অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা | List of Presidents of Sahitya Sabha of Assam – Today We Discuss List of Presidents of Sahitya Sabha of Assam Any Government competitive exam, we try to give you most Important MCQ type Question and Answer.
অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা
অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা | List of Presidents of Sahitya Sabha of Assam we cover under the All Competitive exam as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.
অসমৰ সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা
চন | সভাপতি | সভা অনুষ্ঠিত হোৱা ঠাই |
১৯১৭ | পদ্মনাথ গোহাঞি বৰুৱা | শিৱসাগৰ |
১৯১৮ | চন্দ্ৰধৰ বৰুৱা | গোৱালপাৰা |
১৯১৯ | কালিৰাম মেধি | বৰপেটা |
১৯২০ | হেমচন্দ্ৰ গোস্বামী | তেজপুৰ |
১৯২৩ | অমৃতভূষণ দেৱ অধিকাৰী | যোৰহাট |
১৯২৪ | কনকলাল বৰুৱা | ডিব্ৰুগড় |
১৯২৪ | লক্ষ্মীনাথ বেজবৰুৱা | গুৱাহাটী |
১৯২৫ | ৰজনীকান্ত বৰদলৈ | নগাওঁ |
১৯২৬ | বেণুধৰ ৰাজখোৱা | ধুবুৰী |
১৯২৭ | তৰুণৰাম ফুকন | গোৱালপাৰা |
১৯২৯ | কমলাকান্ত ভট্টাচাৰ্য | যোৰহাট |
১৯৩০ | মফিজুদ্দিন হাজৰিকা | গোলাঘাট |
১৯৩১ | নগেন্দ্ৰ নাৰায়ণ চৌধুৰী | শিৱসাগৰ |
১৯৩৩ | জ্ঞানদাভিৰাম বৰুৱা | উত্তৰ লক্ষীমপুৰ |
১৯৩৪ | আনন্দচন্দ্ৰ আগৰৱালা | মঙলদৈ |
১৯৩৬ | ৰঘুনাথ চৌধাৰী | তেজপুৰ |
১৯৩৭ | কৃষ্ণকান্ত সন্দিকৈ | গুৱাহাটী |
১৯৪০ | মইদুল ইছলাম বৰা | যোৰহাট |
১৯৪৪ | নীলমণি ফুকন | শিৱসাগৰ |
১৯৪৭ | নীলমণি ফুকন | ডিব্ৰুগড় |
১৯৫০ | অম্বিকাগিৰি ৰায় চৌধুৰী | মাৰ্ঘেৰিটা |
১৯৫৩ | সূৰ্যকুমাৰ ভুঞা | শ্বিলং |
১৯৫৪ | নলিনীৱালা দেৱী | যোৰহাট |
১৯৫৫ | যতীন্দ্ৰনাথ দুৱৰা | গুৱাহাটী |
১৯৫৬ | বেণুধৰ শৰ্মা | ধুবুৰী |
১৯৫৮ | পদ্মধৰ চলিহা | তিনিচুকীয়া |
১৯৫৯ | অতুলচন্দ্ৰ হাজৰিকা | নগাওঁ |
১৯৬০ | ত্ৰৈলোক্যনাথ গোস্বামী | মিৰ্জা, পলাশবাৰী |
১৯৬১ | ত্ৰৈলোক্যনাথ গোস্বামী | গোৱালপাৰা |
১৯৬৩ | ৰত্নকান্ত বৰকাকতি | নাজিৰা |
১৯৬৪ | মিত্ৰদেৱ মহন্ত | ডিগবৈ |
১৯৬৫ | ডিম্বেশ্বৰ বৰুৱা | নলবাৰী |
১৯৬৬ | বিনন্দ চন্দ্ৰ বৰুৱা | উত্তৰ লক্ষীমপুৰ |
১৯৬৭ | নকুল চন্দ্ৰ ভূঞা | ডিব্ৰুগড় |
