Class 10 Elective History MCQ Chapter 2 প্ৰথম বিশ্বযুদ্ধ

Class 10 Elective History MCQ Chapter 2 প্ৰথম বিশ্বযুদ্ধ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 2 প্ৰথম বিশ্বযুদ্ধ Notes and select need one.

Class 10 Elective History MCQ Chapter 2 প্ৰথম বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 2 প্ৰথম বিশ্বযুদ্ধ Solutions for All Subject, You can practice these here.

প্ৰথম বিশ্বযুদ্ধ

Chapter – 2

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনৰ ভিতৰত উপনিৱেশৰ মাধ্যমত ইউৰোপৰ সম্প্ৰসাৰণে শীৰ্ষ বিন্দু পাইছিল?

(ক) ১৮৭০-১৯১৪ চনত।

(খ) ১৮৭০-১৮১৪ চনত।

(গ) ১৮৯০-১৯২৪ চনত।

(ঘ) ১৮৭০-১৯৪১ চনত।

উত্তৰঃ (ক) ১৮৭০-১৯১৪ চনত।

২। ১৮৭০-১৯১৪ ৰ কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ হিচাপ কিমান আছিল?

(ক) ৩৩৮ শতাংশ।

(খ) ৩৩৯ শতাংশ।

(গ) ৩৩৫ শতাংশ।

(ঘ) ৩৩৭ শতাংশ।

উত্তৰঃ (গ) ৩৩৫ শতাংশ।

৩। ১৪-দফীয় পৰামৰ্শৱলীৰ ৰচক কোন আছিল?

(ক) উদ্ৰু উইলছন।

(খ) লয়েড জৰ্জ।

(গ) অৰলাণ্ডোৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) উদ্ৰু উইলছন।

৪। ক্ৰিমিয়াৰ যুদ্ধ কিমান চনত হৈছিল?

(ক) ১৮৫৪-৫৫ চনত।

(খ) ১৮৫৬- ৪৫ চনত।

(গ) ১৮৫৪-৫৬ চনত।

(ঘ) ১৮৫৪-৭৬ চনত।

উত্তৰঃ (গ) ১৮৫৪-৫৬ চনত।

৫। ১৯১২-১৩ চনত কোনটো যুদ্ধৰ সূচনা কৰা হৈছে?

(ক) প্ৰথম বলকান যুদ্ধ।

(খ) দ্বিতীয় বিশ্বযুদ্ধ।

(গ) ক্ৰিমিয়াৰ যুদ্ধ

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) প্ৰথম বলকান যুদ্ধ।

৬। কিমান চনত ব্ৰিটেইনৰ ৰজা সপ্তম এডৱাৰ্ডে ফ্ৰান্স ভ্ৰমণ কৰে।

(ক) ১৯০০ চনত।

(খ) ১৯০৯ চনত।

(গ) ১৯০৩ চনত।

(ঘ) ১৯০১ চনত।

উত্তৰঃ (গ) ১৯০৩ চনত।

৭। ১৯০৭ চনত কাৰ কাৰ মাজত এক সুদূৰ প্ৰসাৰী ৰাজনৈতিক বুজাপৰা সংঘটিত হয়?

(ক) ইংলেণ্ড আৰু ফ্ৰান্স।

(খ) ফ্ৰান্স আৰু ৰাছিয়াৰ।

(গ) ৰাছিয়া আৰু ইংলেণ্ড।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ৰাছিয়া আৰু ইংলেণ্ড।

৮। গ্ৰীচে কেন্দ্ৰীয় শক্তি জোঁটৰ বিৰুদ্ধে কিমান চনত যুদ্ধ ঘোষণা কৰে?

(ক) ১৯৭১ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯১৬ চনত।

উত্তৰঃ (খ) ১৯১৭ চনত।

৯। আষ্ট্ৰিয়াই ছাৰবিয়া কিমান চনত আক্ৰমণ কৰে?

(ক) ১৯১৪ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯১৬ চনত।

উত্তৰঃ (ক)  ১৯১৪ চনত।

১০। প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোন দেশে প্ৰথমতে টেংক ব্যৱহাৰ কৰিছিল?

