Environmental Science MCQ Part – 9

Environmental Science MCQ Part – 9, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Objective Types Question Answer to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Multiple Choice Question Answer can be of great value to excel in the examination.

Environmental Science MCQ Part – 9

Join Telegram channel

Table of Contents

Environmental Science MCQ Part – 9 Notes cover all the exercise questions in UGC Syllabus. Environmental Science MCQ Part – 8 Solutions The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Environmental Science MCQ Part – 9

Objective Types Question Answer

801. তলৰ কোনটে| গাড়ী-মটৰৰ ধোঁৱাৰ পৰা নিৰ্গত বায়ু প্ৰদূষক নহয়

(a) হাইড্ৰ’’কাৰ্বন গেছ 

(b) ধোঁৱা ছাই

(c) SO₂  

(d) CO

Ans: (b) ধোঁৱা ছাই।

802. প্ৰদূষণৰ কু-প্রভাৱে কিহৰ আটাইতকৈ বেছি অনিষ্ঠ কৰে–

(a) প্রাকৃতিৰ ভাৰসাম্যতাৰ

(b) প্রকৃতিৰ ভূ-ৰাসায়নিক গুণৰ

(c) উদ্ভিদসমূহৰ

(d) এই আটাইবোৰৰ

Ans: (a) প্রাকৃতিৰ ভাৰসাম্যতাৰ।

803. জল আৰু মাটি প্ৰদূষণৰ মুখ্য উৎস হ’ল–

(a) কয়লা নিস্কাশন 

(b) তাপ শক্তি কেন্দ্ৰ

(c) কৃষি উদ্যোগ 

(d) এই আটাইবোৰ

Ans: (d) এই আটাইবোৰ।

804. প্রদুষণ কেনেদৰে ৰোধ কৰিব পাৰি?

(a) আনৱিক বিস্ফোৰণ নিষিদ্ধ কৰি

(b) বিদ্যুৎচালিত যান-বাহন ব্যৱস্থাৰ কৰি

(c) নলা-নৰ্দমাৰ জাঁৱৰ জোথৰ পৰিশোধন কৰি

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

805. খেতি-পথাৰৰ পৰা নিৰ্গত কি গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে–

(a) ক্ল’ৰিণ 

(b) মিথেন

(c) CO₂ 

(d) H₂S

Ans: (b) মিথেন।

806. সেউজ গৃহ প্রভাৱে উষ্ণতা বৃদ্ধি কৰাৰ কাৰণ হ’ল-

(a) পৃথিৱীত ৰঙচুৱা পোহৰ পৰা বাবে

(b) বায়ুমণ্ডলত জলীয় বাষ্পৰ স্তৰ সৃষ্টিৰ বাবে

(c) বায়ুমণ্ডলত CO₂ ৰ গাঢ়তা বৃদ্ধিৰ বাবে উষ্ণতা বৃদ্ধি হয়।

(d) বায়ুমণ্ডলৰ অ’জন স্তৰৰ বাবে 

Ans: (a) পৃথিৱীত ৰঙচুৱা পোহৰ পৰা বাবে।

807. প্রকৃতিত ইতিপূৰ্বে থকা, কিন্তু কিছু পৰিমাণে মানুহে সৃষ্টি কৰা প্রদূষকক কি বোলা হয়?

(a) পৰিমাণগত প্ৰদূষক

(b) গুণগত প্রদূষক

(c) অনিষ্টকাৰী প্রদূষক

(d) প্রাথমিক প্রদূষক 

Ans: (b) গুণগত প্রদূষক।

808. বিভিন্ন ট্ৰফিক স্তৰত ডি. ডি. টি (DDT) ৰ জৈৱিক কি বোলা হয়?

(a) সেউজ গৃহ প্রভাৱ 

(b) জৈৱবিবৰ্ধন

(c) ইউট্ৰ’ফিকেচন 

(d) প্ৰদূষণ  

Ans: (c) ইউট্ৰ’ফিকেচন।

809. স্ম’গ কিহৰ বাবে সৃষ্টি হয়?

(a) বায়ু আৰু ধূলিকণাৰ বাবে

(b) পানী আৰু নাইট্ৰ’জেন অক্সাইড বাবে

(c) ধোঁৱা আৰু কুঁৱলীৰ বাবে

(d) এইবোৰৰ এটাও নহয় 

Ans: (c) ধোঁৱা আৰু কুঁৱলীৰ বাবে।

810. আলোক ৰাসায়নিক স্ম’গ কিহে সৃষ্টি কৰে?

(a) নাইট্ৰ’জেন অক্সাইড

(b) হাইড্ৰকাৰ্বনে

(c) নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰকাৰ্বনে

(d) নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰকাৰ্বনৰ  

Ans: (d) নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰকাৰ্বনৰ।  

811. আলোক ৰাসায়নিক স্ম’গ কি প্ৰদূষণৰ সৈতে জড়িত?

