adplus-dvertising

Class 12 Economics MCQ Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন

Class 12 Economics MCQ Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.

Class 12 Economics MCQ Chapter 12 প্রকল্প-ক্ষেত্র অধ্যয়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

১। বিশ্বৰ কোনখন দেশত প্ৰথম GST বিধেয়ক বলবৎ হয়–

(ক) ফ্ৰান্স।

(খ) ইংলণ্ড।

(গ) আমেৰিকা।

(ঘ) জাপান।

উত্তৰঃ (ক) ফ্ৰান্স।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বৰ্তমান বিশ্বৰ কিমানখন দেশত GST প্ৰৱৰ্ত্তন হৈছে–

(ক) ১৬০ খন।

(খ) ১৭৫ খন।

(গ) ১৯০ খন।

(ঘ) ১৮০ খন।

উত্তৰঃ (খ) ১৭৫ খন।

৩। ভাৰতবৰ্ষত GST বিধেয়ক বলবৎ হয়–

(ক) ২০১৭ চনত।

(খ) ২০১৮ চনত।

(গ) ২০১৯ চনত।

(ঘ) ২০২০ চনত।

উত্তৰঃ (ক) ২০১৭ চনত।।

৪। GST কিমান প্ৰকাৰৰ–

(ক) ২ প্ৰকাৰৰ।

(খ) ৩ প্ৰকাৰৰ।

(গ) ৪ প্ৰকাৰৰ।

(ঘ) ৫ প্ৰকাৰৰ।

উত্তৰঃ (খ) ৩ প্ৰকাৰৰ।

৫। CGST কোনে আৰোপ কৰে–

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) ৰাজ্য চৰকাৰ।

(গ) উভয়ে।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰ।

৬। SGST কোনে আৰোপ কৰে–

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) ৰাজ্য চৰকাৰ।

(গ) উভয়ে।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ৰাজ্য চৰকাৰ।

৭। IGST কোনে সংগ্ৰহ কৰে–

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) ৰাজ্য চৰকাৰ।

(গ) পঞ্চায়ত।

(ঘ) মহকুমা।

উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰ।

৮। GST-ৰ সম্পূৰ্ণ ৰূপ কি–

(ক) Goods and Sales Tax.

(খ) Goods and Service Tax.

(গ) General Sales Tax.

(ঘ) Government Service Tax.

উত্তৰঃ (খ) Goods and Service Tax.

৯। ভাৰতত GST কেতিয়া আৰম্ভ হয়?

(ক) ১ জুন, ২০১৭।

(খ) ১ জুলাই, ২০১৭।

(গ) ১ আগষ্ট, ২০১৭।

(ঘ) ১ মে, ২০১৭।

উত্তৰঃ (খ) ১ জুলাই, ২০১৭।

১০। GST কোন ধৰণৰ কৰ–

(ক) প্রত্যক্ষ কৰ।

(খ) পৰোক্ষ কৰ।

(গ) সম্পত্তি কৰ।

(ঘ) আয় কৰ।

উত্তৰঃ (খ) পৰোক্ষ কৰ।

১১। GST প্ৰৱৰ্ত্তনৰ উদ্দেশ্য কি–

(ক) একে মাত্ৰ কৰ ব্যৱস্থা।

(খ) বহুত কৰ প্ৰণালী।

(গ) আয় বৃদ্ধি।

(ঘ) মুদ্ৰা মুল্য হ্ৰাস।

উত্তৰঃ (ক) একে মাত্ৰ কৰ ব্যৱস্থা।

১২। GST প্ৰৱৰ্ত্তনৰ ফলত কোনটো হ্ৰাস পায়–

(ক) দ্বৈত কৰ।

(খ) উৎপাদন।

(গ) GDP।

(ঘ) ৰপ্তানি।

উত্তৰঃ (ক) দ্বৈত কৰ।

১৩। GST Council-ৰ সভাপতি–

(ক) ভাৰতৰ ৰাষ্ট্ৰপতি।

(খ) প্ৰধানমন্ত্ৰী।

(গ) অৰ্থমন্ত্ৰী।

(ঘ) লোকসভাৰ স্পীকাৰ।

উত্তৰঃ (গ) অৰ্থমন্ত্ৰী।

১৪। আন্তঃৰাজ্য বাণিজ্যৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য–

(ক) CGST.

(খ) SGST.

(গ) IGST.

(ঘ) Local Tax.

উত্তৰঃ (গ) IGST.

১৫। একেটা ৰাজ্যৰ ভিতৰত বাণিজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য–

(ক) IGST.

(খ) CGST আৰু SGST দুয়োটা।

(গ) Local Tax.

(ঘ) Service Tax.

উত্তৰঃ (খ) CGST আৰু SGST দুয়োটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top