Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন

Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 4 পৰমাণুৰ গঠন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৰমাণুৰ গঠন

Chapter – 4

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. তলৰ কোন জন বিজ্ঞানীয়ে ইলেক্ট্রন আৱিষ্কাৰ কৰিছিল—

(a) ইগ’ল্ডষ্টেইনে।

(b) জে জে থমছনে।

(c) ইৰাডাৰ ফ’ৰ্ডে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) নীয়েল বৰে।

উত্তৰঃ (b) জে জে থমছনে।

2. ইলেক্ট্রন এটাৰ ভৰ হাইড্ৰ’জেন পৰমাণু এটাৰ  ওপৰত প্ৰায় ——— ।

(a) 1 /100 গুণ।

(b) 1/3000 গুণ।

(c) 1/2000 গুণ।

(d) 1/4000 গুণ।

উত্তৰঃ (c) 1/2000 গুণ।

3. তলৰ কোন জন বিজ্ঞানীয়ে নিউট্রন আৱিষ্কাৰ কৰিছিল।

(a) জে জে থমছনে।

(b) জে‚ছাডউইকে।

(c) ইগ’ল্ডষ্টেইনে।

(c) ই ৰাডাৰ ফ’ৰ্ডে।

উত্তৰঃ (b) জে‚ছাডউইকে।

4. L কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ’ল

(a) 18 টা

(b) ৪ টা

(c) 2 টা

(d) 32 টা

উত্তৰঃ (b) ৪ টা।

5. এটা কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যাক প্ৰকাশ কৰা সংকেতটো হ’ল—

(a) n²

(b) 2n²

(c) 3n²

(d) 4n²

উত্তৰঃ (b) 2n²

6. তলৰ কোনজন বিজ্ঞানীয়ে পৰমাণুৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল?

(a) ডেল্টনে।

(b) জে. জে. ছমাছনে।

(c) ই ৰাডাৰ ফৰ্ডে।

(d) জে. ছাড়উফকে।

উত্তৰঃ (c) ই ৰাডাৰ ফৰ্ডে।

7. নিউক্লিয়াছৰ আধান—

(a) ধনাত্মক

(b) ঋণাত্মক

(c) আধানহীন

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) ধনাত্মক।

৪. নিউক্লিছাৰ ব্যাসার্দ্ধ পৰমাণুৰ ব্যাসার্দ্ধতকৈ ———গুণে কম।

(a) 10⁻¹³

(b) 10³

(c) 10⁻⁵

(d) 10⁵

উত্তৰঃ (c) 10⁻⁵

9. নিষ্ক্রিয় মৌলসমূহৰ যোগফল হ’ব—

(a) 2

(b) 3

(c) 4

(d) o

উত্তৰঃ (d) 0

10. তলৰ কোনটো হাইড্ৰ’জেন সমস্থানিক নহয়—

(a) প্রটিয়াম।

(b) ডয়টেৰিয়াম।

(c) নাইট্ৰ’জেন।

(d) ট্রিটিয়াম।

উত্তৰঃ (c) নাইট’জেন।

11. তলৰ কোনটো মৌলৰ পৰমাণুত নিউট্রন নাথাকে?

(a) প্রটিয়াম।

(b) হিলিয়াম।

(c) লিথিয়াম।

(d) ছ’ডিয়াম।

উত্তৰঃ (a) প্রটিয়াম।

12. কেলছিয়াম আৰু আৰ্গন—

(a) ভৰ সংখ্যা একে নহয়।

(b) ইলেক্ট্ৰনৰ সংখ্যা একে।

(c) সমভাৰী।

(d) সমস্থানিক।

উত্তৰঃ (c) সমভাৰী।

13. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুণ পৰীক্ষাই আবিষ্কাৰ কৰিছিল—

(a) পাৰমাণৱিক নিউক্লিয়াছ।

(b) ইলেক্ট্রন।

(c) নিউক্ট্রন।

(d) প্ৰ’টন।

উত্তৰঃ (a) পাৰমাণৱিক নিউক্লিয়াছ।

14. মৌল এটাৰ সমস্থানিকবোৰৰ থাকে—

(a) একে ভৌতিক ধর্ম।

(b) ভিন্ন ৰাসায়নিক ধর্ম।

(c) প্ৰ’টন।

(d) (d) নিউট্রন।

উত্তৰঃ (b) ভিন্ন ৰাসায়নিক ধর্ম।

15. CI আয়নত যোজক ইলেক্ট্ৰনৰ সংখ্যা—

(a) 16

(b) 8

(c) 17

(d) 18

উত্তৰঃ (b) 8 

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top