Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.

Class 12 Education MCQ Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Chapter – 6

EDUCATION

MULTIPLE CHOICE QUESTION ANSWER

১। কোনে কৈছিল সুস্থ দেহতহে এটা সুস্থ মন থাকে।

(ক) জে. এ. হেডফিল্ড।

(খ) এৰিষ্ট’টল।

(গ) এইচ্ ডব্লিউ বাণাৰ্ড।

(ঘ) কাৰ্ল মেনীন্’গাৰ।

উত্তৰঃ (খ) এৰিষ্ট’টল।

২। মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ।

(খ) ছয় প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) এক প্ৰকাৰৰ।

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

৩। পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা কোনে আগবঢ়াইছিল?

(ক) জে. এ. হেডফিল্ড।

(খ) ড্ৰাভাৰ।

(গ) কোলেচ্’নীক।

(ঘ) উইলিয়াম চুইট্’জাৰ।

উত্তৰঃ (ঘ) উইলিয়াম চুইট্’জাৰ।

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ভাগত ভাগ কৰা হৈছিল?

(ক) দুইটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) একটা ভাগত।

উত্তৰঃ (খ) তিনিটা ভাগত।

৫। ‘A mind that Found itself’ কিতাপখন কোনে সৃষ্টি কৰিছিল?

(ক) জে. এ. হেডফিল্ড।

(খ) ড্ৰাভাৰ।

(গ) কোলেচ্’নীক।

(ঘ) ক্লিফোৰ্ড।

উত্তৰঃ (ঘ) ক্লিফোৰ্ড।

৬। কোন চনত ক্লিফোৰ্ড বিয়াৰচ নামৰ এগৰাকী আমেৰিকাৰ যুৱকৰ  লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হয়।

 (ক) ১৯০৯ চনত।

 (খ) ১৯৯৯ চনত।

 (গ) ১৯৯০ চনত।

 (ঘ) ১৯৯৮ চনত।

উত্তৰঃ (গ) ১৯৯০ চনত।

৭। শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয়―কোনে কৈছিল? 

(ক) প্ৰফেছাৰ হোমল।

(খ) ড্ৰাভাৰ।

(গ) কোলেচ্’নীক।

(ঘ) ক্লিফোৰ্ড।

উত্তৰঃ (ক) প্ৰফেছাৰ হোমল।

৮। মানসিক স্বাস্থ্যৰ এটা প্ৰদান উদ্দেশ্য লিখা।

(ক) মানসিক স্বাস্থ্য ৰক্ষা কৰা।

(খ) মানসিক স্বাস্থ্য সুস্থভাৱে ৰখাৰ উপায়সমূহ বুজি পোৱাত সহায়।

(গ) ব্যক্তিৰ সবলতা, দুৰ্বলতাসমূহ বুজাত সহায় কৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মানসিক স্বাস্থ্য সুস্থভাৱে ৰখাৰ উপায়সমূহ বুজি পোৱাত সহায়।

৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ তিনিটা উদ্দেশ্য কি কি ?

(ক) (১) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা, (২) মানসিক স্বাস্থ্য ৰক্ষা কৰা, (৩) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।

(খ) (১) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা, (২) মানসিক স্বাস্থ্য ৰক্ষা কৰা, (৩)  ব্যক্তিৰ সবলতা, দুৰ্বলতাসমূহ বুজাত সহায় কৰা।

(গ) (১) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা, (২)মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা,(৩)ব্যক্তিৰ অন্তৰ্নিহিত গুণ বিকাশাই তোলা।

উত্তৰঃ (ক) (১) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা, (২) মানসিক স্বাস্থ্য ৰক্ষা কৰা, (৩) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।

১০। Hygiene শব্দৰ অৰ্থ কি?

(ক) ‘Hygeia’

(খ) ‘Hygeine’

(গ) ‘of health’

(ঘ) ওপৰৰ এটাও নহয়।

 উত্তৰঃ (গ) ‘of health’

১১। কোন চনত মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল?

(ক) ১৯০৯ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯০৬ চনত।

(ঘ) ১৯০০ চনত।

উত্তৰঃ (ক) ১৯০৯ চনত।

১২। এখন সুন্দৰ সমাজ গঢ়িবলৈ হ’লে কি হব লাগিব?

