Class 11 Sociology Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ

Class 11 Sociology Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ and select needs one.

Class 11 Sociology Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ Solutions for All Subject, You can practice these here.

সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ

পাঠ: 2

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। জন্মৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক  কি বোলা হয়?

উত্তৰঃ জন্ম প্ৰদত্ত প্ৰস্থিতি।

২। ব্যক্তিগত প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলা হয়?

উত্তৰঃ স্বলব্ধ প্ৰস্থিতি।

৩। ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধাৰণা দুটা কি?

উত্তৰঃ ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধাৰণা দুটা হ’ল–

(ক) সামাজিক সংগতি। আৰু

(খ) সামাজিক বিবেক।

৪। সংস্থা মানে কি?

উত্তৰঃ সংস্থা মানে হ’ল মানৱ সমাজত প্ৰচলিত হৈ থকা কিছুমান ক্ৰিয়াবিধি, য’ত কিছুমান জনৰীতি আৰু লোকাচাৰ সংমিশ্ৰত হৈ থাকে।

৫। সামাজিক সমূহ কি?

উত্তৰঃ সামাজিকসমূহে এনে এটা জনসমষ্টিৰ ব্যক্তিসকলে পৰস্পৰৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ প্ৰতি সচেতন হৈ তেওঁলোকৰ মাজতে কিছুমান অৰ্থপূৰ্ণ কাৰ্যকলাপ সম্পন্ন কৈ থাকে।

৬। সামাজিক নিয়ন্ত্ৰণ মানে কি ?

উত্তৰঃ সামাজিক নিয়ন্ত্ৰণ মানে নিয়ম নমনা বা বিৰূপ প্ৰভাৱ পেলোৱা ব্যক্তিসকলৰ বিভিন্ন উপায় আৰু অভিকৰ্তাসহ নিয়ন্ত্ৰণলৈ অনা সামাজিক প্ৰচেষ্টা।

৭। সমাজ মানে কি ? 

উত্তৰঃ সমাজ হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ মাজত সামাজিক সম্বন্ধ আৰু আন্তঃক্ৰিয়াৰ ভিত্তিও পাৰস্পৰিকভাৱে বান্ধ খাই মিলিজুলি বসবাস কৰা ব্যক্তিৰ সমষ্টিকেই বুজোৱা হয়।

৮। সমিতি মানে কি ?

উত্তৰঃ সিমিত মানে সাধাৰণ অৰ্থত কলে বিশেষ উদ্দেশ্য বা সীমিত সংখ্যক উদ্দেশ্য পূৰণৰ বাবে সংগঠিত হোৱা ব্যক্তিৰ সমষ্টিকেই সিমিত।

৯। জাতি ব্যৱস্থা মানে কি ? 

উত্তৰঃ জাতি ব্যৱস্থা ভাৰতীয় সমাজ সংৰচনাৰ অন্যতম আধাৰ। জাতিৰ  ইংৰাজী প্ৰতিশব্দ caste, এই শব্দটো পৰ্টুগীজ ‘কাষ্টা’ শব্দৰ পৰা আহিছে। জন্মৰ ভিত্তিত বিভক্ত পৰিয়াল বা গোত্ৰ বা বংশৰ সমষ্টিয়েই হৈছে জাতি। প্ৰয়োজনীয়তাসমূহ পূৰ কৰি স্থানীভাৱে বসবাস কৰে। 

১১। ভূমিকা কাক বোলে ?

উত্তৰঃ ব্যক্তি এজনে এক বিশেষ স্থানত থাকি সেই স্থানৰ লগত জড়িত দায়িত্ব আৰু কৰ্তব্যসমূহ সমাজে আশা কৰা ধৰণে পালন কৰা কাৰ্য ব্যৱস্থাই হৈছে ভূমিকা।

১২। প্ৰসংগসমূহ কাক বোলে ?

উত্তৰঃ কোনো এজন ব্যক্তিয়ে এটা সমূহৰ সদস্য নোহোৱাকৈ যেতিয়া সেই সমূহৰ আদৰ্শ। ৰীতি-নীতি ইত্যাদিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে বা সেইবোৰ অনুকৰণ কৰে তেতিয়া তেনে সমূহক প্ৰসংগসমূহ বোলা হয়। 

১৩। সামাজিক স্তৰীকৰণৰ এটা সংজ্ঞা দিয়া 

উত্তৰঃ কিংছৰ ডেভিছৰ মতে , “স্তৰীকৰণ হ’ল সমাজ পদ্ধতিত সামাজিক স্থানবোৰত অসমানভাৱে সামাজিক অধিকাৰ আৰু সুবিধাবোৰ বিতৰণ কৰা পদ্ধতি।

অনুশীলন (Exercise)

1. সমাজতত্ত্বৰ কিয় কিছুমান বিশেষ পৰিভাষা আৰু অৱধৰণা ব্যৱহাৰ কৰোঁ?

