Class 10 Elective History Additional Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Class 10 Elective History Additional Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Solutions, SEBA Class 10 Elective History Additional and Short Type Question Answer, Class 10 Elective History Additional Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective History Important Solutions and select needs one.

Class 10 Elective History Additional Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective History Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective History Important Notes for All Subject, You can practice these here.

গোষ্ঠী নিৰপেক্ষ আন্দোলন

Chapter – 7

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER

১। বলছেভিক বিপ্লৱ কত সংঘটিত হৈছিল?

উত্তৰঃ ৰুচ দেশত।

২। ‘NATO’ -ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ North Atlantic Treaty Organisation.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। পুঁজিবাদী শাসন ব্যৱস্থাৰ প্ৰধান সমৰ্থক কোন?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।

৪। ট্ৰুমেন আঁচনি কেতিয়া প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৯৪৭ চনৰ মার্চ মাহত।

৫। পুঁজিবাদী আৰু সমাজবাদৰ সংঘাত কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

৬। ১৯২৪ চনত কোনে জাতিসংঘৰ সদস্যপদ লাভ কৰিছিল?

উত্তৰঃ ছোভিয়েট ৰাচিয়া।

৭। ছোভিয়েট ৰাচিয়াই কেতিয়া জাৰ্মানীৰ সৈতে অনাক্ৰমণ চুক্তি সম্পাদন কৰিছিল?

উত্তৰঃ ১৯৩৯ চনত।

৮। ছোভিয়েট ৰাচিয়াই কিয় জাৰ্মানীৰ সৈতে অনাক্ৰমণ চুক্তি সম্পাদন কৰিছিল?

উত্তৰঃ ছোভিয়েট ৰাচিয়াই নিজকে ৰক্ষা কৰিবলৈ জাৰ্মান শক্তিৰ সৈতে অনাক্ৰমণ চুক্তি সম্পাদন কৰিছিল।

৯। কেতিয়াৰ পৰা মিখাইল গৰ্বাচভে শীতল যুদ্ধ সমাপ্ত হোৱা বুলি ঘোষণা কৰে?

উত্তৰঃ ১৯৯০ চনৰ এক জানুৱাৰীৰপৰা।

১০। কিমান চনত উত্তৰ আৰু দক্ষিণ ভিয়েটনাম মিলি প্ৰজাতন্ত্ৰীক চৰকাৰ গঠন কৰে?

উত্তৰঃ ১৯৭৬ চনত।

১১। গোষ্ঠী নিৰপেক্ষ আন্দোলনক কি বুলি ক’ব পাৰি?

উত্তৰঃ কুটনৈতিক বিপ্লৱ বুলি ক’ব পাৰি।

১২। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰি ধৰোঁতা দেশখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষ।

১৩। শীতল যুদ্ধ বাক্যাংশৰ স্ৰষ্টা কোন?

উত্তৰঃ ওৱাল্টাৰ লিপ্’মেন।

১৪। বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ সূচনা কেতিয়া হয়?

উত্তৰঃ ১৯১৭ চনত।

১৫। গোষ্ঠী নিৰপেক্ষ আন্দোলন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬১ চনত।

১৬। প্ৰথম এচিয়া সম্পৰ্কৰক্ষী সন্মিলন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪৭ চনত।

১৭। দক্ষিণ এচিয়া আঞ্চলিকত সহযোগিতা সংগঠন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

১৮। চীন-ভাৰত দ্বিপাক্ষিক চুক্তিৰ এটা চৰ্ত উল্লেখ কৰা?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top