Class 12 Education MCQ Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান Solutions, HS 2nd year Education MCQ Notes, Class 12 Education MCQ Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Education MCQ Solutions and select needs one.
Class 12 Education MCQ Chapter 7 শৈক্ষিক পৰিসংখ্যা বিজ্ঞান
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Education MCQ Notes for All Subject, You can practice these here.
শৈক্ষিক পৰিসংখ্যা বিজ্ঞান
Chapter – 7
EDUCATION
MULTIPLE CHOICE QUESTION ANSWER
১। পৰিসংখ্যা বিজ্ঞান তত্ত্বৰ বিকাশৰ মূল গুৰি ধৰোঁতা কোন আছিল?
(ক) ছেলিগমেন।
(খ) হৰেছ ছেক্ৰিষ্ট।
(গ) ওৱেবষ্টাৰ।
(ঘ) আৰ.এ.ফিচাৰ।
উত্তৰঃ (ঘ) আৰ.এ.ফিচাৰ।
২। উচ্চতম ৰাশি আৰু নিম্নতম ৰাশিৰ পাৰ্থক্য কি?
(ক) প্ৰসাৰ।
(খ) শ্ৰেণীঅন্তৰাল।
(গ) মধ্যমান।
(ঘ) বাৰংবাৰতা।
উত্তৰঃ (ক) প্ৰসাৰ।
৩। শ্ৰেণী অন্তৰাল মধ্যমান কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয়।
(ক) উচ্চসীমা – নিম্নসীমা।
3
(খ) উচ্চসীমা – নিম্নসীমা।
2
(গ) উচ্চসীমা – নিম্নসীমা।
1
(ঘ) উচ্চসীমা – নিম্নসীমা।
6
উত্তৰঃ (খ) উচ্চসীমা – নিম্নসীমা।
2
৪। এটা এটা শ্ৰেণী অন্তৰালৰ অন্তৰ্গত মানৰ মুঠ সংখ্যা কি বুলি কোৱা হয়?
(ক) প্ৰসাৰ।
(খ) শ্ৰেণীঅন্তৰাল।
(গ) মধ্যমান।
(ঘ) বাৰংবাৰতা।
উত্তৰঃ (ঘ) বাৰংবাৰতা।
৫। প্ৰথমবাৰৰ বাবে মনোবিজ্ঞানত পৰিসংখ্যা প্ৰয়োগৰ ওপৰত কোনে গুৰুত্ব দিয়ে।
(ক) ছেলিগমেন।
(খ) হৰেছ ছেক্ৰিষ্ট।
(গ) চাৰ ফ্ৰেন্সিছ গেল্টন।
(ঘ) আৰ.এ.ফিচাৰ।
উত্তৰঃ (গ) চাৰ ফ্ৰেন্সিছ গেল্টন।
৬। বৌদ্ধিক ক্ষমতা বা বুদ্ধ্যাংক জানিবলৈ হ’লে কি ব্যৱহাৰৰ কৰিব লাগে?
(ক) পৰিসংখ্যা।
(খ) শ্ৰেণীঅন্তৰাল।
(গ) মধ্যমান।
(ঘ) বাৰংবাৰতা।
উত্তৰঃ (ক) পৰিসংখ্যা।
৭। কোনটো তালিকাই লেখচিত্ৰ বা ৰেখাচিত্ৰ অংকনত সহায় কৰে?
(ক) পৰিসংখ্যা।
(খ) শ্ৰেণীঅন্তৰাল।
(গ) মধ্যমান।
(ঘ) বাৰংবাৰতা।
উত্তৰঃ (ঘ) বাৰংবাৰতা।
৮। মাজত কোনো ব্যৱধান নথকা প্ৰতিবন্ধক লেখচিত্ৰ কি ?
(ক) আয়তচিত্ৰ।
(খ) বাৰংবাৰতা বহুভুজ।
(গ) লেখচিত্ৰ।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) আয়তচিত্ৰ।
৯। জটিল পৰিস্থিতিক সহজ-হৰলভাৱে বুজি পাব পৰাকৈ চিত্ৰৰ সহায়ত অংকন কৰা ব্যবস্থা কি?
(ক) আয়তচিত্ৰ।
(খ) বাৰংবাৰতা বহুভুজ।
(গ) লেখচিত্ৰ।
(ঘ) ৰেখাচিত্ৰ।
উত্তৰঃ (গ) লেখচিত্ৰ।
১০। তথ্যৰ লেখচিত্ৰীয় উপস্হাপনৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল?
(ক) ছেলিগমেন।
(খ) উইলিয়াম প্লে’ফেয়াৰ।
(গ) চাৰ ফ্ৰেন্সিছ গেল্টন।
(ঘ) আৰ.এ.ফিচাৰ।
উত্তৰঃ (খ) উইলিয়াম প্লে’ফেয়াৰ।
১১। লেখচিত্ৰ অংকন কৰিবলৈ কেইডাল সমন্বয়কাৰী ৰেখা লোৱা হয়।
(ক) এডাল।
(খ) দুডাল।
(গ) চাৰিডাল।
(ঘ) সাতডাল।
উত্তৰঃ (খ) দুডাল।
১২। X আৰু Y অক্ষৰেখাই সমতলত কেইটা চোকৰ সৃষ্টি কৰে?
(ক) এটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) সাতটা।
উত্তৰঃ (গ) চাৰিটা।
১৩। লেখচিত্ৰৰ প্ৰকাৰ বহলভাৱে কেইটা ভাগত ভাগ কৰিব পাৰি?
(ক) চাৰিটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) এটা।
উত্তৰঃ (খ) দুটা।
১৪। লেখচিত্ৰৰ প্ৰকাৰ বহলভাৱে কি কি ভাগত ভাগ কৰিব পাৰি?
(ক) (১) অবিন্যস্ত তথ্যৰ লেখ আৰু (২) বিন্যস্ত তথ্যৰ লেখ।
(খ) (১) আয়তচিত্ৰ আৰু (২) সমূহিত তথ্যৰ লেখ।
(গ) (১) আয়তচিত্ৰ আৰু (২) বিন্যস্ত তথ্যৰ লেখ।
(ঘ) (১) অবিন্যস্ত তথ্যৰ লেখ আৰু (২) আয়তচিত্ৰ।
উত্তৰঃ (ক) (১) অবিন্যস্ত তথ্যৰ লেখ আৰু (২) বিন্যস্ত তথ্যৰ লেখ।
১৫। কিহৰ দ্বাৰা বাৰংবাৰতা শ্রেণী-তালিকাসমূহ উপস্থাপন কৰিব পাৰি?
(ক) দণ্ডচিত্ৰ।
(খ) আয়তচিত্ৰ।
(গ) লেখচিত্ৰ।
(ঘ) ৰেখা চিত্ৰ।
উত্তৰঃ (ক) দণ্ডচিত্ৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

