SEBA HSLC Previous Years Questions Paper | দশম শ্ৰেণীৰ পুৰণি প্ৰশ্নকাকত is very crucial for preparing for any exam, especially for exams like SEBA Class 10 Previous Years Questions Paper. Because it gives a rough idea of the examination pattern and helps in identifying the importance of the Class 10 Questions Paper. SEBA Class 10 Examinations generally have repetitive questions which are most likely to come in the exam (SEBA HSLC).

1. SEBA Class 10 Question Paper 2013
2. SEBA Class 10 Question Paper 2014
3. SEBA Class 10 Question Paper 2015
4. SEBA Class 10 Question Paper 2016
5. SEBA Class 10 Question Paper 2017
6. SEBA Class 10 Question Paper 2018
7. SEBA Class 10 Question Paper 2019
8. SEBA Class 10 Question Paper 2020
SEBA HSLC Previous Years Questions Paper
অসম বৰ্ডৰ সঞ্চালনত হʼবলগীয়া 2021-2022 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহু পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰস্তুতিত ব্যস্ত হৈছে। বৰ্ডৰ পৰীক্ষাৰ প্ৰস্তুতিত বিগত বৰ্ষৰ পৰীক্ষাৰ মডেল প্ৰশ্ন কাকত সমূহৰ গুৰুত্ব অশেষ। অনুষ্ঠিত হʼবলগীয়া পৰীক্ষাত অন্তৰ্ভুক্ত হʼব পৰা প্ৰশ্নৰ আৰ্হি জানিবলৈ আৰু নিজৰ প্ৰচেষ্টাক সথিক দিশ দিবলৈ ছাত্ৰ-ছাত্ৰীসকলে মডেল প্ৰশ্ন কাকতসমূহ মুকলি হোৱাৰ অপেক্ষা কৰা দেখিবলৈ পোৱা যায়। এনে প্ৰশ্ন কাকত সমুহৰ এক সংগ্ৰহ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কʼৰা হʼল। মডেল প্ৰশ্ন কাকতসমূহৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য তথা Link এই প্ৰবন্ধটোত যোগান ধৰা হʼব।
Read Also:
- SEBA HSLC Previous Years Questions Paper | দশম শ্ৰেণীৰ পুৰণি প্ৰশ্নকাকত
- SEBA HSLC Previous Year Question Paper Solved | দশম শ্ৰেণীৰ পুৰণি প্ৰশ্নকাকত সমাধান
- SEBA Class 10 Model Question Paper and Answer – 2022 | দশম শ্ৰেণীৰ প্ৰশ্নকাকত আৰু উত্তৰ
SEBA Class 10 Previous Years Questions Paper
- ইতিমধ্যে, 2020 ৰ মেট্ৰিকৰ মডেল প্ৰশ্ন কাকতবোৰ মুকলি কৰি দিয়া হৈছে।
- ইয়াৰ লগতে বিগত বৰ্ষসমূহৰো মডেল প্ৰশ্ন কাকত তলত যোগান ধৰা হৈছে।
- মডেল প্ৰশ্ন কাকতসমূহৰ সহায়ত তেওঁলোকে বুজি পাব পাঠ্যক্ৰমৰ কোনখিনি ভাগ কেনেদৰে প্ৰস্তুত কৰিব লাগে।
- এইবোৰৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি পাব যে প্ৰশ্ন কাকত সমূহ কেনেদৰে প্ৰস্তুত কৰা হয়, প্ৰশ্নসমূহ কেনেদৰে গঠন কৰা হয়, কেনেকুৱা ধৰণৰ প্ৰশ্নত কিমানকৈ নম্বৰ সংলগ্ন হৈ থাকে।
- ইয়াৰ উপৰিও, দেখা যায় যে দীঘলীয়া তথা কিছুমান চুটি প্ৰশ্নও এক বা দুই বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।
- তেনে ক্ষেত্ৰত পুৰণি মডেল প্ৰশ্ন কাকতসমূহৰ অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হʼব পাৰে।
- কিয়নো অভ্যাসৰ ফলতহে তেওঁলোকে নিজৰ দুৰ্বলতাৰ বুজ লʼব পাৰিব আৰু প্ৰচেষ্টাৰ যোগেদি নিজকে নিখুঁত তথা সম্পূৰ্ণৰূপে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পাৰিব।
- এনে কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে পৰীক্ষা গৃহত তেওঁলোকৰ মন-মগজু সক্ৰিয় তথা স্থিৰ হৈ থাকে আৰু প্ৰস্তুত কৰা ধৰণে প্ৰশ্নসমূহৰ ভালদৰে উত্তৰ লেখিব পাৰে।
- সেয়ে, ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ অৰ্থে সম্ভৱপৰলৈকে পূৰ্বৰ মডেল প্ৰশ্ন কাকতসমূহৰ তথা এই বছৰত হৈ যোৱা পৰীক্ষাৰ মডেল প্ৰশ্ন কাকতৰ যোগান ধৰিবলৈ চেষ্টা কʼৰা হʼল।
আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হʼব লগীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তৈয়াৰ কৰা ওপৰৰ প্ৰবন্ধখনে আপোনাৰ সহায় কৰিব বুলি আশা কৰিলোঁ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.