Class 10 Elective History MCQ Chapter 5 ৰাষ্ট্ৰসংঘ

Class 10 Elective History MCQ Chapter 5 ৰাষ্ট্ৰসংঘ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 5 ৰাষ্ট্ৰসংঘ Notes and select need one.

Class 10 Elective History MCQ Chapter 5 ৰাষ্ট্ৰসংঘ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 5 ৰাষ্ট্ৰসংঘ Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰসংঘ

Chapter – 5

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। ইউট্ৰেক্তৰ সন্মিলন কেতিয়া হৈছিল?

(ক) ১৭২০ চনত।

(খ) ১৭১৩ চনত।

(গ) ১৭১০ চনত।

(ঘ) ১৭০০ চনত।

উত্তৰঃ (খ) ১৭১৩ চনত।

২। জাতিসংঘৰ পৰিষদৰ প্ৰথম সভা কিমান চনত অনুষ্ঠিত হৈছিল?

(ক) ১৯০০ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯২০ চনত।

(ঘ) ১৯৩৩ চনত।

উত্তৰঃ (গ) ১৯২০ চনত।

৩। ডাগ হামাৰচিল্ডৰ মৃত্যু কোন চনত হৈছিল?

(ক) ১৯৬১ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৯০০ চনত।

উত্তৰঃ (ক) ১৯৬১ চনত।

৪। কিমান তাৰিখে ডাগ হামাৰচিল্ডৰ মৃত্যু হৈছিল?

(ক) ১৪ আগষ্ট।

(খ) ১৭ ছেপ্টেম্বৰ।

(গ) ১৪ মে’ত।

(ঘ) ২১ মাৰ্চ।

উত্তৰঃ (খ) ১৭ ছেপ্টেম্বৰ।

৫। ১৯৬১ চনৰ ১২ জুলাইত কাৰ মৃত্যু হৈছিল?

(ক) ডাগ হামাৰচিল্ডৰ।

(খ) ডি ৰুজভেল্ট।

(গ) পেট্ৰিছ লুমুম্বাৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পেট্ৰিছ লুমুম্বাৰ।

৬। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?

(ক) ১৪ আগষ্ট।

(খ) ১৭ ছেপ্টেম্বৰ।

(গ) ১৪ মে’ত।

(ঘ) ২৪ অক্টোবৰত।

উত্তৰঃ (ঘ) ২৪ অক্টোবৰত।

৭। লণ্ডন ঘোষণা পত্ৰ কিমান চনত গ্ৰহণ কৰা হৈছিল?

(ক) ১৯০০ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯৪১ চনত।

(ঘ) ১৯৩৩ চনত।

উত্তৰঃ (গ) ১৯৪১ চনত।

৮। আটলাণ্টিক চনদ স্বাক্ষৰিত কিমান চনত হৈছিল?

(ক) ১৯০০ চনৰ ১৪ আগষ্ট।

(খ) ১৯২৩ চনৰ ১৪ আগষ্ট।

(গ) ১৯৪১ চনত ১৪ আগষ্ট।

(ঘ) ১৯৩৩ চনত ১৪ আগষ্ট।

উত্তৰঃ (গ) ১৯৪১ চনত ১৪ আগষ্ট।

৯। নিৰাপত্তা পৰিষদৰ সৰ্বমুঠ কিমান খন ৰাষ্ট্ৰ লৈ গঠিত।

(ক) ১৫ খন।

(খ) ৫ খন।

(গ) ১০ খন।

(ঘ) ১২ খন।

উত্তৰঃ (ক) ১৫ খন।

১০। ৰাষ্ট্ৰীসংঘৰ মূল কাৰ্যালয় কোন চহৰত অৱস্থিত।

(ক) ইংলেণ্ডত।

(খ) জেনভা।

(গ) আমেৰিকা নিউইয়ৰ্ক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) আমেৰিকা নিউইয়ৰ্ক।

১১। কোনখন চহৰত স্বাস্থ্য সংস্থা অৱস্থিত?

(ক) ইংলেণ্ডত।

(খ) জেনভা।

(গ) আমেৰিকা নিউইয়ৰ্ক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) জেনভা।

১২। আন্তৰ্জাতিক শ্ৰমিক সংস্থা কোন চনত গঠন কৰা হৈছিল?

(ক) ১৯০০ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯১৯ চনত।

(ঘ) ১৯৩৩ চনত।

উত্তৰঃ (গ) ১৯১৯ চনত।

১৩। অৰ্থনৈতিক আৰু সামাজিক পৰিষদত বৰ্তমান কিমান জন সদস্য আছে?

(ক) ৫৪ জন।

(খ) ৫০ জন।

(গ) ৪০ জন।

(ঘ) ৫৫ জন।

উত্তৰঃ (ক) ৫৪ জন।

১৪। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰীৰ সংখ্যা কিমান?

(ক) ১৫ খন।

(খ) ৫ খন।

(গ) ১০ খন।

(ঘ) ১২ খন।

উত্তৰঃ (খ) ৫ খন।

১৫। কিমান চনত মস্কো ঘোষণাপত্ৰ স্বাক্ষৰিত হয়?

(ক) ১৯০০ চনৰ ১৪ অক্টোবৰত।

(খ) ১৯২৩ চনৰ ১৪ অক্টোবৰত।

(গ) ১৯৪৩ চনত ৩০ অক্টোবৰত।

(ঘ) ১৯৩৩ চনত ১৪ অক্টোবৰত।

উত্তৰঃ (গ) ১৯৪৩ চনত ৩০ অক্টোবৰত।

১৬। আন্তঃ ৰাষ্ট্ৰীয় আদালতৰ মুঠ বিচাৰকৰ সংখ্যা কিমান?

(ক) ৫৪ জন।

(খ) ৫০ জন।

(গ) ৪০ জন।

(ঘ) ১৫ জন।

উত্তৰঃ (ঘ) ১৫ জন।

১৭। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ?

(ক) ৬ বছৰ।

(খ) ৫ বছৰ।

(গ) ৭ বছৰ। 

(ঘ) ৮ বছৰ।

উত্তৰঃ (খ) ৫ বছৰ।

১৮। ৰাষ্ট্ৰীসংঘৰ প্ৰধান অংগৰ সংখ্যা কিমান?

(ক) ৬ টা।

(খ) ৫ টা।

(গ) ৭ টা। 

(ঘ) ৮ টা।

উত্তৰঃ (ক) ৬ টা।

১৯। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱা ভাৰতৰ প্ৰথম মহিলা কোন আছিল?

(ক) ৰাণী লক্ষ্মীবাঈ।

(খ) বিজয়লক্ষ্মী পণ্ডিত।

(গ) ইন্দিৰা গান্ধী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বিজয়লক্ষ্মী পণ্ডিত।

২০। আন্তৰ্জাতিক ন্যায়ালয়ত কিমান গৰাকী ন্যায়ধীশ আছে?

(ক) ১৩ গৰাকী।

(খ) ২১ গৰাকী।

(গ) ৩২ গৰাকী।

(ঘ) ১৫ গৰাকী।

উত্তৰঃ (ঘ) ১৫ গৰাকী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top