(a) বায়ু 

(b) পানী

(c) মাটি 

(d) শব্দ 

Ans: (a) বায়ু।

812. অলসতা আৰু উৎকণ্ঠা কিহৰ বাবে সৃষ্টি হয়?

(a) বায়ু প্ৰদূষণ 

(b) শব্দ প্রদূষণ

(c) পানী প্রদূষণ 

(d) আণৱিক প্ৰদূষণ

Ans: (b) শব্দ প্রদূষণ।

813. পানী প্ৰদূষণৰ কাৰণ হ’ল—

(a) কৃষিজাত সামগ্ৰীৰ বৰ্জদ্ৰৱ্য

(b) জাৱৰ জোঁথৰ আৰু অন্য পেলনীয়া দ্ৰৱ্য

(c) উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত বৰ্জনীয় পদাৰ্থ

(d) এই আটাইবোৰ 

Ans: (d) এই আটাইবোৰ। 

814. কাৰ্বন মন’ক্সাইডে কি ধ্বংস কৰে?

(a) হিম’গ্লবিন 

(b) ফাইট’ক্ৰম

(c) চাইট’ক্ৰম 

(d) a আৰু b দুয়োটা

Ans: (a) হিম’গ্লবিন। 

815. বায়ু প্ৰদূষক ক্লৰ ফ্ল’ৰকাৰ্বন কিহে সৃষ্টি কৰে?

(a) এচিড বেটাৰীয়ে 

(b) ডিজেল যান-বাহনে

(c) এক্ৰছ’লে 

(d) জেটপ্লেনে

Ans: (c) এক্ৰছ’লে।

816. সীহ বা লিড প্ৰধানতঃ কিহৰ কাৰক,

(a) মাটি প্ৰদূষণ 

(b) পানী প্ৰদূষণ

(c) বায়ু প্ৰদূষণ 

(d) শব্দ প্রদূষণ

Ans: (c) বায়ু প্ৰদূষণ।

817. খোৱাপানীত কি মৌল থাকিলে দাঁতত ফুটফুটীয়া দাগ পৰে?

(a) পাৰা 

(b) ফ্লুৰিণ

(c) বৰণ 

(d) ক্ল’ৰিণ 

Ans: (b) ফ্লুৰিণ।

818. তলৰ কোনটো প্ৰদূষণ গেছ নহয়-

(a) CO₂  

(b) CO

(c) SO₂

(d) NO₂

Ans: (a) CO₂

819. মিথেন গেছ সৃষ্টি কৰা কৃষিক্ষেত্ৰ হ’ল-

(a) গমধান খেতি-পথাৰ 

(b) ধাননি পথাৰ

(c) কপাহ খেতিপথাৰ 

(d) বাদাম কৃষিক্ষেত্ৰ

Ans: (b) ধাননি পথাৰ।

820. তলৰ কোনটো অনিষ্টকাৰী নহয়—

(a) তেজস্ত্ৰিয় পদাৰ্থ  

(b) কুঁহিয়াৰৰ জাবৰি

(c) গুড় 

(d) কৃষিজাত আৱৰ্জনা

Ans: (a) তেজস্ত্ৰিয় পদাৰ্থ।

821. জনসংখ্যা বৃদ্ধি হ’লে প্রদূষণ—

(a) বাঢ়ে 

(b) কমে

(c) একে থাকে 

(d) কম-বেছি হয়

Ans: (a) বাঢ়ে।

822. ৰেলৰ চকাই কিমান পৰিমাণৰ শব্দৰ সৃষ্টি কৰে—

(a) 100 ডেচিবেল 

(b) 90 ডেচিবেল

(c) 80 A ডেচিবেল 

(d) 70 ডেচিবেল

Ans: (b) 90 ডেচিবেল।

823. এবিধ বায়ু প্ৰদূষণ নিদেৰ্শক হ’ল—

(a) লাইকৈন 

(b) মছ

(c) ঢেঁকীয়া 

(d) পাইন গছ 

Ans: (a) লাইকৈন।

824. হিম’গ্লবিন ধ্বংসকাৰী যান-বাহনৰ পৰা নিৰ্গত অনিষ্টকাৰী ধাতৱীয় প্রদূষক হ’ল—

(a) সীহ 

(b) পাৰা

(c) ঢেঁকীয়া 

(d) পাইন 

Ans: (a) সীহ।

825. পৃথিৱীৰ ভিতৰত আটাইতকৈ প্রদূষিত চহৰ হ’ল—

(a) ট’কিঅ’ 

(b) নিউইয়ৰ্ক

(c) কলিকতা 

(d) মেকি’ চিটি

Ans: (d) মেকি’ চিটি।

826. প্ৰধান মহানগৰসমূহত প্ৰদূষণ সৃষ্টি কৰা প্ৰধান উৎস হ’ল

(a) কীটনাশক ঔষধ 

(b) উদ্যোগ

(c) যান-বাহম  

(d) তেজষ্ক্ৰিয় পদাৰ্থ

Ans: (b) উদ্যোগ।

827, স্নায়ুতন্ত্ৰৰ ওপৰত প্রত্যক্ষভাৱে ক্ৰিয়া কৰা প্রদূষক হ’ল—

(a) ডি. ডি .টি.  

