Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

Communication of Assam GK: Communication of Assam Police Exam, Communication of Assam GK Bank Exam, Assam Communication of Post Office Exam, Communication of Assam gk PNRD Exam, Communication of Assam gk Medical Exam, Assam Communication of Forest Guard Exam, Assam Communication of APDCL Exam, Assam Communication of Agriculture Exam, and other state exams.

Join Telegram channel

A “well-knit transport system is of vital importance for the economic advancement of a country or a region. A well-developed system of transport not only subserve social needs but also provide the necessary infrastructure for rapid economic growth. Unfortunately Assam, the core State of the North-Eastern Region hardly enjoys a creditable position in this respect. The State still continues to suffer from inadequate transport and communication facilities, which also explain the economic backwardness.

Communication of Assam GK

Communication System of Assam GK - অসমৰ যোগাযোগ ব্যৱস্থা
Communication System of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা

অসমৰ যোগাযোগ ব্যৱস্থাৰ  বিভিন্ন তথ্য

1. অসমত আধুনিক যোগাযোগ ব্যবস্থাৰ সূচনা কেতিয়াৰ পৰা হয় ?

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰা।

2. অসমত কেতিয়া ঘাইপথ (ৰাষ্ট্ৰীয়  পথ) স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

3. অসমৰ প্রধান ৰাষ্ট্ৰীয়  ঘাইপথ কোনটো ?

উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় পথ।

4. উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় কত ?

উত্তৰঃ গুৱাহাটীৰ মালিগাওঁত।

5. গুৱাহাটী আৰু শ্বিলংৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল ?

উত্তৰঃ ১৮৭৭ চনত।

6. অসমত কোনে প্ৰথমতে ৰেল যোগাযোগ আৰম্ভ কৰিছিল ?

উত্তৰঃ অসম ৰেলৱে আৰু ব্যৱসায়িক কোম্পানীয়ে।

7. অসমত নৌ-সেৱা কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ ১৮৪৭ চনত।

8. কোনে ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলংখনৰ নক্সা আৰু পৰিকল্পনা কৰিছিল ?

উত্তৰঃ বি. চি. গাংগুলী।

9. অসমৰ প্রথম আকাশীযান চালক কোন আছিল ?

উত্তৰঃ মহানন্দ দাস।

10. ব্রহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল ?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে (১৯৬২ চনত)।

11. ‘ডিব্ৰুগড় ৰেলৱে কৰ্মশালা’ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৮৮১ চনত।

12. শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল ?

উত্তৰঃ ১৯৬৩ চনত।

13. অসমৰ মুঠ ঘাইপথৰ দৈর্ঘ  কিমান ?

উত্তৰঃ ২০৪৪ কিলোমিটাৰ।

14. এ. এছ. আৰ. টি. চি. (ASRTC) ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Assam State Road Transport Corporation.

15. এন. এফ, আৰ (N.F.R.) ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ North-east Frontier Railway.

16. গুৱাহাটীত প্রথম কেতিয়া ব্রডগজ স্থাপন হৈছিল ?

উত্তৰঃ ১৯৮৪, ২৪ এপ্ৰিল।

17. ব্রহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং কোনটো ?

উত্তৰঃ কলিয়া ভোমোৰা দলং।

18. শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত ?

উত্তৰঃ কুম্ভীৰগ্ৰামত।

19. অসমৰ কামৰূপ জিলাত থকা বিমান বন্দৰটোৰ নাম কি ?

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।

20. অসমত কিমানটা বিমান বন্দৰ আছে ?

উত্তৰঃ ৬ টা।

21. ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ মোহনবাৰীত।

22. অসমত কিমান চনত ৰেললাইন স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৮৮৫ চনত।

23. শোণিতপুৰ জিলাত থকা বিমান বন্দৰটি ক’ত অৱস্থিত ?

উত্তৰঃ শালনিত।

24. লখিমপুৰ জিলাত থকা বিমান বন্দৰটো ক’ত অৱস্থিত ?

উত্তৰঃ লীলাবাৰীত।

25. যোৰহাট জিলাত থকা বিমান বন্দৰটি কোন ঠাইত অৱস্থিত ?

উত্তৰঃ ৰৰৈয়াত।

26. অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৮৬৬ চনত।

27. অসমৰ ক’ত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ?

উত্তৰঃ ডিব্ৰুগড় আৰু বঙাইগাঁওত ।

28. অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰেল স্টেশন  কোনটো ?

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ ‘জাতিঙ্গা’ত।

29 উত্তৰ -পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তর্জাতিক বিমান বন্দৰ কোনটো ?

উত্তৰঃ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ’।

1 thought on “Communication of Assam GK – অসমৰ যোগাযোগ ব্যৱস্থা”

  1. Dada apunar site pori asu upcoming ADRE r babe pare jodi Assam r Kone ki award paisile 1st ru recently haisob dibo….jwa bar ADRE t Whity award Kone paisile Assam r pora hai2 ahisil….kono kitapot a nasil

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top