Class 6 Science Chapter 16 Garbage In Garbage out (আৱৰ্জনা নিষ্কাষন)

Join Telegram channel

Class 6 Science Chapter 16 Garbage In Garbage out (আৱৰ্জনা নিষ্কাষন) answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Chapter 16 Garbage In Garbage out (আৱৰ্জনা নিষ্কাষন) and select needs one.

SEBA Class 6 Science Chapter 16 Garbage In Garbage out (আৱৰ্জনা নিষ্কাষন)

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Science Chapter 16 Garbage In Garbage out (আৱৰ্জনা নিষ্কাষন) Solutions for All Subject, You can practice these here…

Garbage In Garbage out [আৱৰ্জনা নিষ্কাষন]

Chapter: 16

Exercises

Q.1. (a) Which kind of garbage is not converted into com- post by the redworms? 

(b) Have you seen any other organism besides redworms, in your pit? If yes, try to find out their names. Draw pictures of them. 

Ans: (a) The kinds of garbage such as plastic, metal and glass items are not converted into compost by the redworms. 

(b) Yes, moulds and mushroom can be seen in the pits.

Q.2. Discuss: 

(a) Is garbage disposal the responsibility only of the gov ernment? 

Ans: No, garbage disposal is also a responsibility of the common citizens. If common people are not aware of proper disposal of garbage, then government only cannot be able to solve the problem of garbage disposal. 

(b) Is it possible to reduce the problems relating to disposal of garbage?

Ans: Yes, it is possible to reduce the problems relating to disposal of garbage. For this, the common people will have to be careful not to produce unnecessary wastes and to throw garbage only in dustbins. 

Q.3. (a) What do you do with the left over food at home? 

(b) If you and your friends are given the choice of eating in a plastic plate or a banana leaf platter at a party, which one would you prefer and why?

Ans: (a) We usually throw the left over food in the dustbin at our home.

(b) We would prefer banana leaf platter, because it is easy and safe to dispose off as it rots and mix completely with the soil. 

Q.4. (a) Collect pieces of different kinds of paper. Find out which of these can be recycled. 

(b) With the help of a lens look at the pieces of paper you collected for the above question. Do you see any difference in the material of recycled paper and a new sheet of paper? 

Ans: (a) Pieces of paper obtained from books, notebooks, newspaper etc. can be recycled. Shiny and plastic coated pa- pers cannot be recycled. 

(b) The surface of the recycled paper is rough whereas the surface of a new sheet of paper is smooth. 

Q.5. (a) Collect different kinds of packaging material. What was the purpose for which each one was used? Dis- cuss in groups. 

(b) Give an example in which packaging could have been reduced. 

(c) Write a story on how packaging increases the amount of garbage. 

Ans: (a) Different kinds of packaging materials and pur- pose of using them are-

(i) Polythene bags Used for packaging items like rice, pulses, sugar, salt, milk, vegetables, fruits etc.

(ii) Cardboard Used for packaging items like pressure cooker. TV set, refrigerator etc.

(iii) Paper Used for packaging biscuits, sweets, tea leaves, dresses etc.

(b) Packaging for fruits and vegetables could have been reduced, if we carried a cloth or jute bag to the market. 

(c) Nowadays every item comes to our homes in packeged form. Most of the items are packaged in polythene packets such as salt, sugar, rice, pulses, milk etc. Since polythene does not rot and mix with soil, they have increased the amount of garbage.

Q.6. Do you think it is better to use compost instead of chemical fertilisers? Why?

Ans: Yes, because compost does not harm the soil by any means and increases the soil fertility. But chemical fertilisers harm the soil by killing the earthworms and microorganisms present in the soil. 

Additional Questions & Answers

A. Very short answer type questions and answers 

Q.1. What is a landfill?

Ans: Landfill is an area where the garbage collected from a city or town is dumped. 

Q.2. What is composting? 

Ans: Converting plant and animal waste into manure is called composting.

Q.3. What is vermicomposting? 

Ans: The method of making compost from kitchen garbage using redworms is called vermicomposting.

Q.4. Why should wastes containing salt, pickles, oil, vinegar etc. not be used as food for the redworms? 

Ans: This is because if we put these things in the pit, dis ease-causing microorganisms start growing in the pit. 

Q.5. Give examples of some materials which can be re- cycled.

Ans: Paper, plastic, glass, metal. 

Q.6. Fill in the blanks with words from among the given alternatives. 

(a) Once a landfill is completely full, it is usually converted into a ________ (park/crop field)

Ans: Park. 

(b) ________ are called farmer’s friend. (Earthworms/Manures)

Ans: Earthworms. 

(c) A type of earthworm called ________ is used for composting. (black worm/redworm) 

Ans: Redworm. 

(d) Redworms have a structure called ________ which helps them in grinding their food. (tooth/ gizzard) 

Ans: Gizzard. 

B. Short answer type questions and answers 

Q.1. Mention some harmful effects of plastic. 

Ans: Some harmful effects of plastic are – 

(i) Consuming food packed in plastic bags could be harmful to our health. 

