Class 10 Elective History MCQ Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Class 10 Elective History MCQ Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Notes and select need one.

Class 10 Elective History MCQ Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Solutions for All Subject, You can practice these here.

গোষ্ঠী নিৰপেক্ষ আন্দোলন

Chapter – 7

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। প্ৰথম বিশ্বযুদ্ধৰ পাছত অধিক পৰিমাণে লাভৱান হৈছিল?

(ক) ইউৰোপ।

(খ) চীন।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) ৰাচিয়া।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

২। বৰ্তমান কেইখন দেশ লৈ ৰাছীয়া গঠিত?

(ক) ১০ খন।

(খ) ১২ খন।

(গ) ৮ খন।

(ঘ) ১৪ খন।

উত্তৰঃ (খ) ১২ খন।

৩। কিমান চনত জাতিসংঘৰ সদস্যপদ লাভ কৰে?

(ক) ১৯৩৩ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৩০ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (ক) ১৯৩৩ চনত।

৪। ছোভিয়েট সৈন্যবাহিনীয়ে কেতিয়া জাৰ্মানীৰ সৈতে অনাক্ৰমণ চুক্তি সম্পাদন কৰিছিল?

(ক) ১৯৩৩ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

৫। ছোভিয়েট সৈন্যবাহিনীয়ে কেতিয়া জাৰ্মানীক পৰাস্ত কৰিছিল?

(ক) ১৯৩৩ চনত।

(খ) ১৯৪২ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (খ) ১৯৪২ চনত।

৬। কিমান চনৰ পৰা পূৰ্ব ইউৰোপৰ দেশসমূহ এখন এখনকৈ ছোভিয়েট প্ৰভাৱাধীন হৈ কমিউনিষ্ট ৰাষ্ট্ৰত পৰিণত হয়?

(ক) ১৯৩৩ চনত।

(খ) ১৯৪২ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (ঘ) ১৯৪৫ চনত।

৭। কিমান চনত ছোভিয়েট ৰাছিয়াই আণৱিক বোমা তৈয়াৰ কৰিছিল?

(ক) ১৯৩৩ চনত।

(খ) ১৯৪২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (গ) ১৯৪৯ চনত।

৮। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাইড্ৰ’জেন বোমা তৈয়াৰ কৰে?

(ক) ১৯৩৩ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (খ) ১৯৫২ চনত।

১০। বলছেভিক বিপ্লৱ কোন চনত সংঘটিত হৈছিল?

(ক) ১৯১৭ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (ক) ১৯১৭ চনত।

১১। কত বলছেভিক বিপ্লৱ সংঘটিত হৈছিল?

 (ক) ইউৰোপ।

(খ) চীন।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) ৰুচ দেশত।

উত্তৰঃ (ঘ) ৰুচ দেশত।

১২। পুঁজিবাদী শাসন ব্যৱস্থাৰ প্ৰধান সমৰ্থক কোন আছিল?

(ক) ইউৰোপ।

(খ) চীন।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) ৰুচ দেশত।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

১৩। বৰ্তমান বিশ্বৰ মহাশক্তি হল―

(ক) ইউৰোপ।

(খ) চীন।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) ৰুচ দেশত।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

১৪। শীতল যুদ্ধ বাক্যাংশৰ স্ৰষ্টা কোন?

(ক) ওৱাল্টাৰ লিপ্’মেন।

(খ) ৰুচৱেল্ট।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ওৱাল্টাৰ লিপ্’মেন।

১৫। কেতিয়া যুগোশ্লাভিয়াত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল?

(ক) ১৯৩৩ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (গ) ১৯৪৮ চনত।

১৬। বন্দুং সন্মিলন কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ অনুষ্ঠিত হৈছিল?

(ক) ১২ ৰ পৰা ২৪ 

(খ) ১৭ ৰ পৰা ২৪

(গ) ১৫ ৰ পৰা ২৪

(ঘ) ২৩ ৰ পৰা ২৪

উত্তৰঃ (খ) ১৭ ৰ পৰা ২৪

১৭। বন্দুং সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল?

(ক) ১৯৩৩ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (ঘ) ১৯৫৫ চনত।

১৮। উত্তৰ আটলাণ্টিক সন্ধি সংঘঠন কোন চনত গঢ়ি উঠিছিল?

(ক) ১৯১৭ চনত।

(খ) ১৯৫২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (গ) ১৯৪৯ চনত।

১৯। কোন চনত কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল?

(ক) ১৯১৭ চনত।

(খ) ১৯৫৯ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (খ) ১৯৫৯ চনত।

২০। ওৱাৰশ্ব’ সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল?

(ক) ১৯৫৫ চনত।

(খ) ১৯৫৯ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (ক) ১৯৫৫ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top