200+ Top Assamese Love Quotes, Status, Captions

Assamese Love Quotes

Join Telegram channel

প্ৰেম মাথো এটি শব্দ নহয় ই এক সুকীয়া অনুভৱ যি অনুভৱ প্ৰতিজনলোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে।  আমি কাৰোবাক ক্ষন্তেকত ভাল পাই পেলাব পাৰোঁ কিন্তু আমি ক্ষন্তেকত কাৰোবাক পাহৰিব নোৱাৰোঁ। ভালপোৱাটো সহজ হ’ব পাৰে কিন্তু সেই ভালপোৱাক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো ইমান সহজ নহয় আৰু যিয়ে নিজৰ ভালপোৱাৰ সময়খিনি অতিক্ৰম কৰি বিবাহ পাশত আৱদ্ধ হয় আৰু সুখ দুখৰ মাজতে জীৱনটো একেলগে এজনে আনজনৰ সৈতে প্ৰতি ক্ষণে ঠিয় দি জীৱনটো অতিবাহিত কৰাটোৱেই জানো সঁচা প্ৰেম নহয়।

এয়া হৈছে সঁচা প্ৰেম প্ৰকৃত ভালপোৱা। জীৱনলৈ ক’ত বিপদ কিয়নো নাহক কিন্তু সেই সময়কণ আপোনাৰ  ভালপোৱা গৰাকীয়ে যদি আপোনাৰ সৈতে ঠিয় দিয়ে তেন্তে আপুনি আপোনাৰ জীৱনলৈ অহা যিকোনো সংঘাত অতিক্ৰম কৰি যাব। যিহেতু আমি প্ৰতেক্যেয় একো একো জন মানুহ আৰু আপুনি জানেনে মানুহ আটাইতকৈ বেছি ভোকাতুৰ কিহৰ বাবে প্ৰেমৰ বাব ঠিকেই শুনিছে আপুনি – মানুহ প্ৰেম, মৰম, ভালপোৱাৰ বাবে ভোকাতুৰ। আমাক জানো কোনোবাই অলপ প্ৰেম, মৰম দিলে আমি আত্মহাৰা হৈ নপৰো জানো তাৰ পিছত সেই মানু্হজনক আমি সপোনত দেখো দিঠকত তেঁওৰ হ’বলৈ খোজোঁ এয়াই প্ৰেম যিয়ে আমাক পৃথিৱীৰ আটাইটকৈ সুখী ব্যক্তি বুলি অনুভৱ কৰাই।

Assamese Love Quotes

Assamese Love Quotes & Captions

সঁচা আৰু প্ৰকৃত প্রেমে নিজৰ প্ৰিয়জনৰ পৰা জোন, তৰা বেলি আনি দিয়াৰ বাবে আশা নকৰে প্ৰকৃত প্রেমে নিজৰ প্ৰিয়জনে অনিদিয়া দহ টকাৰ Dairy milk chocolate টো পাইয়ো বিৰাট সুখী অনুভৱ কৰে। প্ৰেমৰ অনুভূতি উপলব্ধ কৰি ক’ত বিশ্ব বিখ্যাত কবিৰ কলমেৰে কালজয়ী প্ৰেম মূলক কবিতা, উপন্যাস, কাহিনীৰ সৃষ্টি হৈছিল আৰু বৰ্তমানেও হৈ আছে আৰু হৈ থাকিব। আমি আমাৰ এই প্ৰবন্ধত প্ৰেম মূলক বহুবোৰ উদ্ধৃতি সন্নিবিষ্ট কৰিছোঁ যি সমূহ আপুনি আপোনাৰ মনৰ গৰাকী, boyfriend, girlfriend, husband, wife লৈ প্ৰেৰণ কৰিব পাৰিব আৰু লগতে যিহেতু এতিয়া social media ৰ যুগ সেয়হে এই প্ৰেম মূলক উদ্ধৃতি সমূহ আপুনি আপোনাৰ Facebook, Instagram, WhatsApp আদিতো status, captions ত share কৰিব পাৰিব। আশা কৰোঁ এই প্ৰেম মূলক উদ্ধৃতিবোৰে আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব।

Read Also: সাধুকথা: ৰাক্ষস পণ্ডিত – ২ | Rakhyokh Pondit – II (Hadhu Kotha)

Include Quotes Topic List

  • অসমীয়া love caption instagram
  • Assamese love quotes for gf
  • অসমীয়া love caption happy
  • Assamese love quotes sad
  • Assamese love quotes short
  • Assamese love quotes images
  • Cute Assamese love quotes
  • One Sided Love quotes in Assamese
  • True love quotes in Assamese
  • Assamese love motivational quotes
  • Real love Assamese love quotes
  • Relationship Assamese love quotes
  • Assamese sad love quotes
  • Assamese short love quotes
  • Assamese romantic love quotes
  • Assamese heart touching love quotes

 

