Class 7 Science Chapter 9 মাটি

Class 7 Science Chapter 9 মাটি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 9 মাটি – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 9 মাটি – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 9 মাটি – সমাধান Solutions for All Subject, You can practice these here…

মাটি

পাঠ: ৯

অনুশীলনী

শুদ্ধ উত্তৰ বাছি উলিওৱা— 

প্রশ্ন ১: শিলৰ কণিকাৰ বাহিৰেও মাটিত থাকে— 

( a ) – বায়ু আৰু পানী 

( b ) পানী আৰু উদ্ভিদ 

( C ) খনিজ , জৈৱ পদার্থ , বায়ু আৰু পানী 

( d ) পানী , বায়ু আৰু উদ্ভিদ 

উত্তৰঃ ( C ) খনিজ , জৈৱ পদার্থ , বায়ু আৰু পানী ।

প্রশ্ন ২: পানী ধাৰণ ক্ষমতা আটাইতকৈ বেছি হ’ল— 

( a ) বালি মাটিৰ 

( b ) বােকা মাটিৰ 

( c ) পলসুৱা মাটিৰ 

( d ) বালি আৰু পলসুৱা মাটিৰ মিশ্ৰণৰ 

উত্তৰঃ ( b ) বােকা মাটিৰ ।

প্রশ্ন ৩: মিলাই লিখা— 

স্তম্ভ- Iস্তম্ভ- II
( i ) জীৱৰ গৃহ ( a ) ডাঙৰ কণিকা
( ii ) মাটিৰ প্রথম স্তৰ( b ) সকলাে প্ৰকাৰৰ মাটি
( iii ) বালি মাটি( c ) কলা বৰণৰ
( iv ) মাটিৰ মধ্যস্তৰ( d ) ক্ষুদ্র কণিকা আৰু দৃঢ়ভাৱে বান্ধ লােৱা
( v ) বােকা মাটি( e ) হিউমাছৰ পৰিমাণ কম 

উত্তৰঃ 

স্তম্ভ- Iস্তম্ভ- II
( i ) জীৱৰ গৃহ ( b ) সকলাে প্ৰকাৰৰ মাটি
( ii ) মাটিৰ প্রথম স্তৰ( c ) কলা বৰণৰ
( iii ) বালি মাটি( a ) ডাঙৰ কণিকা
( iv ) মাটিৰ মধ্যস্তৰ( e ) হিউমাছৰ পৰিমাণ কম ।
( v ) বােকা মাটি( d ) ক্ষুদ্র কণিকা আৰু দৃঢ়ভাৱে বান্ধ লােৱা

প্রশ্ন ৪: মাটি কিদৰে সৃষ্টি হয় বাখ্যা কৰা । 

উত্তৰঃ মাটিৰ সৃষ্টিৰ ক্ষেত্ৰত তলত দিয়া প্রাকৃতিক প্রক্রিয়াবােৰ জড়িত হৈ থাকে— 

( i ) ভূমিকম্প বা আগ্নেয়গিৰি উদগীৰণ  

( ii ) শিলাখণ্ডৰ ক্ষয়ীভৱন 

( iii ) বিচূর্ণীকৰণ বা বিয়ােজন 

( iv ) হিউমাছ সংযােগকৰণ । 

আগ্নেয়গিৰিৰ উদগীৰণৰ সময়ত মাটিৰ তলৰ শিলাখণ্ড ওপৰলৈ গলিত অৱস্থাৰে ওলাই ভূ – পৃষ্ঠত জমা হয় । ঠিক তেনেদৰে ভূমিকম্পৰ ফলতাে ভূ – গর্ভৰ পৰা শিলাখণ্ড ওপৰলৈ উঠি আহে । এই শিলাখণ্ডবােৰ বতাহ , পানী , তাপ , চাপ আদিৰ বাবে ভাঙি ক্ষয় যায় । ক্ষয় যােৱা সৰু শিলাখণ্ডবােৰ সময়ৰ লগে লগে ভাঙি চূর্ণ বিচূর্ণ হৈ পানীৰ বা বায়ুৰ সোঁতত এঠাইৰ পৰা আন এঠাইলৈ যায় । তাৰ ওপৰত উদ্ভিদ বা প্রাণীবােৰ মৰি পছি হিউমাছ সংযােগ হয় । ইয়াকে মাটি বােলে । 

প্রশ্ন ৫: বােকা মাটি শস্যৰ বাবে কিদৰে উপযােগী হয় ? 

