটাৰী। glass ( গ্লাচ) – গিলাচ । spoon (স্পুন) — চামুচ । some (চাম) — কিছুমান। sugar (চুগাৰ) — চেনি। little (লিটল) — অলপমান । salt (চল্ট) — লৱণ । ready (ৰেডি) — তৈয়াৰ প্ৰস্তুত।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Bubu and his mother are in the kitchen.)
(বুবু এন্ড হিজ মাদাৰ আৰ ইন দা কিচেন) — বুবু আৰু তাৰ মাক পাকঘৰত আছে।
Mother : Here is a jug of water. Bubu, can you bring me a lemon from the vegetable basket?
মাদাৰ : (হিয়েৰ ইজ এ জগ অব ওৱাটাৰ। বুবু, কেন ইউ ব্ৰিং মি লেমন ফ্রম দা ভেজিটেবল বাচকেট?)— মা: ইয়াতে এক জাগ পানী আছে। বুবু, তুমি মোক শাক পাচলিৰ খৰাহীৰ পৰা এটা নেমু দিব পাৰিবানে।
Bubu : Here it is, Ma.
বুবু : (হিয়ে ইট ইজ না।) — এইটো লওক মা।
Mother : You are very quick ! Let’s see what we need. We need a knife, a glass, a spoon, some sugar and a little salt. Bubu, are you ready ?
মাদাৰ : (ইউ আৰ ভেৰি কুইক !লেট আচ চি হ’ৱাট উই নিভ। উই নিড এ নাইফ, এ গ্লাচ, এ স্পুন, চাম চুগাৰ এণ্ড এ লিটল চল্ট। বুবু, আৰু ইউ ৰেডি ?) — মা : তুমি খুবেই দ্রুততাৰে কাম কৰা ! আমাৰ কি প্রয়োজন চাওঁ আহা। আমাৰ এটা ছুৰি, এটা গিলাচ এটা চামুচ, কিছু পৰিমাণ চেনি আৰু অলপমান লৱণৰ প্রয়োজন। বুবু, তুমি প্রস্তুত নে ?
Bubu : Yes, Ma.
বুবু : (ইয়েচ, মা।)—হয়, মা।
• Lines: Mother: First take a glass…..for you tomorrow.
Word notes (ওৱাৰ্ড ন’টচ) – শব্দার্থ : First (ফাৰ্ষ্ট) — পোন প্রথমে। take (টেক) — লোৱা । two (টু)— দুটা। two halves (টু হাভচ) — দুটা খণ্ড। squeeze (স্কুইজ) — চেপা দি ওলাই লোৱা । half (হাফ)— আধা। spoonful (স্পুনফুল) — এটা চামুচ পূর্ণ। next (নেক্সট) — পৰবৰ্তী। add (এড) — যোগ কৰা। pinch (পিঞ্চ) — চিকোটা, টিপা। mixture (মিকচাৰ) — মিশ্রণ। stir (ষ্টাৰ) ঘোঁট মাৰা। simple (চিম্পল) — সহজ /সৰল। myself (মাইচেম্ফ) — নিজেই। now (নাও) – এতিয়া। taste (টেচট্) —সোৱাদ লোৱা। lovely (লাভলি) মনোমোহা। next time (নেক্সট্ টাইম) — অহাবাৰ। sure (চিঅ’ৰ) —নিশ্চয়। some (চাম) – কিছুমান। tomorrow (টুমৰ’) — অহাকালি, কাইলৈ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Mother : First, take a glass of water. Cut the lemon into two halves. Squeeze one half of the lemon into the glass of water. Put two spoonfuls of sugar. Next, add a pinch of salt. Stir the mixture with the spoon. Your lemonade is ready.
