Class 10 Elective History MCQ Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Class 10 Elective History MCQ Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Notes and select need one.

Class 10 Elective History MCQ Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 1 ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ Solutions for All Subject, You can practice these here.

ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাশ

Chapter – 1

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। উত্তৰ আমেৰিকাত থকা কেইখন উপনিবেশ সংগঠিত?

(ক) ১০ খন।

(খ) ১১ খন।

(গ) ১৩ খন।

(ঘ) ৯ খন।

উত্তৰঃ (গ) ১৩ খন।

২। কিমান চনত ‘আমেৰিকা যুক্তৰাষ্ট্ৰ’ৰূপে স্বধীনতা লাভ কৰে?

(ক) ১৭৮৩ চনত।

(খ) ১৭৭৩ চনত।

(গ) ১৭৮০ চনত। 

(ঘ) ১৭৮২ চনত।

উত্তৰঃ (ক) ১৭৮৩ চনত।

৩। কিমান খ্ৰীষ্টাব্দত ইউৰোপ ইছলামধৰ্মী তুৰ্কীসকলৰ হাতত কনষ্টান্টিনোপলৰ পতনৰ লগে লগে বাইজাইনটাইন সাম্ৰাজ্যৰ পতন ঘটে?

(ক) ১৪৫৬

(খ) ১৪৫০

(গ) ১৪৫৩

(ঘ) ১৪৪৯

উত্তৰঃ (গ) ১৪৫৩

৪। তাছমানিয়াৰ আৱিস্কাৰ কোনে কৰিছিল?

(ক) জন হে’ই।

(খ) কেপ্তেইন কুক।

(গ) জেইম্’ছ মনৰুৱে।

(ঘ) ৱাৰ্থলোমিও ডিয়াজ।

উত্তৰঃ (খ) কেপ্তেইন কুক।

৫। কিমান চনত কনষ্টান্টিনোপলৰ পতনৰ আগতে ইউৰোপৰ সৈতে মধ্য প্ৰাচ্যৰ দেশসমূহৰ সৈতে বাণিজ্যক সম্পৰ্ক স্থাপন হৈছিল?

(ক) ১৪৫৬

(খ) ১৪৫০

(গ) ১৪৫৩

(ঘ) ১৪৪৯

উত্তৰঃ (গ) ১৪৫৩

৬। কনষ্টান্টিনোপলৰ পতনে ক’ত নৱজাগৰণৰ সূচনা কৰিলে?

(ক) আমেৰিকাত।

(খ) ইউৰোপত।

(গ) ইংলেণ্ড।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ইউৰোপত।

৭। কিমান চনত শিল্প বিপ্ল সংগঠিত হৈছে?

(ক) ১৭৬০ চনত।

(খ) ১৭৭০ চনত।

(গ) ১৭৫৯ চনত।

(ঘ) ১৭৫০ চনত।

উত্তৰঃ (ক) ১৭৬০ চনত।

৮। ১৭৬০ চনত কত শিল্প বিপ্ল সংগঠিত হৈছে?

(ক) আমেৰিকাত।

(খ) ইউৰোপত।

(গ) ইংলেণ্ডত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ইংলেণ্ডত।

৯। কোনে ভাৰতলৈ অহা সমুদ্ৰিক পথ উত্তৰ মাশা অন্তৰীপ আৱিষ্কাৰ কৰে?

(ক) জন হে’ই।

(খ) উইলিয়াম মেক্’কাইনলি।

(গ) জেইম্’ছ মনৰুৱে।

(ঘ) ৱাৰ্থলোমিও ডিয়াজ।

উত্তৰঃ (ঘ) ৱাৰ্থলোমিও ডিয়াজ।

১০। ১৮২৩ ছনত আমেৰিকাৰ প্ৰেচিডেন্ট কোন আছিল?

