জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam
ভাৰতক বিশ্বৰ বুকুত শীৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ড০ এ.পি.জে. আব্দুল কালাম (Dr. A.P.J. Abdul Kalam)-ৰ অৱদান আছিল অতুলনীয়। আব্দুল কালাম ৰূপে সকলোৰে মাজত জনপ্ৰিয় হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল আবুল পকিৰ জৈনুলাবেদিন আব্দুল কালাম। এজন …
জীৱনী: এ.পি.জে. আব্দুল কালাম – মিছাইলমেন | A. P. J. Abdul Kalam Read More »