(b) এলড্ৰিন

(c) বি. এইচ. চি 

(d) জৈৱ ফছফেট

Ans: (d) জৈৱ ফছফেট।

828. পাৰিপাশ্বিকতা পৰিকল্পনা / নিয়ন্ত্ৰণ সংস্থাটো হ’ল

(a) ICAR  

(b) NCL

(c) NEERI  

(d) NPO

Ans: (c) NEERI

829. ‘জৈৱিক অক্সিজেনৰ প্ৰয়োজনীয়তা ‘(BOD)” ব্যৱহাৰ কৰি কি জোখা হয়?

(a) উদ্যোগিক প্ৰদূষণ

(b) অণুজীৱসমূহৰ বাবে প্রয়োজনীয় দ্ৰৱীভূত অক্সিজেন

(c) পানীত প্রদূষণৰ মাত্ৰা

(d) বায়ু প্ৰদূষণৰ পৰিমাণ 

Ans: (c) পানীত প্রদূষণৰ মাত্ৰা।

830. পাৰ প্রৰদূষণে সৃষ্টি কৰা ৰোগবিধ হ’ল—

(a) আটাই-আটাই 

(b) মিনামিটা

(c) চায়েন’ছিছ 

(d) হেপাটাইটিছ

Ans: (b) মিনামিটা।

831. কিহৰ সহায়ত প্রদূষিত পানী পৰিশোধন কৰিব পাৰি?

(a) লাইকেন 

(b) ভেঁকুৰ

(c) ঢেঁকীয়া 

(d) উদ্ভিদ গ্লৱক 

Ans: (d) উদ্ভিদ গ্লৱক। 

832. যান-বাহনৰ ধোঁৱাৰ লগত ওলোৱা কি গেছে বৃহৎ শ্বাসজনিত ৰোগৰ সষ্টি কৰে-

(a) CO  

(b) CH₄

(c) NO₂  

(d) ক্ল’ৰিন।

Ans: (a) CO

833. সাধাৰণ কথা-বতৰাত শব্দৰ প্ৰাৱল্যৰ পৰিমাণ হ’ল—

(a) 10-20 ডেচিবেল 

(b) 30-60 ডেচিবেল

(c) 70-90 ডেচিবেল

(d) 120-150 ডেচিবেল

Ans: (b) 30-60 ডেচিবেল।

834. অনিষ্টকাৰী প্ৰদূষক হ’ল—

(a) ঘৰুৱা আৱৰ্জনা 

(b) ডি, ডি.টি

(c) পাৰা লৱণ 

(d) এলুমিনিয়াম তাৰ

Ans: (a) ঘৰুৱা আৱৰ্জনা।

835. এচিড বৰষুণ কিহৰ গৌণ প্রভাৱ

(a) শব্দ প্রদূবণৰ 

(b) মাটি প্রদূষণৰ

(c) বায়ু প্রদূষণৰ 

(d) পানী প্রদূষণৰ

Ans: (c) বায়ু প্রদূষণৰ।

836. কি গেছে তেজৰ অক্সিজেন পৰিবহন ক্ষমতা হ্ৰাস কৰে?

(a) SO₂  

(b) CO

(c) CO₂ 

(d) ইয়াৰ এটাও নহয়।

Ans: (b) CO

837. ৫ জুন দিনটো কি হিচাপে পালন কৰা হয়?

(a) বিশ্ব অৰণ্য দিৱস 

(b) বিশ্ব ৰেড ত্ৰুছ দিৱস

(c) বিশ্ব পৰিৱেশ দিৱস 

(d) বিশ্ব প্ৰদূষণ দিৱস

Ans: (c) বিশ্ব পৰিৱেশ দিৱস।

838. কি থকাৰ বাবে ডিটাৰজেণ্টসমূহক প্ৰদূষক বুলি ধৰা হয়?

(a) ছালফেট 

(b) নাইট্ৰেট

(c) কাৰ্বনেট 

(d) ফছফেট 

Ans: (d) ফছফেট। 

839. বায়ু আৰু পানী প্ৰদূষণ কিহৰ জৰিয়তে পৰস্পৰ সংযোজিত হয়?

(a) স্ম’গ 

(b) এচিড বৰষুণ

(c) এৰ’চল 

(d) তেজস্ক্ৰিয় প্ৰদূষক

Ans: (b) এচিড বৰষুণ

840. অ’জন বিন্ধাবোৰ ক’ত ডাঙৰ আকৃতিৰ হৈছে?

