Environmental Science MCQ Part – 1

Environmental Science MCQ Part – 1, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 1

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 1 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 1 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 1

Objective Types Question Answer

1. অসমত পোৱা নিম্নোক্ত কোনটো প্ৰজাতি লুপ্তপ্ৰায় নহয়-

(a) গড়     

(b) বাঘ

(c) হাতী    

(d) ঘোঁৰা

Ans: (d) ঘোঁৰা।

2. নিম্নোক্ত কোনটো অসমৰ ৰাষ্ট্ৰীয় উদ্যান নহয়-

(a) কাজিৰঙা    

(b) ওৰাং

(c) নামেৰী        

(d) মহামায়া 

Ans:  (d) মহামায়া। 

3. নিম্নোক্ত কোনটো জন্তু কাজিৰঙাত পোৱা নাযায়-

(a) হাতী    

(b) ম’হ

(c)  দুইহিঙীয়া গড়   

(d) হলৌ বান্দৰ

Ans: (c) দুইহিঙীয়া গড়।

4. পৃথিৱীত 60% এশিঙীয়া গঁড় এখন মাথোন ৰাষ্ট্ৰীয়উদ্যানতে আছে- কোনখন?

(a) জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান

(b) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(c) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

(d) মানাহ ৰাষ্ট্ৰীয় উদ্যান

5. কলচী উদ্ভিদ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত পোৱা যায়?

(a) অসম  

(b) মেঘালয়

(c) মণিপুৰ  

(d) ত্ৰিপুৰা

Ans: (b) মেঘালয়।

6. জিনে প্ৰজাতিৰ কোনবোৰ গুণ বহন কৰে?

(a) বংশগত গুণ   

(b) পৰিৱেশগত গুণ

(c) বেয়া গুণ  

(d) ভাল গুণ

Ans: (a) বংশগত গুণ।

7. উপনিষদৰ মতে পৃথিৱীত কিমান প্রজাতিৰ জীৱ আছে?

(a) এক লাখ ৷   

(b) দুই কোটি

(c) 84 কোটি   

(d) ৪4 লাখ 

Ans: (d) ৪4 লাখ। 

8. বিজ্ঞানীসকলে চিনাক্ত কৰা জীৱৰ সংখ্যা

(a) 10 লাখ  

(b) 11 লাখ

(c) 12 লাখ  

(d) 14 লাখ

Ans: (d) 14 লাখ।

9. ক্ৰম’জ’মত কি সূত্ৰ থাকে?

(a) DNA  

(b) RNA

ANS (a) DNA

10. জীৱৰ ‘জিন’ ক’ত থাকে?

(a) DNA-ত  

(b) RNA-ত

(c) RNA আৰু DNA ত 

(d) এটাও নহয়

Ans:(a) DNA-ত

11. জীনিয় গোটসমূহ–

(a) পৰিবৰ্তনশীল 

(b) স্থায়ী 

Ans: (a) পৰিবৰ্তনশীল।

12. ‘গণ’ বা জেনাছ (Genus) হ’ল–

(a) এটা প্ৰজাতি

(b) বহুত প্রজাতি

(c) একে বংশৰ পৰা উৎপন্ন পৰস্পৰ সম্পৰ্কযুক্ত কিছুমান প্রজাতিৰ সমষ্টি

(d) এটাও নহয় 

Ans: (d) এটাও নহয়। 

13. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা–

(a) 300 

(b) 325

(c) 400 

(d) 425 

Ans: (b) 325

14. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা–

(a) 325 টা   

(b) এটা

(c) 5 টা 

(d) 21 টা  

Ans: (d) 21 টা।  

15. লাক্ষাদ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা–

(a) 500 টা  

(b) 400 টা

(c) 300 টা  

(d) 36 টা 

Ans: (d) 36 টা। 

16. উদ্ভিদৰ পৰা ঔষধ প্রস্তুত কৰাটো হ’ল জৈৱ- বৈচিত্ৰ্যৰ-

(a) ব্যৱহাৰিক মূল্য 

(b) ঐতিহাসিক মূল্য

(c) অজ্ঞেয় মূল্য 

(d) এটাও নহয়

Ans:(a) ব্যৱহাৰিক মূল্য।

17. আধুনিক মানুহৰ বৈজ্ঞানিক নাম–

(a) Modern 

(b) Homo Sapiens

Ans: (b) Homo Sapiens

18. বৰ্তমানৰ পৃথিৱীৰ মহাদেশবোৰ কোন যুগৰ সৃষ্টি?