১৯৬৮ | জ্ঞাননাথ বৰা | তেজপুৰ |
১৯৬৯ | আনন্দ চন্দ্ৰ বৰুৱা | বৰপেটা |
১৯৭০ | উপেন্দ্ৰনাথ লেখাৰু | ধিং |
১৯৭১ | তীৰ্থনাথ শৰ্মা | মাকুম, ডিব্ৰুগড় |
১৯৭২ | হেম বৰুৱা | ধুবুৰী |
১৯৭৩ | গিৰিধৰ শৰ্মা | ৰঙিয়া |
১৯৭৪ | মহেশ্বৰ নেওগ | মঙ্গলদৈ |
১৯৭৫ | সত্যেন্দ্ৰনাথ শৰ্মা | তিতাবৰ |
১৯৭৬ | যজ্ঞেশ্বৰ শৰ্মা | টিহু |
১৯৭৭ | চৈয়দ আব্দুল মালিক | অভয়াপুৰী |
১৯৭৮ | প্ৰসন্নলাল চৌধুৰী | গোলাঘাট |
১৯৭৯ | অতুলচন্দ্ৰ বৰুৱা | শুৱালকুছি |
১৯৮০ | যতীন্দ্ৰনাথ গোস্বামী | ৰহা |
১৯৮১ | সীতানাথ ব্রহ্মচৌধুৰী | তিনিচুকীয়া |
১৯৮২ | সীতানাথ ব্রহ্মচৌধুৰী | ডিফু |
১৯৮৩ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য | বঙাইগাওঁ |
১৯৮৫ | যোগেশ দাস | বিহপুৰীয়া |
১৯৮৬ | বীৰেণ বৰকটকী | কামপুৰ |
১৯৮৭ | মহেন্দ্ৰ বৰা | পাঠশালা |
১৯৮৮ | কীৰ্তিনাথ হাজৰিকা | হাইলাকান্দি |
১৯৮৯ | মহিম বৰা | ডুমডুমা |
১৯৯০ | নৱকান্ত বৰুৱা | বিশ্বনাথ চাৰিআলি |
১৯৯১ | নিৰ্মলপ্ৰভা বৰদলৈ | দুধনৈ |
১৯৯২ | লক্ষ্যধৰ চৌধুৰী | গোৰেশ্বৰ |
১৯৯৩ | ভূপেন হাজৰিকা | শিৱসাগৰ |
১৯৯৪ | লীলা গগৈ | মৰিগাওঁ |
১৯৯৫ | হিতেশ ডেকা | সৰ্থেবাৰী |
১৯৯৬ | লক্ষ্মীনন্দন বৰা | বোকাখাত |
১৯৯৭ | নগেন শইকীয়া | বিলাসীপাৰা |
১৯৯৮ | নগেন শইকীয়া | হাওৰাঘাট |
১৯৯৯ | চন্দ্ৰপ্ৰসাদ শইকীয়া | হাজো |
(১৯৯৯চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল দুবছৰীয়া কৰা হৈছে।)
২০০১ | হোমেন বৰগোহাঞি | ডিব্রুগড় |
২০০৩ | বীৰেন্দ্ৰ নাথ দত্ত | লক্ষীমপুৰ |
২০০৫ | কনকসেন ডেকা | ছিপাঝাৰ |
২০০৭ | কনকসেন ডেকা | চাপৰ |
২০০৯ | ৰংবং তেৰাং | ধেমাজী |
২০১১ | ৰংবং তেৰাং | বৈঠালকুছি |
২০১৩ | ইমৰান ছাহ | বৰপেটা ৰোড |
২০১৪ | ইমৰান ছাহ | গুৱাহাটী |
২০১৫-১৬-১৭ | ধ্ৰুৱজ্যোতি বৰা | কালিয়াবৰ |
২০১৮ | পৰমানন্দ ৰাজবংশী | বর্দুমচা |
২০১৯ | পৰমানন্দ ৰাজবংশী | ৰহা |
২০২০ – ২০২১ | কুলধৰ শইকীয়া | শুৱালকুছি |
২০২২ – ২০২৩ | ড° সূৰ্যকান্ত হাজৰিকা | নাৰায়ণপুৰ |
People Also Search
- অসম সাহিত্য সভাৰ সভাপতিসকলৰ নাম
- সাভিত্য সভা অনুষ্ঠিত স্থান আৰু চন
- অসমৰ কোন কোন জিলাত সাহিত্যসভা হৈছিল
- পূৰণি সাভিত্য সভাৰ সভাপতি সকলৰ নাম
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Update needed