SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা

SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা Question Answer, SEBA Class 7 Maths Notes in Assamese Medium, SEBA Class 7 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা Notes and select needs one.

SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 7 Mathematics Chapter 8 পৰিমাণৰ তুলনা Solutions for All Subject, You can practice these here.

পৰিমাণৰ তুলনা

Chapter – 8

অনুশীলনী – 8.1

1. অনুপাতবোৰ উলিওৱাঃ

(i) 5 কি.মি. আৰু 500 মিটাৰ।

উত্তৰঃ 5 কি.মি. আৰু 500 মিটাৰ

5 কি.মি./500 মিটাৰ = 5 × 1000/500 = 5000/500 = 10/1 = 10:1

(ii) 6 সপ্তাহ আৰু 21 দিন।

উত্তৰঃ 6 সপ্তাহ আৰু 21 দিন

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

6 সপ্তাহ/21 দিন = (6 × 7)/21 = 42/21 = 2/1 = 2:1

(iii) 30 দিন আৰু 210 ঘণ্টা।

উত্তৰঃ 30 দিন/210 ঘণ্টা = (30 × 24)/210 = 720/210 = 24/7 = 24:7

(iv) 12 মিটাৰ আৰু 100 চে.মি.।

উত্তৰঃ 12 মিটাৰ/100 চে.মি. = (12 × 100)/100 = 12/1 = 12:1

(v) 7 বছৰ আৰু 18 মাহ।

উত্তৰঃ 7 বছৰ/18 মাহ = (7 × 12)/18 = 84/18 = 14/3 = 14:3

2. তলৰ অনুপাতবোৰ সমতুল্য হয় নে নহয় বিচাৰ কৰাঃ

(i) 4:5 আৰু 2:3

উত্তৰঃ 4:5 আৰু 2:3

4/5 = (4 × 3)/(5 × 3) = 12/15

2/3 = (2 × 5)/(3 × 5) = 10/15

∴ 4/5 > 2/3

∴ সমতুল্য নহয়।

(ii) 7:15 আৰু 21:45

উত্তৰঃ 7:15 আৰু 21:45

7/15 = (7 × 3)/(15 × 3) = 21/45

21/45 = (21 × 1)(/45 × 1) = 21/45

∴ 7/15 = 21/45

∴ অনুপাত দুটা সমতুল্য হয়।

(iii) 6:8 আৰু 54:72

উত্তৰঃ 6:8 আৰু 54:72

6/8 = (6 × 9)/(8 × 9) = 54/72

54/72 = (45 × 1)/(72 × 1) = 54/72

∴ 6/8 = 54/72

∴ অনুপাত দুটা সমতুল্য হয়।

(iv) 13:14 আৰু 14:13

উত্তৰঃ 13:14 আৰু 14:13

13/14 = (13 × 13)/(14 × 13) = 169/182

14/13 = 14 × 14/13 × 14 = 196/182

13/14 ≠ 14/13 আৰু 13/14<14/13

∴ অনুপাত দুটা সমতুল্য নহয়।

3. তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা। 286 টকাত কিমানটা বাকচ পোৱা যাব?

উত্তৰঃ 3 টা জ্যামিতি বাকচৰদাম 33 টকা

1 টা জ্যামিতি বাকচৰ দাম 33/3 = 11 টকা

11 টকাত জ্যামিতি বাকচ পায় = 1 টা

∴ 1 টকাত জ্যামিতি বাকচ পায় = 1/11 টা

4. কল্পনাই 160 টকাত 10 টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত ৪ টা বল কিনিলে। দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে?

উত্তৰঃ কল্পনাই 160 টকাত কিনিলে 10 টা বল।

∴ কল্পনাই 1 টকাত কিনিলে = 10/160 = 1/16 টা বল।

জয়মতীয়ে 128 টকাত কিনিলে 8 টা বল।

∴ জয়মতীয়ে 1 টকাত কিনিলে = 8/128 = 1/16 টা বল।

∴ দুয়োটা একে দামত কিনিব পাৰিলে।

5. জেনেলিয়াই গোটেই বছৰটোত ঘৰভাড়াৰ বাবে 66,000 টকা দিব লাগে। যদি তেওঁ 3 মাহৰ মূৰে মুৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব?