(a) কাৰ্বনিফেৰাছ  

(b) লৰেছিয়া

(c) পাৰমিয়ান 

(d) জুৰাছিক

Ans: (d) জুৰাছিক।

19. জৈৱ-বৈচিত্ৰ্যৰ ফালৰ পৰা পৃথিৱীত ভাৰতৰ স্থান—

(a) প্ৰথম 

(b) দ্বিতীয়

(c) দশম 

(d) ষষ্ট 

Ans: (d) ষষ্ট। 

20. পৃথিৱীৰ জৈৱ-বৈচিত্ৰ্য হটস্পটৰ সংখ্যা—

(a) 5 টা 

(b) 20 টা

(c) 25 টা 

(d) 500 টা

Ans: (c) 25টা।

21. পৃথিৱীৰ 25টা জৈৱ-বৈচিত্ৰ্য হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ-বৈচিত্ৰ্য হটস্পটৰ সংখ্যা–

(a) এটা 

(b) দুটা

(d) তিনিটা 

(d) চাৰিটা 

Ans:(b) দুটা।

22. জৈৱ-বৈচিত্ৰ্য ৰক্ষা চুক্তি স্বাক্ষৰিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?

(a) দিল্লীত 

(b) লণ্ডনত

(c) ব্ৰাজিলত 

(d) কাঠমাণ্ডুত 

Ans: (c) ব্ৰাজিলত।

23. ব্ৰাজিলত পৰিৱেশ সম্পৰ্কীয় আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল?

(a) 1920 চনত 

(b) 1932 চনত

(c) 1992 চনত 

(d) 2000 চনত

Ans:(c) 1992 চনত।

24. বৰ্তমান ভাৰতৰ বনভূমিৰ শতাংশ–

(a) 33   

(b) 20

(c) 25  

(d) 40

Ans: (b) 20

25. দুষ্প্ৰাপ্য বা Rare প্ৰাণী মানে-

(a) লুপ্তপ্ৰায় 

(b) লুপ্ত

(c) বিপন্ন 

(d) বিশেষ ঠাইত পোৱা প্রাণী

Ans: (d) বিশেষ ঠাইত পোৱা প্রাণী।

26. লুপ্ত প্রাণী মানে–

(a) পৃথিৱীত কেতিয়াও নাছিল

(b) পৃথিৱীত এসময়ত আছিল

Ans: (b) পৃথিৱীত এসময়ত আছিল।

27. লুপ্তপ্ৰায় প্ৰাণী মানে-

(a) ব্যাপক হাৰত সংখ্যাত কমি অহা প্রাণী

(b) হেৰাই যোৱা প্রাণী 

Ans: (a) ব্যাপক হাৰত সংখ্যাত কমি অহা প্রাণী।

28. স্পৰ্শকাতৰ বা Vulnerable প্ৰাণী মানে—

(a) অদূৰ ভবিষ্যতে লুপ্ত হোৱাৰ সম্ভাৱনা থকা প্রাণী

(b) অতিপাত হিংস্ৰ প্রাণী

(c) ভয়াতুৰ প্রাণী

(d) লাজকুৰীয়া প্রাণী 

Ans: (a) অদূৰ ভবিষ্যতে লুপ্ত হোৱাৰ সম্ভাৱনা থকা প্রাণী

29. নিম্নোক্ত কোনবিধ চৰাই লুপ্তপ্ৰায় নহয়—

(a) ধনেশ  

(b) ময়ুৰ

(c) কুলি 

(d) ফেঁচা 

Ans:(c) কুলি।

30. নিম্নোক্ত কোনবিধ সৰীসৃপ লুপ্তপ্ৰায় নহয়—

(a) ঘঁৰিয়াল 

(b) অজগৰ

(c) কাছ 

(d) জেঠী 

Ans: (d) জেঠী। 

31. নিম্নোক্ত কোনবিধ জন্তু বিপন্ন নহয়—

(a) সোণালী বান্দৰ 

(b) সোণালী মেকুৰী

(c) কস্তুৰী মৃগ 

(d) শিয়াল

Ans: (d) শিয়াল।

32. ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল–

(a) স্থানিক বা ইন ছিটু

(b) বহিস্থানিক বা এক্স ছিটু সংৰক্ষণ 

Ans: (a) স্থানিক বা ইন ছিটু।

33. চিৰিয়াখানা, জিন বেংক, প্ৰাণী উদ্যান, উদ্ভিদ উদ্যান—

(a) স্থানিক 

(b) বহিস্থানিক সংৰক্ষণ

Ans:(b) বহিস্থানিক সংৰক্ষণ।

34. ভাৰতৰ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

(a) পশ্চিমবংগ 

(b) মহাৰাষ্ট্ৰ

(c) তামিলনাডু 

(d) গুজৰাট 

Ans: (d) গুজৰাট। 

35. কাজিৰঙাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল?