Best Cute Assamese Love Quotes for bf

  • কাঁচি জোনৰ পোহৰত বলিয়া এই মনে 

তোমাৰ ভাৱনাকে সোঁৱৰে প্ৰতিটো ক্ষণে 

নিজান ৰাতিৰ নীৰৱতাত কেতিয়াবা

বিচাৰি ফুৰেনে তোমাৰ মনে মোক কোনোবা ক্ষণে। – Mahezubin Saikia

  • জোনাক নিশাৰ নিৰিবিলি পোহৰত

ঘাঁহনি এডৰাৰ সানিদ্ধ্যত, তোমাৰ কান্ধত মূৰ ৰাখি

জোনবাই চোৱাৰ আমেজ সুকীয়া 

তাতে তোমাৰ হাতৰ চেঁচা পৰশ

তোমাৰ চকুযোৰিৰ গভীৰতাত

নিজকে তোমাতে বিলীন কৰি পাওঁ। – Mahezubin Saikia 

  • প্ৰেম মূল্যবান যদিহে সেই প্ৰেম সত্য হয়। – Mahezubin Saikia
  • কাৰোবাক ভালপোৱাটো সহজ হ’ব পাৰে কিন্তু সেই ভাল লগা মানুহজনক আজীৱন ভাল পাই থকাটোৱে আচল প্ৰেম। – Mahezubin Saikia 
  • মাজনিশা চকু যোৰিত টোপনি নেথাকে

চকুলোও নেথাকে থাকে মাথোঁ

হৃদয়ত গভীৰ ভাৱনা আৰু এক ভয়ৰ শংকা

সেই ভয় হল প্ৰিয়জনৰ পৰা আঁতৰ হোৱা। – Mahezubin Saikia

  • প্ৰিয়জনৰ হাতখন ধৰিবলৈ হ’লে 

ভালকৈ ভাৱি ল’বা 

যদিহে হাতখন ধৰো বুলি ভাৱিছা 

তেনেহ’লে সেই হাতখন নিজৰ শেষটো

উশাহৰলৈকে ধৰি ৰাখিবা। – Mahezubin Saikia

Read Also: The 500 Best Short Love Quotes in English – Family, Friend, Him, Her, Pets

  • নহয় , নহ’ব আৰু নোৱাৰোঁ

তোমাক নিজৰ পৰা আঁতৰ কৰিব 

নিজৰ শেষটো উশাহৰ লৈকে

চেষ্টা কৰিম তোমাক কাষত ৰাখিব। – Mahezubin Saikia

  • কি যে আচৰিত এই প্ৰেম কাহিনীবোৰ

সৌ সেইদিনা Instagram ত চিনাকি হৈছিলো

এতিয়া প্ৰতিটো weekend ত লগ পাওঁ। – Mahezubin Saikia

  • যদি সময়বোৰ ধৰি ৰাখিব পৰা হ’লে 

সময়ৰ লগতে তোমাকো

ধৰি ৰাখিলোঁ হৈ

নিজৰ কাষত আজীৱন। – Mahezubin Saikia

  • তোমাৰ পৰশে যেন দেহত পাখি গজাই দিলে

 মনটো পখিলাৰ দৰে হৈ উঠিল

এতিয়া জীৱনৰ প্ৰতিটো ক্ষণত

তোমাৰ সৈতে উৰি ফুৰিবলৈ মন যায়। – Mahezubin Saikia

  • জীৱনলৈ অহা কলা মেঘৰ আৱৰণে

প্ৰতিটো ক্ষণে মোক আঁকোৱালি লবলৈ

চেষ্টা কৰিছে কিন্তু নোৱাৰিছে

তোমাৰ পৰশ, মৰম, সাহাৰ্য, ভালপোৱাৰ

কিৰণে তাক মোৰ কাষৰ পৰা আঁতৰাই ৰাখিছে।– Mahezubin Saikia 

  • তোমাৰ ভালপোৱাৰ পৰাহে জনিলো

সঁচা অৰ্থত ভালপোৱানো কি

তুমি দিয়া মৰমবোৰে

অনুভৱ কৰালে প্ৰেম মানেনো কি 

মই নজনাকৈ মোৰ পাছে পাছে আহি

মই ঘৰ ভালদৰে আহি সোমালো নাই 

নিজ চকুৰে চাই থৈ যোৱাত

তেতিয়াহে বুজি উঠিলো

প্ৰিয়জনৰ প্ৰতি থকা চিন্তানো কি। – Mahezubin Saikia 

  • সম্পৰ্ক এটা আজীৱন জীয়াই ৰাখিব হ’লে দুয়োজনে সমানে প্ৰয়াস কৰিব লাগিব , কিছুমান কথা আওকাণ কৰি, কিছুমান কথা পাহৰি কেৱল মৰম ভালপোৱা সমূহ মনত সাঁচি। – Mahezubin Saikia 
  • মই সেই বাটতে ৰৈ থাকিম তোমালৈ