মাদাৰ : (ফাৰ্ষ্ট, টেক এ গ্লাচ অৱ ওৱাটাৰ। কাট দা লেমন ইনটু টু হাভচ। স্কুইজ্ ওৱান হাফ অৱ দা লেমন ইনটু দা গ্লাচ অৱ ওৱাটাৰ। পুট টু স্পুনফুলচ অৱ চুগাৰ। নেক্সট, এড এ পিঞ্চ অৱ চল্ট। স্টিয়াৰ দা মিক্চচাৰ উইথ দা স্পুন। ইয়’ৰ লেম’নেড ইজ ৰেডি) — মাঃ প্রথমতে, এ গিলাচ পানী লোৱা। নেমুটো দুটা খণ্ডেৰে কাটা। আধা নেমুৰ ৰস এ গিলাচ পানীত মিহলী কৰি দিয়া। ইয়াৰ পিছত দুই চামুচ পূর্ণ চেনি গিলাচত দিয়া। ইয়াৰ পিছত তাতে এটিপা লৱণ যোগ কৰা। মিশ্ৰণটো এটা চামুচেৰে ঘোঁট মাৰা। তোমাৰ বাবে নেমুৰ চৰ্পত প্রস্তুত হ’ল।
Bubu : Oh ! It’s simple, I can do it myself now.
বুবু : (ওহ ! ইটচ চিম্পল। আই কেন ডু ইট মাইচেল্ফ নাও।) — ওহ ! এইটো বৰ সহজ। মই এইটো নিজেই বনাব পাৰিম।
Mother : Now taste it.
মাদাৰ : (নাও টেচট্ ইট।) — মাঃ এতিয়া, ইয়াৰ সোৱাদ লোৱা।
Bubu : Oh ! lovely.
বুবু : (ওহ ! লাভলি।) — ওহ ! বৰ ধুনীয়া।
Mother : Can you make one for me next time?
মাদাৰ : (কেন ইউ মেক ওৱান ফৰ মি নেক্সট টাইম ?) — মা : পৰবৰ্তী সময়ত তুমি কি মোৰ বাবে এ গিলাচ নেমুৰ চৰ্পত প্রস্তুত কৰিব পাৰিবানে ?
Bubu : Sure Ma, I’ll make some lemonade for you tomorrow.
বুবু : (চিয়’ৰ মা, আই উইল মেক চাম লেম’নেড ফৰ ইউ টুমৰ’।) — নিশ্চয় মা, মই অহাকালি তোমাৰ বাবে নেমুৰ চৰ্পত প্রস্তুত কৰিম।
ACTIVITIES (একটিভিটিজ) — কার্যকলাপ |
1. Listen and say ‘True’ or ‘False’: (লিচেন এণ্ড চে ট্রু’ অৰ ‘ফল্চ্’) — শুনা আৰু সঁচা’ অথবা ‘মিছা’ কোৱা।
(a) Mother is teaching Bubu how to make lemonade. (মাদাৰ ইজ টিচিং বুবু হাউ টু মেক লেম’নেড) — মাকে বুবুক শিকাইছে কেনেকৈ নেমুৰ চৰ্পত বনোৱা হয়।
Ans. True (ট্রু) – সঁচা।
(b) Bubu has brought a glass of water and two lemons. (বুবু হেজ ব্ৰ’ট এ গ্লাচ অৱ ওৱাটাৰ এণ্ড টু লেমনচ।) — বুবু এ গিলাচ পানী আৰু দুটা নেমু লৈ আহিল।
Ans. False (ফল্চ্) – মিছা।
(c) Mother is squeezing one half of the lemon into the glass of water. (মাদাৰ ইজ সুইজিং ওৱান হাফ অৱ দা লেমন ইন্টু দা গ্লাচ অৱ ওৱাটাৰ।) — মাকে এ গিলাচ পানীত আধা নেমুৰ ৰস মিহলাইছে।
Ans. True (ট্রু)– সঁচা।
(d) Bubu is stirring the mixture with a spoon. (বুবু ইজ স্টাৰিং দা মিক্চচৰ উইথ এ স্পুন) — বুবু এটা চামুচেৰে মিশ্ৰণটোক ঘোঁট মাৰিছে।
Ans. True (ট্রু) – সঁচা।