উত্তৰঃ কোনো এটা বিষয়ৰ বিশেষ কল্পনা, অনুভৱ বোধ-জ্ঞানেই হৈছে অৱধাৰণা। এটা বিষয়ে কোনো এটা অৱধাৰণা গ্ৰহণ কৰোতে শব্দটোৰ বাছনিত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়,কাৰণ অৱধাৰণাটোৱে ক্ষেত্ৰবিশেষে অৰ্থ প্ৰকাশ কৰাটো বাঞ্ছনীয়।সমাজতত্ত্বীয় অৱধাৰণাসমূহ সমাজতত্ত্বীয় সিদ্ধান্তৰ প্ৰথামিক স্তৰ বুলিব পাৰি । কোনো এটা বিষয় সমাজতত্ত্বই অধ্যয়ন কৰোতে বৈজ্ঞানিক পদ্ধতিৰে গ্রহণ কৰে। সমাজতত্ত্বৰ মূল অৱধাৰণা হিচাপে সমাজ, সমূহ, সম্প্ৰদায়, সমিতি, সংস্থা, প্ৰতিমান, মূল্য আদিক ধৰিব পাৰি। সমাজতত্ত্বৰ অভিজ্ঞতাপ্ৰসূত সমাজবিজ্ঞান।গতিকে সমাজতত্ত্বৰ অধ্যয়নত এই অৱধাৰণাসমূহ প্ৰকৃত অৰ্থ প্ৰকাশ হৈছে। সমাজতত্ত্বীয় শব্দবোৰ সামাজিক জীৱনত দৈনন্দিন ব্যৱহাৰ হোৱা শব্দ।

2. সমাজৰ একোখন সদস্য হিচাপে তুমি ভিন্নসমূহৰ লগত আন্তঃক্ৰিয়া কৰিব লাগে। এই সমূহবোৰে কেনেকৈ এটি সমাজতত্ত্বীয় পৰিপ্ৰেক্ষ গঠন কৰিছে, আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

3. সামাজিক নিয়ন্ত্ৰণ মানে কি ? এইক্ষেত্ৰত ভিন্ন অঞ্চলৰ ভিন্ন সমাজত সামাজিক নিয়ন্ত্ৰণৰ ধৰণসমূহ ভিন্ন ধৰণৰ বুলি ভাবানে?

উত্তৰঃ সামাজিক নিয়ন্ত্ৰণ হৈছে নিয়ম নমনা বা বিৰূপ প্ৰভাৱ পেলোৱা ব্যক্তিসকলক বিভিন্ন উপায় আৰু অভিকৰ্তাসহ নিয়ন্ত্ৰণলৈ অনা সামাজিক প্ৰচেষ্টা।

সমাজতত্ত্বত যিহেতু বিভিন্ন দৃষ্টিভংগী আছে সেইবাবে সামাজিক নিয়ন্ত্ৰণৰ বিষয়ে আলোচনা সমূহো বিভিন্ন দৃষ্টিকোণৰ পৰা কৰা হৈছে। কাৰ্যাত্মকবাদী সমাজতত্ত্ববিদসকলে সমাজক আৱশ্যম্ভাৱী ভাৱে সামঞ্জস্যপূৰ্ণ বুলি কৈছে। তথাপিও সমাজত ত্ৰুটি দেখা দিয়ে। তেনেক্ষেত্ৰত সামাজিক নিয়ন্ত্ৰণ প্ৰয়োজন হয়। সেইবাবে ক্ৰিয়াত্মকবাদী দৃষ্টিভংগীৰে সংগ নিয়ন্ত্ৰণৰ বিষয়ে ব্যাখ্যা কৰিছে এইদৰে–

(ক) ব্যক্তি বা সমূহৰ আচৰণ নিয়ন্ত্ৰণৰ বাবে শক্তিৰ প্ৰয়োগ।

(খ) মূল্যবোধ আৰু আৰ্হি দাঙি ধৰা ব্যক্তি আৰু সমূহৰ আচৰণ  নিয়ন্ত্ৰণ কৰা।

সামাজিক নিয়ন্ত্ৰণে ব্যক্তিৰ বিপথগামী আচৰণ নিয়ন্ত্ৰণ কৰে। ব্যক্তি আৰু সমূহৰ মাজত উত্তেজত আৰু সংঘৰ্ষ নিয়ন্ত্ৰণ কৰি সামাজিক ক্ৰম সম্প্ৰীতি ৰক্ষা কৰে। গতিকে সামাজিক নিয়ন্ত্ৰণ সমাজৰ সুস্থিৰতা বাবে নিতান্তই প্ৰয়োজন। সামাজিক নিয়ন্ত্ৰণক দমনশীল শ্ৰেণীয়ে সমাজৰ অন্যান্য ব্যক্তিক নিয়ন্ত্ৰণ কৰা এটা ব্যৱস্থা হিচাবে গণ্য কৰে। তেওঁলোকৰ মতে দমনশীল শ্ৰেণীয়ে অন্য এটা শ্ৰেণীৰ ওপৰত আদেশ, বাদ আদি আৰোপ কৰিহে লাভ কৰিব পাৰি।

