Class 3 English Chapter 8 The Bundle of Sticks, answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 English Chapter 8 The Bundle of Sticks and select need one.
Class 3 English Chapter 8 The Bundle of Sticks
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 3 English Chapter 8 The Bundle of Sticks Solutions for All Subjects, You can practice these here…
(দা বান্দল্ অৱ ষ্টিকছ) লাঠিৰ মুঠাটো
Chapter – 8
ইংৰাজী (ENGLISH)
Look at the pictures. They are people who help us in our everyday lives: (লুক এট দা পিক্চাচ্। দে আৰ পিপল হু হেল্প আছ ইন আৱাৰ এভৰী দে লাইভছ।)—ছবিবোৰলৈ চোৱা। এইবোৰ সেইজন মানুহ, যিয়ে আমাৰ দৈনন্দিন জীৱনত সহায় কৰে।
I’m a milkman. I bring milk for all. (আই এম এ মিল্ডমেন। আই ব্রিং মিল্ক ফৰ অল )
— মই এজন গোৱাল। মই সকলোৰে কাৰণে গাখীৰ বিক্ৰী কৰোঁ।
I’m a fishmonger. I sell fishes. (আই এম এ ফিছ-মনজাৰ, আই চেল ফিছেচ)
— মই এজন মাছ বেপাৰী। মই মাছ বেচোঁ ।
I’m a lawyer. I advise people about law. (আই এম এ ল’য়াৰ। আই এদভাইছ পিপল এবাউত ল’।) — মই এজন উকিল। মই মানুহক আইনৰ পৰামর্শ দিয়ো।
I’m a grocer. I sell food and other things used at home. (আই এম এ গ্ৰচাৰ। আই চেল ফুদ এণ্ড আদাৰ থিংজ ইউজদ এট হোম)
— মই এজন গেলামালৰ দোকানী। মই খাদ্য বস্তুৰ লগতে ঘৰত ব্যবহৃত অন্যান্য সামগ্রী বিক্ৰী কৰোঁ।
I’m a car mechanic. I repair cars. (আই এম এ কাৰ মেকানিক। আই ৰিপেয়াৰ কাৰছ)
— মই এজন গাড়ী মিস্ত্রী (কাৰিকৰ)। মই গাড়ী ঠিক কৰোঁ।
I’m a cloth merchant. I sell clothes. (আই এম এ ক্লোথ মাৰচেষ্ট। আই চেন ক্লোথেছ)
— মই এজন কাপোৰ ব্যৱসায়ী। মই কাপোৰ বিক্ৰী কৰোঁ।
I’m a plumber. Ifix and repair water pipes. (আই এম এ প্লাম্বাৰ, আই ফিট এন্ড ৰিপেয়াৰ ওৱাতাৰ পাইপছ)
— মই এজন পানীৰ পাই পৰ মেৰামতি। মই পানীৰ পাইপ লগাওঁ আৰু মেৰামতি কৰোঁ।
I’m a hawker. I bring newspapers. (আই এম এ হকাৰ। আই ব্রিঙ নিউজপেপাৰছ)
— মই এজন হকাৰ। মই বাতৰি কাকত দিওঁ।
Word Note ( শব্দার্থ) :
Bundle (বান্দল) — মুঠা । sticks ( ষ্টিকছ) — লাঠি। milkman (মিল্কমেন) — গোৱাল। fishmonger (ফিছমনজাৰ) — মাছ বেপাৰী। lawyer (লয়াৰ) — উকিল। advise (এদভাইজ) — পৰামর্শ । law (ল’) — আইন কানুন। about (এবাউত) — বিষয়ে। grocer (গ্রছাৰ) — গেলামাল দোকানী। sell (চেল) —বেচা। things (থিংক) — বস্তুবোৰ। used (ইউজদ্) — ব্যৱহৃত হোৱা। mechanic (মেকানিক)—কাৰিকৰ। repair (ৰিপেয়াৰ) — মেৰামত কৰা। cloth (ক্লথ) — কাপোৰ। merchant (মাৰচেন্ট্) —ব্যৱসায়ী। plumber (প্লাম্বাৰ) — পানীৰ পাইপৰ কাম কৰা মানুহ। hawker (হকাৰ) — হকাৰ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Tell your friend which of these people you have seen or met. How do they help you? (টেল ইৱ’ৰ ফ্ৰেণ্ড হুইচ অৱ দিজ পিপল ইউ হেভ চীন অৰ মেট। হাও দু দে হেল্প ইউ?) — এইবোৰ মানুহৰ কোনবোৰ মানুহক তুমি দেখিছা বা লগ পাইছা তোমাৰ বন্ধুক কোৱা। তেওঁলোক কেনেকৈ তোমাক সহায় কৰিছে।
Ans. I have seen all of them. They help us in many ways. (আই হেভ চিন অল অৱ দেম। দে হেল্প আছ ইন মেনি ওৱেজ) – মই এই সকলোবোৰ মানুহকেই লগ পাইছোঁ। মই এই সকলোৰে পৰাই কিবা কিবি সহায় পাইছোঁ।
Now, read this story about a farmer and his four sons: (নাও ৰীড দিচ ষ্টৰী এবাউত এ ফার্মাৰ এণ্ড হিজ ফোৰ চনছ)—এতিয়া ‘খেতিয়াক আৰু তেওঁৰ চাৰি পুতেক’ অৱ বিষয়ে গল্পটো পঢ়া।
Lines: Once upon a time………..the farmer sad.