(a) 1950 

(b) 1964

(c) 1974 

(d) 1980 

Ans: (c) 1974

36. ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি?

(a) ডব্লিউ ডব্লিউ এফ

(b) পিপলছ ফৰ এনিমেলছ

(c) অৰণ্য সুৰক্ষা সমিতি, অসম

(d) নেচাৰেল হিষ্টৰি ছ’চাইটি 

Ans: (c) অৰণ্য সুৰক্ষা সমিতি, অসম।

37. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত?

(a) নামেৰী 

(b) ওৰাং

(c) কাজিৰঙা 

(d) মানাহ 

Ans: (a) নামেৰী।

38. সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য হ’ল–

(a) বৰনদী 

(b) চক্ৰশিলা

(c) মহামায়া 

(d) কচুগাঁও

Ans: (d) কচুৰ্গাও। 

39. কোন চনত হাতী সংৰক্ষণ আইন গ্রহণ কৰা হয়?

(a) 1879 

(b) 1979

(c)  2000 

(d) 2001 

Ans: (a) 1879 

40. জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সবাতোকৈ চহকী দেশখন হ’ল—

(a) ভাৰত 

(b) আমেৰিকা

(c) ইংলেণ্ড  

(d) ব্ৰাজিল 

Ans: (d) ব্ৰাজিল। 

41. ভাৰতৰ প্ৰধান জৈৱ-বৈচিত্ৰ্য অঞ্চল দুটা হ’ল—

(a) পূব হিমালয় আৰু পশ্চিমঘাট

(b) পশ্চিম হিমালয় আৰু পশ্চিমঘাট 

Ans: (a) পূব হিমালয় আৰু পশ্চিমঘাট।

42. ক্ৰাইঅ’ প্ৰিজাৰ্ভেচন (Cryopreservation) মানে হ’ল

(a) শীতল পৰিৱেশত বীজ, শুক্ৰাণু আদিৰ সংৰক্ষণ

(b) বায়ুমণ্ডলীয় পৰিৱেশত বীজ, শুক্ৰাণু আদিৰ সংৰক্ষন

Ans: (a) শীতল পৰিৱেশত বীজ, শুক্ৰাণু আদিৰ সংৰক্ষণ।

43. ভাৰতৰ কোন দুখন ৰাজ্যত ঘঁৰিয়াল প্রকল্প লোৱা হৈছে?

(a) অসম আৰু অৰুণাচল

(b) উৰিষ্যা আৰু পশ্চিমবংগত 

Ans:(b) উৰিষ্যা আৰু পশ্চিমবংগত। 

44. পশ্চিমবংগৰ কোনখন অভয়াৰণ্যত গঁড় প্ৰকল্প লোৱা হৈছে?

(a) সুন্দৰবন 

(b) জলদাপাৰা 

Ans: (b) জলদাপাৰা। 

45. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প চলি আছে?

(a) মানাহ 

(b) ওৰাং

(c) ডিব্ৰু-চৈখোৱা 

(d) নামেৰী

Ans:(a) মানাহ। 

46. অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত গঁড় প্রকল্প চলি আছে?

(a) কাজিৰঙা 

(b) ওৰাং

(c) মানাহ 

(d) ডিব্ৰু-ছৈখোৱা

Ans: (a) কাজিৰঙা।

47. ভাৰতৰ মুঠ সংৰক্ষিত জৈৱ মণ্ডল বা ‘বায়’স্ফিয়াৰ ৰিজাৰ্ভ’কেইখন?

(a) 10 খন

(b) 12 খন

(c) 13 খন 

(d) 15 খন 

Ans: (d) 15 খন।

48. অসমৰ বায়’স্ফিয়াৰ ৰিজাৰ্ভ এখনৰ নাম–

(a) ওৰাং 

(b) কাজিৰঙা

(c) মানাহ 

(d) ওপৰৰ এটাও নহয়

Ans: (c) মানাহ।

49. নল সৰোবৰ পক্ষী উদ্যান ক’ত অৱস্থিত?

