অসম বুৰঞ্জী [Part 6]
1. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –
উত্তৰঃ – নৰাকাসুৰে ।
2. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –
উত্তৰঃ – নৰনাৰায়ণ ।
3. নৰনাৰায়ণৰ সেনাপতি –
উত্তৰঃ – মহাবীৰ চিলাৰায় ।
4. ইয়াণ্ডাবু সন্ধি –
উত্তৰঃ – ১৮২৬ খ্ৰীষ্টাব্দত হয় । এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।
5. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –
উত্তৰঃ – পিয়লি ফুকন ।
6. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –
উত্তৰঃ – ১৮৮৮ চনৰ ২৫ আগষ্টত ।
7. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –
উত্তৰঃ – ঘিলাঝাৰী ঘটাৰ সন্ধি ।
8. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –
উত্তৰঃ – ইটাখুলি ৰণ ।
9. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –
উত্তৰঃ – ২০৬ খ্ৰীষ্টাব্দত ।
10. মানৰ প্ৰথম আক্ৰমণ –
উত্তৰঃ – ১৮১৭ চনত ।
11. মহাত্মা গান্ধী অসমলৈ আহে –
উত্তৰঃ – ১৯২১ চনত ।
12. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –
উত্তৰঃ – তৰুণৰাম ফুকন ।
13. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –
উত্তৰঃ – কুশল কোঁৱৰ ।
14. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –
উত্তৰঃ – ১৮৪৩ চনত ।
15. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?
উত্তৰঃ ১৮৩৮ চনত।
16. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন হয় ?
উত্তৰঃ ১৮৩৭ চনত।
17. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?
উত্তৰঃ ১৮৮৮ চনত।
18. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?
উত্তৰঃ ১৮৫৮ চনত।
19. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?
উত্তৰঃ ১৫১৫ চনত।
20. কোন চনত ‘অসম চুক্তি’ স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত।
See more: Assam History

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available