Assamese Breakup Quotes & Status | Sad Status Image

Assamese Breakup Quotes and Status

Join Telegram channel

Here are the Best Assamese Breakup Quotes to get over a Heart Broken Relationship with your first love, ex-girlfriend, or boyfriend. Sad breakup status in Assamese. দুখৰ উক্তি, দুখৰ বাণী, অসমীয়া দুখৰ Status.

ব্ৰেকআপ হৈছে আপুনি জীৱনত অনুভৱ কৰা আটাইতকৈ কঠিন অভিজ্ঞতাবোৰৰ ভিতৰত এটা। যেতিয়া সম্পৰ্কত  ভালদৰে নচলে আৰু আপুনি বিদায় ল’ব লগীয়া হয়, ভালৰ বাবে বা বেয়াৰ বাবে, ই কেতিয়াও সহজ নহয়। আপুনি মাত্ৰ কেইসপ্তাহমানৰ বাবে একেলগে থাকক বা কেইবা বছৰধৰি থাকক, আপুনি আপোনাৰ হৃদয় আৰু প্ৰেম প্ৰদান কৰা কাৰোবাৰ সৈতে সম্পৰ্ক সমাপ্ত কৰিলে আপোনাৰ হৃদয় ভঙা আৰু হেৰাই যোৱা অনুভৱ কৰিব পাৰে।

Assamese Breakup Quotes

Breakup Quotes in Assamese

ব্ৰেকআপ বেদনাদায়ক আৰু আৱেগিকভাৱে প্ৰত্যাহ্বানজনক অভিজ্ঞতা হ’ব পাৰে। ব্ৰেকাআপে প্ৰায়ে আমাক আঘাত, হেৰুৱা আৰু বিভ্ৰান্ত অনুভৱ কৰায়। এই সময়ছোৱাত, বহুলোকে তেওঁলোকক জটিল আৱেগবোৰ পৰিচালনা কৰাত আৰু ভাগ বতৰা কৰা অভিজ্ঞতাবোৰত সান্ত্বনা বিচাৰি বলৈ উদ্ধৃতি বিচাৰি ফুৰে। আমাৰ এই প্ৰবন্ধত ব্ৰেকআপ সম্পৰ্কীয় উদ্ধৃতি সমূহ সন্নিবিষ্ট কৰা হৈছে যি সমূহ আপুনি আপোনাৰ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ আপোনাৰ যিকোনো সামাজিক মাধ্যমত প্ৰকাশ কৰিব পাৰিব। আশা কৰোঁ আমাৰ এই প্ৰবন্ধত উল্লেখিত উদ্ধৃতি সমূহে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।

Read Also: 100+ Assamese World Environment Day Wishes, Quotes | বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা

Assamese Breakup Quotes
  • মই কেতিয়াও ভৱা নাছিলো তুমি মোক এইদৰে আধা বাটত অকলশৰীয়া কৰি যাবা ঠিক আছে যোৱাগে মই তোমাক ৰখিব নকওঁ কিন্তু পুনৰ আকৌ মোৰ জীৱনলৈ ঘূৰি নাহিবা। 
Sad Quotes in Assamese
  • আজি তুমি মোক চিৰদিনৰ বাবে হেৰুৱাই পেলাবা। এইবোৰ জনা পিছত যদি মই তোমাক সময় দিও তেন্তে মোৰ নিজস্বতাই নাথাকিব।শেষ কৰিছোঁ মই আমাৰ সম্পৰ্ক আজিয়েই। এতিয়াৰ পৰা তুমি free যোৱা যোন তোমাৰ মনত আছে তালৈকে যোৱা।
Sad Quotes in Assamese
  • আজিও মাজ নিশা তোমাৰ ভাৱণাই মোক শুবলৈ নিদিয়ে, কেৱল শিতানৰ গাৰোটোৱে অনুভৱ কৰে দুটি নয়নৰ অশ্ৰুৰ বোজা।
Sad Quotes in Assamese
  • হাঁহি থকা ওঁঠ যোৰিৰে অজস্ব বেদনা লুকাই ৰাখো দিনটোৰ শেষত মাজনিশা তোমাৰ ভাৱনাত উচুপি উঠো।
Sad Quotes in Assamese
  • আজি ওলাইছে চকুৰ পানী তোমাৰ বাবে আজি মোৰ চকুৰ লগতে মোৰ হৃদয়েও কান্দিছে তোমাৰ বাবে, পাহৰি নাজাও পাহৰি নাযাও অন্তৰত তুমি দিয়া এই বিষাদ, দুখ, বেদনা, এতিয়া কেৱল জীৱনত এটি প্ৰশ্ন হৈ ৰ’ল তুমি কিয় দিলা এনে দুখ।

Read Also: 300+ Top Assamese Sad Quotes, Status, Captions, Sayeri | অসমীয়া দুখৰ বাণী