(ii) All kind of plastic give out harmful gases upon heating or burning. 

(iii) The plastic bags thrown in the street get into drains. As a result, drains get choked and water spills on the road.

Q.2. Mention some methods to minimise overuse of plastics and deal with garbage. 

Ans: Some methods to minimise overuse of plastics and  deal with garbage are – 

(i) We make a minimum use of plastic items.

(ii) We reuse the plastic items again and again. 

(iii) We recycle plastic items.

অসমীয়া মাধ্যমত পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : –  ১) ক)  ৰঙা কেঁচুৱে কোনবোৰ আৱৰ্জনা ( জাৱৰ – জোথৰ ) সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে ?

উত্তৰঃ – ভঙা কাঁচ , এলুমিনীয়ামৰ অংশ , প্লাষ্টিকৰ সামগ্ৰী , পলিথিন আদি ৰঙা কেঁচুৱে সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে ।

খ) তোমালোকে গাওঁবোৰত ৰঙা কেঁচুৰ বাহিৰে আন জীৱ দেখিছিলানে ? যদি পাইছিলা তেতিয়া হলে নামবোৰ বিচাৰি উলিওৱা ।

উত্তৰঃ – মাটিৰ সতে মিলি যোৱা ভেঁকুৰ আৰু বেক্টেৰিয়া জাতীয় জীৱ মাটিত থাকে ।

প্ৰশ্ন : – ২) আলোচনা কৰা :

ক) আৱৰ্জনা বোৰ আঁতৰোৱাৰ দায়িত্ব কেৱল চৰকাৰৰ নে ?

উত্তৰঃ – আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত চৰকাৰ আৰু পৌৰ প্ৰশাসনক প্ৰতিজন লোকে সহায় কৰাটো এটা কৰ্তব্য । পৰিবেশ নিকা কৰি ৰখা আৰু বেমাৰ বিয়পোৱাত বাধা দিয়াৰ বাবে আৱৰ্জনা নিষ্কাষণত গুৰুত্ব দিয়া প্ৰয়োজন । ই আমাৰ সুস্বাস্থ্য ধৰি ৰাখিব পাৰে । চাফাই কৰ্মচাৰীয়ে সহজে সংগ্ৰহ কৰি নিব পৰাকৈ আমি জাৱৰ – জোথৰ প্ৰকৃত স্থানত পেলাব লাগে । 

খ) জাবৰ  নিষ্কাষণৰ সৈতে জড়িত সমস্যাবোৰ হ্ৰাস কৰিব পাৰিনে ?

উত্তৰঃ – য’তে ত’তে জাৱৰ নেপেলাই প্ৰকৃত স্থানত পেলাব লাগে । বাট – পথ , উদ্যান আদিত জাৱৰ – জোথৰ পেলাব নালাগে । পুনৰ ব্যৱহাৰ কৰিব পৰা জাবৰৰ অংশবোৰ ব্যৱহাৰ কৰিব নোৱৰা অংশবোৰৰ পৰা আঁতৰাই আনিব লাগে । জাবৰ নিষ্কাষণ স্থলীত অপ্ৰয়োজনীয় সামগ্ৰী পেলাব লাগে । এই নিয়মসমূহ মানি চলিলে জাৱৰ নিষ্কাষণৰ সৈতে জড়িত সমস্যাবোৰ হ্ৰাস হব ।

প্ৰশ্ন : –  ৩) ঘৰত ৰাহি হোৱা বস্তুবোৰ তোমালোকে কি কৰা ?

উত্তৰঃ – ঘৰত ৰাহি হোৱা বস্তুবোৰৰ মাজৰ পিল , কাগজ আদি সাৰ প্ৰস্তুত কৰিব পৰাকৈ পচন সাৰ প্ৰস্তুত কৰা স্থানত জমা কৰা । পাছত গছ – গছনিৰ ওপৰত দিয়া । খাদ্য খোৱাৰ বাবে কলপাত ব্যৱহাৰ কৰা । এই কলপাতৰ পৰা পাছত পচন সাৰ প্ৰস্তুত কৰিব পাৰি । পৰাপক্ষত প্লাষ্টিকৰ সা – সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে । কাৰণ এইবোৰৰ পৰা সাৰ তৈয়াৰ কৰোতে পৰিবেশ বিনষ্ট হয় । 

প্ৰশ্ন : – ৪)  ক) বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা । এইবোৰৰ মাজৰ পৰা ব্যৱহাৰযোগ্য সামগ্ৰী বিচাৰি উলিওৱা ।

উত্তৰঃ – কাগজৰ টুকুৰাবোৰৰ মাজৰ পৰা সংগ্ৰহ কৰা বাতৰি কাকত , টোকাবহী , আলোচনী আদি পুনৰ ব্যৱহাৰ কৰিব পাৰি  । প্লাষ্টিকৰ অৱৰণযুক্ত আৰু চিকমিকনি থকা কাগজ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি । 

খ) লেন্সৰ সহায়ত সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰ চোৱা । তোমালোকে পুনৰ ব্যৱহাৰ কৰিব পৰা আৰু এখিলা নতুন কাগজৰ টুকুৰাৰ দ্ৰব্যৰ কিবা পাৰ্থক্য দেখিছানে ?