নিয়তিয়ে পুনৰ তোমাকো লৈ আহিব সেই বাটলৈ। – Mahezubin Saikia

  • দিনে – প্ৰতিদিনে আটাইতকৈ আপোন হৈ পৰিলা

পুৱা – আৰু নিশাৰ সুমধুৰ সপোন হৈ পৰিলা

কেতিয়াবা বন্ধ চকুযোৰিৰ প্ৰিয় ছবি হৈ ৰ’লা 

কেতিয়াবা আকৌ খোলা চকুযোৰিৰ প্ৰিয় ভাৱমা হৈ ৰ’লা । – Mahezubin Saikia

  •  প্ৰতিদিনে তুমি মোৰ হিয়াৰ ঢপঢপনি আৰু মোৰ দুই উঠৰ হাঁহিৰ কাৰণ হৈ পৰিছা।-   Mahezubin Saikia 
  • ভালপোৱাবোৰ সদায়ে ভালপোৱা হৈ থাকিব

বাস্তৱে দুয়োৰে নয়নত যিমানেই বৰষুণ কঢ়িয়াই আনক

হৃদয়ত সেই প্ৰেম, মৰম, ভালপোৱাবোৰ 

আজীৱন সজীৱ হৈ থাকিব। – Mahezubin Saikia 

  • যি সময়ৰ সোঁতত আঁতৰি যায় সেয়া কেতিয়াও সঁচা প্ৰেম হ’ব নোৱাৰে।– Mahezubin Saikia
  • য’ত প্ৰেম থাকে তাতেই অভিমানো থাকে। নিজ নিজ অভিমানবোৰ ভাঙি মৰমেৰে সম্পৰ্ক জীয়াই ৰখাটোৱে আচল প্ৰেম। – Mahezubin Saikia 
  • তুমি মোৰ সৌন্দৰ্য্য সাধনাৰ

চুলিত গোজা এপাহি গোলাপ ফুল। – Mahezubin Saikia

  • মই কেৱল অকলে থাকিলে তোমাক miss কৰোঁ তেনে নহয়

ভিৰৰ মাজতো মোৰ হৃদয়ে তোমাক বিচাৰে। – Mahezubin Saikia

  • হিয়াৰ গভীৰ প্ৰেমৰ সুৱাস তুমি 

কোমল হৃদয়ৰ ব্যাকুলতা তুমি

পুৱাৰ পোহৰৰ বেলিৰ প্রথমটো কিৰণ তুমি

মাজনিশা সপোনৰ সাৰথি তুমি।– Mahezubin Saikia

  • মই প্রতি নিশাই আমাৰ মিলনৰ সপোন দেখো

জানো এই সপোন বাস্তৱত পৰিণত ন’হব 

তথাপিও জানো এই মন  ব্যৰ্থ নহয়

প্ৰতি নিশা তোমাৰ সপোন দেখে। – Mahezubin Saikia

  • প্ৰতিটো ক্ষণে মনটো পখিলাৰ দৰে উৰি যায় তোমাৰ কাষলৈ । – Mahezubin Saikia 
  • মই জানো তাৰ সৈতে মোৰ কোনো ভৱিষ্যত নাই কিন্তু তাক পাহৰি যোৱাটো মোৰ বাবে সম্ভৱ নহয়। – Mahezubin Saikia
  • জীৱনৰ আটাইটকৈ মনোৰম সময়কণ সেয়াই যেতিয়া দুয়োয়ে দুয়োকে সাৱটি কৈ উঠো মোক কেতিয়াও এৰি থৈ গুচি নেযাবা। – Mahezubin Saikia 
  • মোৰ ভাৱনাই যদি তোমাক আমনি কৰে

তেন্তে জানিবা আজিও মই তোমাৰ আপোন। – Mahezubin Saikia 

  • তোমাৰ হাতে হাত ধৰি জীৱনটো অতিবাহিত কৰা আশা এদিন সম্পূৰ্ণ হৈ উঠিব। – Mahezubin Saikia
  • জোনাক নিশাৰ নিৰিবিলি পোহৰত

ঘাঁহনি এডৰাৰ সানিদ্ধ্যত, তোমাৰ কান্ধত মূৰ ৰাখি

জোনবাই চোৱাৰ আমেজ সুকীয়া

তাতে তোমাৰ হাতৰ চেঁচা পৰশ

তোমাৰ চকুযোৰিৰ গভীৰতাত

নিজকে তোমাতে বিলীন কৰি পাওঁ। – Mahezubin Saikia 

  • অহ হয় মই possessive কিয়নো আনৰ একোটেই চকু নিদিওঁ আৰু যি মোৰ তাক আনে চকু দিয়াটো সহ্য নকৰোঁ। -Mahezubin Saikia
  • সময়ৰ সোঁতত প্ৰতিদিনে ইমানেই আপোন হৈ পৰিছা 