Word Note ( শব্দার্থ):
Once (ওৱানচ) – এবাৰ/এসময়ত। there (দেয়াৰ) – সিঠাইত, তাত। old farmer (অ’ল্ড ফাৰ্মাৰ) – বুঢ়া খেতিয়াক। clever (ক্লেভাৰ) – সুনিপুণ, চতুৰ । son (চন) – পুত্র । different (দিফাৰেন্ট) – বেলেগ বেলেগ। professions (প্ৰফেছনছ) – বৃত্তিধাৰী। eldest (এলদেষ্ট) – ডাঙৰ। quarrelled (কুৱাৰেলদ) –কাজিয়া কৰিছিল। each (ইচ) – প্রতিজনে। other (আদাৰ) – অন্য/আনজন। merchant (মার্চেন্ট) –ব্যৱসায়ী। made (মেদ) – সজোৱা/বনোৱা। sad (চেড) – দুখ কৰা।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Once upon a time there was an old farmer. (ওৱানচ আপন এ টাইম দেয়াৰ ওৱাজ এন ও ফার্মাৰ) – এসময়ত কোনো এটা ঠাইত এজন বুঢ়া খেতিয়ক আছিল। He had four clever sons. (হি হেদ ফোৰ ক্লেভাৰ চনছ)–তেওঁৰ চাৰিজন সুনিপুণ (চতুৰ) লৰা আছিল। They had different professions. (দে হেদ দিফাৰেন্ত প্ৰফেচনচ্) – তেওঁলোক বেলেগ বেলেগ বৃত্তিধাৰী মানুহ আছিল। The eldest son was a doctor, the second son was a lawyer, the third son was a farmer and the youngest son was a cloth merchant. (দা এলদেষ্ট চন ওৱাজ এ ডক্টৰ, দা ছেকেন্ড চন ওৱাজ এ লৱাৰ দা থাৰ্ড চন ওৱাজ এ ফার্মাৰ এণ্ড ইয়ঙগেষ্ট চন ওৱাজ এ ক্লোথ মার্চেন্ট) – লৰাবোৰৰ ভিতৰত ডাঙৰ জন আছিল ডাক্তৰ, দ্বিতীয় পুত্রজন আছিল এজন উকিল, তৃতীয় জন আছিল এজন খেতিয়ক আৰু সৰুজন আছিল এজন কাপোৰ ব্যৱসায়ী। But the sons quarrelled with each other all the time. (বাট দা চনছ্ কুৱাৰেলদ উইথ ইচ আদাৰ অল দা টাইমছ) – কিন্তু পুত্ৰসকলে ইজনে আনজনৰ লগত সকলোসময়তে কাজিয়া কৰি আছিল। This made the farmer sad. (দিছ মেদ দা ফাৰ্মাৰ ছেদ) — এইটোৱে খেতিয়কজনক বৰ দুখিত কৰিছিল।
Lines: One day the ………………… broke the sticks.
Word Note ( শব্দার্থ) : called (কল্ড) — মাতি আনিছিল। gave (গেভ) — দিছিল। them (দেম) —সিহঁতক, তেওঁলোকক । bundle (বান্দল)— মুঠা। sticks(ষ্টিকছ ) — লাঠি । tied (টায়েদ)— বান্ধিছিল । rope (ৰ’প) — ৰচী । asked( আচকড) — সুধিছিল । break (ব্ৰেক) — ভঙা । untied (আনতায়েদ) — বান্ধ-খুলিছিল । single ( চিংগল) — এটা /এদাল । easily (ইজিলী)— সহজতে। broke (ব্ৰোক) — ভাঙিছিল ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
One day the father called the sons. (ওৱান দে দা ফার্মাৰ কল্ড দা চনছ্ ) — এদিনাখন দেউতাকে পুত্র সকলক মাতি পঠালে। He gave then bundle of sticks tied with a rope. (হি গেভ দেম এ বান্দল অৱ ষ্টিকছ টায়েদ উইথ এ ৰোপ) — তেওঁ সিহঁতক এদাল ৰচীৰে বন্ধা এটা লাঠিৰ মুঠা দিলে। He asked them to break it. (হি আচকদ দেম টু ব্ৰেক ইট) — তেওঁ সিহঁতক এইটো ভাঙিবলৈ ক’লে।
Each one tried but could not break it. (ইচ ওৱান ট্ৰায়দ বাট কুদ নট ব্রেক ইট) — প্রতিজনে চেষ্টা কৰিলে কিন্তু সেইটো ভাঙিব নোৱাৰিলে। Then the father untied the bundle and gave each one a single stick. (দেন দা ফাদাৰ আনটাইদ দা বান্দল এন্ড গেভ ইচ ওৱান এ চিংগল ষ্টিক) — তেতিয়া দেউতাকে মুঠাটো খুলিছে আৰু প্রত্যেককে এদালকৈ লাঠি দিলে। He said, “Now break the sticks” (হি চেইদ, “নাও ব্রেক দা ষ্টিকছ”) — তেওঁ কৈছিল, “এতিয়া লাঠিদাল ভাঙা।”
This time the sons easily broke the sticks. (দিচ টাইম দা চনছ ইজিলী ব্রোক দা ষ্টিকছ)—এতিয়া পুতেকবোৰে সহজতে লাঠিবোৰ ভাঙিলে।
Lines : The father said, “When …………..was happy.