(ক) অসুস্থমন।

(খ) শাৰীৰক ভাৱে অসুস্থ।

(গ) মানসিক ভাৱে অসুস্থ।

(ঘ) শাৰীৰক আৰু মানসিক ভাৱে সুস্থ।

উত্তৰঃ (ঘ) শাৰীৰক আৰু মানসিক ভাৱে সুস্থ।

১৩। কোন চনত ক্লিফোৰ্ড বিয়াৰচ নামৰ এগৰাকী আমেৰিকাৰ যুৱকে ‘A mind that found itself’. নামৰ কিতাপ ৰচনা কৰিছিল?

(ক) ১৯০৯ চনত।

 (খ) ১৯০৮ চনত।

 (গ) ১৯৯০ চনত।

 (ঘ) ১৯৯৮ চনত।

উত্তৰঃ  (খ) ১৯০৮ চনত।

১৪। ‘মানসিক স্বাস্থ্য হৈছে সমগ্ৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰৱ্য কাৰ্য্য। এই উক্তি কাৰ?

(ক) জে. এ. হেডফিল্ড।

(খ) ড্ৰাভাৰ।

(গ) কোলেচ্’নীক।

(ঘ) উইলিয়াম চুইট্’জাৰ।

উত্তৰঃ (ক) জে. এ. হেডফিল্ড।

১৫। মানসিক স্বাস্থ্যৰ প্ৰকাৰসমূহ কি কি?

(ক)  ১। অসুস্থ মানসিক স্বাস্থ্য, ২। অসুস্থ শাৰীৰিক স্বাস্থ্য।

(খ) ১। সুস্থ দেহ,   ২।  সুস্থ মন।

(গ) ১। সুস্থ মানসিক স্বাস্থ্য, ২। অসুস্থ মানসিক স্বাস্থ্য বা মানসিক ৰোগ।

উত্তৰঃ (গ) ১। সুস্থ মানসিক স্বাস্থ্য, ২। অসুস্থ মানসিক স্বাস্থ্য বা মানসিক ৰোগ।

১৬। সুস্থ মানসিক স্বাস্থ্য বিকাশৰ বাবে বিহিত ব্যৱস্থা লোৱা পোষকতা কোন আছিল?

(ক) জে. এ. হেডফিল্ড।

(খ) ড্ৰাভাৰ।

(গ) কোলেচ্’নীক।

(ঘ) উইলিয়াম চুইট্’জাৰ।

উত্তৰঃ (ঘ) উইলিয়াম চুইট্’জাৰ।

১৭। মানসিক স্বাস্থ্যবিজ্ঞান এক বিজ্ঞান য’ত মানুহৰ কল্যাণৰ সৈতে জড়িত হয়। উক্তিটো কাৰ?

(ক) জে. এ. হেডফিল্ড।

(খ) কোলেচ্’নীক।

(গ) ক্ৰো আৰু ক্ৰো।

(ঘ) ড্ৰেভাৰ।

উত্তৰঃ (গ) ক্ৰো আৰু ক্ৰো।

১৮। ক্ৰো আৰু ক্ৰোৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কি কি আছিল?

(ক) ১। প্ৰতিৰোধ, ২। সংৰক্ষণ, ৩। নিৰাময়।

(খ) ১। নিৰাময়, ২। সংৰক্ষণ, ৩। মানসিক স্বাস্থ্য ৰক্ষা কৰা,

(গ) ১। সংৰক্ষণ, ২। মানসিক স্বাস্থ্য ৰক্ষা কৰা,

(ঘ) ১।  সংৰক্ষণ, ২। নিৰাময়।

উত্তৰঃ (ক) ১। প্ৰতিৰোধ, ২। সংৰক্ষণ, ৩। নিৰাময়।

১৯। মানসিক অসুস্থতাৰ কাৰকসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুইটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) একটা ভাগত।

উত্তৰঃ (খ) তিনিটা ভাগত।

২০। মানসিক অসুস্থতাৰ কাৰকসমূহৰ ভাগবোৰ কি কি?

(ক) ১। বংশগত কাৰক ২। প্ৰতিৰোধ কাৰক, ৩। শাৰীৰিক কাৰক।

(খ) ১। শাৰীৰিক কাৰক, ২। সামাজিক কাৰক, ৩। নিৰাময় কাৰক।

(গ) ১। বংশগত কাৰক, ২। শাৰীৰিক কাৰক, ৩। পৰিৱেশীয় বা সামাজিক কাৰক।

উত্তৰঃ (গ) ১। বংশগত কাৰক, ২। শাৰীৰিক কাৰক, ৩। পৰিৱেশীয় বা সামাজিক কাৰক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top