2. These are some of the works we do in the kitchen : (দিজ আৰ চাম অৱ দা ওৱর্কচ উই ডু ইন দা কিচেন) — এইবোৰ হ’ল কিছুমান কাম যিবোৰ মই পাকঘৰত কৰোঁ।
Ans. squeeze (স্কুইজ) — চেপা দিয়া, নিচোৰা। add (এড) — যোগ কৰা।
roll (ৰ’ল) — পকোৱা। wash (ওৱাছ) — পৰিষ্কাৰ কৰা।
stir (ষ্টাৰ) — ঘোঁট মাৰা, লৰোৱা। boil (বইল) — সিজা।
strain (স্ট্রেইন) — ছেকা। fry (ফ্ৰাই) — ভজা।
pour (পঔৰ) — ঢালা, বাকা। heat (হিট) — উত্তপ্ত কৰা।
mix (মিক্স) — মিহলোৱা। cut (কাট) — কাটি লোৱা।
Now, listen to your teacher and show the actions. (নাও লিচেন টু ইয়’ৰ টিচাৰ এণ্ড চো দা একচনছ)—এতিয়া তোমালোকৰ শিক্ষক/ শিক্ষিকাৰ কথা শুনা আৰু কামটো কৰি দেখুওৱা।
Ans: Do it yourself-(নিজে কৰা)।
3. (a) Bubu is going to make a glass of lemonade for his other. But he has forgotten the steps. Help him by arranging the steps in the correct order. Write the serial numbers in the boses. The first one is done for you: (বুবু ইজ গ’য়িং টু মেক এ গ্লাচ অৱ লেম’নেড ফৰ হিজ মাদাৰ। বাট হি হেজ ফৰগটেন দা ষ্টেপচ। হেল্প হিম বাই এৰেঞ্জিং দা ষ্টেপচ ইন দা কাৰেক্ট অর্ডাৰ। ৰাইট দা চিৰিয়াল নাম্বার্ট ইন দা বকছেজ ।দা ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ।)—বুবু তাইৰ মাকৰ বাবে এ গিলাচ নেমুৰ চৰ্পত বনাব বিচাৰে। কিন্তু সি নেমুৰ চৰবত বনোৱাৰ পদ্ধতিটো পাহৰি গৈছে। চৰ্পত বনোৱাৰ স্তৰ বিলাকৰ সঠিক সংখ্যা সজাই লিখা। বাকচৰ ভিতৰত ক্ৰমিক সংখ্যাবোৰ লিখা। এটা তোমাৰ বাবে কৰি দেখুওৱা হৈছে।


3. (b) Now, write the steps in the correct order in your notebook. (নাও, ৰাইট দা স্টেপচ ইন দা কাৰেক্ট অর্ডাৰ ইন ইয়’ৰ ন’টবুক) – এতিয়া তোমালোকৰ টোকাবহিত সঠিক ক্রম পর্যায় অনুসৰি বাক্যবোৰ লিখা।
Ans. 1. Take a glass of water (টেক এ গ্লাচ অৱ ওৱাটৰ।)–এ গিলাচ পানী লোৱা।
2. Cut the lemon into two halves (কাট দা লেমন ইন্টু টু হাভচ)– নেমুটোক দুটা খণ্ডত কাটা।
3. Squeeze one half of the lemon into the glass. (স্কুইজ ওৱান হাফ অৱ দা লেমন ইন্টু দা গ্লাচ)— গিলাচত আধা নেমুৰ ৰস চেপি ওলাই মিহলোৱা।
4. Add two spoonfuls of sugar. (এড টু স্পুনফুলচ্ অৱ চুগাৰ) – দুই চামুচ চেনি যোগ কৰা। 5. Add a pinch of salt. (এড এ পিঞ্চ অৱ চল্ট।) — এটিপা লৱণ যোগ কৰা।
