Class 11 Advance Assamese Important Chapter 5 পছোৱাৰ ডাক

Class 11 Advance Assamese Important Chapter 5 পছোৱাৰ ডাক Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Chapter 5 পছোৱাৰ ডাক Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 5 পছোৱাৰ ডাক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 5

গোট – ১: নিৰ্বাচিত কবিতাসমূহ
IMPORTANT QUESTION AND ANSWER

১। কবিতাটোৰ আৰম্ভণিত কোনে ডাক দিছে?

উত্তৰঃ কবিতাটোৰ আৰম্ভণিত পছোৱাই ডাক দিছে।

২। পছোৱাই কি কৰি ডাক দিছে?

উত্তৰঃ পছোৱাই ৰক্তপত্র দল উৰুৱাই ডাক দিছে।

৩। কাক প্ৰমত্ত আৰু দুর্বাৰ বুলি উল্লেখ কৰা হৈছে?

উত্তৰঃ পছোৱাক প্ৰমত্ত আৰু দুর্বাৰ বুলি উল্লেখ কৰা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। যৌৱন কিদৰে জাগে বুলি কবিয়ে কৈছে?

উত্তৰঃ যৌৱন উগ্র ৰক্তৰাগত জাগে বুলি কবিয়ে কৈছে।

৫। কিহে জগত জীপাল কৰে?

উত্তৰঃ যৌৱনৰ উগ্ৰ ৰক্তৰাগে জগত জীপাল কৰে।

৬। নতুন যুগৰ সৃষ্টি কাৰ দ্বাৰা হয়?

উত্তৰঃ নতুন যুগৰ সৃষ্টি নতুন জ্যুপিটাৰৰ দ্বাৰা হয়।

৭। নতুন জ্যুপিটাৰ কাক সঙ্গী কৰি আহে?

উত্তৰঃ নতুন জ্যুপিটাৰ বজ্রনখী হিংস্র ঈগলৰ দলক সংগী কৰি আহে।

৮। তমোৰাশি কিয় বহিষ্কাৰ কৰিব লাগে?

উত্তৰঃ অন্ধকাৰ দূৰ কৰি প্ৰগতিৰ পথ মুকলি কৰাৰ বাবে তমোৰাশি বহিষ্কাৰ কৰিব লাগে।

৯। কবিয়ে ক’ত মুক্ত পক্ষ ফালি ফুৰিবলৈ কৈছে?

উত্তৰঃ কবিয়ে ব্যোম পাৰাপাৰত মুক্ত পক্ষ ফালি ফুৰিবলৈ কৈছে।

১০। ‘ৰক্তপত্র’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘ৰক্তপত্র’ শব্দৰ অৰ্থ হ’ল- ৰঙা পাত।

১১। কবিয়ে কাক মৃত্যুঞ্জয় হ’বলৈ আহ্বান জনাইছে?

উত্তৰঃ কবিয়ে তীক্ষ্ণ কালকূট কণ্ঠ পূৰ্ণ কৰা নবযুৱকক মৃত্যুঞ্জয় হ’বলৈ আহ্বান জনাইছে।

১২। চৌধুৰীয়ে জীৱনৰ ব্ৰত হিচাপে কি বাচি লৈছিল?

উত্তৰঃ চৌধুৰীয়ে জীৱনৰ ব্ৰত হিচাপে শিক্ষকতা বাচি লৈছিল।

১৩। প্ৰসন্নলাল চৌধুৰীৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীৰ দুখন কাব্যপুথিৰ নাম হ’ল- ‘অগ্নিমন্ত্র’ আৰু ‘চানেকি’।

১৪। কবিয়ে ক’ত মৃত্যুৰ সম্ভাৱনা আছে বুলি কৈছে?

উত্তৰঃ কবিয়ে মুহূৰ্ততে মৃত্যুৰ সম্ভাৱনা আছে বুলি কৈছে।

১৫। “ভীষণ কাৰাগাৰ” বুলি কাক কোৱা হৈছে?

উত্তৰঃ শৃংখলা আৰু শাসনক “ভীষণ কাৰাগাৰ” বুলি কোৱা হৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top