(a) বিষুৱ অঞ্চলত

(b) উত্তৰ মেৰুত

(c) উত্তৰ নাতিশীতোস্ন অঞ্চলত

(d) এণ্টাৰকটিকাত 

Ans: (d) এণ্টাৰকটিকাত। 

841. ছালৰ কেন্সাৰ ৰোগ উচ্চ উৎপৰিৱৰ্তন কিহৰ বাবে বৃদ্ধি পাইছে?

(a) এচিড বৰষুণৰ বাবে

(b) অ’জন স্তৰত বিন্ধা হোৱা বাবে

(c) CO প্রদূষণৰ বাবে

(d) CO₂ প্রদূষণৰ বাবে। 

Ans: (b) অ’জন স্তৰত বিন্ধা হোৱা বাবে

842. কি প্ৰদূষণৰ বাবে জণ্ডিচ ৰোগ হয়?

(a) পানী 

(b) বায়ু

(c) মাটি  

(d) উষ্ণতা

Ans:(a) পানী।

843. কোনটো ৰঞ্জক পদাৰ্থই উদ্ভিদক অতি বেঙুনীয়া ৰশ্মি প্ৰভাৱৰ পৰা ৰক্ষা কৰে?

(a) ক্ল’ৰ’ফিল 

(b) জেন্থ’ফিল

(c) কেৰ’টিনয়ড 

(d) ফাইক’চায়েনিন

Ans: (c) কেৰ’টিনয়ড।

844. কেডমিয়াম প্ৰদূষণৰ প্রভাৱত মানুহৰ কি ৰোগ হয়?

(a) এনিমিয়া 

(b) আটাই-আটাই 

(c) মিনামিটা 

(d) নিঅ’ম’ কনিওছিছ

Ans: (b) আটাই-আটাই। 

845. কি গেছ নিৰ্গত হোৱা বাবে ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হৈছিল?

(a) মিথাইল আইছ’চায়েনেট

(b) পটাছিয়াম আইছ’থিঅ’ চায়েনেট

(c) ইথাইল আইছ’ৰ্থিঅ’ চায়েনেট

(d) ছডিয়াম আইছ’থিঅ’ চায়েনেট

Ans: (a) মিথাইল আইছ’চায়েনেট।

846. তলৰ কোনটো উৎপাদক নহয়–

(a) শেলাই 

(b) বৃক্ষ

(c) কেকটাছ  

(d) মানুহ

Ans:(d) মানুহ।

847. ‘সালোক সংশ্লেষী’ বা ফটো অটোট্রফ বিলাক হ’ল–

(a) উদ্ভিদ 

(b) প্রাণী

(c) জৈৱ পদাৰ্থ। 

(d) এটাও নহয়।

Ans: (a) উদ্ভিদ।

848. কেতবোৰ ক্ষুদ্ৰ অনুজীৱঁই ৰসায়নিক সংশ্লেষণ ঘটাই নিজৰ দেহত কিছু পৰিমাণে জৈৱ পদাৰ্থ উৎপন্ন কৰিব পাৰে। সিহঁত হ’’ল–