5. Stir the mixture with the spoon. (ষ্টাৰ দা মিক্চচাৰ উইথ্ দা স্পুন) –চামুচ দি মিশ্রণটোক ঘোঁট মাৰা।
4. (a) Let’s read the groups of words. They are all action words: (লেট আচ ৰীড দা গ্রুপচ অব ওৱাৰ্ডচ। দে আৰ অল একচন ওৱাৰ্ডচ) শব্দবোৰ পঢ়ো আহা। এইবোৰ কাৰ্যমূলক শব্দ (ক্রিয়া পদ)।


4. (b) Now, listen to your teacher and show the actions: (নাও, লিচেন টু ইৱ’ৰ টিচাৰ এণ্ড চো দা একছনচ) – এতিয়া, তোমালোকৰ শিক্ষক/শিক্ষিকাৰ কথা শুনা আৰু কামবোৰ কৰা।
Ans. (i) Pour a glass of water. (প’ৰ এ গ্লাচ অৱ ওয়াটাৰ) — এ গিলাচ পানী ঢালি দিয়া।
(ii) Squeeze one half of a lemon. (স্কুইজ ওৱান হাফ অৱ এ লেমন) — এটা নেমুৰ আধাটো চেপি দিয়া।
(iii) Wash a dish. (ওৱাচ এ ডিচ) — এটা ডিচ ধোৱা।
(iv) Peela banana (পিল এ বেনানা) —এটা কলৰ বাকলি গুচোৱা।
(v) Cut a lemon into two halves. (কাট এ লেমন ইন্টু টু হাভচ)—এটা নেমুক দুটা খণ্ডত কাটা।
(vi) Open a window. (অ’পেন এ উইনড’)—এটা খিৰিকী খুলা।
5. Let’s read : (লেট আচ ৰীড)—পঢ়োঁ আহা।
A kitchen is a room where meals are cooked. Do you know the names of other rooms in a house. (এ কিচেন ইজ এ ৰুম হ’য়েৰ মিলচ্ আৰ কুক্ড। ডু ইউ ন’ দা নেমছ অৱ আদাৰ ৰুমচ ইন এ হাউজ) —পাকঘৰত খাদ্য প্রস্তুত কৰা হয়। ঘৰৰ বাহি কোঠালিবিলাকক কি কোৱা হয় তুমি জানানে ?
Ans. A dining room (এ ডাইনিং ৰুম)—এটা খোৱা ঘৰ।
→ A dining room is mainly used for eating meals (এ ডাইনিং ৰুম ইজ মেইনলি ইউজড ফৰ ইটিং মিলচ)—এটা খোৱা ঘৰ প্ৰধানত খাদ্য খোৱাৰ কাৰণে ব্যবহৃত হয়।
a bathroom (এ বাথ ৰুম) — এটা গা-ধোৱা ঘৰ।।
→ A bathroom is a room to have a bath. (এ বাথৰুম ইজ এ ৰুম টু হেভ এ বাথ) — এটা গা-ধোৱা ঘৰ প্রধানত গা-ধোৱাৰ কাৰণে ব্যবহৃত হয়।
a bedroom (এ বেড ৰুম)—এটা শয়ন কক্ষ।
→ A bedroom is a room to sleep in. (এ বেডৰুম ইজ এ ৰুম টু স্লিপ ইন) — এটা শয়ন কক্ষ প্রধানত শুবলৈ ব্যবহৃত হয়।
6. Read and match: (ৰীড এণ্ড মেচ) —পঢ়া আৰু মিলোৱা।
Ans. A bathroom a room mainly used for eating meals.
(এ বাথৰুম) (এ ৰুম মেইনলি ইউজড ফৰ ইটিং মিলচ)
-গা-ধোৱা ঘৰ। — এটা ঘৰ প্ৰধানত খাদ্য খোৱাৰ কাৰণে ব্যবহৃত হয়।
a kitchen a room to sleep in
(এ কিচ্ছেন) (এ ৰুম টু স্লিপ ইন)
– পাকঘৰ — টোপনি দিয়াৰ কাৰণে (শুবৰ কাৰণে) ব্যবহৃত হয়।
a dining room a room where meals are cooked.
