Niketan Class 5 Assamese Chapter 21 নিয়ৰ

Niketan Class 5 Assamese Chapter 21 নিয়ৰ Sankardev Sishu Niketan Chapter 21 নিয়ৰ Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 21 নিয়ৰ

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 21 নিয়ৰ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

নিয়ৰ

Chapter – 21

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) মুকুতা মণিতি ক’ত জিলিকে ? 

উত্তৰঃ পাহিত জিলিকে । 

( খ ) ফুলজুপি কিহেৰে শােভা কৰে ? 

উত্তৰঃ নিয়ৰ কলিৰে । 

( গ ) বায়ুৱে ফুলৰ পাহি জোকাৰি কি বেয়া কাম কৰিলে ? 

উত্তৰঃ বায়ুৱে ফুলৰ পাহি জোকাৰি ফুলজুপিত শােভা কৰি থকা নিয়ৰবােৰক পেলাই দিলে । 

( ঘ ) নিয়ৰৰ টোপালে হিয়াত কি সাঁচি থৈছে ? 

উত্তৰঃ নিজৰ আকাশৰ নিচুক কথাটি সাঁচি থৈছে। 

প্রশ্ন ২। কবিয়ে ফুলৰ পাহিত জিলিকি থকা নিয়ৰ টোপালটিক কিহৰ কিহৰ সৈতে তুলনা কৰিছে ? ( শুদ্ধবােৰত শুদ্ধ চিন দিয়া) ।

( ক ) ফটফটীয়া পানীত ধােৱা মুকুতী মণি 

উত্তৰঃ শুদ্ধ ।

( খ ) সৰগৰ পৰা সৰি পৰা এটি নিশাৰ তৰা 

উত্তৰঃ শুদ্ধ ।

( গ ) হীৰাৰ টুকুৰা 

উত্তৰঃ অশুদ্ধ ।

( ঘ ) আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল

উত্তৰঃ অশুদ্ধ ।

( ঙ ) নাচনীৰ মণি

উত্তৰঃ শুদ্ধ ।

( চ ) ফুলৰ কলি 

উত্তৰঃ শুদ্ধ ।

( ছ ) ফুলৰ পাহি 

উত্তৰঃ অশুদ্ধ ।

( জ ) চকুৰ এটোপাল পানী 

উত্তৰঃ শুদ্ধ ।

( ঝ ) পুৱাৰ হেঙুলি কিৰণ 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩। বাক্য ৰচনা কৰা –

           নিজম , হিয়া , টোপনি , মুকুতা 

উত্তৰঃ নিজম :- নিজম ৰাতি অকলে বাহিৰলৈ ওলাবলৈ ভয় লাগে । 

হিয়া :- দেউতাৰ হিয়াখন বৰ কোমল । 

টোপনি :- যােৱাৰাতি মােৰ অলপাে টোপনি নাহিল। 

মুকুতা :- তেওঁৰ দাঁতকেইটা মুকুতাৰ নিচিনা ।

প্রশ্ন ৪। তলৰ শব্দবােৰৰ অর্থ লিখা –

           নিজম , ফটিক , শােভে , হেঙুলি 

উত্তৰঃ নিজম     –       নিস্তব্ধতা, নিৰৱতা

         ফটিক     –       স্বচ্ছ , পৰিষ্কাৰ , নির্মল 

         শােভে     –       শােভা কৰে 

         হেঙুলি     –       ৰঙচুৱা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top