উত্তৰঃ – পুনৰ ব্যৱহাৰ কৰিব পৰা কাগজৰ উপৰিভাগ খহটা কিন্তু নতুন কাগজখন নিমজ হয় ।

Sl. No.Contents
Chapter 1খাদ্য: আমি ক’ৰ পৰা পাওঁ
Chapter 2খাদ্যৰ উপাদান
Chapter 3আঁহৰ পৰা কাপোৰলৈ
Chapter 4পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter 5দ্ৰৱ্যৰ পৃথকীকৰণ
Chapter 6আমাৰ চৌপাশৰ পৰিবৰ্তনবোৰ
Chapter 7উদ্ভিদৰ বিষয়ে জানো আহা
Chapter 8দেহৰ চলন
Chapter 9জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ
Chapter 10গতি আৰু দূৰত্বৰ জোখ – মাপ
Chapter 11পোহৰ, ছাঁ আৰু প্ৰতিফলন
Chapter 12বিদ্যুৎ আৰু বৰ্তনী
Chapter 13চুম্বকৰ লগত খেলো আহাঁ
Chapter 14পানী
Chapter 15আমাৰ চৌপাশৰ বায়ু
Chapter 16আৱৰ্জনা নিষ্কাষন

প্ৰশ্ন : –  ৫) ক) বিভিন্ন ধৰণৰ টোপোলা বন্ধা সামগ্ৰী সংগ্ৰহ কৰা আৰু কোনবিদক কি উদ্দেশ্যত ব্যৱহাৰ কৰা হয় ? আলোচনা কৰা ।

উত্তৰঃ – থাৰ্ম’কল , কাগজ , কার্ডব’ৰ্ড আদি সামগ্ৰী সুৰক্ষাৰ বাবে টোপোলাও ব্যৱহাৰ কৰা হয় । কাঠৰ বাকচ , প্লাষ্টিকৰ  কণ্টেইনাৰ আদি সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয় ।

খ) টোপোলা নাবান্ধিলেও চলা বস্তুৰ উদাহৰণ দিয়া ।

উত্তৰঃ – পুতলা , কাপোৰ , জোতা , চকলেট আদিৰ টোপোলা নাবান্ধিলেও হয় ।

গ) কেনেদৰে টোপোলা বন্ধাৰ বাবে আৱৰ্জনাৰ বৃদ্ধি হয় বৰ্ণনা কৰা ।

উত্তৰঃ – বিভিন্ন ধৰণৰ সামগ্ৰীৰ টোপোলাত ব্যৱহৃত সামগ্ৰীবোৰ সাধাৰণতে পাছত পেলাই দিয়া হয় । সামগ্ৰীৰ সুৰক্ষা অথবা দেখনিয়াৰ কৰিবলৈ টোপোলা বন্ধা হয় । উদাহৰণ স্বৰূপে , জন্মদিনৰ টোপোলা আদি জকমকীয়া কাগজেৰে বন্ধা হয় । এইবোৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণো থাকে । পাছত এইবোৰ ডাষ্টবিনত পেলাই দিয়া হয় । একেদৰে প্লাষ্টিকৰ মোনা এলুমিনীয়ামৰ তাঁৰ আদিও ব্যৱহাৰৰ পাছত পেলাই দিয়া হয় । একেদৰে আৱৰ্জনা বৃদ্ধি হয় ।

প্ৰশ্ন : –  ৬)  ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি ভাবানে ?

উত্তৰঃ – ৰাসায়নিক সাৰতকৈ পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম উপায় । ইয়াৰ কাৰণটো হৈছে ―

১) পচন সাৰ পৰিবেশৰ ক্ষতিকাৰক নহয় । ই মাটিৰ গঠন আৰু 

উৰ্বৰতা বজাই ৰাখে । ৰাসায়নিক সাৰে মাটিৰ প্ৰাকৃতিৰ গঠন বিনষ্ট কৰে আৰু মানৱ দেহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । 

২) পচন সাৰে সামগ্ৰীৰ পুনৰ ব্যৱহাৰত আৰু আৱৰ্জনা নিষ্কাষণত সহায় কৰে । ৰাসায়নিক সাৰ যতে ততে পৰিলে পানীৰ প্ৰদূষণ ঘটায় আৰু পানীত বসবাস কৰা জীৱবোৰৰ মৃত্যু ঘটায় । 

৩) পচন সাৰ প্ৰস্তুত কৰিবলৈ সহজ । ইয়াক কম খৰচতে প্ৰস্তুত কৰিব পাৰি আৰু ই অপকাৰী নহয় । আনহাতে , ৰাসায়নিক সাৰ প্ৰস্তুত কৰোতে বহু খৰচ হয় আৰু ই অপকাৰী ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top