Class 12 Banking Chapter 7 পুঁজি নিয়োগ

Class 12 Banking Chapter 7 পুঁজি নিয়োগ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 7 পুঁজি নিয়োগ and select needs one.

Class 12 Banking Chapter 7 পুঁজি নিয়োগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 7 পুঁজি নিয়োগ Solutions for All Subject, You can practice these here…

পুঁজি নিয়োগ

Chapter: 7

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১।পনবন্ধক বুলিলে কি বুজা ?

উত্তৰ :- পনবন্ধক 7হল এটা স্থায়ী সম্পদ জমা ৰখা বিপৰীতে লোৱা ধন।

প্ৰশ্ন ২। ঋণ কি ?

উত্তৰ :- ঋণত সাধাৰণতে দুটা পক্ষ থাকে আৰু ঋণ প্ৰদান ত কোনো বস্তু বন্ধক  লোৱা নাযায়।

প্ৰশ্ন ৩।নগদ ধন কাক বোলে।

উত্তৰ :- ইয়াত দুটা পক্ষ থাকে।ই কম সময়ৰ বাবে হয়।

প্ৰশ্ন ৪।ষ্টক বুলিলে কি বুজা ?

উত্তৰ :- ই এক এনে বিত্তীয় প্ৰমাণ পত্ৰ যিয়ে এটা কোম্পানীৰ বিনিয়োগকাৰী এজনক ইয়াৰ অংশ ৰ গৰাকী হোৱাৰ সুযোগ দিয়ে আৰু লভয়াংশ পৰিমানো আদায় দিয়ে।

প্ৰশ্ন ৫। গিল্ট এডজদ চিকিউৰীতি ?

উত্তৰ :- এইবোৰ এক ধৰণৰ বণ্ড  যিবোৰ সাধাৰণতে ৰাষ্ট্ৰীয় চৰকাৰে বিলি কৰে।এইবোৰ ৰ প্ৰচলন সর্বপ্রথমে ব্ৰিটেইনত হৈছিল আৰু লাহে লাহে ক। কমনৱেলথ ৰাষ্ট্ৰীয়বোৰলেণ্ড বিয়পে।

প্ৰশ্ন ৬।মানি এটা কল চট নটিছ মানে কি ?

উত্তৰ :- যিবিলাক ঋণ সাধাৰণতে1১৪ দিনতকৈ বেছি দিনৰ বাবে দিয়া নহয় তেনে ঋণক  মানি এট কল  আৰ চট নটিছ বুলি জনা যায়।

প্ৰশ্ন ৭।অৰ্ধ চৰকাৰী চিকিউৰীতি মানে কি ?

উত্তৰ :- এইবোৰ এনে ধৰণৰ বিত্তীয় দলিল যিবোৰ সাধাৰণতে ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰে।সাধাৰণতে এবছৰীয়া ভিত্তিত এইবোৰৰ উপৰত সুত গণনা কৰা হয়। 

প্ৰশ্ন ৮।চৰকাৰী চিকিউৰীতি বুলিলে কি বুজা ? 

উত্তৰ :- চৰকাৰী চিকিউৰীতিবোৰ হল এনে বিত্তীয় দলিল যিবোৰ কেন্দ্ৰীয় চৰকাৰে বজাৰত এক নিৰ্দিষ্ট সোঁতত এক নিৰ্দিষ্ট সময়ৰ বাবে বিলি কৰে।

চমু উত্তৰ দিয়া

প্ৰশ্ন ৯।অধিবিকষ‍‌ মানে কি ?

উত্তৰ :- ব্যৱসায়ী লোকৰ সাময়িক অৰ্থ নাটনি পূৰণ কৰিবৰ উদ্দেশ্যে চলিত হিচাপৰ বিপৰীতে গ্ৰাহকৰ লগত কৰা আগতীয়া ব্যৱস্থা মৰ্মে যদি হিচাপত থকা থকাতকৈ বেছি টকা উলিওৱাৰ অনুমতি দিয়ে তাক অধিকৰ্ষ বোলে।

প্ৰশ্ন ১০।অধিকৰ্ষ মানে কি ?

