Bokakhat Town | বোকাখাত চহৰ 

বোকাখাত (Bokakhat) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত এখন উল্লেখযোগ্য নগৰ আৰু পৌৰসভা। এই চহৰখন বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত অৱস্থিত। অসমৰ প্ৰায় মাজভাগত অৱস্থিত বোকাখাত চহৰটো বোকাখাত মহকুমাৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে পৰিচিত। […]

Bokakhat Town | বোকাখাত চহৰ  Read More »