Class 10 Elective History Additional Chapter 2 প্ৰথম বিশ্বযুদ্ধ

Class 10 Elective History Additional Chapter 2 প্ৰথম বিশ্বযুদ্ধ Solutions, SEBA Class 10 Elective History Additional and Short Type Question Answer, Class 10 Elective History Additional Chapter 2 প্ৰথম বিশ্বযুদ্ধ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective History Additional Chapter 2 প্ৰথম বিশ্বযুদ্ধ Notes and select needs one.

Class 10 Elective History Additional Chapter 2 প্ৰথম বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective History Important Notes for All Subject, You can practice these here.

প্ৰথম বিশ্বযুদ্ধ

Chapter – 2

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER

১। কিমান চনৰ ভিতৰত উপনিৱেশৰ মাধ্যমত ইউৰোপৰ সম্প্ৰসাৰণে শীৰ্ষ বিন্দু পাইছিল?

উত্তৰঃ ১৮৭০-১৯১৪

২। ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰসমূহ কি কি?

উত্তৰঃ অষ্ট্ৰিয়া, জাৰ্মানী আৰু ইটালী।

৩। কোনে ছেৰাজাভোৰ অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্ৰেন্’ছিচ ফাৰ্দিনান্দক হত্যা কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ গাভৰাইলো প্ৰিঞ্চেপ।

৪। জাৰ্মানীয়ে ফ্ৰান্সক পৰাজিত কৰি কোন দুখন ঠাই লাভ কৰিছিল?

উত্তৰঃ আলচেচ্ আৰু লৰেইন।

৫। ইটালীত গঢ়ি উঠা আন্দোলনটোৰ নাম কি?

উত্তৰঃ ইটালীয়া ইৰিডেন্টা।

৬। স্লাভসকলৰ ডাঙৰ দেশ কোনটো?

উত্তৰঃ চৰ্বিয়া।

৭। ইউৰোপ মহাদেশৰ প্ৰখ্যাত দেশসমূহ কি কি?

উত্তৰঃ ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ৰাচিয়া, অষ্ট্ৰিয়া, হাংগেৰি আৰু ইটালী।

৮। কিমান চনৰ কিমান তাৰিখে ভাৰ্চাই সন্ধিখন স্বক্ষৰিত হয়?

উত্তৰঃ ১৯১৯ চনৰ ২৮ জুন তাৰিখে।

৯। বিশ্বযুদ্ধৰ ফলত নতুনকৈ জন্ম লাভ কৰা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ চেকোশ্লোভিয়া আৰু যুগোশ্লোভিয়া।

১০। বুখাৰেষ্টৰ সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৩ চনত।

১১। ১৯০৭ চনত ইউৰোপখন কোন দুটা শিবিৰত ভাগ লৈছিল?

উত্তৰঃ জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী।

১২। ত্ৰিপাক্ষিক মিত্ৰতাত কেইটা শক্তি আছিল?

উত্তৰঃ তিনিটা।

১৩। মিত্ৰতা বন্ধনৰ ক্ষেত্ৰত কোনে প্ৰথম উদ্যোগ লৈছিল?

উত্তৰঃ জাৰ্মান ৰাষ্ট্ৰৰ স্ৰষ্টা অট’ভন বিচমাৰ্কে।

১৪। ইউৰোপৰ প্ৰথম সামৰিক চুক্তি কি আছিল?

উত্তৰঃ ত্ৰিপাক্ষিক মিত্ৰতা।

১৫। বিশ্ব ৰাজনীতিৰ প্ৰধান পৃষ্ঠপোষক জাৰ্মান ৰজাজনৰ নাম কি?

উত্তৰঃ দ্বিতীয় উইলিয়াম।

১৬। জাৰ্মানীৰ চেঞ্চেলাৰ কোন আছিল?

উত্তৰঃ অট’ভন বিচমাৰ্ক।

১৭। জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯২০ চনত।

১৮। দ্বিতীয় উইলিয়াম কিমান চনৰ জাৰ্মানীৰ সম্ৰাট আছিল?

উত্তৰঃ ১৯১৭ চনৰ।

১৯। প্ৰথম বিশ্বযুদ্ধৰ পাছত জাৰ্মান ৰজা দ্বিতীয় উইলিয়ামে ক’ত আশ্ৰয় গ্ৰহণ কৰিছিল?

উত্তৰঃ হলেণ্ডত।

২০। পেৰিচ শান্তি সন্মিলনৰ সভাপতি কোন আছিল?

