Class 10 Elective History MCQ Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Class 10 Elective History MCQ Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Notes and select need one.

Class 10 Elective History MCQ Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Chapter 6 দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয় Solutions for All Subject, You can practice these here.

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যূদয়

Chapter – 6

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেন্ট কোন আছিল?

(ক) উদ্ৰ’উইলছন।

(খ) বেন বেলা।

(গ) ইউ নু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) উদ্ৰ’উইলছন।

২। কিমান চনত পলাশী যুদ্ধত জয় লাভ কৰিছিল?

(ক) ১৭৫৫ চনত।

(খ) ১৭৭৭ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৭৫৮ চনত।

উত্তৰঃ (গ) ১৭৫৭ চনত।

৩। কিমান চনত নিখিল ভাৰত মুছলিম লীগ সংগঠিত হৈছিল?

(ক) ১৯০৭ চনত।

(খ) ১৯০৪ চনত।

(গ) ১৯০৮ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (ঘ) ১৯০৬ চনত।

৪। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

(ক) ১৫ অক্টোবৰ।

(খ) ১৫ জানুৱাৰী।

(গ) ১৫ আগষ্ট।

(ঘ) ২৬ জানুৱাৰী।

উত্তৰঃ (গ) ১৫ আগষ্ট।

৫। স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি?

(ক) আফ্ৰিকা।

(খ) ফিলিপাইন।

(গ) ইংলেণ্ড।

(ঘ) আমেৰিকা।

উত্তৰঃ (খ) ফিলিপাইন।

৬। কিমান চনত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হয়?

(ক) ১৯৩৯ চনত।

(খ) ১৯০৪ চনত।

(গ) ১৯০৮ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (ক) ১৯৩৯ চনত।

৭। কিমান চনত জালিয়ানৱালাবাগৰ হত্যা হৈছিল?

(ক) ১৯৩৯ চনত।

(খ) ১৯১৯ চনত।

(গ) ১৯০৮ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (খ) ১৯১৯ চনত।

৮। ১৯১৯ চনৰ কিমান তাৰিখে জালিয়ানৱালাবাগৰ হত্যা হৈছিল?

(ক) ১২ এপ্ৰিল।

(খ) ১০ এপ্ৰিল।

(গ) ১৩ এপ্ৰিল।

(ঘ) ৩১ এপ্ৰিল।

উত্তৰঃ (গ) ১৩ এপ্ৰিল।

৯। ১৯২১-২২ চনত গান্ধীজীৰ নেতৃত্বত হিন্দু-মুছলমান ঐক্যবদ্ধ হৈ কোনটো আন্দোলন চলাব ধৰিলে?

(ক) স্বাধীনতা আন্দোলন।

(খ) হিংসা আন্দোলন।

(গ) অহিংসা আন্দোলন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) অহিংসা আন্দোলন।

১০। কিমান চনত বাংলাদেশে ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰে?

(ক) ১৯৩৯ চনত।

(খ) ১৯১৯ চনত।

(গ) ১৯৭২ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (গ) ১৯৭২ চনত।

১১। বাংলাদেশে কিমান তাৰিখে স্বাধীনতা লাভ কৰে?

(ক) ১৫ অক্টোবৰ।

(খ) ১৫ জানুৱাৰী।

(গ) ১৫ আগষ্ট।

(ঘ) ১৬ ডিচেম্বৰ।

উত্তৰঃ (ঘ) ১৬ ডিচেম্বৰ।

১২। কিমান চনত বাংলাদেশে স্বাধীনতা লাভ কৰে?

(ক) ১৯৩৯ চনত।

(খ) ১৯১৯ চনত।

(গ) ১৯৭১ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (গ) ১৯৭১ চনত।

১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল?

(ক) উদ্ৰ’উইলছন।

(খ) বেন বেলা।

(গ) ইউ নু।

(ঘ) এলেন অক্টোভিয়ান হিউম।

উত্তৰঃ (ঘ) এলেন অক্টোভিয়ান হিউম।

১৪। কেতিয়া আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?

(ক) ১৯৩৯ চনত।

(খ) ১৯১৯ চনত।

(গ) ১৯১২ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (গ) ১৯১২ চনত।

১৫। নেলছন মেণ্ডেলাই কিমান বছৰ জেইলত কটাইছিল?

(ক) ১৭ বছৰ।

(খ) ২৭ বছৰ।

(গ) ২৫ বছৰ।

(ঘ) ২৯ বছৰ।

উত্তৰঃ (খ) ২৭ বছৰ।

১৬। আলজেৰিয়াৰ মুক্তি সংগ্ৰামৰ নেতা কোন আছিল?

(ক) উদ্ৰ’উইলছন।

(খ) বেন বেলা।

(গ) ইউ নু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বেন বেলা।

১৭। চীনত কোনে টুং-মুং-হাই সংগঠিত কৰিছিল?

(ক) উদ্ৰ’উইলছন।

(খ) বেন বেলা।

(গ) ইউ নু।

(ঘ) ছান ইয়েৎ চেনে।

উত্তৰঃ (ঘ) ছান ইয়েৎ চেনে।

১৮। ছিয়াং-কাই-ছেকে ক’ত চীনৰ জাতীয় পতাকা চৰকাৰ প্ৰতিষ্ঠা কৰিছিল?

(ক) কেন্টনত।

(খ) চীনত।

(গ) আফ্ৰিকা মহাদেশত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কেন্টনত।

১৯। কোন মহাদেশক অন্ধকাৰ মহাদেশ বোলা হয়?

(ক) কেন্টনত।

(খ) চীনত।

(গ) আফ্ৰিকা মহাদেশত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) আফ্ৰিকা মহাদেশত।

২০। পিকিডৰ বৰ্তমান নাম লিখা?

(ক) বেইজিং।

(খ) জাইয়েৰী।

(গ) ক আৰু খ দুয়োটা হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বেইজিং।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top