Niketan Class 4 Science Chapter 10 চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন

Niketan Class 4 Science Chapter 10 চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন, Sankardev Sishu Niketan Chapter 10 চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন

Chapter – 10

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। কিহৰ পৰা চৰাইৰ পোৱালি হয়?

উত্তৰঃ চৰাইৰ কণীৰ পৰা পোৱালি হয়।

২। চৰাইৰ বাসস্থানৰ বৈশিষ্ট কি ? 

উত্তৰঃ চৰাই ভেদে বাসস্থান ভিন্ন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। চৰায়ে ইটোৰ পৰা সিটোলৈ কেনেকৈ বতৰা পঠিয়ায় ?

উত্তৰঃ চৰায়ে নিজৰ মাত আৰু গানৰ মাজেদি ইটোৱে সিটোলৈ বতৰা পঠিয়ায়।

৪। চৰাইৰ কণ্ঠনলীক কি বোলে?

উত্তৰঃ চৰাইৰ কণ্ঠনলীক ছাইৰিংক্স বোলে।

৫। চৰাইৰ গানত ছেকেণ্ডত কিমান কপনি সৃষ্টি হব পাৰে?

উত্তৰঃ চৰাইৰ গানত ছেকেণ্ডত চাৰি হাজাৰতকৈয়ো বেছি কপনি সৃষ্টি হব পাৰে।

৬। চৰায়ে ক’ত কেনেকৈ বাঁহ সাজে?

উত্তৰঃ কিছুমান চৰায়ে গছৰ খোৰোঙত বাঁহসাজে। কিছুমান চৰাই গছৰ ডালৰ ফেৰেঙণিত আৰু কিছুমান ডাল নাইবা পাতত ওলোমাই বাহ সাজে। আনহাতে কিছুমান চৰায়ে বাহ নাসাজে। কিছুমান চৰায়ে কেবল কণী পৰাৰ সময়তহে বাঁহ সাজে।

অনুশীলনী

১। গছৰ খোৰোঙত বাহ বন্ধা কেইবিধমান চৰাইৰ নাম লিখা।

উত্তৰঃ গছৰ খোৰোঙত বাঁহ বন্ধা কেইবিধমান চৰাই হ’ল—মাছৰোকা, ভাটৌ, টিয়া,ধনেশ, মইনা আদি।

২। গছৰ ফেৰেঙণিত কি কি চৰায়ে বাঁহ সাজে?

উত্তৰঃ গছৰ ফেৰেঙণিত কাউৰী, চিলনী, শগুণ আদি চৰায়ে বাঁহ সাজে।

৩। চৰায়ে কিয় গান গায় ?

উত্তৰঃ চৰায়ে গানৰ মাধ্যমেদি ইটোৱে-সিটোলৈ বতৰা পঠিয়ায়। সিহঁতে গান আৰু মাতেৰে নিজৰ অস্তিত্ব জাহিৰ কৰে। প্ৰজননৰ সময়ত ইঙ্গিত দিয়ে আৰু বিপদৰ বতৰা দিয়ে। সেয়েহে চৰায়ে গান গায়।

৪। চৰাইৰ কণ্ঠনলীক কি বুলি কোৱা হয় ?

উত্তৰঃ চৰাইৰ কণ্ঠনলীক ছাইৰিংক্স বোলে।

৫। চৰাইৰ মাত চিয়াঁ কিয়?

উত্তৰঃ চৰাইৰ গানৰ প্ৰতি ছেকেণ্ডত চাৰি হাজাৰতকৈয়ো বেছি কঁপনি সৃষ্টি হ’ব পাৰে। সেয়ে চৰাইৰ মাত চিয়াঁ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top