উত্তৰ :- ব্যৱসায়ী লোকৰ সাময়িক অৰ্থ নাটনি পূৰণ কৰিবৰ উদ্দেশ্যে চলিত হিচাপৰ বিপৰীতে গ্ৰাহকৰ লগত কৰা আগতীয়া ব্যৱস্থা মৰ্মে যদি হিচাপত থকা টকাতকৈ বেছি টনা উলিওৱাৰ অনুমতি দিয়ে তাক অধিকৰ্ষ বোলে।

প্ৰশ্ন ১১।প্ৰত্যয় পত্ৰ কি ?

উত্তৰ :- যি পত্ৰৰ সহায়ত এঠাইৰ এটা বেংকে আন এঠাইত থকা সেই বেংকৰ শাখা , এজেন্ট বা অন্য বেংকক পত্ৰত উল্লেখ কৰা ব্যক্তিজনক নিৰ্দিষ্ট পৰিমাণৰ টকা দিবলৈ অনুৰোধ কৰে লগতে তেনে টকা দিলে পত্ৰৰ লিখকে তাৰ দায়িত্ব লয় তাক প্ৰত্যয় পত্ৰ বোলে।

প্ৰশ্ন ১২।বান্ধক বুলিলে কি বুজা ?

উত্তৰ :- ই এক ধৰণৰ ঋণ যত এটা সঁচা স্থাৱৰ সম্পত্তি এই ধৰণৰ ঋণৰ বিপৰীতে বেংকত বন্ধক ৰখা হয়।কিবা কাৰণবশত যদি ঋণ লোৱাজনৰ মৃত্যু হয় বা লোৱা টকাখিনি ঘূৰাই দিব নোৱাৰে তেন্তে বন্ধক থোৱা সম্পত্তি বেংকে বাজীয়াপ্ত কৰি লয়। 

প্ৰশ্ন ১৩।প্ৰত্যয় পত্ৰ বুলিলে কি বুজা ?

উত্তৰ :- যি পত্ৰৰ সহায়ত এঠাইৰ এটা বেংকে আন এঠাইত থকা সেই বেংকৰ শাখা,এজেন্ট বা অন্য বেংকক পত্ৰত উল্লেখ কৰা ব্যক্তিজনক নিৰ্দিষ্ট পৰিমাণৰ টকা দিবলৈ অনুৰোধ কৰে লগতে তেনে টকা দিলে পত্ৰৰ লিখক লয় তাক প্ৰত্যয় পত্ৰ বোলে। 

প্ৰশ্ন ১৪।ঋণ আৰু দায়বদ্ধতাৰ মাজৰ পাৰ্থক্য কি ? 

উত্তৰ :- ঋণ :-

(i) ঋণ প্ৰদান ত সাধাৰণতে বন্ধক লোৱা নাযায়।

(ii) ঋণত দুটা পক্ষ থাকে।

দায়বদ্ধতা :-

(i) ইয়াত বন্ধক থব লাগে।

(ii) ইয়াত তিনিটা পক্ষ থাকে।

প্ৰশ্ন ১৫।নগদ ঋণ আৰু ঋণৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- নগদ ঋণ আৰু ঋণৰ মাজত পাৰ্থক্য হল   –

নগদ :-

(i) ইয়াত বেছি নথি পত্ৰৰ দৰকাৰ নহয়।

(ii) ই সাধাৰণতে কম সময়ৰ বাবে হয়।

ঋণ :-

(i) ঋণ লবলৈ হলে সাধাৰণতে বিভিন্ন ধৰণৰ নথি -পত্ৰ জমা দিব লগা হয়।

(ii) ঋণ সাধাৰণতে দীঘলীয়া সময়ৰ বাবে হয়।

প্ৰশ্ন ১৬।নগদ ধন আৰু দায়বদ্ধতাৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- নগদ ধন আৰু দায়বদ্ধতাৰ মাজত পাৰ্থক্য হল –