(a) অসম 

(b) গুজৰাট

(c) ৰাজস্থান  

(d) হাৰিয়ানা

Ans: (b) গুজৰাট।

50. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বন ঘৰচীয়া ঘোঁৰা পোৱা যায়-

(a) ডিব্ৰু-চৈখোৱা 

(b) ওৰাং

(c) মানাহ   

(d) কাজিৰঙা

Ans: (a) ডিব্ৰু-চৈখোৱা।

51. ‘কনজাভেৰ্চন ৰিজাৰ্ভ হিচাপে প্ৰস্তাৱিত অসমৰ বিলখন হল-

(a) দীপৰ বিল 

(b) হাকামা বিল

(c) ধীৰ বিল 

(d) দীপলাই বিল

Ans: (b) হাকামা বিল।

52. পিঠিয়া আৰু খৰিয়া মাছৰ বাৰে বিখ্যাত অসমৰ নৈখন–

(a) ধনশ্ৰী 

(b) পাগলাদিয়া

(c) ননৈ 

(d) জীয়াভৰলী

Ans: (d) জীয়াভৰলী।

53. ৰূপ চন্দা মাছ অসমৰ জৈৱ-বৈচিত্ৰ্যৰ সম্পদ–

(a) হয় 

(b) নহয় 

Ans: (b) নহয়। 

54. বুফ’মেলান’ষ্টিকটাছ– কোনবিধ প্ৰাণীৰ বৈজ্ঞানিক নাম-

(a) ভেকুলী 

(b) ফেঁটী সাপ 

(c) তৰা মাছ 

(d) কেঁচু 

Ans: (a) ভেকুলী। 

55. ওঠৰশ শতিকাত পৃথিৱীৰ জনসংখ্যা কিমান আছিল? 

(a) 80 কোটি 

(b) 81 কোটি

(c) 100 কোটি 

(d) 500 কোটি 

Ans: (d) 500 কোটি। 

56. বিংশ শতিকাত পৃথিৱীৰ জনসংখ্যা হ’লগৈ–

(a) 100 কোটি 

(b) 200 কোটি

(c) 500 কোটি  

(d) 700 কোটি

Ans: (d) 700 কোটি।

57. ক’লা ধুঁৱলী (Smog)ৰ বাবে লণ্ডনত কোন চনত

হেজাৰ লোকে প্ৰাণ হেৰুৱাইছিল?

(a) 1952 

(b) 1954

(c) 1970 

(d) 1974 

Ans: (a) 1952 

58. ভূপাল গেছ দুৰ্ঘটন৷ কিমান চনত সংঘটিত হৈছিল?

(a) 1980 

(b) 1981

(c) 1780 

(d) 1983 

Ans: (d) 1983

59. নিম্নোক্ত কোনটো পৰিৱেশ প্ৰদূষণৰ কাৰণ নহয়?

(a) যান-বাহন 

(b) উদ্যোগ

(c) ৰন্ধন প্রণালী 

(d) গছ কটা 

Ans: (d) গছ কটা। 

60. গৰাখহনীয়া সমস্যাৰ প্রধান কাৰণ হ’ল–

(a) নিৰ্বনীকৰণ 

(b) কৃষিকাৰ্য

(c) ঔদ্যোগীকৰণ  

(d) এটাও নহয়

Ans: (a) নিৰ্বনীকৰণ।

61. গলিত ধাতুৰ পৰা ওলোৱা ভাপক কি বোলে?

(a) স্ম’ক 

(b) স্মগ

(c) ফিউম 

(d) মিষ্ট 

Ans: (c) ফিউম।

62. ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্রণক কি বোলে?

(a) স্ম’ক 

(b) স্মগ

(c) ফিউম 

(d) মিষ্ট 

Ans: (b) স্মগ।

63. ফ’ট’কেমিকেল স্মগ মানে কি?

(a) ছবি প্রতিফলন কৰা কুঁৱলী

(b) ধোঁৱা আৰু বাষ্পৰ সমষ্টি

(c) ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰ’ক্সি এবিটাইল নাইট্ৰেট আৰু অ’জনৰ সমষ্টি

(d) ওপৰৰ এটাও নহয় 

Ans: (c) ধূলি, ধোঁৱা, ৰাসায়নিক বাষ্প, পেৰ’ক্সি এবিটাইল নাইট্ৰেট আৰু অ’জনৰ সমষ্টি।

64. অ’জন গেছৰ স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত?