প্ৰতিটো ক্ষণত মনলৈ অহা এক মাত্ৰ নাম হৈ পৰিছা। – Mahezubin Saikia

  • প্ৰেমত সদায় কিছু উন্মাদনা থাকে। কিন্তু উন্মাদনাত সদায় কিবা কাৰণো থাকে।
  • প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য।
  • তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।
  • প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।
  • কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।
  • মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন.. মাথোঁ তুমি।
  • প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে বুজাই নাযায়, প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে জীৱনক অনুভৱ কৰা নাযায়।
  • প্ৰেম মানেই বিশ্বাস, যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ।
  • তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ।
  •  জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।
  • মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে, ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে, শৰৎ কালতে চুমা আকি দিও যেন লাগে, তোমাৰ গোলপীয়া দুগালতে
  • মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে, ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে, শৰৎ কালতে চুমা আকি দিও যেন লাগে, তোমাৰ গোলপীয়া দুগালতে
  • ১ম, দ্বিতীয় তৃতীয় নহয়। শেষৰ জন হে সঁচা।
  • কেতিয়াবা ডাৱৰ হৈ চাবাচোন, নিজে সৰি আনক হেপাঁহৰ বৰষুনজাকেৰে ভিজাই চাবাচোন  মৰমবোৰ নিজে নিজে হৃদয়ত থিতাপি ল’ব।
  • এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ ব্ৰেকআপ হওঁক,তাৰ পিছতো সঁচা ভালপোৱা হেৰাই নাযায় সাগৰৰ ঢৌৰ দৰে তেওঁ তোমাৰ কাষলৈ বাৰ বাৰ উভতি আহিব।
  • ভাবিছো বিয়া কৰিলেও কাষ্টমাৰ কেয়াৰৰ ছোৱালী এজনী কৰিম।পিছত কাজিয়া লাগিলেও ওলোটাই গালি দিয়াৰ সলনি কব”ছাৰ। আপোনাৰ অসুবিধাৰ বাবে দুঃখিত”
  • ভালপোৱা আজীৱন জীয়াই থাকে, কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ।
  • ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, “ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।
  • অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা।
  • প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়।

Read Also: 110+ Best Mothers Day Assamese Quotes | মাতৃ দিৱসৰ শুভেচ্ছা

Assamese Love Quotes for Facebook 

  • চকুযোৰিয়ে সকলোতে তোমাকেই দেখা পায়

বতাহেও তোমাৰেই সুগন্ধি বিয়পাই

যেতিয়া মনটোৱে তোমাক কাষত বিচাৰে…। – Aparna Singha 

  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই।
  • প্ৰেমত সদায় কিছু উন্মাদনা থাকে। কিন্তু উন্মাদনাত সদায় কিবা কাৰণো থাকে।
  • প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য।
  • প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে বুজাই নাযায়, প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে জীৱনক অনুভৱ কৰা নাযায়।
  • প্ৰেম মানেই বিশ্বাস, যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ।
  • তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ।
  • জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।
  • শব্দৰে নহয় বুকুৰ মাজত আলফুলে সাবতি মৌনতাৰে বুজাব বিছাৰো কিমান ভালপাওঁ তোমাক।
  • যদিহে জোনাক জোনাক নহলহে‌ঁতেন। তুমি তুমি নহ’লাহেঁতেন। ম‌ই কাহানিও তোমাৰ প্ৰেমত নপৰিলোহেঁতেন।
  • দুখন হৃদয়ৰ মাজত মৰম আৰু আন্তৰিকতা থাকিলে দূৰত্বৰ কোনো কথা নাই।
  • ম‌ই তোমাক নিজৰ কৰিবৰ বাবে যিমান পাগল কোনোবা পাগলো ইমান পাগল নহয়।
  • সকলো বন্ধুত্ব‌ই প্ৰেম নহয় কিন্তু প্ৰেমৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয়।
  • আমাৰ মাজত যিমানেই ব্যৱধান নাবাঢ়ক কিয়, আমি দুয়ো সদায় একেখন আকাশৰ তলতেই আছো।
  • যেনিয়ে যাবা সোন, পাবা জোন মোৰ নামত।
  • প্ৰেম যদি অভিনয় হয়, মৰম মানেনো কি

মৰম যদি চলনা হয় জীৱন মানেনো কি।

  • তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।
  • প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।
  • কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।
  • যিজনে আপোনাক হাজাৰ ব্যস্ততা