Word Note ( শব্দার্থ) : understand ( আন্দাৰষ্টেণ্ড) — বুজিছিল। together (টুগেদাৰ) — একেলগে থকা। hurt (হার্ট) — অনিষ্টকৰা। unhappy (আনহেপী)—অসুখী। promise (প্রমিচ)—প্রতিশ্রুতি দিয়া। anymore (এনিমোৰ)—আৰু অধিক।
উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ
The father said, “When the sticks were tied in a bundle, you could not break them. (দা ফাদাৰ চেইন, “হোৱেন দা ষ্টিকছ ওয়েৰ টাইদ ইন এ বান্দল, ইউ কুদ নট ব্রেক দেম)—দেউতাকে কৈছিল, “যেতিয়া লাঠিবোৰ একেলগে বন্ধা আছিল, তেতিয়া তোমালোকে সেইবোৰ ভাঙিব নোৱাৰিলে। But when I gave one stick to each of you, you could easily break it. (বাট হোৱেন আই গেভ ওৱান ষ্টিক টু ইচ্ অফ্ ইউ, ইউ কুদ ইজিলী ব্রেক ইট)—কিন্তু যেতিয়া মই এদালকৈ লাঠি তোমালোকক বেলেগ বেলেগকৈ দিলোঁ, তেতিয়া তোমালোকে সহজতে সেইবোৰ ভাঙিলা What do you understand from this?” (হোৱাত দু ইউ আন্দাৰষ্টেণ্ড ফ্ৰম দিছ?”) — তোমালোকে ইয়াৰ পৰা কি বুজিলা?”
The eldest son replied, “As long as we are together no one can hurt us. (দা এলদেষ্ট চন ৰিপ্লাইড, “এজ লং এজ উই আৰ টুগেদাৰ নো ওৱান কেন হার্ট আছ) — ডাঙৰ পুতেকজনে উত্তৰ দিছিল, “যিমান দিন আমি একেলগে থাকিম কোনেও আমাৰ একো অনিষ্ট কৰিব নোৱাৰিব। If we quarrel we’ll always be unhappy.” (ইফ উই কুৱাৰেল উই উইল অলৱেজ বি আনহেপী।”) — যদি আমি কাজিয়া কৰি থাকোঁ তেন্তে আমি সদায় অসুখী হৈ থাকিম।”
The sons promised their father that they would not quarrel anymore. (দা চনছ প্রমিচদ্ দেয়াৰ ফাদাৰ দেট দে উদ নট কুৱাৰেল এনীমোৰ) পুতেক সকলে সিহঁতৰ দেউতাকক প্রতিশ্রুতি দিছিল যে সিহঁতে আৰু একো কাজিয়া নকৰিব। The father was happy. (দা ফাদাৰ ওৱাজ হেপী) – দেউতাকজন বৰ সুখী হৈছিল।
ACTIVITIES (এক্টিভিটিজ) — কার্যকলাপ |
1. Let’s see how much we have understood : (লেটাছ চি হাও মাচ উই হেভ আন্দাৰষ্টুদ)— আমি কিমান বুজি পালোঁ চাওঁ আহা :
(a) How many sons did the farmer have? (হাও মেনী চনচ্ দিদ দা ফাৰমাৰ হেভ?) —খেতিয়কজনৰ কিমানজন পুতেক আছিল?
Ans. The farmer had four clever sons. (দা ফার্মাৰ হেদ ফোৰ ক্লেভাৰ চনছ) – (খতিয়কজনৰ চাৰিজন সুনিপুণ (চতুন) পুতেক আছিল।
(b) What was the profession of the eldest son? (হোৱাট ওৱাজ দা প্রফেচন্ অৱ দা এলদেষ্ট চন?)— ডাঙৰ ল’ৰাজন কি বৃত্তিধাৰী মানুহ আছিল?
Ans. By profession the eldest son was a Doctor. (বাই প্রফেচন্ দা এলদেষ্ট চন ওৱাজ এ ডক্টৰ)—ডাঙৰ ল’ৰাজন এজন ডাক্তৰ বৃত্তিধাৰী মানুহ আছিল।
(c) What did the sons do with one another? (হোৱাট দি দা চনচ্ দু উইথ ওৱান এনাদাৰ ?) — পুতেকসকলে ইজনে আনজনৰ লগত কি কৰিছিল?
Ans. They quarrelled with each other. (দে কুয়াৰেলড উইথ ইচ আদাৰ)–তেওঁলোকে ইজনে আনজনৰ লগত কাজিয়া কৰিছিল।
(d) What did the sons promise their father? (হোৱাট দিদ দা চনচ্ প্ৰমিচদ দেয়াৰ ফাদাৰ ?)— পুতেক কেইজনে তেওঁলোকৰ দেউতাকক কি প্রতিশ্রুতি দিছিল ?