Sad Quotes in Assamese
  • হাঁহিৰ আৱৰণেৰে ঢাকি ৰখা  বিচ্ছেদৰ বেদনাবোৰক নৈৰ সোঁতৰ সৈতে বোৱাই দিবলৈ মন যায়।
Breakup Quotes in Assamese
  • কেতিয়াবা তোমাৰ মনে অজানিতে মোক মনত পেলাইনে, জানানে তুমি মোৰ মনেটোৱে তোমাক প্ৰতিটো সময়ে মনত পেলাই পিছে তুমি যে মোক মনত পেলোৱা নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন।
Breakup Quotes in Assamese
  • নিশা আকাশৰ তৰাবোৰে মোক আজি প্ৰশ্ন কৰিছে, তোমাৰ প্ৰিয়জন ক’ত যাৰ বাবে তুমি মোক চাই চাই উকা কাগজত নীলা চিয়াঁহীৰে কবিতা লিখিছিলা।
Breakup Quotes in Assamese
  • নিয়তিযে আমাক দূৰটো কৰি দিলে কিন্তু মই মোৰ কবিতাৰ প্ৰতিটো ছন্দত শব্দৰে তোমাৰ প্ৰতিচ্ছবি আঁকিম।
Breakup Quotes in Assamese
  • শেষ বিদায়ৰ বেলা তুমি মোক এবাৰো ঘূৰিও নেছালা যিয়ে মই নজনাকৈ কেতিয়াবা মোৰ পিছে পিছে মই ঘৰলৈকে ভালদৰেই আহি পালোঁ নাই নিজ চকুৰে চাই থৈ গৈছিলে।

Read Also: 200+ Top Assamese Love Quotes, Status, Captions

Breakup Quotes in Assamese
  • বহু চেষ্টা কৰিলোঁ আমাৰ সম্পৰ্কটো বচাই ৰাখিবলৈ কিন্তু তোমাৰ ego আৰু ignore আগত মোৰ প্ৰেমে হাৰ মানিবলৈ বাধ্য হৈ পৰিল।
Breakup Quotes in Assamese
  • আশা কৰোঁ তুমি সদায় ভালে থাকা , পাৰিলে ক্ষমা কৰিবা সমাজ আৰু পৰিয়াল কথা ভাৱি তোমাক আঁতৰ কৰিছোঁ নিজৰ পৰা।
Breakup Quotes in Assamese
  • আজি পৰ্যন্ত তাই মোৰ স্মৃতিৰ সাগৰত সাঁতুৰি থাকে।
Breakup Quotes in Assamese
  • যি মোৰ দুই ওঁঠৰ হাঁহিৰ আৰৰ কাৰণ আছিল আজি সিয়ে মোৰ চকুলোৰ কাৰণ হৈ পৰিলl
Breakup Quotes in Assamese
  • মোৰ প্ৰেম যেন তাৰ বাবে বিষ হৈ পৰিল,  মই জানৰ পৰা তুমি হৈ পৰিলোঁ। সময়ৰ মেৰপাক আৰু অভিশপ্ত বাস্তৱে  দুই হৃদয়ক থান বান কৰি পেলালে।
Breakup Quotes in Assamese
  • এতিয়া ভাৱো যে শৈশৱে ঠিক আছিল সৰু আছিলোঁ একোৱেই দুখ বেদনা বুজি পোৱা নাছিলো যিমানেই ডাঙৰ হৈছো সিমানেই প্ৰিয় মানুহবোৰে দিয়া বেদনাই হৃদয়ক আঘাতপ্ৰাপ্ত কৰিছে।
Breakup Quotes in Assamese
  • তুমি মোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলা যদিয়ে সঁচাকৈ বুজি পালা হয় মোৰ অভিমানবোৰ ভাঙিবলৈ চেষ্টা কৰিলা হয় তুমি মোৰ অলপ অভিমানতে মোৰ লগত সম্পৰ্ক শেষ কৰি নিদিলা হয়।
Breakup Quotes in Assamese
  • দিনটো কামৰ ব্যস্ততাৰ মাজত নিজৰ মনটোক ব্যস্ত  ৰাখোঁ কিন্তু ৰাতি বোৰে তোমালৈ মনত পেলাই চকুযোৰি সেমেকাই দিয়ে।

Read Also: Best Attitude Quotes – Status, Captions, Messages

Breakup Quotes in Assamese
  • অতীতৰ পৃষ্ঠাবোৰ খুলিলেই সেই দিনটো জীৱনৰ পৰা মুচি পেলাব মন যায় যিদিনা আমি দুয়োজনে এজনে আনজনৰ পৰা আঁতৰ হ’ব লগা হৈছিল।
Breakup Quotes in Assamese
  • কেতিয়াবা আমি আমাৰ বন্ধুত্ব বোৰক বন্ধুত্বতে সীমাবদ্ধ কৰি ৰাখিব লাগে তাক একোটা প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিবই নালাগে কাৰণ সম্পৰ্কটো শেষ হোৱাত প্ৰেমিক হাল আঁতৰ হোৱাৰ লগে লগে এক সময়ৰ দুয়ো জন বন্ধুয়েও এজনে আনজনৰ পৰা বিদায় ল’ব লগা হয়।