(ক) জন হে’ই।

(খ) উইলিয়াম মেক্কাইনলি।

(গ) জেইম্’ছ মনৰুৱে।

(ঘ) ৱাৰ্থলোমিও ডিয়াজ।

উত্তৰঃ (গ) জেইম্’ছ মনৰুৱে।

১১। কিমান চনত জেইম্’ছ মনৰুৱে আমেৰিকাৰ প্ৰেচিডেন্ট আছিল?

(ক) ১৮৪৩ চনত।

(খ) ১৮২৩ চনত।

(গ) ১৮২০ চনত। 

(ঘ) ১৮২২ চনত।

উত্তৰঃ (খ) ১৮২৩ চনত।

১২। লুইছিয়ানা ক্ৰয় কৰোঁতে যুক্তৰাষ্ট্ৰীই মুঠতে কিমান মিলিয়ন ডালৰ খৰছ কৰিছিল?

(ক) ১০ মিলিয়ন।

(খ) ১৬ মিলিয়ন।

(গ) ২২ মিলিয়ন।

(ঘ) ১৫ মিলিয়ন।

উত্তৰঃ (ঘ) ১৫ মিলিয়ন।

১৩। যুক্তৰাষ্ট্ৰীই ব্ৰিটেইনৰপৰা কিমান চনত  অৰিগণ লাভ কৰে?

(ক) ১৮৪৩ চনত।

(খ) ১৮৪৯ চনত।

(গ) ১৮৪৮ চনত। 

(ঘ) ১৮৪২ চনত।

উত্তৰঃ (গ) ১৮৪৮ চনত। 

১৪। ৰিপাব্লিকান দলৰ নেতা কোন আছিল?

(ক) জন হে’ই।

(খ) উইলিয়াম মেক্কাইনলি।

(গ) জেইম্’ছ মনৰুৱে।

(ঘ) ৱাৰ্থলোমিও ডিয়াজ।

উত্তৰঃ (খ) উইলিয়াম মেক্’কাইনলি।

১৫। স্পেইনীয় নৌবহৰৰ পৰাজয় কেতিয়া হৈছিল?

(ক) ১৫৮৮ চনত।

(খ) ১৫৩০ চনত।

(গ) ১৬০০ চনত।

(ঘ) ১৬০৭ চনত।

উত্তৰঃ (ক) ১৫৮৮ চনত।

১৬। পলাশীৰ যুদ্ধ কেতিয়া হৈছিল?

(ক) ১৭৬০ চনত।

(খ) ১৭৭০ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৭৫০ চনত।

উত্তৰঃ (গ) ১৭৫৭ চনত।

১৭। টেলিফোনৰ আৱিষ্কাৰক কোন আছিল?

(ক) ভাস্কো-ডা-গামা।

(খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(গ) ফিডেল কাস্ত্রো।

(ঘ) এবেল টাছমেন।

উত্তৰঃ (খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

১৮। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন কেতিয়া হৈছিল?

(ক) ১৫০০ চনত।

(খ) ১৬০২ চনত।

(গ) ১৬০০ চনত।

(ঘ) ১৬০৭ চনত।

উত্তৰঃ (গ) ১৬০০ চনত।

১৯। কিউবাৰ বিপ্লৱৰ নেতা কোন আছিল?

(ক) ৰবাৰ্ট ক্লাইৱে।

(খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(গ) ফিডেল কাস্ত্রো।

(ঘ) এবেল টাছমেন।

উত্তৰঃ (গ) ফিডেল কাস্ত্রো।

২০। ১৭৫৭ চনত কোনে পলাশী যুদ্ধ জিকি বংগদেশ  অধিকাৰ কৰে?

(ক) ৰবাৰ্ট ক্লাইৱে।

(খ) আলেকজেণ্ডাৰ গ্ৰাহাম বেল।

(গ) ফিডেল কাস্ত্রো।

(ঘ) এবেল টাছমেন।

উত্তৰঃ (ক) ৰবাৰ্ট ক্লাইৱে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top