Niketan Class 7 Social Chapter 8 ভাৰতবৰ্ষৰ উত্তৰ – পূর্বাঞ্চল is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 8th ভাৰতবৰ্ষৰ উত্তৰ – পূর্বাঞ্চল and select need one.
Niketan Class 7 Social Chapter 8 ভাৰতবৰ্ষৰ উত্তৰ – পূর্বাঞ্চল
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 8th ভাৰতবৰ্ষৰ উত্তৰ – পূর্বাঞ্চল Solutions for All Subjects, You can practice these here…
ভাৰতবৰ্ষৰ উত্তৰ – পূর্বাঞ্চল
Chapter – 8
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ নাম লিখা ।
উত্তৰঃ অসম , অৰুণাচল প্রদেশ , নাগালেণ্ড , মণিপুৰ , মেঘালয় , মিজোৰাম , ত্ৰিপুৰা আৰু ছিকিম ।
প্রশ্ন ২। ২০১১ চনৰ লােকপিয়ল অনুসৰি উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা কিমান ?
উত্তৰঃ ২০১১ চনৰ লােকপিয়ল অনুসৰি উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা হৈছে ৪,৫৫,৩৩,৯৮২ ।
প্রশ্ন ৩। লােকটাক হ্রদ কত অৱস্থিত ?
উত্তৰঃ মণিপুৰত ।
প্রশ্ন ৪। উত্তৰ – পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম লিখা ।
উত্তৰঃ উত্তৰ কাছাৰ পাহাৰ , বৰাইল পাহাৰ আৰু জয়ন্তীয়া পাহাৰ ।
প্রশ্ন ৫। উত্তৰ – পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম লিখা।
উত্তৰঃ কাঞ্চন জংঘা , সিংহাসন আৰু নত্ৰেকে ।
প্রশ্ন ৬। উত্তৰ – পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম লিখা ।
উত্তৰঃ ব্রহ্মপুত্র আৰু বৰাক ।
প্রশ ৭। উত্তৰ – পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম লিখা ।
উত্তৰঃ কপিলী , ধনশিৰি , জীয়াভৰলী , ডিগাৰু আৰু দুধনৈ ।
প্রশ্ন ৮। ‘ বংগ দুৱাৰ ’ কি ?
উত্তৰঃ মাত্র ৩৩ কিলােমিটাৰ প্রস্থৰ এক ভূখণ্ডই উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ সৈতে সংযুক্ত কৰি ৰাখিছে । এই ভূখণ্ডকে ‘ বংগ দুৱাৰ ’ দুৱাৰ বুলি কোৱা হয় ।
প্রশ্ন ৯। উত্তৰ – পূর্বাঞ্চলক আগুৰি থকা চাৰিখন দেশৰ নাম লিখা ।
উত্তৰঃ চীন , ভূটান , ম্যানমাৰ আৰু বাংলাদেশ ।
প্রশ্ন ১০। পৃথিৱীৰ সর্বাধিক বৰষুণ হােৱা ঠাইখনৰ নাম কি আৰু ই ক’ত অৱস্থিত ?
উত্তৰঃ মৌচিনৰাম । ই মেঘালয়ত অৱস্থিত ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.