Ans. The sons promised their father that they would not quarrel anymore. (দা চনচ্ প্ৰমিচদ দেয়াৰ ফাদাৰ দেট দে উদ্ নট কুৱাৰেল এনিমোৰ) — পুতেক কেইজনে তেওঁলোকৰ দেউতাকক প্রতিশ্রুতি দিছিল যে তেওঁলোকে আৰু কেতিয়াও কাজিয়া নকৰিব।
(e) Why was the father upset? (হোৱাই ওৱাজ দা ফাদাৰ আপছেত?) — দেউতাকজন কিয় দুখী হৈছিল? [Additional (অতিৰিক্ত)]
Ans. The father was upset because his sons quarrelled with each other. (দা ফাদাৰ ওৱাজ আপছেত বিকজ হিজ চনছ কুৱাৰেলেদ উইথ ইচ আদাৰ) ― দেউতাকে (খেতিয়ক জন) দুখী হৈছিল কাৰণ তেওঁৰ পুতেক সকালে ইজনে আনজনৰ লগত কাজিয়া কৰিছিল।
(f) What do you understand by the story? (হোৱাত দু ইউ আন্দাৰষ্টেণ্ড বাই দা ষ্ট’ৰী?) ― গল্পটোৰ পৰা তুমি কি বুজিলা? [Additional (অতিৰিক্ত)]
Ans. I understand by the story that no one can hurt us if we get together. (আই আন্দাৰষ্টেণ্ড বাই দা ষ্ট’ৰী দেট নো ওৱান কেন হার্ট আছ ইফ উই গেট টুগেদাৰ) ― গল্পটোৰ পৰা মই এইটো বুজিলো যে যদি আমি একেলগে থাকো তেন্তে কোনেও আমাক অনিষ্ট কৰিব নোৱাৰিব।
2. Fill in the blank boxes with the name of the profession. (ফিল ইন দা ব্লেংক বক্সেছ উইথ দা নেম অৱ দা প্রফেছন) ― বেলেগ বেলগ বৃত্তিধাৰী নামেৰে খালী বাচবোৰ পূৰ কৰা।
I work on the farm. (আই ওৱাৰ্ক অন দা ফার্ম) — মই পথাৰত কাম কৰোঁ।
I sow seeds. (আই চ’ চীডছ) — মই বীজ সিঁচো।
I grow crops. (আই গ্ৰ’ ক্ৰপছ) — মই শস্য উৎপাদন কৰোঁ।
Who am I? ( হূ এম আই) — মই কোন?
Ans. F A R M E R (ফাৰমাৰ) — খেতিয়ক।
3. Make sentences with the following words (মেক চেণ্টেনচেছ উইথ দা ফল্ল’য়িড ওৱাৰ্ডছ) – তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা।
old (ওল্ড) – পুৰণি : The old man is weak. (দা ওল্ড মেন ইজ্ উইক) — বুঢ়া মানুহ জন দুর্বল।
clever (ক্লেভাৰ)–সুনিপুণ, চতুৰ: Ram is a clever boy. (ৰাম ইজ এ ক্লেভাৰ বয়) — ৰাম এজন সুনিপুণ (চতুৰ) লৰা।
oldest ( অ’লদেষ্ট) – সবাতোকৈ পুৰণি: His father is the oldest man in the village. (হিজ ফাদাৰ ইজ দা অ’লদেষ্ট মেন ইন দা ভিলেজ) – তেওঁৰ দেউতাক গাঁৱৰ ভিতৰত সবাতোকৈ বয়সীয়াল মানুহ।
younger (ইয়ংগাৰ)–বয়সত সৰু: Hari is my younger brother. (হৰি ইজ মাই ইয়ংগাৰ ব্রাদাৰ) – হৰি মোৰ সৰু ভাই।
4. The following sentences are not in order. Arrange them according to the story and write: (দা ফল্ল’য়িঙ চেনটেনছে আৰ নট ইন অৰ্দাৰ। এৰেঞ্জ দেম একৰদিঙলী টু দা ষ্ট’ৰী এণ্ড ৰাইট) — তলৰ বাক্যবোৰ ক্ৰমত নাই। সেইবোৰ গল্পৰ আধাৰত ক্রম অনুসৰি সজোৱা আৰু লিখা :
(a) The father untied the bundle and gave each one a single stick.
(b) There was a farmer.
(c) The sons quarrelled with each other.
(d) He had four sons.
(e) The father asked them to break the bundle of sticks.
(1) (b) There was a farmer. (দেয়াৰ ওৱাজ এ ফাৰ্মাৰ) – এজন খেতিয়ক আছিল।
(2) (d) He had four sons. ( হি হেড ফ’ৰ চনচ)–তেওঁৰ চাৰিজন পুতেক আছিল।
(3) (c) The sons quarrelled with each other. (দা চনচ কুৱাৰেলড উইথ ইচ আদাৰ) —ল’ৰাবোৰে (পুতেক কেইজনে) ইজনে আনজনৰ লগত কাজিয়া কৰিছিল।
(4) (e) The father asked them to break the bundle of sticks. (দা ফাদাৰ আচকদ্ দেম টু ব্ৰেক দা বান্দল অৱ ষ্টিকচ্)—দেউতাকে সিহঁতক লাঠিৰ মুঠাটো ভাঙিবলৈ কৈছিল।
