Anne Frank Biography | আনে’ ফ্ৰাংকৰ জীৱনী
আনেলিছ মেৰি ফ্ৰাংক (Anne Frank) এগৰাকী ইহুদী-জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল, যাক বিশ্বজুৰি অন্যতম চৰ্চিত হলোকষ্টৰ বলি হিচাপে গণ্য কৰা হয়। আনেলিছ ফ্ৰাংকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজীজনৰ অত্যাচাৰৰ পৰা বাচি থাকিবলৈ তেওঁৰ পৰিয়ালে নেডাৰলেণ্ডছৰ এম্স্টাৰডামত লুকাই […]