Class 10 Elective History Additional Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Class 10 Elective History Additional Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Solutions, SEBA Class 10 Elective History Additional and Short Type Question Answer, Class 10 Elective History Additional Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective History Additional Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Notes and select needs one.

Class 10 Elective History Additional Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective History Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective History Important Notes for All Subject, You can practice these here.

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Chapter – 6

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER

১। আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ নেলছন মেণ্ডেলা।

২। স্বাধীনতা লাভ কৰা এচিয়াৰ প্ৰথম দেশখনৰ নাম লিখা?

উত্তৰঃ ফিলিপাইন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। আফ্ৰিকা মহাদেশক কি বোলা হয়?

উত্তৰঃ অন্ধকাৰ মহাদেশ।

৪। ২৭ বছৰ কোনে জেইলত কটাইছিল?

উত্তৰঃ নেলছন মেণ্ডেলা।

৫। পিকিডৰ বৰ্তমান নাম কি?

উত্তৰঃ বেইজিং।

৬। ১৯৭১ চনত কোন দেশে স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ বাংলাদেশে।

৭। দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰৰ আমানৱীয় নীতিৰ প্ৰতিবাদস্বৰূপে কিমান চনত আফ্ৰিকান নেশ্বনেল  কংগ্ৰেছৰ জন্ম হয়?

উত্তৰঃ ১৯১০ চনত।

৮। পেলেষ্টাইনত ইহুদীসকলৰ বাসস্থানৰ দাবী জিয়ানিষ্ট আন্দোলন কাৰ নেতৃত্বত আৰম্ভ হয়?

উত্তৰঃ থিয়ড’ৰ হাৰ্জেল।

৯। কিমান চনত পেলেষ্টাইনৰ মুক্তিৰ বাবে পেলেষ্টাইন মুক্তি সংঘ অনুষ্ঠান গঢ়ি তুলিছিল?

উত্তৰঃ ১৯৬৪ চনত।

১০। ১৯৯৯ চনত ৰাষ্ট্ৰসংঘই চোমালিক বুলি কাক অভিহিত কৰে?

উত্তৰঃ অৰাজকতাৰ অন্ধকূপ।

১১। জাৰ্মানীয়ে নামিবিয়াক অধিকাৰ কৰি কি নামেৰে নামকৰণ কৰে?

উত্তৰঃ দক্ষিণ-পশ্চিম আফ্ৰিকা।

১২। বেলজিয়াম কংগোৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ পেট্ৰিছ লুমুম্বাই।

১৩। নাইজেৰিয়াত স্বাধীনতা সংগ্ৰামৰ গুৰি কোনে ধৰে?

উত্তৰঃ ডাঃ আজিকিৱে।

১৪। কিমান চনত ইংৰাজসকলে নাইজেৰিয়াৰ লাগচ বন্দৰটো দখল কৰে?

উত্তৰঃ ১৮৬১ চনত।

১৫। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠিত কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮৫ চনত।

১৬। কংগোৰ বৰ্তমান নাম কি?

উত্তৰঃ জাইয়েৰী।

১৭। ১৯১২ চনত কাৰ জন্ম হৈছিল?

উত্তৰঃ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ।

১৮। কিমান চনত ইজিপ্তৰ ৰাজধানী কাইৰোত আৰৱ সংঘ অনুষ্ঠান গঠিত হয়?

উত্তৰঃ ১৯৪৫ চনত।

১৯। বাংলাদেশত ‘ভাষা দিৱস’ কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২১ ফেব্ৰুৱাৰী।

২০। শ্ৰীলংকা কেতিয়া এখন স্বাধীন ৰাষ্ট্ৰীত পৰিণত হয়?

উত্তৰঃ ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী।

২১। দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণ কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top