Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Join Telegram Groups

Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য: Geography of Assam GK APSC, Geography of Assam gk UPSC, Geography of Assam Police Exam, Geography of Assam GK Bank Exam, Assam Geography of Post Office Exam, Geography of Assam gk PNRD Exam, Geography of Assam gk Medical Exam, Assam Geography of Forest Guard Exam, Assam Geography of APDCL Exam, Assam Geography of Agriculture Exam, and other state exams.

Geography of Assam GK In Assamese

Geography of Assam GK In Assamese – অসমৰ ভৌগোলিক তথ্য

Compared to the valleys, hills, and perennial river of the Brahmaputra, the geography of Assam presents a fact file of the local characteristics of the state. Assam shares its internal borders with West Bengal, Nagaland, Tripura, Mizoram, and Arunachal Pradesh, while Bangladesh and China encircle the international territories of the state.

Area

Statistical data shows that Assam has a total area of ​​78,523 sq km. Equipped with beautiful valleys, rivers and plains, the state of Assam is situated on the north-eastern front of India. The forest land is a large part of the region of Assam.

The land area of ​​Assam, available for cultivation, covers a large part of the total geographical location of the state. Jhoom farming is a widely practiced occupation for almost all the farmers of Assam.

Climate

Since the maximum amount of rainfall in the state of Assam is known, the temperature never goes beyond 35 degrees to 38 degrees. Primarily, the climate of Assam is classified into two major heads – the rainy season and the winter months. While the rainy season begins in June, the winter months begin with the beginning of October.

The agro-climatic conditions of Assam have made it possible to make agriculture one of the important sources of income generation. The Brahmaputra River has acted as a major catalyst in converting Assam’s land into fertile areas where various cash crops are grown today.

Topography

Assam is located in the north-east part of India, sharing its borders with various states such as Meghalaya, Nagaland, Bhutan, Mizoram, West Bengal, Arunachal Pradesh and Manipur. The major geographical features that make up the topographical features of Assam are the Barak Valley and the Brahmaputra River.

The agricultural areas of Assam are especially blessed by the Brahmaputra River. Being divided into several rivers and rivulets, the river overall makes the land of Assam suitable for agricultural production.

See More: Assam GK

Geography of Assam GK – [Part 1]

১ ।   অসমৰ অৱস্থিতি – 

উত্তৰঃ- অসম ভাৰতৰ উত্তৰ – পূব (ঈশান ) কোণত অৱস্থিত । ভৌগোলিক অৱস্থান প্ৰায় ২৪° ৰ পৰা ২৮° উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০° ৰ পৰা ৯৭° পূব দ্ৰাঘিমাংশ ।

২ ।   অসমৰ মাটি কালি – 

উত্তৰঃ- প্ৰায়  ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।

৩ ।   অসমৰ প্ৰাকৃতিক বিভাগ কেইটা –

উত্তৰঃ-  ১ । ব্ৰহ্মপুত্ৰ উপত্যকা ,   ২ । বৰাক উপত্যকা  আৰু  ৩ । কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল ।

৪ ।   অসমৰ চাৰিসীমা –

উত্তৰঃ –  উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য ।

দক্ষিণে : মেঘালয় , মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য  ।

পূবে : অৰুণাচল প্ৰদেশ , নাগালেণ্ড আৰু মণিপুৰ ।

পশ্চিমে : পশ্চিম বংগ আৰু বাংলাদেশ ।

৫ ।   অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কি : মি : ত –

উত্তৰঃ- ৩৪০ জন ।

৬ ।   অসমৰ পুৰুষ – মহিলাৰ অনুপাত প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা –

উত্তৰঃ –  ৯৩২ জনী ।

৭ ।   অসমৰ শিক্ষিতৰ হাৰ –

উত্তৰঃ – ৬৮.২৮ শতাংশ ।

৮ ।   ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিৰ কালি-

উত্তৰঃ-  প্ৰায়  ৫৬,০০০ বৰ্গ কিলোমিটাৰ ।

৯ ।   বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায়  ৬,৯৬২ বৰ্গ কিলোমিটাৰ ।

