Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ৫১:- মননশীল স্তৰত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা হ’ল―

(ক) মুখ্য৷

(খ) গৌণ৷

(গ) পুতৌ জনক৷

(ঘ) দুখ লগা৷

উত্তৰ : (ক) মুখ্য ৷

প্রশ্ন ৫২:- মননশীল স্তৰৰ শিক্ষণ-শিকনত প্ৰণোদনৰ প্ৰকৃতি হ’ল–

(ক) বাহ্যিক৷

(খ) আভ্যন্তৰীণ৷

(গ) ব্যক্তিগত৷

(ঘ) সামাজিক৷

উত্তৰ : (খ) আভ্যন্তৰীণ ৷

প্রশ্ন ৫৩:- মননশীল স্তৰৰ শিক্ষণ-শিকনত ব্যৱহাৰ হোৱা পদ্ধতি আৰু প্ৰয়োগ কৌশলসমূহ—

(ক) বিষয়কেন্দ্রিক।

(খ) শিক্ষককেন্দ্রিক৷

(গ) শিক্ষার্থীকেন্দ্রিক৷

(ঘ) অভিভাৱককেন্দ্ৰিক৷

উত্তৰ : (গ) শিক্ষার্থীকেন্দ্রিক ৷

প্রশ্ন ৫৪:- মননশীল স্তৰৰ শিক্ষণ-শিকনে সহায় কৰে—

(ক) মানসিক কর্মদক্ষতা বৃদ্ধিত৷

(খ) শাৰীৰিক কর্মদক্ষতা বৃদ্ধিত৷

(গ) বৌদ্ধিক কাৰ্যদক্ষতা বৃদ্ধিত৷

(ঘ) এটাইকেইটা শুদ্ধ৷

উত্তৰ : (ক) মানসিক কর্মদক্ষতা বৃদ্ধিত ৷

প্রশ্ন ৫৫: মননশীল স্তৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ দায়িত্ব―

(ক) কম৷

(খ) অতি কম৷

(গ) বেছি৷

(ঘ) পুতৌজনক৷

উত্তৰ : (গ) বেছি ৷

প্রশ্ন ৫৬:- বোধ স্তৰৰ শিক্ষা ব্যৱস্থাত প্রকৃত বোধ আৰু শিকা কথাবোৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰিব পৰাকৈ গ্ৰহণ কৰা পদ্ধতি হ’ল—

(ক) আৰোহী-অৱৰোহী পদ্ধতি৷

(খ) বক্তৃতা প্রদর্শন পদ্ধতি৷

(গ) বিশ্লেষক-সংশ্লেষক পদ্ধতি৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৫৭:- বোধ স্তৰৰ মূল্যায়ন পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয়–

(ক) চমু প্রশ্নত৷

(খ) দীঘল প্রশ্নত৷

(গ) ৰচনাধর্মী প্রশ্নত৷

(ঘ) বিশ্লেষণ পদ্ধতিত৷

উত্তৰ : (ক) চমু প্রশ্নত।

প্রশ্ন ৫৮:- মননশীল স্তৰৰ শিক্ষণে―

(ক) নিম্ন স্তৰৰ শিকন কার্যক সূচায়৷ 

(খ) উচ্চ স্তৰৰ শিকন কার্যক সূচায়৷

(গ) অতি উচ্চ স্তৰৰ শিকন কার্যক সুচায়৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) উচ্চ স্তৰৰ শিকন কার্যক সুচায়।

প্রশ্ন ৫৯:- মুখস্থ কৰা, বোধ লাভ, প্ৰয়োগ আৰু সাধাৰণীকৃত অন্তৰ্দষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে—

(ক) বোধ স্তৰৰ শিকনে৷

(খ) স্মৰণ স্তৰৰ শিকনে৷

(গ) মননশীল স্তৰৰ শিকনে৷ 

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) মননশীল স্তৰৰ শিকনে।

প্রশ্ন ৬০:- মননশীল স্তৰত শিক্ষকৰ ভূমিকা—

(ক) প্রধান৷

(খ) মুখ্য৷

(গ) সক্ৰিয়৷

(ঘ) গৌণ৷

উত্তৰ : (ঘ) গৌণ।

প্রশ্ন ৬১:- প্রশস্ত শিক্ষাদানৰ বাবে এজন শিক্ষকৰ গাত থাকিবলগীয়া গুণ হ’ল— 

(ক) এটা নিৰোগী স্বাস্থ্য৷ 

(খ) বৌদ্ধিক যোগ্যতা৷

(গ) নিৰপেক্ষতা৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৬২:- শিক্ষা গ্রহণ প্রক্রিয়া শিক্ষাৰ্থীৰ বাবে হ’ব লাগে—

(ক) বিনোদনধর্মী৷

(খ) প্রয়োজনভিত্তিক৷

(গ) খেলাভিত্তিক৷

(ঘ) অৱসৰ যাপনভিত্তিক৷

উত্তৰ : (ঘ) প্ৰয়োজনভিত্তিক।

প্রশ্ন ৬৩:- বিজ্ঞান জীৱনত কোনো দিন ব্যৱহাৰ কৰিব নোৱাৰি তেনে জ্ঞান―

(ক) স্কুলত প্ৰদান কৰা উচিত৷

(খ) স্কুলত প্ৰদান কৰা অনুচিত৷

(গ) পাঠক্ৰমত সন্নিবিষ্ট হ’ব লাগে৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) স্থূলত প্ৰদান কৰা অনুচিত।