উত্তৰঃ জেনেলিয়াই 12 মাহত ঘৰ ভাড়া দিয়ে 66,000 টকা

∴ 1 মাহত ঘৰ ভাড়া 66,000/12 টকা = 5500 টকা

∴ 3 মাহত ঘৰ ভাড়া দিয়ে = (5500 × 3) টকা

= 16500 টকা।

অনুশীলনী – 8.2

1. তলৰ ভগ্নাংশবোৰক শতাংশত প্রকাশ কৰা–

(i) 3/5

উত্তৰঃ 3/5 × 100% = 3 × 20% = 60%

(ii) 7/12

উত্তৰঃ 7/12 × 100% = 700/12% = 58.33%

(iii) 15/32

উত্তৰঃ 15/32 × 100% = 1500/32% = 46.88%

(iv) 91/175

উত্তৰঃ 

(v) 21/40

উত্তৰঃ 

2. তলৰ দশমিক ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা–

(i) 0.8

উত্তৰঃ 0.8 × 100% = 8/10 × 100 % = 80%0

(ii) 5.75

উত্তৰঃ 5.75 × 100% = 575%

(iii) 0.08

উত্তৰঃ 0.08 × 100% = 8%

(iv) 32.1

উত্তৰঃ 32.1 × 100% = 321%

(v) 0.004

উত্তৰঃ 0.004 × 100% = 0.4%

3. ভগ্নাংশত প্ৰকাশ কৰা–

(i) 20%

উত্তৰঃ 20% = 20/100 = 1/5

(ii) 32%

উত্তৰঃ 32% = 32/100 = 8/25

(iii) 0.5%

উত্তৰঃ 

(iv) 7.25%

উত্তৰঃ 7.25% = 725/100 × 1/100 = 29/4 × 1/100 = 29/400

(v) 180%

উত্তৰঃ 

4. তলত দিয়া শতাংশবোৰক দশমিক ভগ্নাংশলৈ আৰু লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা–

(i) 18%

উত্তৰঃ 18% = 18/100 = 0.08

18% = 18/100 = 9/50

(ii) 0.25%

উত্তৰঃ 

(iii) 60%

উত্তৰঃ 

(iv) 42.5%

উত্তৰঃ 42.5% = 425/10 × 1/100 = 425/1000 = 0.425

42.5% = 425/10 × 1/100 = 425/1000 = 17/40

(v) 56%

উত্তৰঃ 56% = 56/100 = 0.56

56% = 56/100 = 14/25

5. শতাংশত প্ৰকাশ কৰা–

(i) 4:10

উত্তৰঃ 4/10 × 100% = 40%

(ii) 11:20

উত্তৰঃ 11/20 × 100% = 55%

(iii) 19:50

উত্তৰঃ 19/50 × 100% = 38%

(iv) 3:25

উত্তৰঃ 3/25 × 100% = 3 × 4 = 12%

(v) 9:4

উত্তৰঃ 9/4 × 100% = 9 × 25% = 225%

6. অনুপাতত প্ৰকাশ কৰা–

(i) 72%

উত্তৰঃ 72% = 72/100 = 18/25 = 18:25

(ii) 15/4%

উত্তৰঃ 15/4% = 15/4 × 1/100 = 15/400 = 3/80 = 3:80

(iii) 0.14%

উত্তৰঃ 

(iv) 6 2/5%

উত্তৰঃ 

(v) 4.6%

উত্তৰঃ 

7. তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্রকাশ কৰা–

(i)