(এ ডাইনিং ৰুম)। (এ ৰুম হ’ৱাৰ মিলচ আৰু কুকড)
– খোৱা ঘৰ — এটা ঘৰ য’ত খাদ্য প্রস্তুত কৰা হয়।
a bedroom a room to have a bath.
(এ বেড ৰুম) (এ ৰুম টু হেড এ বাথ)
– শয়ন কক্ষ। — গা-ধোৱাৰ কাৰণে ব্যবহৃত হয়।
7. Let’s read the names of a few things we use in the kitchen: (লেট আচ ৰীড দা নেমচ অৱ এ ফিউ থিংচ উই ইউজ ইন দা কিচ্চেন) — পাকঘৰত ব্যবহৃত কিছুমান বস্তুৰ নাম জানোঁ আহা।
Ans. 1. a spoon (এ স্পুন) — এটা চামুচ।
2. a kettle (এ কেটলি) — এটা কেটলি।
3. a knife (এ নাইফ) — এটা ছুৰি, কটাৰী।
4. a saucepan (এ চছপেন) — এ চছপেন।
5. a gas stove (এ গেচ ষ্টভ) — এটা গেছ চুলা।
6. a tea-strainer (এ টি স্ট্রেইনাৰ) — এটা চাহ ছেঁকনি।
7. a sieve (এ চিভ) — এটা চালনী।

8. a fork (এ ফৰ্ক) — এটা কাঁটা।
9. a teapot (এ টি পট) — এটা চাহ পাত্র (টিপট)।
10. a dish ( এ ডিচ) — এটা থালি (প্লেট)।
11. a bowl (এ বউল) — এটা বাটি, চৰিয়া।
12. a jar ( এ জাৰ ) — এটা জাৰ, টেকেলি।
13. a mug ( এ মাগ) — এটা মগ।
14. a frying pan (এ ফ্রাইং পেন) — এটা ভজাৰ পাত্র, ফ্লাইং পেন।
15. a cylinder ( এ চিলিণ্ডাৰ) — এটা চিলিণ্ডাৰ।
16. a keg (এ কেজ) — এটা সৰু পিপা।
17. a bucket (এ বাকেট) — এটা বাল্টি।
18. a jug (এ জাগ) — এটা জগ্।
19. a pressure cooker (এ প্ৰেছাৰ কুকাৰ) — এটা প্ৰেছাৰ কুকাৰ।
20. a water filter ( এ ওৱাটাৰ ফিল্টাৰ) — এটা পানী পৰিষ্কাৰক।
21. a cup (এ কাপ) — এটা পিয়লা।
22. a saucer (এ চচাৰ) — এটা পিৰিচ, চাহ খোৱা সৰু থাল।
23. a tray (এ ট্রে) — এটা ট্রে।
24. a glass (গ্লাচ) — এটা গিলাচ।
8. You can find at least seven names of things that are used in the kitchen in the grid. Circle them. One is done for you : (ইউ কেন ফাইণ্ড এট লিষ্ট চেভেন নেইমচ অফ থিংচ দেট আৰ ইউজড ইন দা কিচেন ইন দা গ্রিড। চাৰকেল দেম। ওৱান ইজ ডান ফৰ ইউ।) —আয়তাকাৰ ক্ষেত্ৰৰ পৰা পাকঘৰত ব্যবহৃত হোৱা সাত প্ৰকাৰ বস্তুৰ নাম বিচাৰি উলিওৱা। সেইবোৰত ঘূৰণীয়া চিন দিয়া। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে।
Ans.

