Class 10 Elective History MCQ Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান

Class 10 Elective History MCQ Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Notes and select need one.

Class 10 Elective History MCQ Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান Solutions for All Subject, You can practice these here.

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯- ১৯৩৯)

Chapter – 3

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত ইটালী জাতি-ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠিত হয়?

(ক) ১৮৭২ চনত।

(খ) ১৮০০ চনত।

(গ) ১৮৬৯ চনত।

(ঘ) ১৮৭০ চনত।

উত্তৰঃ (ঘ) ১৮৭০ চনত।

২। কিমান চনত মাজ ভাগৰপৰা পক্ষ সলনি কৰি আষ্ট্ৰিয়াৰ সৈতে মিত্ৰপক্ষৰ হৈ যুদ্ধত লিপ্ত হৈ পৰে?

(ক) ১৯১৫ চনত।

(খ) ১৯৫১ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৯০০ চনত।

উত্তৰঃ (ক) ১৯১৫ চনত।

৩। ভাৰ্চাই শান্তি চুক্তিৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) গেৰিবল্ডী।

(খ) অৰলাণ্ডো।

(গ) কাউন্ট ডা কেভূৰ।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (খ) অৰলাণ্ডো।

৪। মুছোলিনিৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ কেতিয়া গ্ৰহণ কৰিছিল?

(ক) ১৯২১ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯২২ চনত।

(ঘ) ১৯২০ চনত।

উত্তৰঃ (গ) ১৯২২ চনত।

৫। গীয়াকানো মেট্ৰিওটিৰ হত্যাকাণ্ড কেতিয়া হৈছিল?

(ক) ১৯২১ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯২২ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (ঘ) ১৯২৪ চনত।

৬। লেলিনৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৯২১ চনত।

(খ) ১৯২৩চনত।

(গ) ১৯২২ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (ঘ) ১৯২৪ চনত।

৭। জাৰ্মান সংসদ ভৱনত কোনে অগ্নি সংযোগ কৰিছিল?

(ক) ভান-ডাৰলুৱে।

(খ) অৰলাণ্ডো।

(গ) কাউন্ট ডা কেভূৰ।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (ক) ভান-ডাৰলুৱে।

৮। “মই ফ্ৰান্সক গুৰি কৰি পেলাম” বুলি কোনে কৈছিল?

(ক) ভান-ডাৰলুৱে।

(খ) ইটলাৰ।

(গ) কাউন্ট ডা কেভূৰ।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (খ) ইটলাৰ।

৯। কিমান চনত আলবানিয়া আক্ৰমণ কৰি ইটালীৰ দখললৈ আনে?

(ক) ১৯৩৬ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

১০। কেতিয়া ৰোম বাৰ্লিন এৰাচিছ স্থাপন কৰে?

(ক) ১৯২১ চনত।

(খ) ১৯৩৬ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (খ) ১৯৩৬চনত।

১১। ‘The Mein Kampf’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

ক) গেৰিবল্ডী।

(খ) অৰলাণ্ডো।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (গ) গিয়াকামো মেট্ৰিওটিয়ে।

১২। ইটালীক কোনে ‘Geographical Expression’ বুলি অভিহিত কৰিছিল?

(ক) অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিখে।

(খ) অৰলাণ্ডো।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (ক) অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিখে।

১৩। “The Fascisti Exposed” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

(ক) অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিখে।

(খ) অৰলাণ্ডো।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (গ) গিয়াকামো মেট্ৰিওটিয়ে।

১৪। লাল ফৌজ কোনে গঠন কৰিছিল?

(ক) অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী মেটৰনিখে।

(খ) অৰলাণ্ডো।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) লিও ট্ৰটস্কী।

উত্তৰঃ (ঘ) লিও ট্ৰটস্কী।

১৫। ১৯৩৫ খ্রীঃত ইটালীয়ে আক্ৰমণ কৰা আফ্ৰিকা মহাদেশৰ স্বাধীন ৰাষ্ট্ৰীয়খনৰ নাম কি আছিল?

(ক) ইষ্টত্রিয়া।

(খ) ট্ৰেন্টিনো।

(গ) ইথিওপিয়া।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ইথিওপিয়া।

১৬। ৰুচ মহাবিপ্লৱ কেতিয়া সূচনা হৈছিল?

(ক) ১৯২১ চনত।

(খ) ১৯২৩চনত।

(গ) ১৯২২ চনত।

(ঘ) ১৯১৭ চনত।

উত্তৰঃ (ঘ) ১৯১৭ চনত।

১৭। ইটালীত ফেছিবাদৰ প্ৰতিষ্ঠাপক কোন আছিল?

(ক) গেৰিবল্ডী।

(খ) ‘বেনিট মোচুলিনি’।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (খ) ‘বেনিট মোচুলিনি’।

১৮। নাজী দলৰ অবিসম্বাদী নেতা কোন আছিল?

(ক) এড্’লফ হিটলাৰ।

(খ) ‘বেনিট মোচুলিনি’।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) ৰুজভেল্ট।

উত্তৰঃ (ক) এড্’লফ হিটলাৰ।

১৯। ‘নতুন অৰ্থনৈতিক নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?

(ক) গেৰিবল্ডী।

(খ) ‘বেনিট মোচুলিনি’।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) লেনিন।

উত্তৰঃ (ঘ) লেনিন।

২০। এলড্যুক উপাধি কোনে গ্ৰহণ কৰিছিল?

(ক) গেৰিবল্ডী।

(খ) ‘বেণিটো মুচুলিনি’।

(গ) গিয়াকামো মেট্ৰিওটিয়ে।

(ঘ) লেনিন।

উত্তৰঃ (খ) ‘বেনিট মোচুলিনি’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top