আৰু ভীৰৰ মাজতো পাহৰি নাযায়

সেইজনেই আচলতে আপোন।

  • কোনে কয় যে আশা আৰু আকাংক্ষাবোৰ

কেৱল মা দেউতাইহে পূৰ কৰিব পাৰে,

যদি জীৱনসংগীজন সঠিক হয়

আশাও পূৰণ হয়, আকাংক্ষাবোৰো পূৰণ হয়।

  • হ’ব পাৰা পৃথিৱীখনৰ কাৰণে তুমি

এজন সাধাৰণ মানুহ কিন্তু মোৰ বাবে

তুমিয়েই পৃথিৱী।

  • সম্পৰ্ক এটাত যদি দুজনৰ মাজত

কেতিয়াও কাজিয়া নহয় তেন্তে

জানি ল’ব যে সম্পৰ্ক হৃদয়েৰে নহয়

মগজুৰে পালন কৰি আছে।

  • ভালপোৱানো ভালদৰে নাজানো কিন্তু

তুমি কাষলে ভালপোৱাৰ সকলো

সজ্ঞা সম্পূৰ্ণ হৈ উঠে।

  • মোৰ পৃথিৱীখন তালৈকেহে  আছে

য’লৈকে মোৰ লগত তুমি আছা।

  • জীৱনসংগীজন ধুনীয়া অথবা চকুত লগাকৈ

সুন্দৰ নহ’লেও হয়, সুখী হ’বলৈ তেওঁ

সঁচা আৰু সৰল মনৰ অধিকাৰী হ’লেই যথেষ্ট।

  • বাট যিমানেই কঠিন নহওক কিয়

যদি সেই বাটত তুমি আৰু তোমাৰ

সঁহাৰি থাকে তেন্তে জীৱনৰ এই যাত্ৰা 

সহজ হৈ পৰিব।

  • পৃথিৱীৰ আটাইতকৈ সুন্দৰ সম্পৰ্ক সেইটোহে 

য’ত কাজিয়া লগাৰ পিছত এজনৰ এটা চৰী

আৰু আনজনৰ এটা মিঠা হাঁহিৰে সম্পৰ্কটো

পুনৰ আগৰ দৰে হৈ পৰে।

  • যদি তুমি লগত থাকা তেন্তে জীৱনৰ 

প্ৰতিটো দুখ হাঁহি হাঁহি পাৰ কৰি দিম।

  • সম্পৰ্ক এটা হৃদয়ৰ পৰা হ’ব লাগে

আৰু অভিমান বোৰ শব্দৰে হ’ব লাগে মাথোঁ।

  • ভালপোৱা সেইয়া যে কাৰোবাক দেখিয়েই হৈ যায়

ভালপোৱা সেইয়াহে য’ত তোমাক আন কাৰোৰে হ’বলৈ নিদিয়ে।

  • মোৰ সুখ, মোৰ পৃথিৱী, মোৰ শুভকামনা 

সকলো তোমাৰ পৰা আৰম্ভ হয় আৰু

তোমাতেই শেষ হয়।

  • এটা কথা তুমি স্বীকাৰ কৰা বা নকৰা

জীৱনসংগীক তুমি গুৰুত্ব দিয়া বা নিদিয়া

জীৱনত এনেকুৱা কিছুমান সময় আহে

য’ত গোটেই পৃথিৱীখনে তোমাক পাহৰি যাব

আৰু লগত মাত্ৰ সেই সংগীজন থাকিব।

  • যিজনে আপোনাক নিজৰ প্ৰয়োজন 

আৰু নিজে অকলে থকাৰ সময়ত আপোনাক

বিচাৰে সেইজন আপোনাক ভাল নাপায়

বৰঞ্চ আন কাৰোবাক নোপোৱালৈকে

ভালপোৱাৰ অভিনয় কৰি মাথো সময়

কটাব বিচাৰে।

  • তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।
  • আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ,

জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।

  • যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায়

আৰু ভালপোৱা তেওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে।

  • তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে
  • আমি সেইজনকহে বেছিকৈ বিচাৰোঁ যিজনে আমাক গুৰুত্বই দিব নিবিচাৰে।
  • কাৰোবাক ইমানো বেছি ভাল নাপাব যে তেওঁক গোটেই জীৱন পাহৰিবলৈ নোৱাৰিব।
  • কামনা কৰো যে, যিটো পলত তুমি হাঁহা সেই পল চিৰদিন থমকি ৰওক।
  • অকণমান ভুলতেই কাৰোবাৰ পৰা আঁতৰি আহি 

সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাব কাৰণ 

এই পৃথিৱীত কাৰোবাক আপোন কৰিবলৈ গোটেই জীৱন লাগি যায়।।

  • মই জনা নাছিলোঁ আচলতে জীৱন মানে কি 

কিন্তু তোমাক লগ পালো আৰু 

জীৱনৰ সংজ্ঞাও শিকিলোঁ।

  • মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন.. মাথোঁ তুমি।
  • কোনোবা ভাঙি গ’লে তেওঁক সজাবলৈ শিকক,

কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক,

সম্পৰ্ক এটাক সফল কৰাটোও সহজ কেৱল

মাত্ৰ পালন কৰিবলৈ শিকক।

  • যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি

আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনএ কেতিয়াও

আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু

যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে

সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।

  • এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ ব্ৰেকআপ হওঁক,তাৰ পিছতো সঁচা ভালপোৱা হেৰাই নাযায় সাগৰৰ ঢৌৰ দৰে তেওঁ তোমাৰ কাষলৈ বাৰ বাৰ উভতি আহিব
  • অকলশৰেই পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা

জীৱনৰ প্ৰতিটো বাটত তোমাৰ সতে সংগী নাথাকে।

  • সেইজন কেতিয়াও কাৰোৰে আপোন হ’ব নোৱাৰে

যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে।

  • এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি।

Read Also: 500 Best English Quotes by Philosophers

Short Assamese Love Quotes for him/her

  • কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব।
  • তোমাক ভাল পোৱাটো এটা অভ্যাস হৈ পৰিছে,