(5) – (a) The father untied the bundle and gave each one a single stick. (দা ফাদাৰ আনতাইদ দা বান্দল এন্ড গেভ ইচ ওৱান এ চিংগল ষ্টিক)—দেউতাকে মুঠাটো খুলিছিল আৰু প্ৰত্যেককে এখনকৈ লাঠি দিছিল।
5. Let’s sing together (লেটছ চিং টুগেদাৰ)—একেলগে গাওঁ আহা।
A little teapot (এ লিটল টি-পত) — এটা সৰু চাহদানী
Word Note (শব্দার্থ) : teapot (টি-পত) — চাহদানী। Short (চৰ্ট) — চুটী। stout (ষ্টাউত) — মজবুট। handle (হেন্দেল) — নাল। spout (স্পাউত) — নলী। When (হোৱেন) — য়েতিয়া। water ( ৱাটাৰ) —পানী। boiling (বয়েলিং) — উত্তপ্ত হোৱা, সিজা। hear (হেয়াৰ) — শুনা। shout (টউত) — চিঞৰা। Tip (টিপ) — মূৰ, আগ, ঢাকা। over (অভাৰ) — ওপৰত। pour (পোৰ) — বাকা, ঢালা।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
I’m a little teapot (আই এম এ লিটল টিপত) — মই এটা সৰু চাহদানী।
Short and stout (চর্ট এণ্ড ষ্টাউত) — চুটী আৰু মজবুট।
Here’s my handle (হিয়াৰ ইজ মাই হেন্দেল) — এইডাল মোৰ নাল।
And here’s my spout. (এণ্ড হেয়াৰ্চ মাই স্পাউত) — আৰু এইদাল মোৰ নলী।
When the water is boiling (হোৱেন দা ওৱাটাৰ ইজ বয়েলিঙ) — যেতিয়া পানী গৰম হৈ থাকে।
Hear me shou ( হিয়াৰ মি চাউত) – মোৰ শব্দ/চিঞৰ শুনা।
Tip me over ( টিপ মি অ’ভাৰ) — মোৰ মূৰটো ঢাকি পেলাই।
And pour me out. (এণ্ড পোৰ মি আউত) — আৰু মোক বাহিৰত বাকা।
6. These are rhyming words. Say them aloud (দিজ আৰু ৰাইমিঙ ওৱাৰ্ডছ। চে দেম এলাউদ)—এইবোৰ ছন্দ মিল থকা শব্দ। এইবোৰ ডাঙৰকৈ কোৱা।
out (আউত) — বাহিৰ। stout (ষ্টউিত) — মজবুট। shout (চাউত) — চিঞৰা। |
There is another word in the poem that rhymes with ‘out, stout, shout’. Find out the word and write it: (দেয়াৰ ইজ এনাদাৰ ওৱাৰ্ড ইন দা প’ৱেম দেট ৰাইমছ উইথ আউত, ষ্টাউত, চাউত। ফাইণ্ড আউত দা ওয়ার্ড এণ্ড ৰাইট ইট) — ইয়াত কবিতাটোত আউত/ষ্টাউত/চাউতৰ লগত ছন্দ মিলা আৰু এটা শব্দ আছে। শব্দটো বিচৰা আৰু লিখা।
Ans. The word is ‘spout’ (দা ওৱার্ড ইজ স্পাউত)—শব্দটো স্পাউড—নলী।
7. Say as fast as you can : (চে এজ ফাষ্ট এজ ইউ কেন) — তুমি যিমান সম্ভৱ খৰকৈ পঢ়া।
I shout (আই চাউত) — মই চিঞৰো। You shout (ইউ চাউত) — তুমি চিঞৰা। He shouts (হি চাউতছ) — তেওঁ চিঞৰে। She shouts (চি চাউতচ্) — তাই চিঞৰে। We shout (উই চাউত) —আমি চিঞৰো। They shout (দে চাউত) — সিহঁতে চিঞৰে। |
Read the underlined words once again. (ৰিড দা আন্দাৰ লাইনদ ওৱাৰ্ডছ ওৱানছ এগেইন)—তলত আঁচটনা শব্দবোৰ পুনৰ পঢ়া।
I (আই) – মই। You (ইউ)–তুমি He (হি)–তেওঁ।
She (চি)–তাই। We (উই)–আমি। They (দে) – সিহঁতে।
8. There are some words hidden in the grid. They tell us about people who help us in our daily life. One is done for you: (দেয়াৰ আৰ চাম ওৱাৰ্ডছ হিদেন ইন দা গ্রিদ। দে টেল আছ এবাউত পিপল, হু হেল্প আছ ইন আৱাৰ দেইলী লাইফ। ওৱান ইজ দান কৰ ইউ) –জালিকাত কিছুমান শব্দ লুপ্ত আছে। সেইবোৰে আমাৰ দৈনন্দিন জীৱনত সহায় কৰা মানুহৰ বিষয়ে কৈছে। শব্দবোৰ বিচাৰি উলিয়াই লিখা। তোমাৰ বাবে এটা কৰি দিয়া হ’ল।