(a) সালোক সংশ্লেষী। 

(b) ‘কেম’অট’ট্ৰফ্‌’।

Ans: (b) ‘কেম’অট’ট্ৰফ্‌’।

849. কেচু এবিধ–

(a ) তৃণভোজী 

(b) মাংসভোজী

(c) পচন দ্ৰব্যভোজী 

(d) সৰ্বভোজী প্রাণী

Ans: (c) পচন দ্ৰব্যভোজী।

850. বিযোজক হ’ল-

(a) মৃত জীৱ শৰীৰক সৰল পদাৰ্থলৈ ভাঙি পেলোৱা অনুজীৱ।

(b) মাটিৰ পৰা পোষক দ্ৰব্য শোষণ কৰা উদ্ভিদ।

(c) তৃণভোজীৰ পৰা খাদ্য গ্ৰহণ কৰা মাংসহাৰী ৷

(d) সালোক-সংশ্লেষণ প্ৰক্ৰিয়া

Ans: (a) মৃত জীৱ শৰীৰক সৰল পদাৰ্থলৈ ভাঙি পেলোৱা অনুজীৱ।

851. পৰিস্থিতিতন্ত্ৰত ‘ভোক্তা’ মানে হ’ল” যিবোৰে-

(a) আনক খাই জীয়াই থাকে

(b) সুখেৰে জীয়াই থাকে

(c) খাদ্য ক্ৰয় কৰি জীয়াই থাকে

(d) এটাও নহয়

Ans: (a) আনক খাই জীয়াই থাকে।

852. ‘উৎপাদক’ মানে–

(a) যিসকলে সন্তান উৎপাদন কৰে।

(b) যিসকলে নিজৰ দেহত নিজে আহাৰ উৎপাদন কৰে।

(c) যিসকলে আনৰ দেহত নিজৰ আহাৰ উৎপাদন কৰায়।

(d) এটাও নহয়।

Ans: (b) যিসকলে নিজৰ দেহত নিজে আহাৰ উৎপাদন কৰে।

853. প্ৰাথমিক উপভোক্তা মানে হ’ল– 

(a) কেৱল উদ্ভিদৰ ওপৰত জীয়াই থকা প্রাণী।

(b) উদ্ভিদ আৰু প্রাণী দুয়োটাৰে ওপৰত জীয়াই থকা প্রাণী।

(c) পৰজীৱী ভোজী প্রাণী।

(d) এটাও নহয়। 

Ans: (a) কেৱল উদ্ভিদৰ ওপৰত জীয়াই থকা প্রাণী।

854. প্রাথমিক উপভোক্তা বা খাদকক নির্ভৰ কৰি যিবিলাক প্ৰাণী জীয়াই থাকে, সিহঁত হ’ল–

(a) প্ৰাথমিক উৎপাদক 

(b) মাধ্যমিক উপভোক্তা

(c) বিযোজক। 

(d) এটাও নহয়।

Ans: (b) মাধ্যমিক উপভোক্তা।

855. মানুহ-

(a) তৃণভোজী 

(b) মাংস ভোজী 

(c) সৰ্বভোজী 

(d) নিৰ্তোজী প্ৰাণী

856. পৰিস্থিতিতন্ত্ৰএটাৰ শক্তিৰ মূল উৎস বা আধাৰ হ’ল–

(a) পৃথিৱী  

(b) বতাহ

(c) সূৰ্য 

(d) আটাইকেইটা

Ans: (c) সূৰ্য।

857. ইক’ছিষ্টেম’ বা পৰিবেশতন্ত্ৰ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল–

(a) হেকেল 

(b) টেনছলে

(c) আইনষ্টাইন 

(d) এজনো নহয়

Ans: (b) টেনছলে।

858. জীৱ ভূ-ৰাসায়নিক চক্ৰ মানে?

(a) জীৱদেহৰ বাবে আৱশ্যকীয় মৌলসমূহৰ পৰিবেশৰ মাজত হোৱা সঞ্চালন।

(b) পৰিবেশৰ পৰা জীৱদেহ হৈ, জীৱদেহৰ মৃত্যুৰ পিছত পুনৰ বিয়োজকৰ দ্বাৰা, জীৱৰ আৱশ্যকীয় মৌলসমূহৰ পৰিবেশলৈ প্ৰত্যাৱৰ্তন। 

(c) খাদ্য শৃংখল প্ৰক্ৰিয়া।

(d) খাদ্য জাল প্ৰক্ৰিয়া। 

Ans: (b) পৰিবেশৰ পৰা জীৱদেহ হৈ, জীৱদেহৰ মৃত্যুৰ পিছত পুনৰ বিয়োজকৰ দ্বাৰা, জীৱৰ আৱশ্যকীয় মৌলসমূহৰ পৰিবেশলৈ প্ৰত্যাৱৰ্তন। 

859. খাদ্য শৃংখলৰ মাজৰ একাংশত পোৱা কোনো ৰাসায়নিক দ্রব্যৰ অতিৰিক্ত মাত্ৰাক কি বোলে?

(a) বায়োমেগ্নিফিকেচন’ 

(b) ‘বায়োমেটেৰেলাইজেচন 

Ans:  (a) বায়োমেগ্নিফিকেচন’। 

860. পৰিস্থিতিতন্ত্ৰৰ কৃতীকৰণ বা ‘ইক’লজিকেল ছাকছেছন’ মানে হ’ল—

(a) পৰিস্থিতিতন্ত এটাত কোনো প্ৰজাতিয়ে লাভ কৰা কৃতকাৰ্যতা।

(b) পৰিস্থিতিতন্ত্ৰটোৰ জৈৱ চক্ৰ।

(c) জীৱহীন অৱস্থাৰ পৰা ক্ৰমাৎ জীৱৰে পৰিপূৰ্ণ হৈ লাভ কৰা সুস্থিৰ পৰিস্থিতিতন্ত্ৰ

(d) এটাও নহয়। 

Ans: c) জীৱহীন অৱস্থাৰ পৰা ক্ৰমাৎ জীৱৰে পৰিপূৰ্ণ হৈ লাভ কৰা সুস্থিৰ পৰিস্থিতিতন্ত্ৰ।

861. গছে পৰিবেশৰ পৰা কোন দুটা প্রক্ৰিয়াৰে নাইট্ৰ’জেন লাভ কৰে?