(ক) আমেৰিকা।

(খ) ইংলেণ্ড।

(গ) জাৰ্মানীয়ে।

(ঘ) আফ্ৰিকা।

উত্তৰঃ (গ) জাৰ্মানীয়ে।

১১। কোনটো বিশ্বযুদ্ধত ১৩ নিযুত সৈনিক মৃত্যু মুখত পৰিছিল?

(ক) প্ৰথম বিশ্বযুদ্ধ।

(খ) দ্বিতীয় বিশ্বযুদ্ধ।

(গ) (ক) আৰু (খ) দুটায়ে হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) প্ৰথম বিশ্বযুদ্ধ।

১২। ভাৰ্চাই শান্তি আলোচনাত কিমান জন প্ৰতিনিধি সমবেত হৈছিল?

(ক) ৪০ জন।

(খ) ৫০ জন।

(গ) ৬০ জন।

(ঘ) ৭০ জন।

উত্তৰঃ (ঘ) ৭০ জন।

১৩। ভাৰ্চাই শান্তি চুক্তিত কিমানটা চৰ্ত আছিল?

(ক) ৪৪১ টা।

(খ) ৪০০ টা।

(গ) ৪৪০ টা।

(ঘ) ৪৩০ টা।

উত্তৰঃ (গ) ৪৪০ টা।

১৪। ভাৰ্চাই শান্তি আলোচনাত ইটালীকে কোনে প্ৰতিনিধিত্ব কৰিছিল?

(ক) উদ্ৰু উইলছন।

(খ) লয়েড জৰ্জ।

(গ) অৰলাণ্ডোৰ।

(ঘ) ক্লিমেন্সোৱে।

উত্তৰঃ (গ) অৰলাণ্ডোৰ।

১৫। ভাৰ্চাই শান্তি আলোচনাত কোনে ইংলেণ্ডত প্ৰতিনিধিত্ব কৰিছিল?

(ক) উদ্ৰু উইলছন।

(খ) লয়েড জৰ্জ।

(গ) অৰলাণ্ডোৰ।

(ঘ) ক্লিমেন্সোৱে।

উত্তৰঃ (খ) লয়েড জৰ্জ।

১৬। ১৮৭০-১৯১৪ ৰ কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল?

(ক) ১৯০ শতাংশ।

(খ) ১০৮ শতাংশ।

(গ) ১৮০ শতাংশ।

(ঘ) ১০০ শতাংশ।

উত্তৰঃ (গ) ১৮০ শতাংশ।

১৭। জাৰ্মানীয়ে লুইছিটানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কিমান মানুহৰ প্ৰাণ হানি হৈছিল?

(ক) ১২০০ লোকৰ।

(খ) ১০০০ লোকৰ।

(গ) ১৩০০ লোকৰ।

(ঘ) ১৭০০ লোকৰ।

উত্তৰঃ (ক) ১২০০ লোকৰ।

১৮। আমেৰিকা যুক্তৰাষ্ট্ৰই জাৰ্মানীৰ বিৰুদ্ধে কিমান চনত যুদ্ধ ঘোষণা কৰা হৈছিল?

(ক) ১৯১৪ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯১৬ চনত।

উত্তৰঃ (খ) ১৯১৭ চনত।

১৯। আমেৰিকা যুক্তৰাষ্ট্ৰই জাৰ্মানীৰ বিৰুদ্ধে ১৯১৭ চনৰ কিমান তাৰিখে যুদ্ধ ঘোষণা কৰা হৈছিল?

(ক) ২ জুলাই।

(খ) ৯ মার্চ।

(গ) ৬ এপ্ৰিল।

(ঘ) ৩০ মে’।

উত্তৰঃ (গ) ৬ এপ্ৰিল।

২০। গ্ৰীচে কেন্দ্ৰীয় শক্তি জোঁটৰ বিৰুদ্ধে ১৯১৭ চনৰ কিমান তাৰিখে যুদ্ধ ঘোষণা কৰে?

(ক) ২ জুলাই।

(খ) ৯ মার্চ।

(গ) ৬ এপ্ৰিল।

(ঘ) ৩০ মে’।

উত্তৰঃ (ক) ২ জুলাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top