Ans. Farmer (ফাৰ্মাৰ) — খেতিয়ক । Plumber (প্লাম্বাৰ) — পানীৰ নলীৰ কাৰিকৰ। Grocer (গ্ৰ’চাৰ) — গেলামালৰ দোকানী। Lawyer (লয়াৰ) — উকিল। Doctor (ডক্টৰ) — ডাক্তৰ/চিকিৎসক।
9. Read and say ‘Yes’ or ‘No’: (ৰিড এণ্ড চে ইয়েছ’ অৰ ‘নো’) — পঢ়া আৰু ‘হয়’ অথবা ‘নহয়’ কোৱা :
(a) A vegetable seller sells fish. (এ ভেজিটেবল চেলাৰ চেলছ ফিছ) — এজন শাক-পাচলী বিক্রেতাই মাছ বিক্ৰী কৰে।
Ans. No (নো) – নহয়।
(b) A car mechanic repairs cars. (এ কাৰ মেকানিক ৰিপেয়াৰচ্ কাৰছ)-এজন গাড়ীৰ মেৰামতকাৰীয়ে গাড়ী মেৰামত কৰে।
Ans. Yes (ইয়েছ) – হয়।
(c) A fishmonger sells vegetables. (এ ফিচ মনজাৰ চেলছ ভেজিটেবলছ) — এজন মাছ বেপাৰীয়ে শাক পাচলী বিক্ৰী কৰে।
Ans. No (নো) – নহয়।
(d) A milkman sells milk. (এ মিল্ক মেন চেলছ মিল্ক) – এজন গোৱালে গাখীৰ বিক্ৰী কৰে।
Ans. Yes (ইয়েছ) – হয়।
10. Ramen is a car mechanic. Read what Ramen does every day: (ৰমেন ইজ এ কাৰ মেকানিক। ৰিড হোৱাট ৰমেন দাজ এভৰী দে) – ৰমেন এজন গাড়ী মেৰামতকাৰী। তেওঁ সদায় কি কৰে–পঢ়া।
(a) Ramen goes to the garage at 8 o’clock in the morning. (ৰমেন গ’জ টু দা গেৰেজ এট ৪ অ’ক্লক ইন দা মর্নিঙ) — ৰমেন ৰাতিপুৱা ৮ বজাত গেৰেজলৈ যায়।
(b) He repairs cars. (হি ৰিপেয়াছ্ কাৰছ) – তেওঁ গাড়ী মেৰামতি কৰে।
(c) He also repairs motorbikes. (হি অলছ’ ৰিপেয়াৰৰ্ছ মটৰ বাইকছ) — তেওঁ দুচকীয়া বাহনো (মট’ৰবাইক) মেৰামতি কৰে।
(d) He closes his garage at 9 o’clock at night. (হি ক্লোজেছ হিজ গেৰেজ এট 9 অ’ক্লক এট নাইট) — তেওঁ তেওঁৰ গেৰেজ ৰাতি 9 বজাত বন্ধ কৰে।
Now, write what Ramen will do tomorrow. One has been done for you: (নাও ৰাইত হোৱাট ৰমেন উইল দু টুমৰ’। ওৱান হেজ বিন দান ফৰ ইউ)-এতিয়া ৰমেনে অহা কাৰণে কৰি দিয়া হ’ল।
(a) Ramen will go to the garage at 8 o’clock in the morning. (ৰমেন উইল গ’ টু দা গেৰেজ এট ৪ অ’ক্লক ইন দা মর্নিঙ) — ৰমেন ৰাতিপুৱা ৮ বজাত গেৰেজলৈ যাব।
(b) Ramen will repair car. (ৰমেন উইল ৰিপেয়াৰ কাৰ) — ৰমেন গাড়ী “মেৰামতি কৰিব।
(c) Rame will also repair motorbike. (ৰমেন উইল অলছ’ ৰিপেয়াৰ মটৰ বাইক) – ৰমেন দুচকীয়া বাহনো (মটৰবাইক) মেৰামতি কৰিব।
(d) Ramen will close his garage at 9 o’clock at night. (ৰমেন উইল ক্লোজ হিজ গেৰেজ এট 9 অ’ক্লক এট নাইট)—ৰমেন বাতি ন’ বজাত তেওঁৰ গেৰেজ বন্ধ কৰিব।
11. Let’s recite : (লেট’ছ ৰিচাইত) — আবৃত্তি কৰো আহা :
Your teacher (ইয়’ৰ টিচাৰ) — তোমালোকৰ শিক্ষক।
I’m your teacher (আই এম ইয়’ৰ টিচাৰ) — মই তোমালোকৰ শিক্ষক।
I love you all (আই লাভ ইউ অল) — মই তোমালোকক ভালপাওঁ।
I’m your teacher (আই এম ইয়’ৰ টিচাৰ) — মই তোমালোকৰ শিক্ষক।
I help you all ( আই হেল্প ইউ অল) — মই তোমালোকক সহায় কৰোঁ।
I’m always so dutiful (আই এম অলৱেজ চ বিউতীফুল) — মই সদায় কৰ্তব্যপৰায়ণ।
I make your world beautiful (আই মেক ইয়’ৰ ওৱাৰ্ল্ড বিউতীফুল) — মই তোমালোকৰ জগতখন ধুনীয়াকৈ সজাওঁ।
I’m with you on weekdays (আই এম উইথ ইউ অন উইক দেজ) — মই তোমালোকৰ লগত সপ্তাহৰ কামৰ দিনবোৰত থাকোঁ।
But I miss you on holidays. (বাট আই মিছ ইউ অন হ’লীদেজ) — কিন্তু এই বন্ধৰ দিনত তোমালোকৰ অনুপস্থিতি অনুভৱ কৰোঁ।
Word Note ( শব্দার্থ) :