(a) ৰাইজ’বিয়াম বেক্টেৰিয়াৰ ক্ৰিয়া আৰু বিজুলী

ডেৰেকনি

(b) ধুমুহা আৰু বৰষুণ।

(c) কেচু আৰু কেঁকোৰাৰ গৰ্তখনন।

(d) আটাইকেইবিধ।

Ans: (a) ৰাইজ’বিয়াম বেক্টেৰিয়াৰ ক্ৰিয়া আৰু বিজুলী ডেৰেকনি।

862. উত্তৰ-পূৰ্বাঞ্চল, কোনটো জীৱ-বৈচিত্ৰ্য মণ্ডলৰ ভিতৰুৱা?

(a) উত্তৰ-পূব হিমালয় 

(b) দক্ষিণ মধ্য চীন

(c) ফিলিপাইনছ 

(d) মিচিছিপি

Ans: (a) উত্তৰ-পূব হিমালয়। 

863. জৈৱ আৱৰ্জনা পৰিবেশৰ বাবে–

(a) সম্পদ 

(b) বিপদ

(c) অনুঘটক 

(d) উৎপাদক 

Ans: (a) সম্পদ।

864. আন্তঃৰাষ্ট্ৰীয় অজ’ন দিৱস কোন তাৰিখে পালন কৰা হয়?

(a) 1 ছেপ্টেম্বৰ 

(b) 5 আগষ্ট

(c) 16 ছেপ্টেম্বৰ 

(d) 5 ছেপ্তেম্বৰ

Ans: (c) 16 ছেপ্টেম্বৰ।

865. অসমৰ কোনখন নৈ কয়লা খনিৰ প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত?

(a) পাগলাদিয়া 

(b) ধনশ্ৰী

(c) ভৰলী 

(d) দিখৌ 

Ans: (d) দিখৌ। 

866. ভাৰতবৰ্ষৰ ভূ-গৰ্ভৰ পানী, বৰষুণৰ পানীতকৈ–

(a) কম 

(b) বেছি

(c) সমান 

(d) ওপৰৰ এটাও নহয়

Ans: (b) বেছি।

867. অসমৰ ‘জাতীয় ঐতিহ্য বৃক্ষ’ ৰূপে প্রকৃতি গঠন অৰণ্য সুৰক্ষা সমিতি অসমে’ প্রস্তাৱ কৰা গছবিধ–

(a) আঁহত 

(b) তামোল 

(c) বৰগছ 

(d) সাঁচি গছ  

Ans: (d) সাঁচি গছ।  

868. সাঁচি গছ আৰু অগৰু গছ– 

(a) একেবিধ গছ

(b) দুবিধা বেলেগ বেলেগ গছ

(c) এই দুয়োবিধ গছ নহয়

(d) এই দুয়োবিধ গছ নহয় 

Ans:  (a) একেবিধ গছ।

869. জলীয় বাষ্প গ্ৰীণ হাউছ গেছ–

(a) নহয় 

(b) হয়

(c) ওপৰৰ দুয়োটা নহয় 

(d) এটাও নহয়

Ans: (b) হয়।

870. পৰিবেশ অধ্যয়ন এক– 

(a) তাত্ত্বিক বিজ্ঞান 

(b) ব্যৱহাৰিক বিজ্ঞান

(c) সমাজ বিজ্ঞান  

(d) ওপৰৰ এটাও নহয়

871. পৰিবেশ সংৰক্ষণত অধ্যাত্মিক চিন্তাৰ আৱশ্যকতা–

(a) আছে  

(b) নাই

(c) ক আৰু খ  

(d) ওপৰৰ এটাও নহয়

Ans: (a) আছে।

872. প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে পৃথিৱীৰ প্রতিজন মানুহক বছৰি কিমান জোপাকৈ গছ ৰুবলৈ পৰিবেশ বিজ্ঞানীসকলে পৰামৰ্শ দিছে-