1. SAUCER (চচাৰ) — পিৰিচ, ডিচ, চাহ খোৱা সৰু থাল।
2. MUG (মাগ) — মগ।
3. STOVE (ষ্টভ) — চুলা।
4. CUP (কাপ) — পিয়লা।
5. SAUCEPAN (চছপন) — চছপেন।
6. SPOON (স্পুন) — চামুচ।
7. SIEVE (চিভ) — চালনী।
9. Let’s sing and play : (লেট আচ চিংএণ্ড প্লে)—গান কৰোঁ আৰু খেলোঁ আহা।
Ans. Oranges and lemons, (অৰেঞ্জেচ এণ্ড লেমনচ) — কমলাটেঙাবোৰ আৰু নেমুবোৰ ।
Sold for a rupee. (চ’ল্ড এ ৰুপি) — এ টকাত বিক্রি হয়।
All the school girls (অল দা স্কুল গার্লচ) — বিদ্যালয়ৰ সকল ছোৱালীবোৰ।
Are so many (আৰ চা’ মেনি) — বহুতজন একেলগ হয়।
The grass is green, (দা গ্রাচ ইজ গ্ৰিন) — ঘাঁহৰ বৰণ সেউজীয়া।
And the rose is red. (এণ্ড দা ৰ’জ ইজ ৰেড) — আৰু গোলাপৰ বৰণ ৰঙা।
Remember me (ৰিমেম্বাৰ মি) — মোক মনত ৰাখা।
When you are sad. (হ’ৱেন ইউ আৰ চেড) – যেতিয়া তুমি বিষণ্ণ হোৱা।
Word notes (ওৱাৰ্ড ন’টচ) – শব্দার্থ :
Oranges (অৰেঞ্জেচ) — কমলাটেঙাবোৰ। lemons (লেমনচ) — নেমুবোৰ । sold (চোল্ড) — বিক্ৰী হয়। rupee (ৰুপি) — এ টকা। school (স্কুল) — বিদ্যালয়। girls (গার্লচ) — ছোৱালীবোৰ। many (মেনি) — বহুত। grass (গ্ৰাচ) — ঘাঁহ । green (গ্রিন) — সেউজীয়া। rose (ৰ’জ) — গোলাপ। red (ৰেড) — ৰঙা। remember (ৰিমেম্বাৰ) — মনত ৰখা। when (হ’ৱেন) — যেতিয়া । sad (চেড) — দুখী/বিষণ্ণ।
10. Talk to your friend and choose words and phrases from column A, B and C to make sentences: (টক টু ইৱ’ৰ ফ্ৰেণ্ড এ চ্যুজ ওৱাৰ্ডচ এণ্ড ফ্ৰেজেচ ফ্রম কলাম এ, বি এণ্ড চি টু মেক চেনটেনচেছ) — তোমালোকৰ বন্ধুবোৰৰ সৈতে কথা পাতা আৰু স্তম্ভ এ, বি আৰু চি-ৰ পৰা শব্দ আৰু শব্দগুচ্ছবোৰ লৈ বাক্য গঠন কৰা।
A | B | C |
Mothe | added squeezed | one half of the lemon into the glass. two spoonful’s of sugar and a pinch of salt to the glass. |
Now, write the sentences in the board below : (নাও ৰাইট দা চেনটেনচেছ ইন দা ব’ৰ্ড বিল’) — এতিয়া, তলৰ ব’ৰ্ডত বাক্যবোৰ লিখা।
Ans. Mother added two spoonful’s of sugar and a pinch of salt to the glass. (মাদাৰ এদেড টু স্পুনফুলচ অৱ চুগাৰ এণ্ড এ পিঞ্চ অৱ চল্ট টু দা গ্লাচ) — মাকে গিলাচত দুই চামুচ চেনি আৰু এ টিপা লৱণ মিহলালে।
Mother squeezed one half of the lemon into the glass. (মাদাৰ স্কুইজ্ড ওৱান হাফ অৱ দা লেমন ইন্টু দা গ্লাচ) — মাকে আধা নেমুৰ ৰস গিলাচত চেপি মিহলালে।
11. Choose the words/groups of words in the box to complete the sentences: (চুজ দা ওৱাৰ্ডচ/গ্রুপ অৱ ওৱাৰ্ডচ ইন দা বকচ টু কমপ্লিট দা চেনটেনচেছ) — বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ বাকচৰ পৰা সঠিক শব্দ/শব্দগুচ্ছবোৰ নিৰ্বাচন কৰা।