teacher (টিচাৰ) — শিক্ষক। love (লাভ) — মৰম, ভালপোৱা। help (হেল্প) — সহায়। always (অলৱেজ) — সদায়। dutiful (দিউতিফুল) — কর্তব্যপৰায়ণ। make (মেক) — সজা। world (ওৱার্ল্ড) — জগৎ, পৃথিৱী । beautiful (বিউতিফুল) — সুন্দৰ, ধুনীয়া with (উইথ) — লগত থকা। week (উইক)— সপ্তাহ। miss (মিছ) — অনুপস্থিতি অনুভব কৰা। holidays (হ’লিদেজ) — বন্ধৰ দিন।
12. Let’s talk : (লেটচ্ টক্) — কথা পাতোঁ আহা।
Talk with your friends/friend and tell them what you want to be when you grow up. (টক উইথ ইয়’ৰ ফ্ৰেণ্ডছ/ফ্ৰেণ্ড এণ্ড টেল দেম হোৱাত ইউ ওৱান্ট টু বি হোৱেন ইউ গ্র’ আপ) – তোমাৰ বন্ধু / বন্ধুসকলৰ লগত কথা পাতা আৰু তুমি ডাঙৰহৈ কি হ’বা সিহঁতক কোৱা।
Ans. Do yourself (দু ইয়’ৰচেলফ) — নিজে কৰা।
13. Make four sentences using the following words : (মেক ফোৰ চেনটেনচেছ ইউজিঙ দা ফল্ল’য়িঙ ওৱাৰ্ডছ) — তলৰ শব্দবোৰ ব্যৱহাৰ কৰি চাৰিটা বাক্য ৰচনা কৰা।
friend (ফ্রেইদ) — বন্ধু teacher (টিচাৰ) — শিক্ষকworld (ওৱার্ল্ড) —পৃথিৱী holidays (হ’লিডেজ) — বন্ধৰ দিনবোৰ |
Ans. friend (ফ্রেইন্দ) — বন্ধু : Ram is my best friend. (ৰাম ইজ মাই বেষ্ট ফ্রেইন্দ) — ৰাম মোৰ আটাইতকৈ ভাল বন্ধু।
teacher (টিচাৰ) — শিক্ষক : We should respect our teacher. (উই চুদ ৰেচপেক্ট আৱাৰ টিচাৰ) —আমি, আমাৰ শিক্ষকক অৱশ্যে শ্রদ্ধা কৰিম।
world (ওৱার্ল্ড) — পৃথিৱী : I love my world. (আই লাভ মাই ওৱার্ল্ড) — মই মোৰ পৃথিৱীক ভাল পাওঁ।
holidays (হ’লিডেজ) — বন্ধৰ দিন : We play football on holidays. (উই প্লে ফুটবল অন হ’লিডেজ)— বন্ধৰ দিনত আমি ফুটবল খেলোঁ।
14. (a) Role play : (ৰোল প্লে) — ভাও লোৱা।
Manasi wants to be a magician when she grows up. (মানসী ওৱাণ্টচ টু বি এ মেজিচিয়ান, হোৱেন চি গ্রোজ আপ) — মানসীয়ে ডাঙৰহৈ এজনী যাদুগৰ হব বিচাৰে। Today she is planning to go to the magic show. (টুদে চি ইজ প্লেনিঙ টু গ’ টু দা মেজিকচ’)—তাই আজি যাদু চাবলৈ যোৱা পৰিকল্পনা কৰি আছে। She asks her friend Deepa to go with her. (চি আচক্চ্ হাৰ ফ্রেণ্ড দীপা টু গ’ উইথ হাৰ)—তাই তাইৰ বান্ধৱী দীপাক তাইৰ লগতে যাবলৈ কৈছে। Read what Manasi says to Deepa. (ৰিদ হোৱাট মানসী চেছ টু দীপা)—মানসীয়ে দীপাক কি কৈছে সেইটো পঢ়া। Write what Deepa may say in reply (ৰাইট হোৱাত দীপা মে চে ইন ৰিপলাই) —দীপাই কি উত্তৰ দিব পাৰে সেইটোও লিখা। You can take help from the sentences in the boxes. (ইউ কেন টেক হেল্প ফ্রম দা চেনটেনচেছ ইন দা বক্সেছ)—বাকচত থকা বাক্যবোৰৰ তুমি সহায় লব পাৰা।
Okay, I’ll come. Meet you at 4 p.m. tomorrow.(ওকে, আই উইল কাম।মিট ইউ এট ৪পি.এম. টুমৰ’) — হয়, মই আহিম। অহাকালি আবেলি চাৰি বজাত মই তোমাৰ লগত সাক্ষাৎ কৰিম। |
Hello, Manasi. How are you? (হেল্ল’, মানসী হাও আৰ ইউ?) — হেৰা মানসী, তুমি কেনে আছা। |
Oh sure! When? (ওহ্, চিয়’ৰ! হোৱেন?) — ও নিশ্চয়! কেতিয়া? |
Ans. 1. Hello, Deepa Manasi here: (হেল্ল’, দীপা। মানসী হিয়াৰ) — হেৰা দীপা, মানসীয়ে কৈছোঁ।
2. Hello, Manasi! How are you? (হেল্প’ মানসী! হাউ আৰ ইউ)-হেৰা মানসী, তুমি কেনে আছা?
3. Fine, thank you. Would you like to go for a magic show? (ফাইন, থেংক ইউ। উদ ইউ লাইক টু গ’ ফৰ এ মেজিক চো)—ভাল বাৰু, ধন্যবাদ। তুমি যাদু প্রদর্শনী চাবলৈ যাব বিচৰা নে কি?
