Me-Dam-Me-Phi Festival | মে ডাম মে ফি উৎসৱ
মে ডাম মে ফি (আহোম: 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 ,ইংৰাজী: (Me-Dam-Me-Phi) হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ অধীনত পালন কৰা এক বিশেষ সামাজিক-ধাৰ্মিক পৰম্পৰা। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছৰ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাৰ তত্ত্বৰ পৰা […]