Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

অসম বুৰঞ্জী [Part 6]

1. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –

Join Telegram channel

উত্তৰঃ – নৰাকাসুৰে ।

2. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –

উত্তৰঃ – নৰনাৰায়ণ ।

3. নৰনাৰায়ণৰ সেনাপতি –

উত্তৰঃ – মহাবীৰ চিলাৰায় ।

4. ইয়াণ্ডাবু সন্ধি –

উত্তৰঃ –  ১৮২৬ খ্ৰীষ্টাব্দত হয় । এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।

5. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –

উত্তৰঃ – পিয়লি ফুকন ।

6. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –

উত্তৰঃ – ১৮৮৮ চনৰ ২৫ আগষ্টত ।

7. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –

উত্তৰঃ – ঘিলাঝাৰী ঘটাৰ সন্ধি ।

8. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –

উত্তৰঃ – ইটাখুলি ৰণ ।

9. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ – ২০৬ খ্ৰীষ্টাব্দত ।

10. মানৰ প্ৰথম আক্ৰমণ –

উত্তৰঃ – ১৮১৭ চনত ।

11. মহাত্মা গান্ধী অসমলৈ আহে –

উত্তৰঃ – ১৯২১ চনত ।

12. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –

উত্তৰঃ – তৰুণৰাম ফুকন ।

13. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –

উত্তৰঃ – কুশল কোঁৱৰ  ।

14. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –

উত্তৰঃ – ১৮৪৩ চনত ।

15. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?

উত্তৰঃ ১৮৩৮ চনত।

16. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন  হয় ?

উত্তৰঃ ১৮৩৭ চনত।

17. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?

উত্তৰঃ  ১৮৮৮ চনত।

18. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?

উত্তৰঃ  ১৮৫৮ চনত।

19. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?

উত্তৰঃ ১৫১৫ চনত।

20. কোন চনত ‘অসম চুক্তি’ স্বাক্ষŽৰিত হৈছিল ?

উত্তৰঃ ১৯৮৫ চনত।

See more: Assam History

2 thoughts on “Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising