⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 13 বৈদিক সভ্যতা

Class 6 Social Science MCQ Chapter 13 বৈদিক সভ্যতা Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 13 বৈদিক সভ্যতা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 13 বৈদিক সভ্যতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 13

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) আজিৰ পৰা প্ৰায় কিমান বছৰ আগত আৰ্য্য সকলে ভাৰতত আহিছিল?

(ক) ৫৬০০ বছৰমান আগত

(খ) ৩৫০০ বছৰমান আগত

(গ) ৪৫০০ বছৰমান আগত

(ঘ) ৪৬০০ বছৰমান আগত 

উত্তৰ:- (খ) ৩৫০০ বছৰমান আগত।

(২) বেদ কেইখন?

(ক) চাৰিখন

(খ) পাঁচখন

(গ) ছয় খন

(ঘ) সাত খন 

উত্তৰ:- (ক) চাৰিখন।

(৩) আৰ্যসকলে গঢ়ি তোলা সভ্যতাটোক ইতিহাসত কি বুলি কোৱা হৈছে?

(ক) আৰ্য্য সভ্যতা

(খ) বৈদিক সভ্যতা

(গ) ঋকবেদ সভ্যতা

(ঘ) সিন্ধু সভ্যতা 

উত্তৰ:- (খ) বৈদিক সভ্যতা।

(৪) ইতিহাসতবিদ সকলে বৈদিক সভ্যতাৰ আনুমানিক সময়সীমা কিমান বুলি ধাৰণা কৰিছে?

(ক) খ্ৰীষ্ট পূৰ্ব ১৭০০ ৰ পৰা ৭০০ 

(খ) খ্ৰীষ্ট পূৰ্ব ১৮০০ ৰ পৰা ৮০০

(গ) খ্ৰীষ্ট পূৰ্ব ১৬০০ ৰ পৰা ৬০০

(ঘ) খ্ৰীষ্ট পূৰ্ব ১৭০০ ৰ পৰা ৫০০

উত্তৰ:- (গ) খ্ৰীষ্ট পূৰ্ব ১৬০০ ৰ পৰা ৬০০।

(৫) বৈদিক যুগক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উত্তৰ:- (ক) দুটা।

(৬) আৰ্যসকল প্ৰধানত কি আছিল?

(ক) কৃষি

(খ) পশুপালক 

(গ) মাছমৰীয়া

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) পশুপালক।

(৭) কোনে হিন্দু ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ বেদ চাৰিখন ৰচনা কৰিছিল?

(ক) হিন্দু সকলে

(খ) আদিম মানুহে

(গ) আৰ্য সকলে

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) আৰ্য সকলে।

(৮) ভাৰতৰ উত্তৰ – পশ্চিম প্ৰান্তত থকা সিন্ধু নদীৰ উপত্যকা অঞ্চল প্ৰাচীন কালত কি বুলি জনাজাত আছিল?

(ক) বিপাশা

(খ) সপ্তসিন্ধু

(গ) সিন্ধু নদী

(ঘ) নদী উপত্যকা

উত্তৰ:- (খ) সপ্তসিন্ধু।

(৯) ভাৰতৰ কোন দিশৰপৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ?

(ক) উত্তৰ – পশ্চিম দিশৰ পৰা

(খ) দক্ষিণ – পশ্চিম দিশৰ পৰা

(গ) উত্তৰ – পূব দিশৰ পৰা 

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) উত্তৰ – পশ্চিম দিশৰ পৰা।

(১০) আৰ্য লোক সকলে নিজকে কি বুলি পৰিচয় দিছিল?

(ক) নিম্ন

(খ) উচ্চ

(গ) শ্ৰেষ্ঠ

(ঘ) ডাঙৰ 

উত্তৰ:- (গ) শ্ৰেষ্ঠ।

(১১) সিন্ধু নদীৰ লগত আৰু কি কি  নদী লগলাগি সপ্তসিন্ধু নামেৰে পৰিচিত আছিল?

(ক) ছটা নদী

(খ) গংগা নদী আৰু যমুনা নদী

(গ) সিন্ধু নদীৰ ছখন উপনৈ

(ঘ) সিন্ধু নদীৰ ৩ খন উপনৈ

উত্তৰ:- (গ) সিন্ধু নদীৰ ছখন উপনৈ।

(১২) চাৰিওখন বেদৰ ভিতৰত প্ৰাচীনতম বেদ কোনখন ?

(ক) ঋকবেদ

(খ) যৰ্জুবেদ

(গ) সামবেদ

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) ঋকবেদ।

(১৩) আদিতে মুখে মুখে মন্ত্ৰ চলি অহাৰ বাবে বেদৰ আন এটা নাম কি আছিল?

(ক) সামবেদ

(খ) শ্ৰুতি

(গ) মন্ত্ৰ 

(ঘ) আৰতি

উত্তৰ:- (খ) শ্ৰুতি।

(১৪) আৰ্যসকলৰ সমাজ জীৱনত কি ধন যথেষ্ট গুৰুত্ব আছিল?

(ক) কৃষি ধন

(খ) সোণ – ৰূপ আদি

(গ) পশু ধন

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) পশু ধন।

(১৫) পশু ধনৰ ভিতৰত কোনটো আৰ্য্য সকলৰ বাবে বেচা – কিনাৰ মাধ্যম আৰু প্ৰতিপত্তিৰ প্ৰতীক আছিল?

(ক) গৰু

(খ) ছাগলী

(গ) ঘোঁৰা

(ঘ) হাতী

উত্তৰ:- (ক) গৰু।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top