Class 11 Economics MCQ Chapter 15 কেন্দ্রীয় প্রবৃত্তিৰ মাপ

Class 11 Economics MCQ Chapter 15 কেন্দ্রীয় প্রবৃত্তিৰ মাপ Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 15 কেন্দ্রীয় প্রবৃত্তিৰ মাপ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 15 কেন্দ্রীয় প্রবৃত্তিৰ মাপ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 15

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। বালাপুৰ গাঁৱৰ কৃষকসকলৰ গড়ৰ ভূমিৰ পৰিমাণ কিমান?

(ক) 1 একৰ।

(খ) 1.5 একৰ।

(গ) 2 একৰ।

(ঘ) 2.5 একৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) 1.5 একৰ।

২। কোন জিলাৰ অন্তৰ্গত বালাপুৰ গাঁৱত খাদ্য-শস্য উৎপাদন কৰে?

(ক) বিহাৰৰ বাক্সা জিলা।

(খ) বৰপেটা জিলা।

(গ) চিৰাং জিলা।

(ঘ) মাজুলী জিলা।

উত্তৰঃ (ক) বিহাৰৰ বাক্সা জিলা।

৩। বাইজু কোন আছিল?

(ক) খেতিয়ক।

(খ) ব্যৱসায়ী।

(গ) শিক্ষক।

(ঘ) আৰক্ষী।

উত্তৰঃ (ক) খেতিয়ক।

৪। বালাপুৰ গাঁৱৰ 50 জন ক্ষুদ্র কৃষকৰ গড় আয় কিমান?

(ক) 50,000

(খ) 60,000

(গ) 70,000

(ঘ) 80,000

উত্তৰঃ (গ) 70,000

৫। কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ বা ‘গড়’ৰ বিভিন্ন পৰিসাংখ্যিক জোখ কেই প্ৰকাৰৰ?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনিটা।

৬। বালাপুৰ গাঁৱৰ অধিকাংশ কৃষকৰ ভূমিৰ গাণিতিক মাধ্য কোনটো?

(ক) মধ্যমা।

(খ) বহুলক।

(গ) গাণিতিক মাধ্য।

(ঘ) হৰাত্মক মাধ্য।

উত্তৰঃ (গ) গাণিতিক মাধ্য।

৭। বালাপুৰ গাঁৱৰ একাধিক কৃষকৰ মালিকানাত থকা ভূমিৰ পৰিমাণ বেছি হয়, তেনেহ’লে এই তথ্যৰ সংক্ষিপ্তকৰণৰ বাবে কোনটো গড় ব্যৱহাৰ কৰিব?

(ক) গাণিতিক মাধ্য।

(খ) মধ্যমা।

(গ) বহুলক।

(ঘ) হৰাত্মক মাধ্য।

উত্তৰঃ (খ) মধ্যমা।

৮। মধ্যমা কোনটো পৰিসাংখ্যিক জোখৰ সহায়ত গঠিত হয়?

(ক) গড়।

(খ) অধিকসংখ্যক।

(গ) গাণিতিক মাধ্য।

(ঘ) সংখ্যালঘু।

উত্তৰঃ (ক) গড়।

৯। Direct Method প্ৰত্যক্ষ পদ্ধতিত গাণিতিক মাধ্য নিৰ্ণয় কৰাৰ বাবে কোনটো পদ্ধতি প্ৰয়োগ কৰিব লাগে?

(ক) তথ্যৰাশিৰ মানসমূহৰ যোগফলক মুঠ ৰাখিৰ সংখ্যাৰে হৰণ কৰিব লাগে।

(খ) তথ্যৰাশিৰ মানসমূহৰ বিয়োগফলক মুঠ নম্বৰৰে হৰণ কৰিব লাগে।

(গ) তথ্যৰাশিৰ মান সমূহৰ হৰণক যোগফলক নম্বৰেৰে হৰণ কৰিব লাগে।

(ঘ) তথ্যৰাশিৰ মানসমূহৰ যোগফলক মুঠ নম্বৰৰে যোগ কৰিব লাগে।

উত্তৰঃ (ক) তথ্যৰাশিৰ মানসমূহৰ যোগফলক মুঠ ৰাখিৰ সংখ্যাৰে হৰণ কৰিব লাগে।

১০। অনুমিত মাধ্য পদ্ধতি কেতিয়া ব্যৱহাৰ কৰা হয়?

(ক) তথ্যৰাশি কম থকা সময়ত।

(খ) তথ্যৰাশি বেছি আৰু ডাঙৰ অংকসমূহৰ বাবে।

(গ) গাণিতিক মাধ্য সহজে উলিয়াবলৈ।

(ঘ) তথ্য ৰাখিৰ সংখ্যা বেছি।

উত্তৰঃ (খ) তথ্যৰাশি বেছি আৰু ডাঙৰ অংকসমূহৰ বাবে।

১১। অনুমিত মাধ্য পদ্ধতিৰ মূল উদ্দেশ্য কি?

(ক) গাণিতিক মাধ্য।

(খ) তথ্যৰাশি মিশ্ৰিত কৰিবলৈ।

(গ) আৱশ্যকতা অনুসৰি গাণিতিক মাধ্য নিৰ্ণয় কৰা।

(ঘ) তাত্ত্বিক বিশ্লেষণ কৰা।

উত্তৰঃ (ক) গাণিতিক মাধ্য।

১২। অনুমিত মাধ্য পদ্ধতিত কি ধৰণৰ বিচক (Deviation) উলিওৱা হয়?

(ক) তথ্যৰাশিৰ পৰা গাণিতিক মাধ্য।

(খ) অনুমিত মাধ্যৰ পৰা।

(গ) গাণিতিক গুণফলৰ পৰা।

(ঘ) আংশিক পৰিসংখ্যাৰ পৰা।

উত্তৰঃ (খ) অনুমিত মাধ্যৰ পৰা।

১৩। অনুমিত মাধ্য পদ্ধতিৰ ফলাফল কেনেকৈ গাণিতিক মাধ্যৰ পৰা নিৰ্ণয় কৰা হয়?

(ক) বিচকসমূহৰ যোগফলৰ ওপৰত।

(খ) তথ্যৰাশিৰ মুঠ সংখ্যা দ্বাৰা।

(গ) ১ অনুপাতৰ যোগফলৰ দ্বাৰা।

(ঘ) সঠিক গাণিতিক মাধ্যৰ সৈতে তুলনা কৰি।

উত্তৰঃ (ক) বিচকসমূহৰ যোগফলৰ ওপৰত।

১৪। অবিচ্ছিন্ন শ্ৰেণীত কি থাকে?

(ক) উৎপাদক।

(খ) মধ্যমান।

(গ) সীমা।

(ঘ) পৰিসীমা।

উত্তৰঃ (খ) মধ্যমান।

১৫। কোনটো বর্হিভুক্ত শ্ৰেণী বিভাগৰ উদাহৰণ? 

(ক) 50 – 9 

(খ) 10 – 19 

(গ) 0 – 10 

(ঘ) 20 – 50

উত্তৰঃ (গ) 0 – 10

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top