4. Oh sure! When? (অহ্, চিয়’ৰ, হোৱেন)—অহ্ নিশ্চয়। কেতিয়া?
5. On Sunday at 5 pm tomorrow. (অন চানদে এট 5 পি.এম. টুমৰো)— অহাকালি দেওবাৰত সন্ধিয়া 5 বজাত।
6. Okay, I’ll come Meet you at 4pm. tomorrow. (অ’কে আই উইল কাম। মিট ইউ এট 4 পি.এম. টুমৰ’)—ঠিক আছে। মই তোমাক অহাকালি আবেলি 4 বজাত লগ কৰিম।
14. (b) Now, practise the conversation. You can add your own sentences. (নাও প্রেক্টিছ দা কনভাৰশ্বেচন। ইউ কেন এদ ইয়া’ৰ ওউন চেণ্টেনচেচ) — এতিয়া কথোপকথনখিনি অভ্যাস কৰা। তুমি তোমাৰ নিজৰ বাক্যও যোগ কৰিব পাৰা।
Ans. Do yourself (দু ইয়োৰচেলফ) — নিজে কৰা।
15. Let’s read the advertisement below and copy the important information in the given space : (লেটছ ৰিদ দা এদভাৰটাইজমেণ্ট বিল’ এণ্ড কপী দা ইমপৰটেণ্ট ইনফৰমেচন ইন দা গিভেন স্পেচ) – তলৰ বিজ্ঞাপনটো পঢ়া আৰু আৱশ্যকীয় তথ্যখিনি লিখি ৰাখা :
Magic (মেজিক)–যাদু : A Grand Magic Show on 25th December by Bitupan the great magician at Bishnu Bhawan. (এ গ্রেণ্ড মেজিক চ’ অন 25th ডিচেম্বৰ বাই বিটুপন দা গ্রেট মেজিচিয়ান এট বিষ্ণু ভৱন)–এখন ডাঙৰ যাদু প্রদর্শনী 25 ডিচেম্বৰত বিখ্যাত মেজিচিয়ান বিটুপনৰ দ্বাৰা বিষ্ণুভৱনত অনুষ্ঠিত হব।
A skeleton dance (এ স্কেলিটন দেনচ্)–এখন জঁকাৰ নৃত্য প্রদর্শনী।
An invisible man drinking ten. (এন ইনভিজিৱল মেন দ্ৰিঙকিঙ টি) – এখন অদৃশ্য মানৱে চাহ খাই আছে।
Daily two shows 5pm 8pm. (ডেইলী টু চোজ ৫ পি এম ৮. পি.এম)—নিতৌ দুটা প্রদর্শনী সন্ধিয়া ৫ বজাত আৰু ৰাতি ৮ বজাত।
Ans. Place of the magic show Bishnu Bhawan.
(প্লেচ অফ দা মেজিক চো বিষ্ণু ভৱন) –যাদু প্রদর্শনীৰ ঠাই: বিষ্ণুভৱন।
Date 25 December (দেট 25 ডিচেম্বৰ)–তাৰিখ ২৫ ডিচেম্বৰ ।
Time – 5pm. and 8p.m. (টাইম– 5. পি.এম. এণ্ড ৪ পি.এম.)– সময় সন্ধিয়া ৫ বজাত আৰু ৰাতি ৮ বজাত।
16. Read the words in the box. Some are names of things/objects while some others are action words: (ৰিদ দা ওৱাৰ্ডছ ইন দা বক্স। চাম আৰ নেম অৱ থিংছ/অৱজেক্টছ। হোৱাইল চাম আদাৰ্ছ আৰ একচন ওৱাৰ্ডছ) — বাকচত থকা শব্দবোৰ পঢ়া। কিছুমান বস্তুৰ বা বিষয়ৰ নাম আৰু আনকিছুমান কাৰ্যকৰী শব্দ।
telephone (টেলিফ’ন) write (ৰাইত) box (বক্স) jump (জাম্প) tree (ট্ৰী)clean (ক্লীন) cook (কুক) walk (ওৱাক) wash (ওৱাচ) hat (হেট) |
Now, write the names of the things/objects in column (A) and the action words in the column (B). (নাও ৰাইট দা নেমছ অৱ দা থিংছ/অৱজেক্ট ইন কলম (A) এণ্ড দি একচন ওৱাৰ্দজ ইন দা কলম (B)–এতিয়া (A) স্তম্ভত বস্তুৰ নাম আৰু (B) স্তম্ভত ক্রিয়াবাচক শব্দ লিখা ।
(A) Things / Objects (থিংছ/অৱজেক্ট) — ৰস্তুৰ নাম | (B) Action Words (একচন ওৱাৰ্ডছ) —ক্রিয়াবাচক শব্দ |
telephone (টেলিফ’ন) — টেলিফ’ন box (বক্স)— বাকচ tree (ট্ৰী) — গছ cook (কুক) — ৰান্ধনী, ৰন্ধা hat (হেট) — টুপী | write (ৰাইত) — লিখা jump (জাম্প) —জপিওৱা clean (ক্লীন) — চাফা walk (ওৱাক) — খোজকাঢ়া wash (ওৱাচ) — ধুৱা |
17. Group work : (গ্রুপ ওৱাৰ্ক) — দলত কাম কৰা।
Write your name and what you want to be in circle no.
1. (ৰাইট ইয়’ৰ নেম এণ্ড হোৱাত ইউ ওৱান্ট টু বি ইন চার্কল নং
1. —প্রথম বৃত্তত তোমাৰ নাম আৰু ডাঙৰহৈ কি হব বিচৰা সেইটো লিখা।
Ask four of your friends what they want to be. (আচক্ ফ’ৰ অৱ ইয়’ৰ ফ্রেণ্ডছ হোৱাত দে ওৱান্ট টু বি) — তোমাৰ চাৰিজন বন্ধুক সোধা সিহঁতে ডাঙৰ হৈ কি হব বিচাৰে।

Now, write the names of four friends in circle no. 2. (নাও ৰাইট দা নেমছ অৱ ফ’ৰ ফ্ৰেণ্ডছ ইন চার্কল নং 2 ) — এতিয়া 2 নং বৃত্তত তোমাৰ চাৰিজন বন্ধুৰ নাম লিখা।
Write what they want to be when they grow up in circle no. 3. (ৰাইট হোৱাত দে ওৱাওৱান্ট টু বি হোৱেন দে গ্ৰ’ আপ ইন চার্কল নং3) — তিনি নং বৃত্তত সিহঁতে ডাঙৰ হৈ কি হব বিচাৰে সেইটো লিখা।
18. Hand Writing : (হেণ্ড ৰাইটিং) — হাতৰ লিখা।
Ans. I love and respect my teachers (আই লাভ এণ্ড ৰেচপেক্ট মাই টিচাৰ্চ)
— মই মোৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক ভাল পাওঁ আৰু সম্মান জনাওঁ।
———————————————————————————————————————————————————————————————————————————————————————————————————————————————————————————