Class 10 Science MCQ Chapter 3 ধাতু আৰু অধাতু

Class 10 Science MCQ Chapter 3 ধাতু আৰু অধাতু, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 3 ধাতু আৰু অধাতু Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 3 ধাতু আৰু অধাতু

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 3 ধাতু আৰু অধাতু Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 3 ধাতু আৰু অধাতু provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ধাতু আৰু অধাতু

Chapter – 3

ৰসায়ন বিজ্ঞান

Multiple Choice Questions & Answers

1. আটাইতকৈ নমনীয় ধাতুটো –

(a) সোণ।

(b) ৰূপ।

(c) তাম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) এলুমিনিয়াম।

উত্তৰঃ (a) সোণ।

2. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু –

(a) সোণ।

(b) ৰূপ।

(c) এলুমিনিয়াম।

(d) সীহ।

উত্তৰঃ (b) ৰূপ।

3. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো– 

(a) গেলিয়াম।

(b) চিজিয়াম।

(c) সীহ।

(d) পাৰা।

উত্তৰঃ (d) পাৰা।

4. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো– 

(a) আয়’ডিন।

(b) ক্ল’ৰিণ।

(c) ব্ৰ’মিন।

(d) ছালফাৰ।

উত্তৰঃ (c) ব্ৰ’মিন।

5. দ্যুতি থকা অধাতুটো –

(a) কার্বন।

(b) ছালফাৰ।

(c) ফ’ছফৰাছ।

(d) আয়’ডিন।

উত্তৰঃ (d) আয়’ডিন।

6. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি– 

(a) মেগনেছিয়াম।

(b) ছ’ডিয়াম।

(c) সীহ।

(d) গেলিয়াম।

উত্তৰঃ (b) ছ’ডিয়াম।

7. তলৰ কোনটো এটা উভধর্মী অক্সাইড –

(a) Na₂O 

(b) K₂O

(c) CuO

(d) Al₂O₃

উত্তৰঃ (d) Al₂O₃

8. তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্রবণীয় –

(a) Na₂O

(b) Fe₂O₃

(c) CuO

(d) PbO

উত্তৰঃ (a) Na₂O

9. Cu, Al, Na, F – এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে হ’ব –

(a) Cu > Na > Fe > AI

(b) Na > AI > Cu > Fe

(c) Na > AI > Fe > Cu

(d) Al > Na > Fe > Cu

উত্তৰঃ (c) Na > AI > Fe > Cu

10. তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্ৰিয়া কৰে?

(a) Na

(b) Fe

(c) Cu

(d) Ag

উত্তৰঃ (a) Na

11. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? 

(a) Cu 

(b) Fe 

(c) Ag 

(d) Al

উত্তৰঃ (c) Ag

12. তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে?

(a) Al 

(b) Fe 

(c) Na

(d) Ca

উত্তৰঃ (c) Na

13. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? 

(a) K 

(b) Mg 

(c) Al 

(d) Ca

উত্তৰঃ (b) Mg 

14. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে? 

(a) Mg 

(b) Cu 

(c) Fe 

(d) Ca

উত্তৰঃ  (c) Fe

15. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? 

(a) Cu 

(b) Fe 

(c) Al 

(d) Mg

উত্তৰঃ  (a) Cu

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top