(a) ট্ৰপ’স্ফিয়াৰ 

(b) ষ্টেট’স্ফিয়াৰ

(c) মেছ’স্ফিয়াৰ 

(d) আয়ন’স্ফিয়াৰ

Ans: (b) ষ্টেট’স্ফিয়াৰ।

65. বায়ুমণ্ডলত অ’জনৰ পৰিমাণ জোখা এককৰ নাম–

(a) ডবছন 

(b) মিলিমিটাৰ

(c) মিউ 

(d) ক্ৰুমছন

Ans: (a) ডবছন।

66. বায়ুমণ্ডলৰ অ’জন স্তৰটো ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে বিজ্ঞানীসকল কেতিয়া অৱগত হয়?

(a) 1950 চনত 

(b) 1960 চনত

(c) 1985 চনত 

(d) 1990 চনত

Ans: (c) 1985 চনত।

67. পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ হ’ল– 

(a) পৃথিৱীৰ পৰিৱেশ আগতকৈ ভাল হৈ আহিছে

(b) বিজ্ঞান আৰু প্রযুক্তিৰ ফলত খাদ্যৰ উৎপাদন বাঢ়িত আৰু ৰোগ নিৰাময় হৈছে

(c) মানুহে অধিকসংখ্যক বিয়া কৰাইছে

(d) প্রাকৃতিক দুৰ্যোগ নাইকিয়া হৈছে 

Ans: (b) বিজ্ঞান আৰু প্রযুক্তিৰ ফলত খাদ্যৰ উৎপাদন বাঢ়িত আৰু ৰোগ নিৰাময় হৈছে।

68. অ’জন স্তৰৰ ধ্বংসৰ কাৰণ হ’ল–

(a) অক্সিজেন 

(b) ক্ল’ৰফ্লুৰ’কাৰ্বন

(c) কাৰ্বন 

(d) কুঁৱলী

Ans: (b) ক্ল’ৰফ্লুৰ’কাৰ্বন।

69. অ’জন স্তৰে প্রাণী জগতক ৰক্ষা কৰে, কাৰণ ই-

(a) অনিষ্টকাৰী আলট্টা ভায়োলেট বা অতিবেঙুণীয়া ৰশ্মি প্ৰবেশত বাধা দিয়ে

(b) জীৱাণু ধ্বংস কৰে

(c) প্ৰদূষণ নিয়ন্ত্ৰণ কৰে

(d) এটাও নহয় 

Ans: (a) অনিষ্টকাৰী আলট্টা ভায়োলেট বা অতিবেঙুণীয়া ৰশ্মি প্ৰবেশত বাধা দিয়ে।

70. গোলকীয় উষ্ণতা মানে

(a) পৃথিৱীৰ বায়ুমণ্ডলৰ সামগ্রিক উষ্ণতা

(b) কোনো এক গোলকৰ উষ্ণতা

(c) উষ্ণতাৰ ঘূৰ্ণীয়মান পৰিৱৰ্তন

(d) এটাও নহয় 

Ans: (a) পৃথিৱীৰ বায়ুমণ্ডলৰ সামগ্রিক উষ্ণতা।

71. কোনটো পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ নহয়—

(a) যন্ত্ৰ  

(b) জুইশাল

(c) শ্বসন 

(d) বনানিকৰণ

Ans: (d) বনানিকৰণ।

72. জনসংখ্যা বৃদ্ধি বিশ্বৰ পৰিবেশ পৰিবৰ্তন-

(a) মূল কাৰণ 

(b) গৌণ কাৰণ

Ans: (a) মূল কাৰণ।

73. ঔদ্যোগিকৰণ-

(a) জন সংখ্যা বৃদ্দিণ কাৰণ

(b) প্ৰদূষণ বৃদ্ধিৰ কাৰণ

(c) সংস্কৃতি বিকাশৰ কাৰণ

(d) এটাও নহয় 

Ans: (b) প্ৰদূষণ বৃদ্ধিৰ কাৰণ।

74. মেৰু অঞ্চলৰ উষ্ণতা বৃদ্ধি হৈ বৰফ গলাৰ কাৰণ হ’ল

(a) সূৰ্যৰ তাপ বৃদ্ধি

(b) গোলকীয় উষ্ণতা বৃদ্ধি 

Ans: (b) গোলকীয় উষ্ণতা বৃদ্ধি। 

75. গোলকীয় উষ্ণতাৰ ফলত—