উত্তৰঃ বােকা মাটিৰ গুণবােৰ হ’ল 

( i ) ই পানী ধৰি ৰাখিব পাৰে । 

( ii ) হিউমাছৰ পৰিমাণ বেছি । 

( iii ) ই উর্বৰ ।

এই গুণবােৰৰ বাবেই বােকা মাটি খেতিৰ উপযােগী হয় । ঘেঁহু , ধান , মৰাপাট আদি  খেতিৰ বাবে এনে মাটি অতি উৎকৃষ্ট ।

প্রশ্ন ৬: বােকা মাটি আৰু বালি মাটি পার্থক্য লিখা । 

উত্তৰঃ

বােকা মাটিবালি মাটি
( i ) মাটিৰ কণিকাবােৰ অতি ক্ষুদ্র ( i ) মাটিৰ কণিকাবােৰ বােকাতকৈ ডাঙৰ
( ii ) পানীৰ ধাৰণ ক্ষমতা বেছি( ii ) পানীৰ ধাৰণ ক্ষমতা কম
( iii ) পানী সৰকি যােৱাৰ বেগ কম( iii ) পানী সৰকি যােৱাৰ বেগ বেছি । 

প্রশ্ন ৭: মাটিৰ প্রস্থচ্ছেদত এটা মােটামুটি চিত্র অংকন কৰা আৰু তাৰ বিভিন্ন স্তৰবােৰ চিনাক্ত কৰা । 

উত্তৰঃ তলত মাটিৰ প্রস্থচ্ছেদৰ এটা মােটামুটি চিত্র অংকন কৰি তাৰ বিভিন্ন স্তৰবােৰ চিনাক্ত কৰি দিয়া হল –

প্রশ্ন ৮: ৰাজিয়াই মাটিৰে পানী সৰকি যােৱাৰ বেগ ( Percolation rate ) নির্ণয় বাবে পৰীক্ষা এটা তলত দিয়া ধৰণে কৰিলে । 

তাই লােৱা মাটিৰ নমুনাই 200 মি.লি.ৰ পানীয়ে 40 মিনিট সময় ল’লে । পানী সৰকি যােৱা বেগ নির্ণয় কৰা । 

উত্তৰঃ দিয়া আছে , 

পানীৰ পৰিমাণ = 200 মি.লি. 

প্রয়ােজনীয় সময় = 40 মিনিট 

আমি জানাে যে , 

                                     পানীৰ পৰিমাণ

     সৰকি যােৱাৰ বেগ =          সময় 

                                      200 

                               =     40    

                               = 5 মি.লি. / মিনিট

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন ৯: ভূ – প্ৰদূষণ আৰু ভূ – স্খলন কিদৰে ৰােধ কৰিব পাৰি ?

উত্তৰঃ মাটি প্ৰদূষণ বিভিন্ন ধৰণে হয় । ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণৰ দ্বাৰাও , প্রাকৃতিকভাৱে মাটি প্ৰদূষিত হয় । বর্তমান পলিথিন , প্লাষ্টিক প্রদূষণ হ’ল আটাইতকৈ ভয়াবহ । ইয়াৰ উপৰি অন্য প্রদূষক হ’ল বর্জিত পদার্থ , ৰাসায়নিক দ্রব্য আৰু কীটনাশক আদি । 

মাটিৰ খহনীয়া বা ভূ – স্খলন বিভিন্ন ধৰণে হয় । বানপানীৰ সময়ত পানীৰ সোঁতে গভা – খহনীয়াৰ সৃষ্টি কৰে । বতাহ – ধূমূহাত মাটিৰ কণিকা উৰি গৈও ভূ – ক্ষয় ঘটে । 

প্ৰদূষণৰ পৰা হাত সৰাৰ উপায় হল— 

( ১ ) পলিথিন আৰু প্লাষ্টিক উৎপাদন ৰােধ কৰা বা নিয়ন্ত্রণ কৰা । 

( ২ ) পলিথিনৰ সলনি জৈৱ নমনীয় পদার্থৰে তৈয়াৰী বেগ আৰু অন্য সামগ্রী তৈয়াৰ কৰা । 

( ৩ ) কীটনাশক আৰু ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ নিয়ন্ত্রণ কৰা ।

ভূ – স্খলনৰ পৰা হাত সাৰিবলৈ হ’লে— 

( ১ ) উদ্ভিদ ৰােপণ । 

( ২ ) হাবি-বন সংৰক্ষণ কৰা । 

( ৩ ) নদীৰ পাৰত গছ ৰােপণ । 

প্রশ্ন ১০: তলত দিয়া ‘ক্ৰছৱৰ্ড পাজল ’ ( তালিকা ) খন প্রস্তুত কৰা । 

Across : 2. Plantation prevents it . 

              5. Use should be banned to avoid soil pollution 

              6. Type of soil used for making pottery . 

              7. Living organism in the soil . 

Down : 1. In desert soil erosion occurs through . 

             3. Clay and loam are suitable for cereals like . 

            4. This type of soil can hold very little water . 

            5. Collective name for layers of soil .

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top