Oranges (অৰেঞ্জেচ) — কমলাটেঙাবোৰ।
bottle of salt (বটল অৱ চল্ট) — এক বট্ল লৱণ।
knife (নাইফ) — এটা ছুৰি, কটাৰী।
jar of sugar (জাৰ অৱ চুগাৰ) — এক জাৰ চেনি।
Ans. The oranges are in the basket. (দা অৰেঞ্জেচ আৰ ইন দা বাচকেট) — কমলাটেঙাবোৰ খৰাহীৰ ভিতৰত আছে।
The bottle of salt is on the table. (দা বটল অৱ চন্ট ইজ অন দা টেবল) — লৱণৰ বটলটো টেবুলৰ ওপৰত আছে।
The knife is just beside the glass. (দা নাইফ ইজ্ জাচ্ট্ বিচাইড দা গ্লাচ) — ছুৰিটো গিলাচটোৰ কাষত আছে।
The jar of sugar is in the cupboard. (দা জাৰ অৱ চুগাৰ ইজ ইন দা কাপব’ৰ্ড) – চেনিৰ জাৰটো আলমাৰিৰ ভিতৰত আছে।
12. Read the following sentences : (ৰীড দা ফল্ল’য়িং চেনটেনচেছ) – তলৰ বাক্যবোৰ পঢ়া।
Ans. Bubu is in the kitchen. (বুবু ইজ্ ইন দা কিচেন) — বুবু পাকঘৰত আছে।
He is trying to help his mother. (হি ইজ ট্ৰাইং টু হেল্প হিজ মাদাৰ) — সি তাৰ মাকক সহায় কৰিবলৈ চেষ্টা কৰি আছে।
She is making tea for them. (চি ইজ্ মেকিং টি ফৰ দেম) – তাই সিহঁতৰ বাবে চাহ বনাইছে।
They are planning to go to the market. (দে আৰু প্লেনিং টু গ’ টু দা মার্কেট) — সিহঁতে বজাৰত যোৱাৰ পৰিকল্পনা কৰি আছে।
It is a sunny day. (ইট ইজ এ চানি ডে)—এইটো এটা ৰ’দৰ বতৰৰ দিন।
They will take an umbrella with them. (দে উইল টেক এন আমব্রেলা উইথ দেম।) — সিহাতে সিহঁতৰ সৈতে এখন ছাতি ল’ব।
Word Notes (শব্দার্থ) : kitchen (কিচেন) — পাকঘৰ। trying (ট্রাইং) — চেষ্টা কৰি আছে। help (হেল্প) — সহায় কৰা। mother (মাদাৰ) — মা। making (মেকিং)—বনোৱা। tea (টি) — চাহ। them (দেন) — সিহঁতক, তেওঁলোকক। planning (প্লেনিং) —পৰিকল্পনা কৰি আছে। go (গ’) — যোৱা। market (মার্কেট) — বজাৰ। sunny day (চানি ডে) — ৰ’দৰ বতৰৰ দিন। take (টেক) — লোৱা। umbrella (আমব্রেলা) — ছাতি। with (উইথ) — সৈতে লগতে।
Underline the words – ‘he’, ‘she’, ‘his’, ‘they’, ‘it’. These are words used instead of Bubu, his mother and the day. Now, match the words under A with those under B. One is “done for you (আণ্ডাৰলাইন দা ওৱাৰ্ডচ — ‘হি’, ‘চি’, ‘হিজ’, ‘দে’, ‘ইট’। দিজ আৰু ওৱাৰ্ডচ ইউজড ইঞ্চটেড অৱ বুবু, হিজ মাদাৰ এণ্ড দা ডে। নাও, মেচ দা ওৱাৰ্ডচ আণ্ডাৰ ‘এ’ উইথ দ’জ আণ্ডাৰ ‘বি’। ওৱান ইজ ডান ফৰ ইউ) — ‘he’, ‘she’, ‘his’, ‘they’, ‘it’ শব্দবোৰৰ তলত আঁচ টনা। এই শব্দবোৰ বুবু, তাৰ মাতৃ আৰু দিনটোৰ পৰিবৰ্তে ব্যবহৃত হৈছে। এতিয়া A-অৰ লগত B-ৰ শব্দবোৰ মিলোৱা। এটা তোমাৰ বাবে কৰি দিয়া হৈছে —
Ans.