(a) জনসংখ্যা বাঢ়িছে 

(b) বন্যপ্ৰাণী বাঢ়িছে

(c) গছ-গছনি বাঢ়িছে 

(d) সাগৰৰ পানীপৃষ্ঠ বাঢ়িছে

Ans: (d) সাগৰৰ পানীপৃষ্ঠ বাঢ়িছে।

76. চি এন জি মানে–

(a) কমপ্ৰেছড নেচাৰেল গেছ

(b) কণ্ট্ৰ’লড নেচাৰেল গেছ

(c) কালাৰড নেচাৰেল গেছ

(d) এটাও নহয় 

Ans: (a) কমপ্ৰেছড নেচাৰেল গেছ।

77. শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ– 

(a) হয় 

(b) নহয় 

Ans: (a) হয়।

78. ভাৰতে ‘নইজ পলুচন ৰুলছ’ কোন চনত গ্রহণ কৰিছে-

(a) 2000 চনত 

(b) 2001 চনত 

(c) 2003 চনত 

(d) 2004 চনত

Ans: (a) 2000 চনত।

79. দ্বিতীয় মহাযুদ্ধত কোন দেশে জাপানত পাৰমাণৱিক বোমা নিক্ষেপকৰিছিল?

(a) ভাৰতে 

(b) ৰাছিয়াই

(c) আমেৰিকাই  

(d) চীনে

Ans: (c) আমেৰিকাই।

80. পাৰমাণৱিক প্ৰদূষণে অনা ভয়াৱহ বিপদটো হ’ল–

(a) বংশগতভাৱে পংগুত্বৰ সৃষ্টি

(b) ক্লীৱত্ব সৃষ্টি 

Ans: (a) বংশগতভাৱে পংগুত্বৰ সৃষ্টি।

81. পাৰমাণৱিক কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাক–

(a) স্বয়ংক্ৰিয় আৱৰ্জনা

(b) তেজস্ক্ৰিয় আৱৰ্জনা বোলে 

Ans: (b) তেজস্ক্ৰিয় আৱৰ্জনা বোলে। 

82. পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে লগা মৌলবিধৰ নাম-

(a) লো  

(b) তীখা

(c) থৰিয়াম 

(d) ইউৰেনিয়াম

Ans: (d) ইউৰেনিয়াম।

83. চাৰ্ণ’বিল পাৰমাণৱিক দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল?

(a) 1980  

(b) 1982

(c) 1983  

(d) 1986

Ans: (d) 1986

84. বিশ্ব পৰিৱেশৰ পৰিবৰ্তনৰ লগত জৈৱ পৰিৱৰ্তনৰ সম্পৰ্ক নাই

(a) শুদ্ধ  

(b) অশুদ্ধ 

Ans: (b) অশুদ্ধ। 

85. বিশ্ব পৰিৱেশৰ ক্ষিপ্ৰ পৰিবৰ্তন হৈছে-

(a) পৌৰাণিক যুগত 

(b) আধুনিক যুগত

Ans: (b) আধুনিক যুগত।

86. পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হোৱা তত্ত্বটো আৱিষ্কাৰ কৰি বিখ্যাত হোৱা বিজ্ঞানীজন-

(a) নিউটন 

(b) আইনষ্টাইন

(c) ডাৰউইন 

(d) গেলিলিঅ’

Ans:(b) আইনষ্টাইন।

87. কৃষ্ণগহ্বৰ আৰু মহানাদ’ নামৰ সৃষ্টিতত্বৰ আৱিষ্কাৰজন-

(a) আইনষ্টাইন 

(b) গেলিলিঅ’

(c) নিউটন 

(d) ষ্টিফেন হকিং

Ans: (d) ষ্টিফেন হকিং।

88. সপুষ্পক উদ্ভিদ আৰু অপুষ্পক উদ্ভিদৰ ভিতৰত কোনবিধ উদ্ভিদে পিছত বিকাশ লাভ কৰিছিল—