তোমাৰ অবিহনে জীয়াই থকাটো কঠিন।

  • তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।
  • আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ,

 জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।

  • যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায় আৰু ভালপোৱা তেঁওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে।
  • তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে।
  • সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে

যিজনে কেৱল নিজৰ প্ৰয়োজনত হে আপোনাক মনত পেলায়।

  • যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে সেইজনৰ বাবে

 আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ।

  • আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে তাক চিন্তা বা দুখ নকৰিব কিয় জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন।
  • ভালপোৱাত সদায় ইজনে সিজনক

বুজিবলৈ চেষ্টা কৰিব লাগে

জুখিবলৈ নহয়।

  • জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি

যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে

তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি

কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে

তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি

  • জীৱনৰ চিনাকি মানুহবোৰৰ লগত যেতিয়া

কথা পাতো তেতিয়া তেওঁলোকৰ কথাবোৰ

শুনি এনেকুৱা লাগে যেন তেওঁলোক

আমাৰ আপোন কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়

তেতিয়া সেই আপোন মানুহবোৰ কাষত নাথাকে।

  • তেওঁ কাষত থাকক বা নাথাকক

তেওঁ সময় দিয়ক বা নিদিয়ক

ইজনৰ আনজনৰ প্ৰতি থকা সন্মান

আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে

  • যদি মোক আপোনি বেয়া পাই পাওক

কিন্তু মোৰ বিষয়ে আনৰ বেয়াকৈ কৈ

তেওঁলোককো বেয়া পাবলৈ সুযোগ নিদিব।

  • সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়; ইয়াক গঢ়িব লাগিব।
  • ভালপোৱাজন বিশ্বাসী হ’লে

অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি

আৰু যদি বিশ্বাসেই নাথাকে

তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। 

  • যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি

আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনে কেতিয়াও

আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু

যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে

সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।

  • প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস থাকিব লাগিব।
  • এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।
  • সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে।
  • সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,অভিমানবৰ শব্দৰে হব লাঘৱ হৃদয়ৰ পৰা নহয়।
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই।
  • চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত, কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি।
  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব।
  • ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে।
  • প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়।
  • শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে।
  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব।
  • ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।
  • প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।
  • অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা ।
  • শাসন তেওঁহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভালপোৱা হয় ।
  • জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।
  • কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।
  • সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।
  • এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা, প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।
  • তোমাৰ Message আহিলে মাথোঁ মোৰ মোবাইল Vibrate নহয়, মোৰ হৃদয়খনো Vibrate হয় ।
  • সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি ।
  • শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।
  • যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।
  • উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।
  • হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি Love React অতি মূল্যৱান ।
  • মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট ।
  • মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।
  • ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে ।
  • জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব আৰু বহুত care লব ।
  • প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয় তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে।
  • জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।
  • সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা।
  • তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।

Assamese Love Captions for Instagram

  • সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই ।
  • তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।
  • প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয়।
  • পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।
  • অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায় ।
  • প্ৰেম, কেতিয়াও সন্দেহ হব নোৱাৰে, সন্দেহ তো তুমি মোক বা মই তোমাক কৰোঁ।
  • প্ৰেম হোৱাৰ কাৰণটো ধৰিব নোৱাৰাৰ বাবেই চাগে আজি, বিচ্ছেদৰ কাৰণ মই বুজিব নোৱাৰিলোঁ ।
  • তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে?কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো ।
  • আৰু অলপো অভিযোগ নাই মোৰ তোমাৰ ওপৰত, কি লাভ আছে কোৱা অভিযোগ কৰি, যত মোৰ অভিমানৰেই অকণো মূল্য নাই ।
  • তোমাক পোৱাৰ কথা নাছিল কেতিয়াও, সেইবুলিয়েই কিন্তু হেৰুৱাৰ কথাওটো নাছিল ।
  • সুখৰ সৈতে টকাৰ কোনো সম্পর্ক নাই,

টকা কেৱল চাহিদা পূৰণ কৰে।

সকলো সুখ যদি টকাৰ দ্বাৰা পাৱা গ’লহেতেন,

তেন্তে ভালপোৱাও দোকানত বিক্রী হ’লহেঁতেন…।

  • জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,

সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,

হে ভগবান, তুমি তাইক সকলো দিবা,

যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

  • ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস, আৰু এবুকু মৰম যদি কাৰোবাক ভাল পোৱা তেতিয়াহলে মন প্ৰাণ দি ভাল পাবা।
  • সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি ভাগি থৈ গুচি যায়।
  • কাৰোবাৰ অবিহনে সুখী হব নোৱাৰো বুলি জনাৰ পাছতো অকলশৰে সুখী হবলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হল মোৰ জীৱন।
  • প্ৰয়োজন শেষ হল বুলিয়েই মোক পাহৰি নাযাবা, দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হবও পাৰে।
  • জীৱনত সুখী হবলৈ মোক বিশেষ একো নালাগে, মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি ।
  • টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যি মোক শুবলে নিদিয়ে।
  • ভালপোৱা নো কি,বিশেষ দিন কি? তোমাৰ নাম শুনি উশাহ টো ৰৈ যোৱা প্ৰতিটো দিনেই মোৰ বাবে বিশেষ দিন, ভালপোৱাৰ দিন।
  • যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয়।
  • তুমি মোক ভাল পোৱানে নোপোৱা