উত্তৰঃ 1/4 × 100% = 25%

উত্তৰঃ 2 1/2 × 100% = 5/2 × 100% = 250%

উত্তৰঃ 

8. শতাংশত প্রকাশ কৰা–

(i) 1 দিনৰ ৪ ঘণ্টা।

উত্তৰঃ 1 দিনৰ 8 ঘন্টা = 8/24 = 1/3

এতিয়া 1/3 × 100% = 100/3% = 33 1/3%

(ii) 80 জনৰ 72 জন।

উত্তৰঃ 80 জনৰ 72 জন 72/80 = 9/10 

এতিয়া 9/10 × 100% = 90%

(iii) 5 টকাৰ 25 পইচা।

উত্তৰঃ 5 টকাৰ 25 পইচা 25/500 = 1/20

এতিয়া 1/20 × 100 % = 5%

9. মান নির্ণয় কৰা–

(i) 50 ৰ 20%

উত্তৰঃ 

(ii) 600 টকাৰ 30%

উত্তৰঃ 

(iii) 5 কিলোমিটাৰৰ 20%

উত্তৰঃ 

(iv) 1 ঘণ্টাৰ 30%

উত্তৰঃ 

10. এটা সংখ্যাৰ 20% ৰ মান 50 হ’লে সংখ্যাটো নিৰ্ণয় কৰা।

উত্তৰঃ ধৰাহ’ল সংখ্যাটো x

প্রশ্নমতে, x × 20/100 = 50

∴ সংখ্যাটো 250

11. কি সংখ্যাৰ 13% ৰ মান 91 হ’ব?

উত্তৰঃ ধৰাহ’ল সংখ্যাটো x

প্রশ্নমতে, x × 13/100 = 91

⇒ x = 7₉₁ × 100/13 = 700 × 100 = 700

∴ সংখ্যাটো 700

12. 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ’ব?

উত্তৰঃ ধৰাহ’ল শতাংশৰ মান x%

∴ 40 × x/100 = 16

⇒ 40x/100 = 16 ⇒ 40x = 1600

∴ x = 1600/40 = 40%

13. “40 ৰ ভিতৰত 30” আৰু “50 ৰ ভিতৰত 40” দুয়োটাকে শতাংশত প্রকাশ কৰা। দুয়োটাৰ কোনটো বেছি?

উত্তৰঃ 

14. এখন বাগিচাৰ কালি 400 বর্গমিটাৰ। তলত দিয়া ধৰণে বাগিচাখন সজোৱা হৈছে।

(i) ফুলৰ বাবে বাগিচাখনৰ 30% ঠাই ৰখা হৈছে। ফুল থকা ঠাইৰ কালি উলিওৱা।

উত্তৰঃ ফুলৰ বাবে ৰখা ঠাই = 400 × 30/100

= 4 × 30 = 120 বৰ্গ মিটাৰ।

(ii) বাগিচাখনত থকা পুখুৰী এটাৰ কালি 80 বর্গমিটাৰ। বাগিচাখনৰ কিমান শতাংশ পুখুৰীটোৱে আগুৰি আছে।

উত্তৰঃ 

অনুশীলনী – 8.3

1. তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্রত্যেক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ উলিওৱা।

(a) এটা বল 300 টকাত কিনি 450 টকাত বেচিলে।

উত্তৰঃ বলটোৰ কিনাদাম = 300 টকা

বলটোৰ বেচাদাম = 450 টকা

লাভ = (450 – 30) টকা = 150 টকা

∴ লাভৰ শতকৰা হাৰ 150/300₂ x 100% = 100/2% = 50%

(b) এটা TV 10,000 টকাত কিনিলে আৰু 15,500 টকাত বেচিলে।

উত্তৰঃ TV টোৰ কিনাদাম = 10,000 টকা

TV টোৰ বেচাদাম = 15,500 টকা

লাভ = (15,500 – 10,000) টকা = 5,500 টকা

(c) এটা আলমাৰি 5,000 টকাত কিনিলে আৰু 3,500 টকাত বেচিলে।

উত্তৰঃ আলমাৰিটোৰ কিনাদাম = 5,000 টকা

আলমাৰিটোৰ বেচাদাম = 3,500 টকা

∴ লোকচান = (5000 – 3,500) টকা = 15,00 টকা

(d) এটা চোলা 400 টকাত কিনিলে আৰু 280 টকাত বেচিলে।

উত্তৰঃ চোলাটোৰ কিনাদাম = 400 টকা

চোলাটোৰ বেচাদাম = 280 টকা

∴ লোকচান = (400 – 280) টকা = 120 টকা

2. এটা অঞ্চলৰ জনসংখ্যা 45,000 ৰ পৰা 42,000 লৈ হ্রাস পালে। হ্ৰাসৰ শতকৰা হাৰ উলিওৱা।

উত্তৰঃ মুঠ জনসংখ্যা = 45,000

∴ মুঠ হ্রাস = (45,000 – 42,000) = 3,000

3. এখন কিতাপ 250 টকাত কিনি 190 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান?

