অসম বুৰঞ্জী [Part 3]
1. অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?
উত্তৰঃ চুটিনফা।
2. কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?
উত্তৰঃ শিৱ সিংহ ।
3. বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?
উত্তৰঃ শিৱ সিংহ।
4. প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?
উত্তৰঃ ফুল্লেশ্বৰী।
5. অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?
উত্তৰঃ সর্বেশ্বৰীক ।
6. ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?
উত্তৰঃ সুকুমাৰ বৰকাইথ।
7. কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?
উত্তৰঃ ৰাজেশ্বৰ সিংহ।
8. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?
উত্তৰঃ ৰাজেশ্বৰ সিংহ।
9. মণিৰাম দেৱানৰ ফাঁচি –
উত্তৰঃ – ১৮৫৮ চনত ।
10. ইংৰাজে বন্দী কৰা আহোম ৰজাজন –
উত্তৰঃ – পুৰন্দৰ সিংহ ।
11. অসমৰ আটাইতকৈ ওখ মন্দিৰটো –
উত্তৰঃ – শিৱদৌল ।
12. অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –
উত্তৰঃ – বদন বৰফুকন ।
13. চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –
উত্তৰঃ – মণিৰাম দেৱান ।
14. ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –
উত্তৰঃ – কনকলতা বৰুৱা ।
15. ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –
উত্তৰঃ – মুকুন্দ কাকতি ।
16. ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –
উত্তৰঃ – ভোগেশ্বৰী ফুকননী ।
17. অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –
উত্তৰঃ – লেফটেনান্ট চিংগাৰ ।
18. ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –
উত্তৰঃ – ৫৪ জন ।
19. দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –
উত্তৰঃ – শ্ৰীমন্ত শংকৰদেৱ ।
20. ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –
উত্তৰঃ – শিৱ সিংহ ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provide all SCERT, NCERT Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more…
MAY I GET PDF FORMAT OF THESE AVOBE QUESYIONS ANSWERS?
No, Not available