Class 10 Elective History Additional Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান

resppost2025

Class 10 Elective History Additional Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Solutions, SEBA Class 10 Elective History Additional and Short Type Question Answer, Class 10 Elective History Additional Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective History Additional Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Notes and select needs one.

Class 10 Elective History Additional Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective History Important Notes for All Subject, You can practice these here.

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান

Chapter – 3

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER

resppost2025

১। “The Fascisti Exposed” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ গীয়াকামো মেট্ৰিওটিকে।

২। “The Main Sample” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

sqare

উত্তৰঃ এড্’লাফ হিটলাৰ।

৩। যুদ্ধত সহসিকতাৰ বাবে লৌহ ক্ৰচ কোনে লাভ কৰিছিল?

উত্তৰঃ হিটলাৰ।

৪। ১৯৩৫ চনত ইটালীয়ে আক্ৰমণ কৰা আফ্ৰিকা মহাদেশৰ স্বাধীন ৰাষ্ট্ৰখনৰ নাম কি?

sqare

উত্তৰঃ ইথিওপিয়া।

৫। লাল ফৌজ কোনে গঠন কৰিছিল?

উত্তৰঃ লিও ট্ৰেটস্কী।

sidebar2026

৬। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ এড্’ৱাৰ্ড ডালডিয়েৰ।

2026

৭। কিমান চনত মোচুলিনিয়ে কিছুসংখ্যক অনুগামীক লৈ মিলানত এটা ফেছিও বা ক্লাব গঠন কৰে?

উত্তৰঃ ১৯১৯ চনত।

৮। কিমান চনত হিটলাৰে সুডেটেনলেণ্ডৰ বিষয়টো লৈ ছেক’শ্বাভাকীয়া আক্ৰমণ কৰাৰ ভাবুকি দিয়ে?

উত্তৰঃ ১৯৩৮ চনত।

৯। কিমান চনত হিটলাৰৰ নিৰ্দেশ মতে জাৰ্মান সৈন্যক অষ্ট্ৰিয়া আক্ৰমণ কৰে?

sidebar2026

উত্তৰঃ ১৯৩৮ চনত।

১০। ফেছিবাদৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰঃ বেনিট’মুছোলিনি।

১১। ১৯১৭ চনত কাৰ জন্ম হৈছিল?

উত্তৰঃ সাম্যবাদী ছোভিয়েট ৰাচিয়াৰ জন্ম হৈছিল।

১২। কেতিয়াৰ পৰা দেশত নতুন অৰ্থনৈতিক নীতিৰ প্ৰচলন কৰে?

উত্তৰঃ ১৯২১ চনৰ।

১৩। কেতিয়াৰ পৰা দেশত পৰিকল্পিত অৰ্থনীতিৰ কাল আৰম্ভ হয়?

উত্তৰঃ ১৯২৮ 

১৪। ইটালীৰ ফেছিবাদৰ প্ৰতিষ্ঠাপক  কোন আছিল?

উত্তৰঃ বেণিটো মুছোলিনি।

১৫। হিটলাৰৰ পোলেণ্ড আক্ৰমণ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ।

১৬। মিউনিক চুক্তি কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৮ চনৰ ১ অক্টোবৰ।

2026

১৭। ১৯২৪ চনৰ জানুৱাৰী মাহত কাৰ মৃত্যু হৈছিল?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top