উত্তৰঃ জৰ্জ ক্লিমেঞ্চো।

২১। কোন চনত পেৰিচ শান্তি সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

২২। কিমান তাৰিখে পেৰিচ শান্তি সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৮ জানুৱাৰীত।

২৩। মাৰ্চাল ফাৰ্ডিনেল ফ’ক কোন আছিল?

উত্তৰঃ ফ্ৰান্সৰ এজন সেনাপতি আছিল।

২৪। জিৰ্মানীয়ে কেতিয়া অস্ত্ৰ বিৰতিৰ চুক্তিত চহী কৰিছিল?

উত্তৰঃ ১৯১৮ চনত।

২৫। কিমান তাৰিখে জিৰ্মানীয়ে অস্ত্ৰ বিৰতিৰ চুক্তিত চহী কৰিছিল?

উত্তৰঃ ১১ নৱেম্বৰত।

২৬। অষ্ট্ৰিয়াৰ সৈতে কোনখন ঠাইত মিত্ৰপক্ষই সন্ধি কৰিছিল?

উত্তৰঃ হাংগেৰি, চেকোশ্লোভিয়া, যুগোশ্লোভিয়া আৰু পোলেণ্ড।

২৭। ত্ৰিনায়ণ সন্ধি কাৰ লগত কৰা হৈছিল?

উত্তৰঃ হাংগেৰিৰ সৈতে কৰা হৈছিল।

২৮। ১৮৭০-১৯১৪ ৰ কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানত খৰচৰ শতাংশ হিচাপ কিমান?

উত্তৰঃ ৩৩৫ শতাংশ।

২৯। প্ৰথম বিশ্বযুদ্ধত কিমান জন সৈনিক মৃত্যুমুখত পৰিছিল?

উত্তৰঃ ১৩ নিযুত।

৩০। ভাৰ্চাই শান্তি চুক্তি কিমানটা চৰ্ত আছিল?

উত্তৰঃ ৪৪০ টা।

৩১। অষ্ট্ৰো-প্ৰুচিয়াৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬৬ চনত।

৩২। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৮৯ চনত।

৩৩। গ্ৰীচৰ স্বাধীনতা কোন চনত প্ৰাপ্তি হৈছিল?

উত্তৰঃ ১৮২৯ চনত।

৩৪। ভাৰ্চাই শান্তি আলোচনাত কিমান জন প্ৰতিনিধি সমবেত হৈছিল?

উত্তৰঃ ৭০ জন।

৩৫। ৰুচ-তিৰস্কাৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ  ১৮৭৭-৭৮ চনত।

৩৬। প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোনে টেংক ব্যৱহাৰ কৰিছিল?

উত্তৰঃ জাৰ্মানীয়ে।

৩৭। জাৰ্মানীয়ে লুইছিটানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কিমান জন মানুহৰ প্ৰাণ হানি হৈছিল?

উত্তৰঃ ১২০০ জন।

৩৮। ছেৰাজাভোৰ ঘটনা কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৪ চনত।

৩৯। ক্ৰিমিয়াৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৮৫৪-৫৬ চনত।

৪০। ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত পোলেণ্ডে কি লাভ কৰিছিল?

উত্তৰঃ পোজেন, পশ্চিম প্ৰুচিয়া, গেলিচিয়া।

৪১। ১৪- দফীয়া পৰামৰ্শাৱলীৰ ৰচক কোন আছিল?

উত্তৰঃ আমেৰিকা ৰাষ্ট্ৰপতি উদ্ৰু উইলছন।

৪২। ভাৰ্চাই শান্তি আলোচনাত কোনে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী লয়েড জৰ্জ।

৪৩। ভাৰ্চাই শান্তি আলোচনাত কোনে ইটালীক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী অৰলাণ্ডোৰে।

৪৪। ভাৰ্চাই শান্তি আলোচনাত কোনে ফ্ৰান্সক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী ক্লিমেন্সোৱে।

৪৫। ভাৰ্চাই শান্তি আলোচনাত কোনে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰঃ  উদ্ৰু উইলছন।

৪৬। জাৰ্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণ পৰিমাণ কিমান আছিল?

উত্তৰঃ ৬,৬০০ মিলিয়ন পাউণ্ড স্টাৰ্লিং।

৪৭। ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে কি লাভ কৰিছিল?

উত্তৰঃ টাইৰোল।

৪৮। ১৮৭০-১৯১৪ ৰ কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল?

উত্তৰঃ ১৮০ শতাংশ।

৪৯। ১৮৭০-১৯১৪ ৰ কালছোৱাত ৰাছিয়াৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল?

উত্তৰঃ ২১৪ শতাংশ।

৫০। ১৮৭০-১৯১৪ ৰ কালছোৱাত ইটালীৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল?

উত্তৰঃ ১৮৫ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top