Class 10 Elective History MCQ Chapter 8 ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Class 10 Elective History MCQ Chapter 8 ভাৰতবৰ্ষৰ বৈদেশিক নীতি Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 8 ভাৰতবৰ্ষৰ বৈদেশিক নীতি Notes and select need one.

Class 10 Elective History MCQ Chapter 8 ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 8 ভাৰতবৰ্ষৰ বৈদেশিক নীতি Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Chapter – 8

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। শ্রীলংকা ভাৰতবৰ্ষৰপৰা কিমান কিলোমিটাৰ দক্ষিণে মহাসাগৰত অৱস্থিত।

(ক) ৫০ কিলোমিটাৰ।

(খ) ৬০ কিলোমিটাৰ।

(গ) ৭০ কিলোমিটাৰ।

(ঘ) ৮০ কিলোমিটাৰ।

উত্তৰঃ (ঘ) ৮০ কিলোমিটাৰ।

২। বৰ্তমান কিমান চনৰ মধ্য ভাগৰপৰা ভূটান এখন প্ৰজাতন্ত্ৰীক দেশ―

(ক) ২০০২ চনৰ।

(খ) ২০০৮ চনৰ।

(গ) ২০০৭ চনৰ।

(ঘ) ২০০৫ চনৰ।

উত্তৰঃ (খ) ২০০৮ চনৰ।

৩। স্বাধীন বাংলাদেশৰ কেতিয়া জন্ম হৈছিল?

(ক) ১৯৭১ চনত।

(খ) ১৮৯০ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (ক) ১৯৭১ চনত।

৪। ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কোনটো সন্মমিলনত সভাপতিত্ব কৰিছিল?

(ক) চাৰ্কৰ দ্বিতীয়খন সন্মিলনত।

(খ) চাৰ্কৰ তৃত্বীয়খন সন্মিলনত।

(গ) ক আৰু খ দুয়োটা হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চাৰ্কৰ দ্বিতীয়খন সন্মিলনত।

৫। চিমলা চুক্তি স্বক্ষৰিত কেতিয়া হৈছিল?

(ক) ১৭৭১ চনৰ ২ জুলাইত।

(খ) ১৯৭৬ চনৰ ২ জুলাইত।

(গ) ১৯৭২ চনৰ ২ জুলাইত।

(ঘ) ১৯৭০ চনৰ ২ জুলাইত।

উত্তৰঃ (গ) ১৯৭২ চনৰ ২ জুলাইত।

৬। চাৰ্কৰ তৃত্বীয়খন সন্মমিলন কিমান চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল?

(ক) ১৯৭১ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (খ) ১৮৮৭ চনত।

৭। বান্দুং সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?

(ক) ১৯৭১ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (ঘ) ১৯৫৫ চনত।

৮। পঞ্চশীল নীতি কিমান চনত চীন আৰু ভাৰতৰ মাজত স্বক্ষৰিত হৈছিল?

(ক) ১৯৫৪ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (ক) ১৯৫৪ চনত।

৯। পঞ্চশীল নীতি ১৯৫৪  চনৰ কিমান তাৰিখে চীন আৰু ভাৰতৰ মাজত স্বক্ষৰিত হৈছিল?

(ক) ৩ এপ্ৰিল।

(খ) ৭ এপ্ৰিল।

(গ) ১৯ এপ্ৰিল।

(ঘ) ২০ এপ্ৰিল।

উত্তৰঃ (ঘ) ২০ এপ্ৰিল।

১০। কিমান চনত ভাৰতে চীনৰ লগত এক চুক্তি কৰি তিব্বতক চীনৰ এক অংগ বুলি স্বীকাৰ কৰিছিল?

(ক) ১৯৫৪ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (ক) ১৯৫৪ চনত।

১১। ‘চিমলা চুক্তি’ কোন দুখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল?

(ক) চীন আৰু পাকিস্তান।

(খ) ভাৰত আৰু পাকিস্তান।

(গ) ভাতৰ আৰু চীন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ভাৰত আৰু পাকিস্তান।

১২। দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংগঠন কেতিয়া প্ৰতিষ্ঠা হয়?

(ক) ১৯৫৪ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৮৪ চনত।

উত্তৰঃ (ঘ) ১৯৮৪ চনত।

১৩। চীন -ভাৰত যুদ্ধৰ সময়ত চীনৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) চৌ-এন-লাই।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) চৌ-এন-লাই।

১৪। টাচখণ্ডৰ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?

(ক) ১৯৫৪ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৬৬ চনত।

উত্তৰঃ (ঘ) ১৯৬৬ চনত।

১৫। চিমলা চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) চৌ-এন-লাই।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ইন্দিৰা গান্ধী।

১৬। চিমলা চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?

(ক) ১৯৫৪ চনত।

(খ) ১৮৭২ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৬৬ চনত।

উত্তৰঃ (খ) ১৮৭২ চনত।

১৭। চিমলা চুক্তি কিমান তাৰিখে স্বাক্ষৰ কৰা হৈছিল?

(ক) ৩ জুলাইত।

(খ) ৭ জুলাইত।

(গ) ১৯ জুলাইত।

(ঘ) ২ জুলাইত।

উত্তৰঃ (ঘ) ২ জুলাইত।

১৮। চাৰ্কৰ দ্বিতীয়খন সন্মিলনত কোনে সভাপতিত্ব কৰিছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) চৌ-এন-লাই।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ৰাজীৱ গান্ধী।

উত্তৰঃ (ঘ) ৰাজীৱ গান্ধী।

১৯। চীনাসকলে কেতিয়া ভাৰতৰ ক্ষেত্ৰত একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল?

(ক) ১৭৭১ চনৰ ২১ নৱেম্বৰ।

(খ) ১৯৭৬ চনৰ ২১ নৱেম্বৰ।

(গ) ১৯৬২ চনৰ ২১ নৱেম্বৰ।

(ঘ) ১৯৭০ চনৰ ২১ নৱেম্বৰ।

উত্তৰঃ (গ) ১৯৬২ চনৰ ২১ নৱেম্বৰ।

২০। চাৰ্কৰ প্ৰথমখন সন্মিলন কোনে সভাপতিত্ব কৰিছিল?

(ক) ইন্দিৰা গান্ধী।

(খ) লেফটেনেন্ট জেনেৰেল এৰছাদে।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ৰাজীৱ গান্ধী।

উত্তৰঃ (খ) লেফটেনেন্ট জেনেৰেল এৰছাদে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top