Class 7 Science Chapter 3 তন্তৰ পৰা তন্তজলৈ

Class 7 Science Chapter 3 তন্তৰ পৰা তন্তজলৈ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 3 তন্তৰ পৰা তন্তজলৈ – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 3 তন্তৰ পৰা তন্তজলৈ – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 3 তন্তৰ পৰা তন্তজলৈ – সমাধান Solutions for All Subject, You can practice these here…

তন্তৰ পৰা তন্তজলৈ 

পাঠ:- ৩

অনুশীলনী 

প্রশ্ন১: তলৰ পদ্যশাৰী পঢ়া আৰু উত্তৰ দিয়া । 

( a ) ‘Baa baa black sheep , have you any wool’. 

( b ) ‘Mary had a little lamb , whose flace was while and snow’. 

( i ) Black sheep ( ক’লা ভেৰা ) ৰ কোনটো অংশৰ পৰা উল পােৱা যায় ? 

( ii ) ভেৰা পােৱালি ( lamb ) ৰ’ বৰফৰ দৰে বগা চুলিয়ে কি বুজায় ? 

উত্তৰঃ ( i ) ক’লা ভেৰাৰ ( Black sheep ) ৰ দেহৰ ওপৰত আবৃত নােমৰ পৰা উল পােৱা যায় । 

( ii ) ভেৰা পােৱালিৰ গাত থকা বগা নােমবােৰক বুজাইছে । 

প্রশ্ন২: শুদ্ধ উত্তৰ বাছি উলিওৱা ।

পাট পলু হ’ল— 

( a ) এবিধ বিছা

( b ) এবিধ পলু

উত্তৰঃ  ( a ) এবিধ বিছা ।

তলৰ কোনটো উক্তি সত্য ? 

( i ) ( a )

( ii )     ( b )      

( iii ) ( a ) আৰু  ( b ) উভয়ে   

( iv ) ( a ) আৰু ( b ) ৰ এটাও নহয় । 

উত্তৰঃ ( b ) উভয়ে ।

প্রশ্ন৩: তলৰ কোনটো প্ৰাণীৰ পৰা ঊল পােৱা নাযায় ? 

( i ) য়াক

( ii ) উট

( iii ) ছাগলী

( iv ) ঊণী কুকুৰ 

উত্তৰঃ ( ii ) উট 

প্ৰশ্ন৪: তলৰ ৰাশি ( শব্দ ) বােৰে কি বুজায় ? 

( a ) ৰেয়াৰিং

( b ) চিয়াৰিং

( c ) চেৰিকালচাৰ 

উত্তৰঃ ( a ) ৰেয়াৰিং :- অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ কিছুমান প্রাণীক বিজ্ঞানসন্মতভাৱে পােহপালন দি তাৰ পৰা বংশবৃদ্ধি ঘটোৱাকে ৰেয়াৰিং ( Rearing ) বােলে । 

( b ) চিয়াৰিং :- ভেৰাৰ শৰীৰৰ ওপৰৰ নােমবােৰ তাৰ দেহৰ পৰা ছালৰ সৈতে পাতল কাটি পৃথক কৰি অনা কার্যকে চিয়াৰিং বােলে । 

( c ) চেৰিকালচাৰ :- পাট উৎপাদনৰ বাবে পাট পলুৱে খােৱা গছ ৰােপণ কৰি তাত পাট পলুৰ খেতি কৰাকে চেৰিকালচাৰ বােলে । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৫: তলত ঊল উৎপাদনত ব্যৱহাৰ কৰা পদ্ধতিসমূহ ক্রম অনুসাৰে দিবলৈ বিচৰা হৈছে । তাত নিদিয়া পদ্ধতি কেইটা সংযােগ কৰা । 

চিয়াৰিং, ……..  চটিং,……….., ………….., ………….

উত্তৰঃ চিয়াৰিং , স্কাৱৰিং , চটিং , পিকিং , ডায়িং , ৰলিং ।

প্রশ্ন৬: পাট পলুৰ পৰা পাট উৎপাদনত পােনে পােনে সম্পর্কিত পাটপলুৰ জীৱন বুৰঞ্জীৰ দুটা দশাৰ চিত্র অংকন কৰা । 

উত্তৰঃ পাট পলুৰ পৰা পাট উৎপাদনৰ পােনে পােনে সম্পর্কিত পাটপলুৰ জীৱন বুৰঞ্জীৰ দুটা দশা হ’ল – ককুন ( লেটা) আৰু পলু । 

প্রশ্ন৭:  তলত দিয়া কেইটাৰ ভিতৰত পাট উৎপাদনৰ ক্ষেত্ৰত কোনবােৰ জড়িত ? 

চেৰিকালচাৰ , ফ্লোৰিকালচাৰ , মােৰিকালচাৰ , এপিকালচাৰ আৰু চিলভিকালচাৰ 

সংকেত :-  ( i ) পাট উৎপাদনত নুনি গছৰ ( nulberry lives ) ৰ খেতি কৰা হয় আৰু তাত পাটপলু পােহা হয় । 

( ii ) নুনি গছৰ বৈজ্ঞানিক নাম হ’ল মােৰা আলবা । 

উত্তৰঃ চেৰিকালচাৰ আৰু মােৰিকালচাৰ । 

প্রশ্ন৮: স্তম্ভ- I ত দিয়া শব্দবােৰ স্তম্ভ II- ৰ লগত মিলােৱা ।

স্তম্ভ- Iস্তম্ভ- II 
১. স্কাৱ’ৰিং( a ) পাট সূতা দিয়ে 
২. নুনি গছৰ পাত( b ) উল উৎপাদনৰ প্রাণী
৩. য়াক( c ) পাট পলুৰ খাদ্য
৪. লেটা( d ) ৰিলিং
( e ) নােমৰ সৈতে কাটি অনা ছালৰপৰিষ্কাৰকৰণ । 

উত্তৰঃ   

স্তম্ভ- Iস্তম্ভ- II 
১. স্কাৱ’ৰিং( e ) নােমৰ সৈতে কাটি অনা ছালৰ পৰিষ্কাৰকৰণ
২. নুনি গছৰ পাত( c ) পাট পুলুৰ খাদ্য 
৩. য়াক( b ) ঊল উৎপাদনৰ প্রাণী ।
৪. লেটা( a ) পাট সূতা দিয়ে 

প্রশ্ন ৯: এই পাঠটোৰ ওপৰত ভিত্তি কৰি তলত এটা ‘ক্রচ ৱৰ্ড পাজল ’ ( cross word puzzle ) দিয়া হৈছে । তলত দিয়া খালী ঠাইবােৰ নির্দেশ দিয়ামতে উপযুক্ত শব্দৰে পূৰণ কৰা ।

থিয়কৈ তললৈপঠালিকৈ
( D )( A )
১. পােনে পােনে ধােৱন১. গৰমকৈ ৰাখে
২. জন্তুৰ নােম২. ইয়াৰ পাত পাটপলুৱে খায়
৩. দীঘল সূতাৰ দৰে গঠন৩.পখিলাৰ কণীৰ পৰা হােৱা পােৱালি

উত্তৰঃ

1D – Scour2D – Silk3A – Fibre
1A – Wool2A – Mulberry3A – Caterpillar

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top