Class 10 Elective History Additional Chapter 5 ৰাষ্ট্ৰীসংঘ Solutions, SEBA Class 10 Elective History Additional and Short Type Question Answer, Class 10 Elective History Additional Chapter 5 ৰাষ্ট্ৰীসংঘ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective History Additional Chapter 5 ৰাষ্ট্ৰীসংঘ Notes and select needs one.
Class 10 Elective History Additional Chapter 5 ৰাষ্ট্ৰীসংঘ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective History Important Notes for All Subject, You can practice these here.
ৰাষ্ট্ৰীসংঘ
Chapter – 5
ELECTIVE HISTORY
ADDITIONAL QUESTION ANSWER
১। কিমান চনৰ আগষ্ট-অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটন চহৰত এখন শীর্ষ সন্মিলনত মিলিত হৈছিল?
উত্তৰঃ ১৯৪৪
২। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য পূৰ্বতে কিমানখন ৰাষ্ট্ৰ বুলি নিৰ্ধাৰণ কৰা হৈছিল?
উত্তৰঃ ১১ খন।
৩। ৰাষ্ট্ৰীসংঘৰ এটা উদ্দেশ্য লিখা?
উত্তৰঃ ভৱিষ্যত প্ৰজন্মক যুদ্ধৰ ধ্বংসলীলাৰপৰা ৰক্ষা কৰা।
৪। জাতিসংঘৰ পৰিষদৰ প্ৰথম সভা কেতিয়া গঠন কৰা হয়?
উত্তৰঃ ১৯২০ চনত।
৫। ৰাষ্ট্ৰীসংঘৰ প্ৰধান ভাষা কেইটা?
উত্তৰঃ ৬ টা।
৬। ৰাষ্ট্ৰীসংঘৰ প্ৰধান ভাষা কি কি?
উত্তৰঃ ইংৰাজী, ফৰাচী, ৰুচ, স্পেনিচ, চীনা আৰু আৰৱী।
৭। ৰাষ্ট্ৰীসংঘৰ মূল কাৰ্যালয় ক’ত আছে?
উত্তৰঃ আমেৰিকাৰ নিউইয়ৰ্ক চহৰত।
৮। কিমান চনত খাদ্য আৰু কৃষি সংস্থা নামৰ সংস্থাটো স্থাপন কৰা হয়?
উত্তৰঃ ১৯৪৫ চনত।
৯। ‘খাদ্য আৰু কৃষি সংস্থা’ৰ প্ৰধান কাম এটা লিখা?
উত্তৰঃ খেতি-বাতি।
১০। কিমান চনৰ জুন মাহত লণ্ডন মহানগৰীত হোৱা সভাৰ ঘোষণাক লণ্ডন ঘোষণা বোলে?
উত্তৰঃ ১৯৪১ চনৰ।
১১। আটলাণ্টিক চনদৰ স্বাক্ষৰ কৰা ব্যক্তি দুগৰাকী কোন কোন আছিল?
উত্তৰঃ আমেৰিকা ৰাষ্ট্ৰপতি ফ্ৰেংকলিন আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলষ্টন চাৰ্চিল।
১২। কেতিয়া আমেৰিকা ৰাষ্ট্ৰপতি ফ্ৰেংকলিন আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলষ্টন চাৰ্চিলে আটলাণ্টিক চনদত প্ৰথম স্বাক্ষৰ দান কৰে?
উত্তৰঃ ১৯৪১ চনৰ ১৪ আগষ্ট।
১৩। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস কোন চনৰ কি তাৰিখে উদযাপন কৰা হয়?
উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে।
১৪। নিৰাপত্তা পৰিষদ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?
উত্তৰঃ ৫ খন।
১৫। জেনেভা চহৰত কোনটো সংস্থা অৱস্থিত?

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