১০ ।   কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায় ১৫,৩২২ বৰ্গ কিলোমিটাৰ ।

১১ ।   মাজুলী বৰ্তমান মুঠ মাটিৰ কালি –

উত্তৰঃ- প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ ।

১২ ।   অসমৰ দক্ষিণ সীমাৰে পাৰহৈ যোৱা অক্ষৰেখাডালৰ নাম –

উত্তৰঃ- কৰ্কটক্ৰান্তি ৰেখা ।

১৩ ।   অসমৰ প্ৰধান নদী দুখনৰ নাম –

 উত্তৰঃ – ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৪ । ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন –

উত্তৰঃ -বৰনদী ,  পুঠিমাৰী , পাগলাদিয়া , সোৱনশিৰী , জিয়াভৰালী , জাঁজী , কপিলী , কুলসী , চম্পাৱতী , ধনশিৰী , জিয়াঢল , ৰঙানৈ , ডিক্ৰং , ডিব্ৰু , ডিগাৰু , ন – দিহিং , দিচাং , বৰগাং , বুঢ়ীদিহিং , দিখৌ , দুধনৈ , ভোগদৈ , বুৰৈ , শিঙৰা , সৰলভাঙা , মানাহ , কৃষ্ণাই , জিঞ্জিৰাম আদি ।

১৫ ।   ব্ৰহ্মপুত্ৰৰ দলং কেইখন –

উত্তৰঃ – ১। শৰাইঘাট , ২। কলিয়াভোমোৰা , ৩। নৰনাৰায়ণ সেতু আৰু ৪ । বগীবিল দলং ।

১৬ ।   ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা –

উত্তৰঃ –  (১) মাজুলী ( বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ) আৰু  (২) উমানন্দ ( বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ ) ।

১৭ ।   অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত-

উত্তৰঃ – ১ । শীত – নৱেম্বৰ , ডিচেম্বৰ আৰু জানুৱাৰী ।

২ । প্ৰাক্ – মৌচুমী – ফেব্ৰুৱাৰী , মাৰ্চ আৰু এপ্ৰিল ।

৩ । মৌচুমী – মে , জুন আৰু জুলাই ।

৪ । উত্তৰ – মৌচুমী – আগষ্ট , ছেপ্টেম্বৰ আৰু অক্টোবৰ ।

১৮ ।   ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম –

উত্তৰঃ – বৰাইল পাহাৰ ( অসমৰ সৰ্বোচ্চ পাহাৰ ) ।

১৯ ।   বৰাক নদীৰ উপনদী কেইখন –

উত্তৰঃ – জিৰি , চিৰি , ৰাকনি , ধলেশ্বৰী , বগাপানী , লংগাই , টিংৰাই , সোণাই , যদুকটা , মাধুৰা , জাতিংগা ।

২০ ।   অসমৰ প্ৰধান পাহাৰবোৰ –

উত্তৰঃ – কাৰ্বি পাহাৰ , বৰাইল পাহাৰ , বুঢ়া পাহাৰ , নীলাচল , চিত্ৰাচল দীর্ঘেশ্বৰী , কুৰুৱা পাহাৰ , ভোমোৰাগুৰি , শ্ৰীসূৰ্য , চৰাইদেউ , পঞ্চৰত্ন , ৰাক্ষসিনী , পাগলাটেক , টুক্ৰেশ্বৰী , বোন্দা , গণেশ , হিলৈখুন্দা , মহামায়া , অগ্নিগড় , সিংহাসন , হাতীমুৰা , কুঁৱৰী চূণশিল , মণিকৰ্ণেশ্বৰ , অশ্বক্লান্ত , সন্ধ্যাচল ।

Leave a Reply

Scroll to Top