Assam Jatiya Bidyalay Class 4 Science Chapter 8 আমাৰ দৰকাৰী উদ্ভিদ

Assam Jatiya Bidyalay Class 4 Science Chapter 8 আমাৰ দৰকাৰী উদ্ভিদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 আমাৰ দৰকাৰী উদ্ভিদ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class IV Science Chapter 8 আমাৰ দৰকাৰী উদ্ভিদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Science Chapter 8 আমাৰ দৰকাৰী উদ্ভিদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ দৰকাৰী উদ্ভিদ

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। শস্য কোনবোৰ ?

উত্তৰঃ সাধাৰণতে তৃণজাতীয় উদ্ভিদৰ গুটিক শস্য বোলে। ধান,ঘেহু,গোমাধান, ব্ৰজা, ময়দা, মচুৰ, মগু, মাটিমাহ, ৰহৰ বুট ইত্যাদি হ’ল প্ৰধানত শস্য।

২। পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা।

উত্তৰঃ ধান,ঘেহু,গোমাধান, মচুৰ, মাটিমাহ।

৩। আঁহ থকা গছ কেইবিধমানৰ নাম লিখা।

উত্তৰঃ কপাহ, শিমলু, মৰাপাট, চিচি গছ,ৰেমি গছ ইত্যাদি।

৪। অসমৰ কোনবোৰ গছৰ পৰা কাঠ পুৱা যায় ?

উত্তৰঃ অসমৰ প্ৰধানত কাঠ পোৱা গছবোৰ হ’ল― শাল, চেগুন, গমাৰি, বনচোম আৰু তিতাচপা।

৫। শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?

উত্তৰঃ শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ হ’ল প্ৰ’টিন।

৬। দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?

উত্তৰঃ প্ৰ’টিন।

৭। তেল পাব পৰা দুবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ সৰিয়হ আৰু বাদামৰ পৰা তেল পোৱা যায়।

৮। খালী ঠাই পূৰণ কৰা।

(ক) ঘেহু এবিধ _______ উদ্ভিদ।

(খ) ছয়াবিনত ________ থাকে।

(গ) ছিনক’না গছৰপৰা _______ প্ৰস্তুত কৰা হয় আৰু ই ________ বেমাৰ ভাল কৰে।

(ঘ) _______ গছৰ পৰা শন সূতা পুৱা যায়।

(ঙ) প্ৰকৃতিৰ পৰা পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম ________ সূতা।

(চ) যৱৰ আন এটা নাম __________।

উত্তৰঃ (ক) ঘেহু এবিধ তৃণজাতীয় উদ্ভিদ।

(খ) ছয়াবিনত প্ৰ’টিন থাকে।

(গ) ছিনক’না গছৰপৰা কুইনাইন প্ৰস্তুত কৰা হয় আৰু ই মেলেৰিয়া বেমাৰ ভাল কৰে।

(ঘ) চিচি গছৰ পৰা শন সূতা পুৱা যায়।

(ঙ) প্ৰকৃতিৰ পৰা পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম ৰেমি সূতা।

(চ) যৱৰ আন এটা নাম বাৰ্লি

৯। কাঠ আৰু বাঁহৰ ব্যৱহাৰ বিষয়ে দহ শাৰী লিখা।

উত্তৰঃ কাঠৰ পৰা নানা ধৰণৰ আচবাব বনোৱা হয়। কাঠ সাধাৰণতে মানুহে ঘৰ সাজোঁতে ব্যৱহাৰ কৰে। ঘৰ, দৰ্জা, খিৰিকি মূলত কাঠৰ পৰায়ে বনোৱা হয়। যিবিলাক কাঠ আচবাব বা দুৱাৰ খিৰিকী বনুৱাৰ বাবে উপযোগী নহয় সেইবিলাক ইন্ধন হিচাপে ব্যৱহাৰ কৰে।

বাঁহৰ পৰা নানা ধৰণৰ বস্তু বনাই লয়। কুলা, চালনী, নানা ধৰণৰ খেতিত ব্যৱহাৰ ক্ৰীড়া সঁজুলি আদি বাঁহৰ পৰা বনাই লোৱা হয়। জেওৰা আদি দিওঁতেও বাঁহ ব্যৱহাৰ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top