Assamese Sad Captions and Status

  • মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান।
  • কপালত আছে নে নাই নাজানো হৃদয়ত  আছা আৰু সদাই থাকিবা।
  • এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।
  • ভুল এটা কৰিলে গালি পাৰি দিয়া, একো বেয়া নাপায়, কথা পতা বন্ধ কৰি নিদিবা বহুত কষ্ট পায়।
  • জীৱন যি পাব লগা আছে সকলো সময় থাকোঁতেই আদৰি লওঁক, কিয়নো  জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেজী কৰে।
  • সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে।
  • ভাল সপোন বোৰত জুই লগাই দিছোঁ, যাতে নতুন সপোন বোৰে ভালদৰে পাহি মেলে।
  • আনৰ দুখ সিহঁতে বুজিব শিকে, যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে।
  • জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল ।
  • এবাৰ দুখীয়াৰ ঘৰত জন্ম লৈ চাবা… তেতিয়া বুজিবা এই জীৱনটো, সমাজখন কিমান কঁঠিন।

Assamese Breakup Quotes and Captions

  • এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট।
  • যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।
  • সপোন এটাক কল্পনা কৰিবলৈ বহুত সহজ,কিন্তু সপোনটোক বাস্তৱ ৰূপ দিবলৈ বহুত টান।
  • সদায় মনত ৰাখিবা শান্তিৰ দিন পাবলৈ হলে দুখৰ দিনৰ লগত যুদ্ধ কৰিবই লাগিব।
  • বিশ্বাসঘাটকতা কৰিলেও মনত ইমান কষ্ট নহয়, যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়।
  • বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়।
  • এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।
  • তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো।
  • যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয়, দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে।

FAQ

1. ব্ৰেক আপ উদ্ধৃতিৰ অৰ্থ কি?

উত্তৰ:ব্ৰেকআপ উদ্ধৃতিবোৰে বিবৃতি বা বাক্যাংশৰ এক সংগ্ৰহ বুজায় যি ৰোমাণ্টিক সম্পৰ্কৰ সমাপ্তিৰ সৈতে সম্পৰ্কিত আৱেগ, চিন্তা আৰু অভিজ্ঞতা প্ৰকাশ কৰে। এই উদ্ধৃতিবোৰ প্ৰায়ে ব্ৰেকআপৰ সৈতে মোকাবিলা কৰাৰ প্ৰক্ৰিয়াৰ সময়ত প্ৰতিফলন, সান্ত্বন মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। 

2. ব্ৰেকআপ কিমান কঠিন?

উত্তৰ: ব্ৰেকআপ বেছিভাগ মানুহৰ বাবে অবিশ্বাস্যভাৱে কঠিন আৰু আৱেগিকভাৱে প্ৰত্যাহ্বানজনক হ’ব পাৰে। সম্পৰ্কৰ দৈৰ্ঘ্য আৰু তীব্ৰতা, আৱেগিক আসক্তিৰ গভীৰতা, আৰু ব্যক্তিগত মোকাবিলা প্ৰণালীকে ধৰি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰি অসুবিধাৰ স্তৰ পৃথক হ’ব পাৰে।

3. ব্ৰেক-আপে এজন ব্যক্তিৰ হৃদয় ভাঙিব পাৰে নেকি?

উত্তৰ: হয়, ব্ৰেক-আপে নিশ্চিতভাৱে এজন ব্যক্তিৰ হৃদয় ভাঙিব পাৰে। এটা ৰোমান্টিক সম্পৰ্কৰ সমাপ্তি আৱেগিকভাৱে ধ্বংসাত্মক হ’ব পাৰে আৰু গুৰুত্বপূৰ্ণ বেদনা আৰু দুখৰ কাৰণ হ’ব পাৰে। ইয়াত প্ৰায়ে লোকচান, দুখ আৰু প্ৰত্যাখ্যানৰ অনুভূতি অন্তৰ্ভুক্ত থাকে, যি কাৰোবাৰ আৱেগিক সুস্থতাক গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে। মানুহে বিভিন্ন ধৰণৰ আৱেগ অনুভৱ কৰিব পাৰে, যেনে দুখ, খং, বিভ্ৰান্তি, আৰু একাকীত্ব, কিয়নো তেওঁলোকে এক অৰ্থপূৰ্ণ সম্পৰ্কৰ সমাপ্তিৰ সৈতে বুজাবুজি কৰিবলৈ চেষ্টা কৰে। ব্ৰেক-আপৰ মাজেৰে যোৱা কাৰোবাক সমৰ্থন আৰু বুজাবুজি আগবঢ়োৱাটো গুৰুত্বপূৰ্ণ, কিয়নো ই তেওঁলোকৰ বাবে এক কঠিন আৰু প্ৰত্যাহ্বানজনক সময় হ’ব পাৰে।

Read Also: Mountain Ebony – 12 Health Benefits, Uses, and Side-effects

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top