সেয়া মোৰ বিষয় নহয়,

তোমাক মই ভালপাওঁ সেয়াই মোৰ আনন্দ।

  • তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতে তোমাকেই ভাল পাই থাকে।
  • জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।
  • সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত তোমাৰ কাষত থকাটোহে আচল কথা।
  • তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।
  • সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই ।
  • তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।
  • তুমি মোৰ First Love নাছিলা, কিন্তু মই কথা দিলোঁ তুমিয়ে মোৰ Last Love থাকিবা ।
  • এবাৰ মাথোঁ মোৰ

মনৰ কিতাপখন মেলি চোৱা,

প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,

তুমি আৰু তোমাৰ নামেই পাবা।

  • মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,

প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়,

মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত।

  • সকলোতে তোমাক দেখো,

কিন্তু কি কৰিম। সকলোতে তোমাৰ মনত পৰে,

কিন্তু কি কৰিম। মোৰতো গোটেই ৰাতি

জাগি থকাৰ অভ্যাস নাই,

তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?

  • ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।
  • ফুল যদি পাৰে ভালপোৱা শিক্ষাব। জোনে যদি পাৰে ৰাতি জগাব। ডাৱৰে যদি পাৰে বৰষুণ দিব। তুমি কি নোৱাৰিবা মোক ভালপাব।
  • যেতিয়া তোমাক কোনোবাই সত্যিকাৰৰ ভালপোৱা যাছে। তাক সন্মান কৰিব শিকা। কোনো কাৰণতে এৰিযাব নিদিবা। কাৰণ আজি তুমি যি সহজে পাইছা, হয়তো কালি হেজাৰ কান্দিলেও নাপাবও পাৰা।
  • মই নাজানো মই তোমাক কিমান ভাল পাওঁ। কিন্তু এটা কথা জানো যে মই তোমাক মোৰ জীৱনৰ পৰা বেছি ভাল পাও। মোৰ জীৱন অকল তোমাৰ বাবেই।
  • ঘৰ সজাম পোহৰ দি, মন সজাম প্ৰেম দি, দুচকু সজাম সপোন দি, দুহাত সজাম মেহেন্দী দি, আৰু তোমাক সজাম মোৰ ভালপোৱা দি।
  • ভালপোৱা দুটা হৃদয়ৰ মাজৰ বন্ধন, পৃথিৱীত জীয়াই থাকিবৰ বাবে জীৱনৰ মাজত ভালপোৱা থকাটো উচিত।
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই
  • মাত্ৰ এটা কথাই জানো যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। তুমি মোৰ জীৱন মৰণ। 
  • প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য
  • তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।
  • প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।
  • কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।
  • মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন.. মাথোঁ তুমি।             
  • কিছুমান সপোন থাকে যি কেতিয়াওঁ সঁচা নহয়,

কিছুমান আশা থাকে যি কেতিয়াওঁ পূৰণ নহয়,

কিছুমান কথা থাকে যি কেতিয়াওঁ কোৱা নহয়,

আৰু কিছুমান স্মৃতি থাকে যি কেতিয়াওঁ পাহৰিব পৰা নাযায়।

  • মোৰ হৃদয়ত তোমাৰ

প্ৰতিচ্ছবি  দেখুৱাব নোৱাৰিম,

মোৰ হৃদয়ত তোমাৰ স্থান দেখুৱাব নোৱাৰিম,

তুমি মোৰ বাবে কি?

য়াতকৈ বেছি বুজাব নোৱাৰিম।

  • তোমাৰ প্ৰেমত পৰা আৰু আকাশৰ জোনটোৰ প্ৰেমত পৰা কথা একেটাই।  মনৰ ইচ্ছামতে চাব পাৰো কিন্তু আপােন কৰি ল’ব নােৱাৰো
  • মোৰ সুখ, মোৰ পৃথিৱী, মোৰ শুভকামনা 

সকলো তোমাৰ পৰা আৰম্ভ হয় আৰু

তোমাতেই শেষ হয়।

  • ভালপোৱানো ভালদৰে নাজানো কিন্তু

 তুমি কাষলে ভালপোৱাৰ সকলো

 সজ্ঞা সম্পূৰ্ণ হৈ উঠে।

  • ভালপোৱানো ভালদৰে নাজানো কিন্তু

তুমি কাষলে ভালপোৱাৰ সকলো

সজ্ঞা সম্পূৰ্ণ হৈ উঠে।

  • মোৰ হৃদয়ত তোমাৰ

প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম,

মোৰ হৃদয়ত তোমাৰ স্থান দেখুৱাব নোৱাৰিম,

তুমি মোৰ বাবে কি?