প্রশ্ন ৬৪:- শিক্ষা গ্রহণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীৰ― 

(ক) বুদ্ধিৰ ওপৰত৷ 

(খ) কল্পনাৰ ওপৰত৷

(গ) অভ্যাসৰ ওপৰত৷

(ঘ) চিন্তাৰ ওপৰত৷

উত্তৰ : (ক) বুদ্ধিৰ ওপৰত।

প্রশ্ন ৬৫:- শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ্থীক প্ৰয়োজন নহয়―

(ক) শাৰীৰিক আৰু মানসিক প্রস্তুতি৷

(খ) শিক্ষা গ্ৰহণৰ প্ৰতি ধাউতি৷

(গ) ফলাফলৰ প্ৰতি আগ্রহ৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ঘ) এটাও নহয়।

প্রশ্ন ৬৬:- প্রচলিত শিক্ষা ব্যৱস্থাত নেতৃত্ব প্রদান কৰিব পৰা গুণ থকাটো নিতান্তই প্রয়োজনীয়—

(ক) ছাত্ৰ-ছাত্ৰীৰ।

(খ) অভিভাৱকৰ।

(গ) স্কুলৰ কৰ্মচাৰীৰ।

(ঘ) শিক্ষকৰ।

উত্তৰ : (ঘ) শিক্ষকৰ।

প্রশ্ন ৬৭:- অনভিজ্ঞ ছাত্র-ছাত্রীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে―

(ক) নির্দেশনা আৰু পৰিচালনাই।

(খ) খেলা-ধূলাই।

(গ) পাঠ্যক্রমে।

(ঘ) শৃংখলাই।

উত্তৰ : (ক) নিৰ্দেশনা আৰু পৰিচালনাই।

প্রশ্ন ৬৮:- শিক্ষা পৰিকল্পনা ৰচনা কৰাটো এটা প্রধান কাম―

(ক) ছাত্ৰ-ছাত্ৰীৰ। 

(খ) অভিভাৱকৰ।

(গ) সমাজৰ।

(ঘ) শিক্ষকৰ।

উত্তৰ : (ঘ) শিক্ষকৰ ৷

প্রশ্ন ৬৯:- শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো

(ক) প্রয়োজনীয়।

(খ) অপ্রয়োজনীয়।

(গ) গ্রহণযোগ্য।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) অপ্রয়োজনীয় ৷

প্রশ্ন ৭০:- অনগ্ৰসৰ শিশুৰ এটা প্রধান বৈশিষ্ট্য হ’ল—

(ক) বৌদ্ধিক নিম্নমানবিশিষ্টতা।

(খ) কম কথা কোৱা।

(গ) কমকৈ খোৱা বোৱা কৰা।

(ঘ) বৌদ্ধিক উচ্চমানবিশিষ্টতা। 

উত্তৰ : (ক) বৌদ্ধিক নিম্নমানবিশিষ্টতা।

প্রশ্ন ৭১:- উইলিয়াম কিলপেট্রিকে উদ্ভাৱণ কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ পদ্ধতিটোৰ নাম হ’ল—

(ক) প্রজেক্ট বা প্রকল্প পদ্ধতি।

(খ) মণ্টেশ্বৰী পদ্ধতি।

(গ) কিণ্ডাৰগার্টেন পদ্ধতি।

(ঘ) নির্দেশনা পদ্ধতি।

উত্তৰ : (ক) প্রজেক্ট বা প্রকল্প পদ্ধতি।

প্রশ্ন ৭২:- প্রকল্প পদ্ধতি হ’ল—

(ক) শিক্ষার্থীয়ে নিজে কৰিবলগীয়া কাম।

(খ) সময় সাপেক্ষ হোৱা।

(গ) শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছাত বাচি ল’ব পৰা কাম।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৭৩:- এটা ভাল প্রকল্পৰ থাকিবলগীয়া গুণাগুণ হ’ল―

(ক) প্রায়োগিক জ্ঞান লাভৰ সুবিধা।

(খ) সামাজিক পৰিৱেশত সম্পন্ন কৰিব পৰা কাম।

(গ) বৰ সহজ বৰ জটিল নোহোৱা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৭৪:- শ্রেণী কক্ষত পাঠ সুচলকাৰী হিচাপে প্রধান ভূমিকা পালন কৰিব লাগে—

(ক) ছাত্র-ছাত্রীয়ে।

(খ) ক্লাছ কেপ্তেইনে।

(গ) শিক্ষকে।

(ঘ) কৰ্মচাৰীয়ে।

উত্তৰ : (গ) শিক্ষকে ৷

প্রশ্ন ৭৫:- “এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাতেই গঢ় লয়”– মতামতটো আছিল—

(ক) কোঠাৰী আয়োগৰ।

(খ) ৰাধাকৃষ্ণণ আয়োগৰ। 

(গ) বিশ্ববিদ্যালয় আয়োগৰ।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) কোঠাৰী আয়োগৰ ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top