সামাজিক নিয়ন্ত্ৰণ ব্যক্তি আৰু সমূহৰ আচৰণ নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া, কৌশল বা নীতি । শক্তি প্ৰয়োগ আৰ্হি বা মূল্যবোধৰ শিক্ষাৰ এই দুয়োধৰণেই সামাজিক নিয়ন্ত্ৰণ কৰে হয়।

সামাজিক নিয়ন্ত্ৰণ আনুষ্ঠানিক এই দুইধৰণেই হ’ব পাৰে । যেতিয়া সামাজিক নিয়ন্ত্ৰণৰ কৌশলসমূহ আইনভুক্ত, পদ্ধতিগত আৰু এই সমূহ প্ৰয়োগৰ বাবে কিছুমান আনুষ্ঠানিক ব্যৱস্থা থাকে তেতিয়া এনেকুৱা প্ৰকাৰৰ নিয়ন্ত্ৰণক আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ আখ্যা দিয়া হয়। যেতিয়া ব্যক্তিগত, বেচৰকাৰী, আইনৰ গণ্ডীৰ বাহিৰত সমাজ নিয়ন্ত্ৰণ কৰা হয় সেইবোৰক কোৱা হয় অনানুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ।

4. তুমি পালন কৰা ভিন্ন সামাজিক ভূমিকা আৰু সেইমতে পোৱা প্ৰস্থিতিসমূহ চিনাক্তকৰণ কৰা। এই সামাজিক ভূমিকা আৰু প্ৰস্থিতি পৰিবৰ্তনীয় বুলি ভাবানে? যদি ভাবা, তেন্তে কেতিয়া আৰু কেনেকৈ পৰিৱৰ্তন হয় আলোচনা কৰা।

উত্তৰঃ সামাজিক ভূমিকা আৰু প্ৰস্থিতি পৰিৱৰ্তনীয় নহয়। ভূমিকা আৰু প্ৰস্থিতি দুয়োটাই আন্তঃসম্পৰ্কযুক্ত ধাৰণা। প্ৰস্থিতি হৈছে কোনো ব্যক্তিৰ সমূহ অথবা সমাজত তেওঁৰ স্থান অৰ্থাৎ ব্যক্তিৰ সমূহগত বা সামাজিক স্থানেই হৈছে প্ৰস্থিতি। এসময়ত ব্যক্তিয়ে লিংগ ভিত্তিক ভূমিকা পালন কৰিছিল। সাধাৰণতে ভাৰতীয় পৰিয়ালত পুৰুষে উপাৰ্জনকাৰীৰ ভূমিকা পালন কৰাৰ বিপৰীতে নাৰীয়ে  ঘৰ  ধৰোঁতাৰ ভূমিকা পালন কৰিছিল। কিন্তু আজিৰ সমাজত মহিলাসকলে কেৱল ঘৰ ধৰোঁতাৰ ভূমিকা পালন নকৰে। ঘৰ ধৰোঁতাৰ ভূমিকা পালনৰ লগতে বৰ্তমান মহিলাসকলে উপার্জনাকাৰীৰ ভূমিকাও পালন কৰে।এনেদৰে ভূমিকাৰ পৰিৱৰ্তন হয় আৰু ভূমিকাৰ লগে লগে প্ৰস্থিতিৰো পৰিৱৰ্তন হয়। কাৰণ ভূমিকা আৰু প্ৰস্থিতি এটা আনটোৰ লগত জড়িত।

সমাজে কোনো ব্যক্তিক যি মান-সন্মান, আদৰ-সন্মান লাভ কৰে বা সেইবোৰৰ পৰা বঞ্চিত কৰে সেয়েই সেই ব্যক্তিজনৰ প্ৰস্থিতি। এই প্ৰস্থিতি সদায় একে নাথাকিবও পাৰে । এজন মানুহৰ প্ৰস্থিতিৰ লগত ভূমিকাও জড়িত হৈ থাকে। প্ৰস্থিতি আৰু ভূমিকা একেটা সামাজিক স্থানৰ দুটা অভিন্ন অংগ। প্ৰস্থিতি আৰু ভূমিকা অপৰিবৰ্তনীয় নহয় । বৈষম্যমূলক প্ৰস্থিতি আৰু ভূমিকাৰ বিপক্ষে মানুহে সদায় যুঁজ দি আহিছে। কিন্তু সমাজৰ এক অংশই এনে পৰিৱৰ্তনৰ বিৰোধিতা কৰে। ব্যক্তিৰ ভূমিকা প্ৰস্থিতি পালনৰ ক্ষেত্ৰত সামাজিক নিয়ন্ত্ৰণত আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top