ইয়াতকৈ বেছি বুজাব নোৱাৰিম।

FAQ

1. What are the best Assamese love quotes?

Ans: The best Assamese love quotes are – 

  • কাঁচি জোনৰ পোহৰত বলিয়া এই মনে 

তোমাৰ ভাৱনাকে সোঁৱৰে প্ৰতিটো ক্ষণে 

নিজান ৰাতিৰ নীৰৱতাত কেতিয়াবা

বিচাৰি ফুৰেনে তোমাৰ মনে কোনোবা ক্ষণে। – Mahezubin Saikia

  • জোনাক নিশাৰ নিৰিবিলি পোহৰত

ঘাঁহনি এডৰাৰ সানিদ্ধ্যত, তোমাৰ কান্ধত মূৰ ৰাখি

জোনবাই চোৱাৰ আমেজ সুকীয়া 

তাতে তোমাৰ হাতৰ চেঁচা পৰশ

তোমাৰ চকুযোৰিৰ গভীৰতাত

নিজকে তোমাতে বিলীন কৰি পাওঁ। – Mahezubin Saikia 

  • প্ৰিয়জনৰ হাতখন ধৰিবলৈ হ’লে 

ভালকৈ ভাৱি ল’বা 

যদিহে হাতখন ধৰো বুলি ভাৱিছা 

তেনেহ’লে সেই হাতখন নিজৰ শেষটো

উশাহৰলৈকে ধৰি ৰাখিবা। – Mahezubin Saikia

  • নহয়, নহ’ব আৰু নোৱাৰোঁ

তোমাক নিজৰ পৰা আঁতৰ কৰিব 

নিজৰ শেষটো উশাহৰ লৈকে 

চেষ্টা কৰিম তোমাক কাষত ৰাখিব।– Mahezubin Saikia

  • হিয়াৰ গভীৰ প্ৰেমৰ সুৱাস তুমি 

কোমল হৃদয়ৰ ব্যাকুলতা তুমি

পুৱাৰ পোহৰৰ বেলিৰ প্রথমটো কিৰণ তুমি

মাজনিশা সপোনৰ সাৰথি তুমি।– Mahezubin Saikia

2. What are the best Assamese love status for Facebook?

Ans: The best Assamese love status for Facebook are – 

  • চকুযোৰিয়ে সকলোতে তোমাকেই দেখা পায়

বতাহেও তোমাৰেই সুগন্ধি বিয়পাই

যেতিয়া মনটোৱে তোমাক কাষত বিচাৰে…। – Aparna Singha 

  • তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব
  • এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই।
  • প্ৰেমত সদায় কিছু উন্মাদনা থাকে। কিন্তু উন্মাদনাত সদায় কিবা কাৰণো থাকে।
  • প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য।

3. What are the best love status for WhatsApp?

Ans: The best love status for WhatsApp are। – 

  • কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব।
  • তোমাক ভাল পোৱাটো এটা অভ্যাস হৈ পৰিছে,

তোমাৰ অবিহনে জীয়াই থকাটো কঠিন।

  • তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।
  • আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ,

জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।

  • যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায় আৰু ভালপোৱা তেঁওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে

4. What are the best love captions for Instagram?

Ans: The best love captions for Instagram are – 

  • সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই কৈছিল OPTION বহুত আছে কিন্তু DECISION মাথো তুমিয়েই।
  • তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।
  • প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয়।
  • পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ । কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।
  • অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায় ।

5. Give short description of meaning of love in Assamese?

Ans: The short description of meaning of love in Assamese are – 

প্ৰেম মাথো এটি শব্দ নহয় ই এক সুকীয়া অনুভৱ যি অনুভৱ প্ৰতিজনলোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে।  আমি কাৰোবাক ক্ষন্তেকত ভাল পাই পেলাব পাৰোঁ কিন্তু আমি ক্ষন্তেকত কাৰোবাক পাহৰিব নোৱাৰোঁ। ভালপোৱাটো সহজ হ’ব পাৰে কিন্তু সেই ভালপোৱাক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো ইমান সহজ নহয় আৰু যিয়ে নিজৰ ভালপোৱাৰ সময়খিনি অতিক্ৰম কৰি বিবাহ পাশত আৱদ্ধ হয় আৰু সুখ দুখৰ মাজতে জীৱনটো একেলগে এজনে আনজনৰ সৈতে প্ৰতি ক্ষণে ঠিয় দি জীৱনটো অতিবাহিত কৰাটোৱেই জানো সঁচা প্ৰেম নহয়। এয়া হৈছে সঁচা প্ৰেম প্ৰকৃত ভালপোৱা। – Mahezubin Saikia 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top