Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী

Join Telegram Groups

অসম বুৰঞ্জী [Part 3]

1. অসমৰ কোনজন ৰজাক ‘কুঁজা  ৰজা’ বুলি কোৱা কোৱা হয় ?

উত্তৰঃ চুটিনফা।

2. কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উত্তৰঃ  শিৱ সিংহ ।

3.  বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উত্তৰঃ শিৱ সিংহ।

4. প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?

উত্তৰঃ  ফুল্লেশ্বৰী।

5.  অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?

উত্তৰঃ সর্বেশ্বৰীক ।

6. ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

উত্তৰঃ  সুকুমাৰ বৰকাইথ।

7.  কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?

উত্তৰঃ  ৰাজেশ্বৰ সিংহ।

8. মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।

9. মণিৰাম দেৱানৰ ফাঁচি –

উত্তৰঃ –  ১৮৫৮ চনত ।

10. ইংৰাজে বন্দী কৰা আহোম  ৰজাজন –

উত্তৰঃ – পুৰন্দৰ সিংহ ।

11. অসমৰ আটাইতকৈ ওখ মন্দিৰটো –

উত্তৰঃ – শিৱদৌল ।

12. অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –

উত্তৰঃ – বদন বৰফুকন ।

13. চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –

উত্তৰঃ – মণিৰাম দেৱান ।

14. ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –

উত্তৰঃ – কনকলতা বৰুৱা ।

15. ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –

উত্তৰঃ – মুকুন্দ কাকতি ।

16. ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –

উত্তৰঃ – ভোগেশ্বৰী ফুকননী ।

17. অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত  ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –

উত্তৰঃ – লেফটেনান্ট চিংগাৰ ।

18. ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –

উত্তৰঃ – ৫৪ জন ।

19. দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –

উত্তৰঃ – শ্ৰীমন্ত শংকৰদেৱ ।

20. ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –

উত্তৰঃ – শিৱ সিংহ ।

2 thoughts on “Assam History MCQ All Competitive Exam – অসম বুৰঞ্জী”

Leave a Reply

Scroll to Top