নগদ ধন :-

(i) ইয়াত দুটা পক্ষ থাকে।

(ii) ই কম সময়ৰ বাবে হয়।

দায়বদ্ধতা :-

(i) ইয়াত তিনিটা পক্ষ থাকে।

(ii) ই দীঘলীয়া সময়ৰ বাবে হোৱা দেখা যায়   

প্ৰশ্ন ১৭।দায়বদ্ধতা বুলিলে কি বুজা ?

উত্তৰ :- উৎপাদন প্ৰক্ৰিয়াৰ বস্তু বাহানী , গুদামৰ বস্তু,মটৰ গাড়ী আদি দায়বদ্ধক দি বেংকৰ পৰা লব পৰা ঋণ ব্যৱস্থাক দায়বদ্ধক বোলে।এনে বন্ধকৰ ক্ষেত্ৰত বস্তুৰ দখল বা গৰাকী স্বত্ব দিয়া নহয়,কিন্তু ঋণ পৰিশোধৰ বাবে বস্তুবিধ দায়যুক্ত থাকে।ঋণৰ চৰ্ত ভংগ কৰিলে আদালতৰ সহায়ত বেংকে দায়যুক্ত বস্তু জব্দ কৰিব পাৰে।

চমু উত্তৰ দিয়া

প্ৰশ্ন ১৮।বিল  ভঙোৱা কাৰ্য কি ?

উত্তৰ :- বাণিজ্যিক বেংকে দেশৰ আভ্যন্তৰীণ বা বহি বাণিজ্যৰ পৰা উদ্ভৱ হোৱা বিল ভঙাই দিয়ে বা ক্ৰয় কৰে।এইবোৰ হ্ৰস্বম্যাদী ক্ষেত্ৰত 1 ১০ দিন ম্যাদৰ বিল সময় উকলি যোৱাৰ লগে লগে বিলবোৰৰ টকা আদায় দিয়া হয়।আনহাতে বিশেষ প্ৰয়োজন হলে ৰিজাৰ্ভ বেংকৰ অনুমোদন বিল পুনৰাই ভঙাই লব পাৰে।অৰ্থাৎ বেংকে প্ৰয়োজন মতে বিলৰ সলনি নগদ টকা পাব পাৰে।তথাপি পৰাপক্ষত বেংকে বিলবোৰ উত্তীৰ্ণ হোৱা বিল লৈ ৰাখি থয়।কাৰণ ইয়াৰ পৰা বেংকৰ লাভ বেছি হয়।  

প্ৰশ্ন ১৯। SLR কি ?  

উত্তৰ :- বেংক ৰেগুলেচন আইন ১৯৪৯ চনৰ এক সংশোধনী মৰ্মে, ৰিজাৰ্ভ বেংকে আইনৰ ধাৰা 42 অনুসূচি ভুক্ত বেংকে আৰু ধাৰা 18 অনুসাৰে অন্যান্য বেংকিং কোম্পানীয়ে  ৰাখিবলগীয়া নগদ সংৰক্ষণৰ উপৰিও প্ৰত্যেক বেংকে তেওঁলোকৰ চাহিদা আৰু ম্যাদি জমাৰ অতি কমেও 25 % আৰু সৰ্ব্বোচ্চ 40 % নগদ ধন, সোন আৰু কোনো প্ৰতিবন্ধক নথকা অনুমোদিত প্ৰতিভূতি আকাৰত ৰাখিব লাগে।ইয়াকে বিধিবদ্ধ তাৰল‍্য অনুপাত বুলি কোৱা হয়।এই পৰিমাণৰ ৰিজাৰ্ভ বেংকে সময়ে সময়ে পৰিৱৰ্তন কৰিব পাৰে। 

প্ৰশ্ন ২০।বাহক বস্তু ?