(a) সপুষ্পক 

(b) অপুষ্পক উদ্ভিদ

Ans:(a) সপুষ্পক। 

89. গণ্ডয়ানা লেণ্ড–

(a) এখন দেশ

(b) এখন মহাদেশ

(c) দূৰ অতীতত একেলগে থকা কেইবাখনো মহাদেশৰ সমষ্টি

(d) এটাও নহয় 

Ans:(c) দূৰ অতীতত একেলগে থকা কেইবাখনো মহাদেশৰ সমষ্টি।

90. কাৰ্বনিফেৰাছ যুগৰ আৰম্ভণিতে পৃথিৱীৰ মহাদেশ আছিল-

(a) এখন 

(b) দুখন

(c) তিনিখন  

(d) সাতখন 

Ans: (c) তিনিখন।

91. ডাইন’ছ’ৰ নামৰ জন্তুবিধ পৃথিৱীত কোন যুগত বিকশিত হৈছিল–

(a) কাৰ্বাণিফেৰাছ 

(b) পাৰমিয়ান

(c) জুৰাছক 

Ans: (c) জুৰাছক। 

92. ডাইনছ’ৰৰ ‘মিছিং লিংক’ৰূপে পৃথিৱীত ৰৈ যোৱা জীৱটো

(a) হাতী 

(b) গঁড়

(c) বাঘ 

(d) সিংহ 

Ans: (b) গঁড়।

93. ঔদ্যোগিক সভ্যতা আৰম্ভ হোৱাৰ আগতে পৃথিবীৰ বায়ুমণ্ডলৰ উষ্ণতা এক ডিগ্ৰী ছেলছিয়াছ বাঢ়িবলৈ সময় লাগিছিল-

(a) 100 বছৰ 

(b) 300 বছৰ

(c) 500 বছৰ 

(d) 40 বছৰ

Ans: (b) 300 বছৰ।

94. বৰ্তমান পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা 1° ছেঃ বাঢ়িবলৈ সময় লাগে—

(a) 10 বছৰ 

(b) 12 বছৰ

(c) 14 বছৰ 

(d) 7 বছৰ 

Ans: (d) 7 বছৰ।

95. প্রযুক্তিয়ে বিশ্ব পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ ফলত বিগত 300 বছৰত পৃথিৱীৰ সম্পদ ধ্বংস হৈছে-

(a) ½ ভাগ           

(b) ½ ভাগ

(c) ½  ভাগ           

(d) ½ ভাগ

Ans: (c) ½ ভাগ।          

96. জনসংখ্যা বৃদ্ধিৰ হেঁচাত 6 শতাংশলৈ বনাঞ্চল হ্ৰাস হোৱা পৃথিৱীৰ দেশখন হল- 

(a) বাংলাদেশ 

(b) নেপাল

(c) ভূটান

(d) ভাৰত

Ans: (a) বাংলাদেশ।

97. গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ ফলাফল হ’ল-

(a) ঠাই বিশেষে খৰাং 

(b) ঠাই বিশেষে অতিবৃষ্টি

(c) কুমেৰু-সুমেৰুৰ বৰফ গলন 

(d) আটাইকেইটা 

Ans: (d) আটাইকেইটা। 

98. গোলকীয় উষ্ণতাই বিশ্ব পৰিবেশলৈ আনিব পৰা পৰিবৰ্তনৰ শেষ দৃশ্য হল- 

(a) বিশ্বযুদ্ধ

(b) সমগ্র বিশ্বতে ভূমিকম্প

(c) সমগ্র বিশ্ব জলপিণ্ড

(d) মানুহৰ বাদে আন সকলোবোৰ জীৱৰ মৃত্যু

Ans: (c) সমগ্র বিশ্ব জলপিণ্ড।

99. এচিড বৰষুণৰ কাৰণ–

(a) জল প্ৰদূষণ  

(b) স্থল প্ৰদূষণ

(c) বায়ু প্ৰদূষণ 

(d) তাপ প্রদূষণ

Ans: (c) বায়ু প্ৰদূষণ।

100. মানুহে নিজৰ সুখ- সুবিধাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তিয়ে-

(a) জীৱৰ বিকাশত সহায় কৰিছে

(b) জীৱৰ ধ্বংসত সহায় কৰিছে

(c) বিশ্ব পৰিৱেশ বিনষ্ট কৰাত সহায় কৰিছে

(d) প্রভাৱ পেলোৱা নাই 

Ans: (c) বিশ্ব পৰিৱেশ বিনষ্ট কৰাত সহায় কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top