(a) এজোপা  

(b) দুজোপা

(c) তিনিজোপা 

(d) 86 জোপা

Ans: (d) 86 জোপা।

873. জৈৱ-বৈচিত্ৰ্যৰ নান্দনিক মূল্য মানে–

(a) প্রাকৃতিক সৌন্দৰ্য সৃষ্টিৰে অনা মূল্য

(b) বিক্ৰী কৰি পোৱা মূল্য

(c) খাদ্য যোগান ধৰা মূল্য

(d) অক্সিজেন যোগান ধৰা মূল্য 

Ans: (a) প্রাকৃতিক সৌন্দৰ্য সৃষ্টিৰে অনা মূল্য।

874. গোলকীয় উষ্ণতা বৃদ্ধিত মুখ্য ভূমিকা লোৱা প্রদূষণ হ’ল—

(a) মাটি প্ৰদূষণ 

(b) জল প্রদূষণ

(c) বায়ু প্ৰদূষণ 

(d) শব্দ প্ৰদূষণ 

Ans: (c) বায়ু প্ৰদূষণ।

875. জৈৱ কৃষি মানে হ’ল–

(a) জীৱৰ খেতি

(b) জৈৱ সাৰেৰে কৰা খেতি

(c) জৈৱ আৱৰ্জনাৰে কৰা খেতি

(d) ওপৰৰ এটাও নহয় 

Ans: (b) জৈৱ সাৰেৰে কৰা খেতি

876. জৈৱ আবৰ্জনাই মাটিৰ উৰ্বৰতা-

(a) হ্ৰাস কৰে 

(b) বৃদ্ধি কৰে

(c) প্রভাৱ নেপেলায় 

(d) ওপৰৰ এটাও নহয়

Ans: (b) বৃদ্ধি কৰে।

877. কেচু এবিধ—

(a) তৃণভোজী

(b) মাংসভোজী

(c) পচন দ্রব্যভোজী প্রাণী

(d) ওপৰৰ এটাও নহয়

Ans: (c) পচন দ্রব্যভোজী প্রাণী।

878. কাজিৰঙাৰ উপৰিও গঁড় বাস কৰা অসমৰ আন এখন ৰাষ্ট্ৰীয় উদ্যান হ’ল—

(a) ওৰাং  

(b) নামেৰী

(c) ডিব্ৰু ছৈখোৱা 

(d) ৰাণী 

Ans: (a) ওৰাং।

879. অসমৰ কোনখন অভয়াৰণ্যত ৰাং কুকুৰ আছে?

(a) পবিতৰা 

(b) গৰমপানী

(c) বৰনদী 

(d) পানীদিহিং

Ans: (c) বৰনদী।

880. “ইক’লজী’ৰ প্ৰধান ভাগ দুটা কি কি–

(a) অ’ট’ইক’ল’জী বা একক পৰিস্থিতি বিজ্ঞান আৰু চিন ই’ক’ল’জী বা সামগ্ৰিক পৰিস্থিতি বিজ্ঞান

(b) বায়’ ইক’ল’জী’ আৰু “মেটাৰ ইক’ল’জী’। 

(c) ক আৰু খ দুয়োটা।

(d) জী এটাও নহয়

Ans: (a) অ’ট’ইক’ল’জী বা একক পৰিস্থিতি বিজ্ঞান আৰু চিন ই’ক’ল’জী বা সামগ্ৰিক পৰিস্থিতি বিজ্ঞান

881. যিকোনো পৰিৱেশত থকা যিকোনো এটা জীৱৰ বিষয়ে অধ্যয়ন কৰাকে-

(a) অ’ট’ইক’ল’জী বা একক পৰিস্থিতি বিজ্ঞান বোলে।

(b) চিন ইক’ল’জী বা সামগ্ৰিক পৰিস্থিতি বিজ্ঞান বোলে।

(c) ক আৰু খ দুয়োটা

(d) ওপৰৰ এটাও নহয় 

Ans: (a) অ’ট’ইক’ল’জী বা একক পৰিস্থিতি বিজ্ঞান বোলে।

882. নিৰ্দিষ্ট এক পৰিবেশত জীৱগোষ্ঠীসমূহৰ আৰু পৰিবেশত অন্যান্য উপাদানৰ সামগ্ৰিক অধ্যয়নক–

(a) অ’ট’ইক’ল’জী বা একক পৰিস্থিতি বিজ্ঞান বোলে।

(b) চিন” ইক’ল’জী বা সামগ্রিক পৰিস্থিতি বিজ্ঞান বোলে।

(c) ক আৰু খ দুয়োটা

(d) ওপৰৰ এটাও নহয় 

Ans: (b) চিন” ইক’ল’জী বা সামগ্রিক পৰিস্থিতি বিজ্ঞান বোলে।

883. কীটনাশক দৰবৰ বিষক্ৰিয়া পৰিবেশত কিমান দিনলৈ থাকিব পাৰে?

(a) এমাহ  

(b) এবছৰ

(c) দুবছৰ 

(d) দহৰ পৰা ত্ৰিশ বছৰ

Ans: (d) দহৰ পৰা ত্ৰিশ বছৰ।

884. জীব-বৈচিত্ৰ্য সম্পৰ্কীয় বিশ্ব সন্মিলন অনুষ্ঠিত হৈছিল–

(a) ৰাইঅচ ডা জেনেৰিঅত 1992 চনত

(b) ষ্টকহ’মত 1972 চনত 

(c) দিল্লীত 1977 চনত

(d) লণ্ডনত 1960 চনত 

Ans: (a) ৰাইঅচ ডা জেনেৰিঅত 1992 চনত

885.পৃথিৱীৰ কোন অঞ্চলত সৰ্বাধিক জীৱ-বৈচিত্ৰ্য পোৱা যায়?