A (এ) | B (বি) |
he (হি)she (চি)his (হিজ)them (দেম)it (ইট) | Bubu (বুবু) — বুবুBubu’s mother (বুবুজ মাদাৰ) — বুবুৰ মাBubu’s (বুবুজ) — বুবুৰBubu and his mother (বুবু এন্ড হিজ মাদাৰ) — বুবু আৰু তাৰ মাA sunny day (এ চানি ডে) — এটা ৰ’দৰ বতৰৰ দিন। |
13. (a) Bonti is Bubu’s sister. She likes to eat the following things. Read the names of their shapes. Match the pictures with the names of their shapes. One is done for you: (বন্টি ইজ বুবুজ চিছটাৰ। চি লাইকচ টু ইট দা ফল্ল’য়িং থিংচ। ৰীড দা নেমচ অৱ দেয়াৰ চেপছ। মেচ দা পিকচার্চ উইথ দা নেমচ অৱ দেয়াৰ চেপছ। ওৱান ইজ ডান ফৰ ইউ) — বণ্টি হ’ল বুবুৰ ভনী। ভাই তলৰ খাদ্যবোৰ খাবলৈ ভাল পায়। সেইবোৰৰ আকাৰ/আকৃতিৰ নামবোৰ পঢ়া। ছবিবোৰক সেইবোৰৰ নামৰ আকাৰ আকৃতিৰ সৈতে মিলোৱা। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে।


13. (b) Identify the shapes in the house and write them : (আইডেনটিফাই দা চেপছ ইন দা হাউজ এণ্ড ৰাইট দেম।) — ঘৰৰ ভিতৰৰ ভিন ভিন অংশবোৰ চিনাক্ত কৰা আৰু লিখা।
Ans. The shape of the roof of the house is triangle.(দা চেপ্ অৱ দা ৰুফ অৱ দা হাউজ ইজ ট্রায়েংগেল) — ঘৰৰ ছালৰ আকৃতি ত্ৰিভুজাকাৰ।
The shape of the ventilator is oval. (দা চেপ্ অৱ দা ভেন্টিলেটাৰ ইজ্ অভাল) — ভেন্টিলেটাৰৰ (বতাহ অহা যোৱাৰ ব্যৱস্থা) আকৃতি ডিম্বাকৃতি ।
The shape of the two windows are square (দা চেপ্ অৱ দা টু উইনড’জ আৰ স্ক’ৱাৰ) — দুটা খিৰিকিৰ আকৃতি বর্গাকাৰ।
The shape of the door is rectangle. (দা চেপ অৱ দা ড’ৰ ইজ ৰেক্টেংগেল) — দুৱাৰৰ আকৃতি আয়তকাৰ।
14. Let’s read about a cylinder: (লেট আচ ৰীড এবাউট এ চিলিণ্ডাৰ) — এটা চিলিণ্ডাৰৰ বিষয়ে পঢ়ো আহা।
Ans. This is a cylinder. It is red. Do you know its shape? (দিচ ইজ্ এ চিলিণ্ডাৰ। ইট ইজ ৰেড। ডু ইউ ন’ ইটচ চেপ) — এইটো এটা চিলিণ্ডাৰ। এইটো ৰঙা। এইটোৰ আকৃতি কেনেকুৱা তুমি জানানে।
No, I don’t. Is it rectangular? (ন’, আই ডু নট। ইজ ইট ৰেকাটেংগুলাৰ) — নহয়, মই নাজানো। এইটো কি আয়তাকাৰ?
No. it’s not. It is cylindrical. (ন’, ইট ইজ নট। ইট ইজ চিলিন্ড্রিকেল) — এইটো নহয়। এইটো হ’ল চোঙাকৃতি, (চিলিণ্ডাৰ আকৃতিৰ)।