Class 10 Elective History MCQ Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Class 10 Elective History MCQ Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 Elective History MCQ Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ Notes and select need one.

Class 10 Elective History MCQ Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Elective History MCQ Solutions for All Subject, You can practice these here.

দ্বিতীয় বিশ্বযুদ্ধ

Chapter – 4

HISTORY

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে?

(ক) ১৯৩০ চনত।

(খ) ১৯০০ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

২। কিমান চনত জাপানে যুদ্ধ বিৰতি ঘোষণা কৰে?

(ক) ১৯৩০ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (খ) ১৯৪৫ চনত।

৩। ১৯৪৫ চনৰ কিমান তাৰিখে জাপানে যুদ্ধ বিৰতি ঘোষণা কৰে?

(ক) ১০ আগষ্ট।

(খ) ১৫ আগষ্ট।

(গ) ১২ আগষ্ট।

(ঘ) ৯ আগষ্ট।

উত্তৰঃ (ক) ১০ আগষ্ট।

৪। কোনটো দিনা পোলেণ্ডৰ ৰাজধানী জাৰ্মানীসকলৰ হস্তগত হয়।

(ক) ২৬ ছেপ্টেম্বৰ।

(খ) ২৮ ছেপ্টেম্বৰ।

(গ) ২৭ ছেপ্টেম্বৰ।

(ঘ) ২৫ ছেপ্টেম্বৰ।

উত্তৰঃ (গ) ২৭ ছেপ্টেম্বৰ।

৫। জাৰ্মানীৰ ছোভিয়েট ৰাছিয়া আক্ৰমণ কেতিয়া হৈছিল?

(ক) ১৯৩০ চনত।

(খ) ১৯০০ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৪১ চনত।

উত্তৰঃ (ঘ) ১৯৪১ চনত।

৬। নাগাচাকিত এটম বোমা পেলোৱা বৈমানিকজনৰ নাম কি?

(ক) এনোলা গে।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) হেৰী এছ’ট্ৰুমেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) এনোলা গে।

৭। আমেৰিকাই কত এটম বোমা পেলাইছিল?

(ক) হিৰ’ছিমাত।

(খ) ইংলেণ্ড।

(গ) জাপান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) হিৰ’ছিমাত।

৮। ১৯৪৩ চনৰ আগষ্টৰ পিছত মিত্ৰ শক্তিৰ সামৰিক প্ৰধান কোন আছিল?

(ক) এনোলা গে।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) হেৰী এছ’ট্ৰুমেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) জেনেৰেল মেক আৰ্থাৰ।

৯। নৰওৱে আক্ৰমণত হিটলাৰে কিমান খন যুদ্ধ জাহাজ ব্যৱহাৰ কৰিছিল?

(ক) ৫০০ খন।

(খ) ৯০০ খন।

(গ) ৭০০ খন।

(ঘ) ৮০০ খন।

উত্তৰঃ (ঘ) ৮০০ খন।

১০। ফৰমোছাৰ নতুন নামটো কি?

(ক) টাৱাইন।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) হেৰী এছ’ট্ৰুমেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) টাৱাইন।

১১। হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা পেলোৱাৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰীৰ প্ৰেছিডেন্ট কোন আছিল?

(ক) টাৱাইন।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) হেৰী এছ’ট্ৰুমেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) হেৰী এছ’ট্ৰুমেন।

১২। কিমান চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধই সমগ্র বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল?

(ক) ১৯৩০ চনত।

(খ) ১৯০০ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

১৩। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি?

(ক) টাৱাইন।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) ট্ৰুমেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ট্ৰুমেন।

১৪। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) টাৱাইন।

(খ) জেনেৰেল মেক আৰ্থাৰ।

(গ) ট্ৰুমেন।

(ঘ) চাৰ্চিল।

উত্তৰঃ (ঘ) চাৰ্চিল।

১৫। ১৯৪৫ চনৰ কিমান তাৰিখে হিৰ’ছিমাত প্ৰথমটো আনৱিক বোমা বিস্ফোৰণ কৰে?

(ক) ১০ আগষ্ট।

(খ) ১৫ আগষ্ট।

(গ) ৬ আগষ্ট।

(ঘ) ৯ আগষ্ট।

উত্তৰঃ (গ) ৬ আগষ্ট।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 10 Elective History MCQ Chapter 4 দ্বিতীয় বিশ্বযুদ্ধ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top