(a) শীত প্ৰধান অঞ্চলত 

(b) গ্ৰীষ্ম প্ৰধান অঞ্চলত

(c) নাতিশীতোষ্ণ অঞ্চলত 

(d) ওপৰৰ এটাও নহয়

Ans: (b) গ্ৰীষ্ম প্ৰধান অঞ্চলত।

886. ভাৰতত কিমান বিধ ঔষধী উদ্ভিদ পোৱা যায়–

(a) এহেজাৰ 

(b) এঘাৰশ

(c) বাৰশ 

(d) আঢ়ৈ হেজাৰ

Ans: (d) আঢ়ৈ হেজাৰ।

887. তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা প্ৰধান বায়ু প্রদূষক বিধ-

(a) কাৰ্বন মন’ অক্সাইড 

(b) নাইট্ৰাছ অক্সাইড

(c) হাইড্ৰ’জেন ছালফাইড 

(d) ক্ল’ৰ’ফ্লুৰ’ কাৰ্বন

Ans: (c) হাইড্ৰ’জেন ছালফাইড।

888. ‘মিনামাটা’ প্ৰদূষণ কি প্ৰদূষকৰ দ্বাৰা হৈছিল?

(a) পাৰা 

(b) সীহ

(c) ছালফাৰ 

(d) তাম 

889. বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰূপিত মান অনুযায়ী শব্দ প্ৰদূষণৰ সময়সীমা–

(a) 100 ডেচিবেল 

(b) 80 ডেচিবেল

(c) 55 ডেচিবেল  

(d) এই দুয়োবিধ গছ নহয়

Ans: (c) 55 ডেচিবেল।

890. কিমান ডেচিবেল শব্দ প্ৰাৱলত কাণৰ পৰ্দা  ফাটিৰ পাৰে?

(a) 100 ডেচিবেল 

(b) 150 ডেচিবেল

(c) 50 ডেচিবেন  

(d)70 ডেচিবেল

Ans: (b) 150 ডেচিবেল।

891. ভাৰতবৰ্ষত কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড কেতিয়া স্থাপন কৰা হয়?

(a) 1970 চনত  

(b) 1980 চনত 

(c) 1990 চনত 

(d) 1974 চনত

Ans: (d) 1974 চনত।

892. ভূপালৰ গেছ দুৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ সংখ্যা আছিল–

(a) এহেজাৰ 

(b) দুহেজাৰ

(c) প্ৰায় তিনি হেজাৰ 

(d) 500 

Ans: (c) প্ৰায় তিনি হেজাৰ।

893. বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়?

(a) 1 জুলাই 

(b) 12 জুলাই

(c) 15 জুলাই 

(d) 11 জুলাই

Ans: (d) 11 জুলাই।

894. তন্তু হিচাপে ব্যৱহাৰ কৰা কলা–

(a) ফ্ল ৱেম 

(b) পেৰেনকাইমা

(c) ক’লেনকাইমা 

(d) স্কেলেৰেনকাইমা

Ans: (d) স্কেলেৰেনকাইমা।

895. খাদ্য জাল’ মানে–

(a) খাদ্য বস্তু সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা জাল।

(b) খাদ্য শৃংখলৰ সমষ্টি।

(c) পেটৰ ভিতৰত খাদ্যই সৃষ্টি কৰা জাল।

(d) মকৰাই খাদ্য সংগ্ৰহৰ বাবে প্রস্তুত কৰা জাল

Ans: (b) খাদ্য শৃংখলৰ সমষ্টি।

896. তুলসীৰ বৈজ্ঞানিক নাম–

(a) Cucumis sativus

(b) Ocimum sanctum

(c) Meliaceae

(d) Azadirachta

Ans: (b) Ocimum sanctum

897. ত্ৰিফলা’ বুলিলে কোনকেইবিধ ঔষধী ফলক বুজায়?

(a) শিলিখা, আমলখি, ভোমোৰা

(b) আম, শিলিখা, ভোমোৰা

(c) শিলিখা, বেল, আমলখি

(d) এবিধো নহয় 

Ans: (a) শিলিখা, আমলখি, ভোমোৰা।

898. অসমত পোৱা নিমোক্ত কোনবিধ গছৰ পৰা সৰ্পবিষনাশক ঔষধ তৈয়াৰ কৰা হয়?

(a) বকুল 

(b) শাল

(c) গৰখীয়া কৰৈ 

(d) কদম

Ans: (c) গৰখীয়া কৰৈ।

899. বেলেড’না গছত পোৱা উপক্ষাৰ–

(a) এট্ৰ’পিন 

(b) ইমেটিন

(c) চেফেলিন 

(d) ছাইক’ট্ৰিন 

Ans: (a) এট্ৰ’পিন।

900. মেঘালয়ৰ চেৰাপুঞ্জি এসময়ত বিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই আছিল। কিন্তু এতিয়া ঠাইখনৰ সেই ঐতিহ্য নাই। তাৰ কাৰণ–

(a) নিৰ্বনীকৰণ

(b) মেঘৰ উৎপাদন হ্ৰাস

(c) ঔদ্যোগিক প্ৰদূষণ

(d) ওপৰৰ এটাও নহয়। 

Ans: (a) নিৰ্বনীকৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top