Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ

Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ

SEBA Class 10 General Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্বন আৰু ইয়াৰ যৌগ

Chapter – 4

ৰসায়ন বিজ্ঞান

Multiple Choice Questions & Answers

1. কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়– 

(a) প্রতিস্থাপন।

(b) এষ্টাৰিভৱন।

(c) কেটিনেচন।

(d) চেপনিফিকেচন।

উত্তৰঃ (c) কেটিনেচন।

2. তলৰ কোনটো ইথেনৰ আণৱিক সংকেত–

(a) CH₄

(b) C₂H₆

(c) C₃H₈

(d) C₄H₁₀

উত্তৰঃ (b) C₂H₆

3. বিউটেন (C₄H₁₀) ৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2 

(b) 3

(d) 1

(c) 0

উত্তৰঃ (a) 2

4. তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ–

(a) চাইক্ল’হেক্সেন।

(b) চাইক্ল’বিউটেন।

(c) চাইক্লপেন্টেন।

(d) বেনজিন।

উত্তৰঃ (d) বেনজিন।

5. পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2 

(b) 3

(c) 5

(d) 7

উত্তৰঃ (b) 3

6. এডাল হাইড্ৰ’কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্রতিস্থাপিত হোৱা অনাকার্বন মৌলটোক বোলা হয়–

(a) বিষম পৰমাণু।

(b) সমগণ।

(c) কাৰ্যকৰী মূলক।

(d) সমযোজী।

উত্তৰঃ (a) বিষম পৰমাণু।

7. সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্রমে –

(a) বৃদ্ধি পায়।

(b) হ্রাস পায়।

(c) একে থাকে।

(d) এটাও নহয়।

উত্তৰঃ (a) বৃদ্ধি পায়।

8. এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল– 

(a) 12u

(b) 1u 

(c) 14u 

(d) 2u

উত্তৰঃ (c)14u

9. পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে? 

(a) নীলা।

(b) হালধীয়া।

(c) ধোঁৱাযুক্ত।

(d) ৰঙা।

উত্তৰঃ (a) নীলা।

10. ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰি এলকহ’ল কার্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ—

(a) প্রতিস্থাপন।

(b) যোগাত্মক।

(c) জাৰণ।

(d) বিজাৰণ।

উত্তৰঃ (c) জাৰণ।

11. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? 

(a) এষ্টাৰিভৱন।

(b) চেপনিফিকেচন।

(c) প্রতিস্থাপন।

(d) হাইড্ৰ’জেনেচন।

উত্তৰঃ (d) হাইড্ৰ’জেনেচন।

12. ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল-

(a) CO₂ 

(b) H₂

(c) O₂ 

(d) C1₂

উত্তৰঃ (b) H₂

13. ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথিন প্রস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যবহৃত হয়-

(a) লঘু HCl 

(b) গাঢ় HCl 

(c) গাঢ় H₂SO₄ 

(d) লঘু H₂SO₄ 

উত্তৰঃ (c) গাঢ় H₂SO₄ 

14. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এচিড বোলা হয়? 

(a) C₂H₅OH

(b) CH₅COOH

(c) CH₃COOC₂H₅

(d) CH₃COONa

উত্তৰঃ (b) CH₅COOH

15. কার্বক্সিলিক এচিড আৰু এলক ‘হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল

(a) ছ’ডিয়াম ইথ’ক্সাইড।

(b) ছ’ডিয়াম ই থান’য়েট।

(c) এষ্টাৰ।

(d) ছডিয়াম কার্বনেট।

উত্তৰঃ (c) এষ্টাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 10 Science MCQ Chapter 4 কাৰ্বন আৰু ইয়াৰ যৌগ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top