উত্তৰঃ কিতাপখনৰ কিনাদাম = 250 টকা

কিতাপখনৰ বিক্ৰীদাম = 190 টকা

∴ লোকচান = (250 – 190) টকা

4. ৰোহণে এটা টি.ভি. 10,500 টকাত কিনিলে আৰু 30% লাভত বেচিলে। টি.ভিটোৰ বেচাদাম নির্ণয় কৰা।

উত্তৰঃ ধৰাহ’ল টিভিটোৰ বেচাদাম = x টকা

প্রশ্নমতে, 10,500 + 10,500 × 30/100 = x 

⇒ x = 10,500 + 3150 = 13650 টকা।

5. সুমনাই এখন গাড়ী 2,50,000 টকাত কিনি 2,30,000 টকাত বিক্ৰী কৰিলে। তেওঁৰ লাভ বা লোকচানৰ শতকৰা হাৰ কিমান?

উত্তৰঃ গাড়ীখনৰ কিনাদাম = 2,50,000 টকা

গাড়ীখনৰ বেচাদাম = (2,30,000) টকা

∴ লোকচান = (2,50,000-2,30,000) টকা = 20,000 টকা

6. 15% লাভ কৰি এখন মটৰ চাইকেল 23,000 টকাত বেচিলে। মটৰ চাইকেলখনৰ কিনাদাম কিমান?

উত্তৰঃ ধৰাহ’ল মটৰ চাইকেলখনৰ কিনাদাম = x টকা

প্রশ্নমতে, x + x × 15/100 = 23,000

⇒ 100x + 15x/100 = 23,000

⇒ 115x = 23,00000

⇒ x = 23,00000/115 = 20,000 টকা।

7. ৰতনে এটা আলমাৰি 6,250 টকাত কিনি 24% লোকচানত বিক্ৰী কৰিলে। আলমাৰিটোৰ বিক্রীমূল্য কিমান?

উত্তৰঃ ধৰা হ’ল আলমাৰিটোৰ বিক্ৰীমূল্য = x টকা

8. শতকৰা বছৰি 8 টকা সুতত 5000 টকাৰ 3 বছৰৰ সুত নিৰ্ণয় কৰা।

উত্তৰঃ সুতৰ হাৰ (R) = 8

মূলধন (P) = 5000 টকা

সময় (T) = 3 বছৰ

9. ডালিমীয়ে এবছৰৰ বাবে বছৰি 5% হাৰত 120 টকা সুত দিয়ে। তেওঁ কিমান টকা ধাৰলৈ লৈছিল?

উত্তৰঃ ধৰাহ’ল ডালিমীয়ে ধাৰ লৈছিল x টকা

সুতৰ হাৰ (R) = 5 

সুত (I) = 120 টকা

সময় (T) = 1 বছৰ

∴ I = PRT/100 ⇒ 120 = x × 5 × 1/100

∴ ডালিমীয়ে ধাৰ লৈছিল = 2,400 টকা।

10. 1,25,000 টকাৰ 10% সুতৰ হাৰত 1 বছৰ 6 মাহৰ সুত উলিওৱা।

উত্তৰঃ P = 1,25,000 টকা 

R = 10

T = 1 বছৰ 6 মাহ = 1 1/2 বছৰ = 3/2 বছৰ

∴ নির্ণেয় সুত 18,750 টকা।

11. শতকৰা বছৰি 12 টকা সুতত 1500 টকাৰ 2 বছৰ 9 মাহৰ সুত আৰু সবৃদ্ধিমূল উলিওৱা।

উত্তৰঃ R = 12 টকা 

P = 1500 টকা

T = 2 বছৰ 9 মাহ = 2 × 9³/12₄ = 11/4

∴ সবৃদ্ধিমূল = P + 1 = (15,00 + 495) = 1995 টকা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top