উত্তৰ :- বাহক বস্তু হল এনে এক বিত্তীয় দলিল যত এটা সংগঠন বা চৰকাৰে বিনিয়োগকাৰীৰ কোনো নাম ঠিকনা নাৰাখে আৰু বিনিয়োগকাৰীৰ পৰা ধন জমা ৰাখে।তেওঁলোকে এক নিৰ্দিষ্ট পৰিমাণৰ সুদ এক নিৰ্দিষ্ট সময়ৰ বাবে দিয়ে।এনে দলিলৰ পইচা ঘূৰাই দিয়াৰ সময়ত বাহক জনৰ পৰিচয় লোৱা নাযায়।যাৰ হাতত দলিখন থাকে তেওঁকেই পইচা দিয়া হয়।

প্ৰশ্ন ২১।নগদ ঋণ কি ? 

উত্তৰ :- নগদ ঋণ :- বাণিজ্যিক বেংকবোৰে গ্ৰাহকৰ পৰা উপযুক্ত তথা নিৰ্ভৰযোগ্য জামিনৰ বিপৰীতে এক নিৰ্দ্ধাৰিত পৰিমাণৰ ধন এক নিৰ্দিষ্ট সময়লৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰাকে নগদ ঋণ বোলা হয়।   এনে ঋণৰ ধন প্ৰয়োজন সাপেক্ষে ঋণ গ্ৰহীতাই একেবাৰতে  নলৈ কম কামকৈ কেইবাবাৰো লব পাৰে।আনহাতে বেংকে যিমান পৰিমাণৰ ধন গ্ৰাহকে উঠাইছে উক্ত ধনৰ ওপৰতহে সুদ ধার্য কৰে।গ্ৰাহকৰ দৃষ্টিত এনে ঋণৰ হিচাপ অতি মৃত্যব্যয়ী।

প্ৰশ্ন ২২। CRR কি ? 

উত্তৰ :- ভাৰতত ব্যৱসায় কৰা সকলো প্ৰকাৰৰ বেংকেই ৰিজাৰ্ভ বেংকত কেন্দ্ৰীয় বেংক হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জমা ৰাখিবলৈ বাধ্য।ইয়াকে বেংকৰ বিধিবদ্ধ নগদ সংৰক্ষণ বোলা হয়।এনে ধন সংৰক্ষণৰ পৰিমাণ পৰিৱৰ্তনশীল।ৰিজাৰ্ভ বেংকে এই পৰিমাণ নিৰ্দিষ্ট সীমাৰ ভিতৰত পৰিৱৰ্তন সাধিব পাৰে।1956 চনত কৰা এক সংশোধনী মৰ্মে ম্যাদি আমানতৰ ক্ৰমে 2 %ৰ পৰা  8% লৈ আৰু চলিত আমানতৰ ক্ৰমে 5 % ৰ পৰা  20 % ৰ ভিতৰত পৰিৱৰ্তনশীল কৰা হয়।পিছত আন এক সংশোধনী মৰ্মে 1962 চনত ম্যাদি আৰু চলিত আমানতৰ পাৰ্থক্য উঠাই  দিয়া হয় আৰু নগদ তহবিলৰ পৰিমাণ নিম্নতম 3 % ৰ পৰা 15 % ৰ ভিতৰত পৰিৱৰ্তনশীল কৰি ৰাখে। আকৌ 1974 চনৰ আন এক সংশোধনৰ জৰিয়তে নগদ তহবিলৰ পৰিমাণ নিম্নতম 5 %ৰ পৰা উৰ্ধতম  15 % কৰি দিয়ে। 2003 চনৰ 30 এপ্ৰিলত ইয়াক 4 . 5% লৈ হ্ৰাস কৰিছে।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top